Pls aru Rhino operation nalage...bohut kosto pale mur maa,aita mur gaon or gute manuh bure... Don't create war ... We will be homeless ...have to run inside jungles ...
আমি আশা বাদী। এদিন এটা সমাধানৰ পথ উলাব। মানুহ মাৰি লাভ নাই। আলোচনাত অসম্ভৱ কি সম্ভৱ কি ভাৰতৰ সাৰ্বভৌমত্ব সন্মান জনাই যদি দাবীৰ উচিত বিচাৰ হয়। অশান্ত অসম সেই ভুপেনদাৰ ভাৰতৰে পুৰৱ দিশৰ,,,,,,,,, সুৰ্য উঠা হ'বলৈ দুই সুৰ্যৰ মিলন বৰ আদৰনিয়।আমাৰেই সন্তান আজি অঘৰী জীৱন অনিদাৰাত কচটময় জীৱন অতিবাহিত কৰক আমাৰ কাময় নহয়।
We are under Indian Democratic Republic.The right to natural weath is under the constitution which enables centre as owner of all natural resources.But state like Assam can have the royality in the form of Central Aids for Development.Anup Chetia as a citizen can have benefits of aids if provided by Centre.For this we must know the constitutional provisions be imbeded in parliamentary Government.
Ki Baal korile nu anup chetia kela kimn r pora poisa je lutile kimn k je marile ru atia bindass mukoli akaxor tolot .....toi ja nohole Koni tu supi de ge maksudai kela
MP r panna national park safarit ajon Brazilian log palu. Tau muk bharot or aru kun kun thai furibo pari hudhadt moi assam ola ahibola kolu,tau muk hudhise ki jane? Tat hanu terrorist thake ? Moi laj ot kolu azi kali nai. Ai hoise assam or obosta. Azir dinot assam ot ke basi tourist meghalaya loi he jai
Innocent manuh k mari,matri r bukur pora nijor xontan tani ki freedom bisarise ulfa e? Sai matri,putro, innocent manuh khini r xau lobo ne? Jodi jiwon dibo nuware,jiwon luwar odhikar Karu nai,manuh houk, pixash nohobo.
@@mworld5941 সাহস আছে যদি নাম নাই কিয়? একপক্ষীয় কথাই এতিয়া কাপুৰুষামি বাদে কিবা হয়নে? বেয়া শব্দ কোনো পক্ষতে প্ৰয়োগ নকৰিব।ই শুভা নাপায়। এটা সমস্যা তাক সমাধান। উপায় দিব। নহ'লে ৰাষ্টাৰ মৰাশ হ'বলৈ বেছি পৰ নালাগিব।
চেতিয়া ডাঙৰীয়া আপুনিয়ে দেখোন পৰেশ বৰুৱা অৱহেলা কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তিবদ্ধ কৰিলে , এতিয়া বুকুত কপনি হোৱা যেন অনুভৱ হৈছে।
#আলফা আছিল!
#আলফা আছে!!
#আলফা থাকিব!!!
#আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটোক জীয়াই ৰাখিব পাৰিছেঁ।
জয় আই অসম। 🙏
দুৰ্বল এতিয়া নহই অসমীয়া বিশ্বই জানিলে এতিয়া...
লাচিত নহলেও আছে অসমত লাচিতৰ অজস্ৰ অসমৰ অসমীয়া ভাই ককাই লাচিত সেনা.....📚✒️
জয় আই অসম
Hahahaha😂
O bom futai manuh Mari ki koribo bisarise? Kiman innocent manuh r jiwon lole teuluke? Karbar innocent r jiwon loi freedom loi ki pabo?
