Bhagwat Path|| Riju Pathak|| Puranjan Sangbad|| Episode: 8 (চতুৰ্থ স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ต.ค. 2024

ความคิดเห็น • 266

  • @bontiborah5014
    @bontiborah5014 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি সেৱা আগবঢ়ালো প্রভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @pranatisaikia2424
    @pranatisaikia2424 2 ปีที่แล้ว +3

    Prabhu apuni amar param Guru koti koti prathana joniesu,

  • @jayabhuyan640
    @jayabhuyan640 2 ปีที่แล้ว +3

    Bahot sondar kreepa. Karib 🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 2 ปีที่แล้ว +3

    Krishna Krishna🙏🙏 prabhu sewa janaisu🙏🙏 Krishna

  • @joyadevi2447
    @joyadevi2447 2 ปีที่แล้ว +3

    ৰাম কৃষ্ণ হৰি প্ৰভূ শতকোটি সেৱা জনালো ।

    • @biduldas236
      @biduldas236 2 ปีที่แล้ว +1

      Krishna bap pranam jonalu

  • @kalpanasaikia4588
    @kalpanasaikia4588 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @archanmaladevi188
    @archanmaladevi188 2 ปีที่แล้ว +2

    Xewa jonalu probhu iswar🙏🙏🙏🙏🙏🙏

  • @nilimapathak4130
    @nilimapathak4130 2 ปีที่แล้ว +3

    Krishna krishna pravu pranam🙏🙏

  • @paruldutta5898
    @paruldutta5898 2 ปีที่แล้ว +3

    Krishna 🙏 🙏 Pravu pranam jonalu

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ আপোনাৰ শ্রী চৰণত কৌটি কৌটি প্রণাম যাচিছো ভগবানে আপোনাক কোশলে ৰাখক সুস্বাস্থ্য অধিকাৰী হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏

  • @upakhisivam5568
    @upakhisivam5568 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ অধমে তজু চৰণত প্ৰণিপাত জনালো কৃষ্ণ কৃষ্ণ

  • @gitalineog6489
    @gitalineog6489 2 ปีที่แล้ว +4

    Krishna Prabhu krishna pronam Prabhu apunar Sri saranat koute koute pranam 🙏🙏🙏🙏🙏

  • @gangadevi4089
    @gangadevi4089 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম ।ৰাম কৃষ্ণ হৰি ।

  • @gunamaidevi4570
    @gunamaidevi4570 2 ปีที่แล้ว +2

    Krishna Krishna 🙏🏿🙏🏿 prabhu Satkokuti pranam🙏

  • @pramudnath2228
    @pramudnath2228 2 ปีที่แล้ว +3

    গুৰু দেব বহুত সন্তুষ্ট লভিলোঁ
    কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ ।

  • @khageswarborgohainborgohai2477
    @khageswarborgohainborgohai2477 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ .... ।

  • @anjalibaruah7669
    @anjalibaruah7669 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ🙏🙏 বাপ সশ্ৰদ্ধ প্ৰণিপাত জনাইচো🙏🙏🙏🙏🙏🙏🙏🙏❤

  • @pankajboruah3673
    @pankajboruah3673 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ কৃষ্ণ🙏

  • @tulumonihazarika4090
    @tulumonihazarika4090 2 ปีที่แล้ว +2

    Kirshna krishna provu .🙏🙏..

  • @atulokalita4134
    @atulokalita4134 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই থাকিম বুলি আশা ৰাখিলোঁ। আপোনাৰ মঙ্গল কামনা কৰিছো যাতে ভাগৱত কথা আগবঢ়ায় যাব পাৰে। কৃষ্ণ কৃষ্ণ

  • @দিগন্তবৰদলৈ
    @দিগন্তবৰদলৈ 2 ปีที่แล้ว +2

    কৃষ্ণ বাপ ঈশ্বৰ জগতৰ মঙ্গল কৰক।

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভু শতকোতি প্ৰনাম ।

  • @digantadas6171
    @digantadas6171 2 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভূ দাসৰ সেৱা ভাগ গহন কৰিব।

  • @sujanbhakat3583
    @sujanbhakat3583 2 ปีที่แล้ว +3

    কৃষ্ণ সেৱাৰে বাবজনাৰ চৰনত

  • @dipakborah1152
    @dipakborah1152 2 ปีที่แล้ว +4

    🙏🌺Krishna Bap Prnam jonaisu🌺🙏

  • @pallabboraxmusic
    @pallabboraxmusic 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 2 ปีที่แล้ว +4

    Krishna 🙏Pranam Baap Prabhu 🙏

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 2 ปีที่แล้ว +3

    হে প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ 🙏 কৃষ্ণ

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ প্রভু ঈশ্বৰ গুৰু জন আমি অধম মূৰ্খই আগবঢ়োৱা ভক্তি ভৰা সেৱা ভাগ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্তশংকৰদেৱ মাধৱ মাধৱ গোবিন্দ গোবিন্দ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏👌👌🙏👋👋

  • @jayantadutta7259
    @jayantadutta7259 2 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভূ...

