ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
৩০হাজাৰ মান টকাৰ ইনভাৰ্টাৰ ঘৰত লগালে ভালদৰে চলি যায়, আজিকালি বিদ্যুৎ কমকৈ যায় । লুম চলাৰৰ নামত ৫লাখ টকা খৰচ কৰাটো অৰ্থহীন, যিহেতু ৫ লাখ টকাৰ বস্তু হয় তাৰ পাৰ্টচৰো দাম বেছি হব, তাত কিবা কেতিয়াবা বেয়া হলে ভাল কৰাৰ বাবদ লাখ টকা খৰচ হব অৰ্থাৎ প্ৰায় ২০ বছৰত মুল দাম আৰু মেৰামতিৰ খৰচ লগ লাগি মুঠ ৬ বা ৭ লাখ মানতকৈ কম নহয়, কিন্তু ইয়াৰ বিপৰীতে সাধাৰণতে ঘৰত থকা বিদ্যুৎ আৰু ইনভাৰ্টাৰৰ খৰচ বিদ্যুৎ বিল প্ৰতিমাহ হিচাপত গৰে ৮০০ টকাকৈ হলেও ২০ বছৰত ১৯২০০০ টকাহে খৰচ হব। বিদ্যুৎতৰ খুটা বা তাৰ কিবা বিসংগতি হলে এপিডিচিলৰ মানুহে বিনামূল্যে ভাল কৰিব কেৱলমাত্ৰ এটা কল কৰিলে হল কিন্তু চলাৰলুম বেয়া হলে তাক মেৰামতিৰ নামত কেইদিনমানহে গেৰাণ্টিৰ পিৰিয়দৰ সময় ফ্রি চাৰ্ভিচ পাব আৰু সেয়া কিমান বাৰ মুৰ ঘমাই ফোন কৰিব লাগিব, সেয়াও অকলে কিন্তু এপিডিচিলৰ বিদ্যুৎৰ কিবা বিজুতি হলে টেক্নিচিয়ানক ৰাইজে ফোন কৰিব। সেয়েহে চলাৰলুমত ইমান টকা বৰ্বাদ কৰাৰ কোনো দৰকাৰ নাই। হয়, যি ঠাইত বিদ্যুৎ নাই সেই ঠাইৰ কাৰণে বেলেগ কথা আৰু যি ঠাইত বিদ্যুৎ উপলব্ধ তাত চলাৰলুমৰ নামত ৫লাখ টকা খৰচ কৰাটো মহা মূৰ্খামী হয়
wow very useful vdo dada bor val lagil...
bohut vl lagel video tu sai
Good job
Very nice 👌
Contact Loom solar distributor. All systems available, call on the number on the video
Kiman kw asy aitu
Dada 5kw keita batary hoi
5kw solar 5lakh tokat lowat kori bijle biddut soluwai val
Nice
Power tu save kribole aru battery lagibo sage
Kiman porib
Khetor babe loba parim neki
Plese make a video of hyundai creta ex under 5lakh
8.5 t ase
Rati ki koribo
Bettery ase
Din t charge hbo rati backup dibo
Battery ase
@@kokoi4975❤❤
Kimn price pore pura set-up t2
1 kw sixty thousand manot hoi jodi inverter battery ase
Price
3,kilo,dam,kiman
Dam2 bohut besi..
Kiman hours solibo
Contact loom solar distributor, the contact number is there on the video. All kinds of solar systems available. 1, 2, 3, 5 kw systems. Solar panels starts from 1000 rs
Depending on your uses
First
Kt pm
এমাহত ৩০০০ কৈ ১৫ বছৰ একেই কথা
Kimn dm baru
5 lakh 😂
3 কিলোৰ কম আছে নি
Ase 1,2,3,5 kw hokolu ase
@@IdeasShort 1 কিলো দাম কিমান আৰু কি কি চলিব জনাব
Jodi inverter aru battery ase then 1 KW t 60000 rs man pore. 1 KW t Tv, Light, Fan, aru ghoror ann load solibo. 25 years warranty on solar panels
Contact on the number displayed on the video
@@IdeasShort ok
Too expensive
Dam bhut basi koise
Kom damor ase. Call korok video t dia number tut