Eman jodi alfa bhal pai.... Bom keita nijor ghort futai lok nhole..... Nijor ma voni kokai bhai dore..... Belokr keitak o nijor buli bhabok..... Aji futa hole axomiya moril hoi..... Agoto dhemajit futale schoolr khoru lora suwali morile..... Ndfb futale koto manuh moril..... Laz nai tohotr....... Axomiya jati jiyai rakhar karne aamak laden nalage..... Abdul kalam hok.... Bhal manuh ho..... Goru
কামনাই ফটা লেকচাৰ
অত বছৰে আলফাই অসমীয়াক কৰ্ম সংস্থাপন দিব পাৰিছে নে বাংলাদেশী খেদিৱ পাৰিছে নে অসমৰ সম্পত্তি বহিৰাগত হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছে স্বাধীন অসমৰ একো কৰিব পৰা নাই দলালি ছালফা কিছুৱে নীজ স্বাৰ্থত যুক্তি কৰিলে আলফাই একোডাল কৰিব নোৱাৰে পুৰণা বন্ধুক কিতা লৈয় অপ্ৰিয় হলেও সঁচা।
Zindabad Poresh,Anup
Assam is Country,Country is Assam.
Pls aru Rhino operation nalage...bohut kosto pale mur maa,aita mur gaon or gute manuh bure... Don't create war ... We will be homeless ...have to run inside jungles ...
Dibrugarh aru tinsukiya t jodi oti hunkale akhomiyar hoi kam nokoreb oha 5 years r vitorot tinsukiya aru dibrugar t akhomiya khedon khabo...
আলফা অসমীয়াৰ এক শক্তি....কিন্তু নিজৰ জাতিৰ মনুহকেইজনৰ লগত যুঁজ বাগৰ কৰি লাভ নাই.... লোঙি পাইজামা বিহাৰী বনিয়াৰ দপদপনি অসম আৰু অসমীয়াৰ পৰা খেদি অসম অসমৰ দৰে ভূমি হৈ থকাত আলফাই সহযোগ কৰক....দিল্লীৰ ভয় আছে আলফালৈ
Right 1:50
Good news
আমি আশা বাদী। এদিন এটা সমাধানৰ পথ উলাব। মানুহ মাৰি লাভ নাই। আলোচনাত অসম্ভৱ কি সম্ভৱ কি ভাৰতৰ সাৰ্বভৌমত্ব সন্মান জনাই যদি দাবীৰ উচিত বিচাৰ হয়। অশান্ত অসম সেই ভুপেনদাৰ ভাৰতৰে পুৰৱ দিশৰ,,,,,,,,, সুৰ্য উঠা হ'বলৈ দুই সুৰ্যৰ মিলন বৰ আদৰনিয়।আমাৰেই সন্তান আজি অঘৰী জীৱন অনিদাৰাত কচটময় জীৱন অতিবাহিত কৰক আমাৰ কাময় নহয়।
Right
অনুম চেতিয়া ডাঙৰীয়া আপুনি কিয় অসমৰ সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ কাঢ়ি আনিব নোৱাৰিলে কিয় ।।
We are under Indian Democratic Republic.The right to natural weath is under the constitution which enables centre as owner of all natural resources.But state like Assam can have the royality in the form of Central Aids for Development.Anup Chetia as a citizen can have benefits of aids if provided by Centre.For this we must know the constitutional provisions be imbeded in parliamentary Government.
অনুপ চেতিয়াক চিনি নোপোৱা বোৰক কৈছোঁ, আলফা স্বাধীনৰ সাধাৰণ সম্পাদক হয় Anup Chetia
আছিল।।
@@utpalsaharia8509 hmm তাকেই নজনা বোৰক কৈছোঁ যিয়ে কৈ আছে ইয়াক কিয় সুধি আছে ই কোন হয় বুলি
@@utpalsaharia8509 জানো, যিয়ে সুধি আছে কোন বুলি সিহঁতক কৈছোঁ
Ki Baal korile nu anup chetia kela kimn r pora poisa je lutile kimn k je marile ru atia bindass mukoli akaxor tolot .....toi ja nohole Koni tu supi de ge maksudai kela
আমাৰ লেউৰা এইটো ।
নতুন দিল্লীৰ আশা অসমীয়া এদিন নিশেষ হৈ যাব।
Manuhor tejere faku kheli tohotor laj lagene nelage aji ???? 😅😅
এওঁ কি জানে..?? এওৰ লগত কথা পাতি একো লাভ নাই
ফপৰা শিয়াল এটা ।
@@bkp9774 dear moiu jbo bisaru tumar para jodi xoxohsi kora
Hosakoie body guard ase neki ,kelei rakhise ?