  • @khargeswarkalita3502
    @khargeswarkalita3502 2 ปีที่แล้ว +4

    🙏👃🙏👃কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ সেৱা আগবঢ়ালোঁ আশীৰ্বাদ কৰিব।কৃপাৰ সাগৰ কৃষ্ণ।

  • @labanyakalita6217
    @labanyakalita6217 2 ปีที่แล้ว +2

    Koti koti pranam pravu

  • @rupamoni2043
    @rupamoni2043 2 ปีที่แล้ว +3

    Krishna pravu pranam.

  • @dulalbori7034
    @dulalbori7034 2 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত সেবা জনালোঁ।

  • @binandadas9675
    @binandadas9675 2 ปีที่แล้ว +3

    🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ পূৱাৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।

  • @jinukakati1589
    @jinukakati1589 2 ปีที่แล้ว +3

    Pranam bap pravu bhagawtr amrit bani xuni sukhi 🌷🌷🌷🌷halo🙏🙏 kripar sagar daibaki nandan purio manar kam krishan narayan

  • @nareswarbarman6763
    @nareswarbarman6763 2 ปีที่แล้ว +2

    Ram ram ram... bap..parnam....

  • @beautygogoi6833
    @beautygogoi6833 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো।🙏🙏🙏

  • @minakshibora4725
    @minakshibora4725 2 ปีที่แล้ว +1

    Apunar shri soronot sato kouti sewa jonalu puronjon songbadr aei mougrahi akhyn bhag suni bor ahladit holu Ram Ram Ram

  • @basisthabaishya7731
    @basisthabaishya7731 2 ปีที่แล้ว +3

    Krishna Krishna Gurujana pranam

  • @lakhipatar2660
    @lakhipatar2660 2 ปีที่แล้ว +3

    Thanku, bape, lakhi, kanta, Patar, dharamtul, Atigaon,

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ।

  • @saratmedhi3923
    @saratmedhi3923 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ

  • @nabajyotidas6117
    @nabajyotidas6117 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @lipikasaikia1259
    @lipikasaikia1259 2 ปีที่แล้ว +2

    Krishana Prabhu Sawa Laba. Bhagawat Path Suni Bar Bhal Lagisa. 🙏🙏

  • @sikatiramdas3027
    @sikatiramdas3027 2 ปีที่แล้ว +3

    Bap Krishna krishna🙏🙏🙏🙏🙏

  • @rimaborah6457
    @rimaborah6457 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আগ্ৰহেৰে বাট চাই আছিলো৷আপোনাক শতকোটি সেৱা জনালো৷

  • @renukakalita2459
    @renukakalita2459 2 ปีที่แล้ว +4

    কৃষ্ণপ্ৰভূবৰভাললাগিল।

  • @binugondhia6344
    @binugondhia6344 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিছো।পুনৰ শুনি বলৈ বাট ছাই থাকিম হে বাপশত সহস্ৰ প্ৰনাম জনাইছো।🙏🙏🙏

  • @bantipator8687
    @bantipator8687 2 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু জন।

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 2 ปีที่แล้ว +3

    কৃষ্ণ কৰুণাময় ৰাম ৰাম হৰি। পৰম সুহৃদ বাপজন আপোনাৰ লগতে সমূহ শ্ৰুোতা ভক্ত প্ৰাণ আই বাপ সমস্তলৈ সেৱা জনালো। কৃষ্ণ।

  • @irapathak7361
    @irapathak7361 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ শৰীৰ-তত্ত্ব এই আখ্যান ভাগি শুনি প্ৰথমে মনত ভয় ভাৱৰ উদ্ৰেক হৈছিল ।কিন্তু পিছলৈ ক্ৰমে ভাল লাগি আহিল। বাপ আপোনাৰ সৰ্বতো প্ৰকাৰে মংগল কামনাৰে সেৱাভাগি জনালো-।

  • @sabitrimedhi6564
    @sabitrimedhi6564 2 ปีที่แล้ว +4

    কৃষ্ণহৰিৰাম সুপ্ৰভাতেই ঈশ্বৰপিতাৰ শ্ৰীচৰণত কৰযোৰে কৃতাঞ্জলী নিৱেদন কৰিছোঁ প্ৰভূ' আপোনাৰ অমূল্য কৃষ্ণপ্ৰসাদ আমি মূঢ়মতিয়ে বিনম্ৰতাৰে সেৱা ধৰিছোঁ লগতে আপোনাৰ সহিতে পৱিত্ৰ সেৱাস্থলীৰ কল্যান কামনা কৰিছোঁ জয় গুৰু শ্ৰীশঙ্কৰ-মাধৱ কৃষ্ণ

