JI HOI HOBO | SANJU | RINABH | DEBANGARAJ | HRITTIZE |

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • AUDIO CREDITS:
    VOCALS : NAYANDIT
    RAP VOCALS : RINABH SAIKIA
    LYRICS & TUNE : NAYANDIT & JAGAT MAHISH
    RAP LYRICS : HRITTIZE & RINABH
    MUSIC : DEBANGARAJ
    DHOL : PANKAJ BORA
    MIX & MASTERING : TYPHOON
    BACKING VOCALS : SUBHRAJ, HRITTIZE
    VIDEO: ‪@utopiacreationsofficial‬
    CAST : TISHA KALITA , HRITTIZE BARUAH , RINABH SAIKIA , DURLOV BURAGOHAIN, MONDEEP GOGOI , SUPRIYA , HIROCK , PRATYUSH BURAGOHAIN , ABHIJEET.
    SPECIAL THANKS : YOMAS DIHINGIA , JAGAT MAHISH, ABHIJEET CHETIA , SIDDHEART , SUBHRAJ , TRIDIP.
    MEAL PARTNER :
    TEA-RIFFIC CAFE (TINSUKIA)
    LYRICS:
    যি হৈ হব..
    বহাগী আহিলে অ জোনেতৰা
    কুলিয়ে বিনালে অ জোনেতৰা
    আহিবানে তুমি অ জোনেতৰা
    আনিমগৈ তোমাক অ জোনেতৰা
    মুৰেনো ঐ ঘৰলে
    অ জোনেতৰা
    মোৰ জোনেতৰা
    তোমাতকৈ শুৱনি
    তোমাতকৈ শুৱনি কোন
    অ জোনেতৰা
    মোৰ জোনেতৰা
    তোমাতকৈ শুৱনি
    তোমাতকৈ শুৱনি কোন
    ..............
    ৰাতি ১২ টা বজাত নঙলা জোকাৰিম
    যি হৈ হব যি হৈ হব
    তোক ভাল পাং যেতিয়া বিয়া মই পাতিম
    যি হৈ হব যি হৈ হব
    ৰাতি ১২ টা বজাত নঙলা জোকাৰিম
    যি হৈ হব যি হৈ হব
    তোক ভাল পাং যেতিয়া বিয়া মই পাতিম
    যি হৈ হব যি হৈ হব
    অ জোনেতৰা কিহৰে ঐ ফুটনি
    মাৰ জোনেতৰা কিহৰে ঐ ফুটনি
    কিহৰে ঐ ফুটনি তোৰ
    ৰাতি বিয়লি জীয়া মাছ পুৰিবি
    বোকা খচি খচি জাকৈ মাৰিবি
    Zudio কাপোৰ দি ৱাৰ্ডৰৱ ভৰাবি
    Online shopping নামত বহুত উৰাবি
    Reels বনাবি কঁকাল হিলাবি
    কিমান নাচিবি কিমান হাঁহিবি
    তই ধুনীয়াহৈ views ভালে পাবি
    সেইবুলি আকৌ তই level দেখাবি
    আৰে আছোঁ মই ভাই solution নাই
    ইমান সহজ কথা নহয় বোপাই
    নঙলা জোকাৰি মাতিব নোৱাৰি
    সমাজৰ মানুহে কলিজা খাই
    জাকৈ মাৰোঁতে খালৈ পৰিলে
    জাকৈ মাৰোঁতে খালৈ পৰিলে
    যা যা যা যা জাকৈ মাৰোঁতে
    খা খা খা খা খালৈ পৰিলে
    চে চে চে চে চেঙেলী মাৰিলে লৰ
    মো মো মো মো মোক দেখিলে
    মি মি মি মি মিচিকি হাঁহি
    বা বা বা বা বাপেৰে আহিলে
    ওলোটাই মাৰ খৰে চেনিমাই ঐ ..
    ওলোটাই মাৰ চোন
    ওলোটাই মাৰ চোন খৰ
    এ..ওলোটাই মাৰ চোন
    ওলোটাই মাৰ চোন খৰ .......

ความคิดเห็น • 91