ডাল পাত বোৰৰ লগত আলোচনা কৰি লাভ নাই । ঘাই শিপা ডালৰ লগত কথা পাতিলে হে কিবা এটা সমাধান হব যেন লাগে । সেই সময়টোলে অপেক্ষা কৰি আছো।
এটা কথা মই বুজি নাপাওঁ অনুপ চেতিয়া আৰু পৰেশ বৰুৱা ফোনত কথা পাতে আৰু আমাৰ চৰকাৰ পৰেশ বৰুৱাক বা উগ্ৰ পন্থি সকলক নধৰে কিও।
Ulfa nij Bangladesh t xoron loise.....miya r jegat bom de jodi kiba kribo dom ase xt dal
MP r panna national park safarit ajon Brazilian log palu. Tau muk bharot or aru kun kun thai furibo pari hudhadt moi assam ola ahibola kolu,tau muk hudhise ki jane? Tat hanu terrorist thake ? Moi laj ot kolu azi kali nai. Ai hoise assam or obosta. Azir dinot assam ot ke basi tourist meghalaya loi he jai
Body guard dujn vl lagise
Lage nki tumaku 😂
Apunalokor ki ostitbo ase..? Asomiar karne ki krile?
Innocent manuh k mari,matri r bukur pora nijor xontan tani ki freedom bisarise ulfa e? Sai matri,putro, innocent manuh khini r xau lobo ne? Jodi jiwon dibo nuware,jiwon luwar odhikar Karu nai,manuh houk, pixash nohobo.
কোন হয় ই। কাম নাই।
Bhut hunkale Buji pale
Alosona.kamna.koru
বাহিৰত দি চাওক বাহিৰৰ ৰাজ্যত তেতিয়া গম পাম আৰু কিমান শক্তিশালী 😂
আলফাই বিচাৰে কি ? মই আজিলৈ বুজি নাপালো । হাবিত লুকাই এলেহুৱাৰ দৰে থকাতকৈ অসমৰ নিৱনুৱা সমস্যা কমাবলৈ কিবা উপায় বিচৰাত চৰকাৰক সহায় কৰক । অসমৰ ৰাজ্য চৰকাৰে দিয়া সুবিধাসমূহ যাতে অসমৰ থলুৱা মানুহখিনিয়ে পায়, সেই কামবোৰত চৰকাৰক সহায় কৰক । সামাজিক কামবোৰত অংশগ্ৰহণ কৰক । এনেকৈ ফটুৱামি কামবোৰ বাদ দিয়ক । অসমৰ সন্মান বাহিৰৰ ৰাজ্যবোৰৰ আগত নষ্ট হয় । আলফা পোহনীয়া কুকুৰৰ দৰে । মালিকৰ আগত, ঘৰৰ ভিতৰতহে ভুকিব পাৰে । বাহিৰত ভিজা মেকুৰী ।
@@mworld5941 সাহস আছে যদি নাম নাই কিয়? একপক্ষীয় কথাই এতিয়া কাপুৰুষামি বাদে কিবা হয়নে? বেয়া শব্দ কোনো পক্ষতে প্ৰয়োগ নকৰিব।ই শুভা নাপায়। এটা সমস্যা তাক সমাধান। উপায় দিব। নহ'লে ৰাষ্টাৰ মৰাশ হ'বলৈ বেছি পৰ নালাগিব।
Aii johora bonora renda tur kam ni koni tu paresh k supibo di xui thak ge bisonat duita maksudai tu
Nufuta bom dile guruto dibone sarma sare
Apunar motei okhomiya maanur bahyre o okhomiya maanu moriba lagenaki?
Ki nu Kom aro
Mane attantion lage