  • @sachindrakalita2940
    @sachindrakalita2940 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ। ভাগৱত শ্ৰৱণ কৰি বৰ ভাল লাগিল। সুপ্ৰভাত।

  • @namitapatar2478
    @namitapatar2478 2 ปีที่แล้ว +4

    কৃষ্ণ , বাপ সেৱা যাচিলো

  • @priyadoleypegu597
    @priyadoleypegu597 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @junumech653
    @junumech653 2 ปีที่แล้ว +4

    🙏🙏কৃষ্ণ প্ৰভূ বাপ 🙏🙏ঈশ্বৰ আপোনাৰ চৰণ সেৱা ভাক 🙏🙏গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏🙏কৃষ্ণ অতি সুন্দৰ ভাগবত পাঠ ভাল লাগিছে প্ৰভূ 🙏🙏কৃষ্ণ

  • @ranjanarabha6619
    @ranjanarabha6619 2 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏👏প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ। তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। ।👏👏কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ

  • @pddas6427
    @pddas6427 2 ปีที่แล้ว +4

    Jai guru Shankar Krishna baap Aapunak parnam Krishna

  • @chinugogoi8928
    @chinugogoi8928 2 ปีที่แล้ว +3

    Krishna krishna🙏🙏🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 2 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা ভাগ গ্ৰহণ কৰিব বাপ কৃষ্ণ ৰাম। অতি সুন্দৰ মনোৰম ভাগৱতৰ পাঠ ব্যাখ্যা, আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰিব পাই আনন্দিত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভাল কুশলে ৰাখক। কৃষ্ণ
    🙏জয় গুৰু শঙ্কৰ 🙏

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 2 ปีที่แล้ว +3

    বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে বাপ ঈশ্বৰ পুৰণজন অধ্যায় মাজেৰে মায়াময় জগত কথা আমাৰ দেহৰ কথা আমি পলে পলে অনুভৱ কৰিব পাৰিছো।বাপ ঈশ্বৰ অনুভৱ হয় এই শৰীৰটো সুষ্ঠ হয় থাকে মানে আত্মাৰ ও দেহৰ টোত ইন্দ্ৰৰীয়বোক চলায় আনন্দত থাকে।মোৰ অনুভৱ হয় বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dilipkumarsaikia4838
    @dilipkumarsaikia4838 3 หลายเดือนก่อน +1

    কৃষ্ণ বাপ, আপোনাৰ চৰণত সেৱা নিৱেদিলো। প্ৰভু অনুগ্ৰহ কৰি ষষ্ঠ স্কন্ধৰ পিছৰ খণ্ড বিলাক পোৱা নাই। সেয়েহে আপোনাৰ শ্ৰীমুখ পদ্মহন্তে শুনি বলৈ পাম বুলি আশা কৰিলোঁ প্ৰভু।আমি এজন আপোনাৰ নিয়মীয়া ভাগৱত শ্ৰুতা। কৃষ্ণ।।

  • @bhabanidas6326
    @bhabanidas6326 2 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ

  • @rinalahkar8437
    @rinalahkar8437 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ 🙏 সেবা গ্ৰহণ কৰিব

  • @rekhadas5058
    @rekhadas5058 2 ปีที่แล้ว +3

    🙏 হে বাপ জন আপোনি আমাৰ জীৱন ইমান চতুৰ ভাৱে ধন্য কৰি দিছে সেয়ে হে আপোনাৰ চৰণত কৌটি কৌটি প্ৰনাম নিবেদিলো 🙏 হয়তো এই জনমত ঋণ পৰিশোধ কৰিব নোৱাৰিম 🙏🙏

  • @debojyotidas6315
    @debojyotidas6315 2 ปีที่แล้ว +4

    Ram Krishna.Pranam.🙏🙏🙏🙏🙏

  • @bipinbora7052
    @bipinbora7052 2 ปีที่แล้ว +2

    অতি সুন্দৰ ভাগবত বাখা আপোনাক শতকোতি সেয়া জনালোঁ

  • @sonalihandique2210
    @sonalihandique2210 2 ปีที่แล้ว +2

    কৃষ্ণ 🙏

  • @padmamahanta8713
    @padmamahanta8713 2 ปีที่แล้ว +3

    কৃষ্ণ, কৃষ্ণ প্ৰভুজন ।আমাৰ প্ৰণাম গ্ৰহণ কৰিব ।

  • @manjulabora8219
    @manjulabora8219 2 ปีที่แล้ว +14

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিলোঁ 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ সু-প্ৰভাত প্ৰভু ঈশ্বৰ‌ 🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 ปีที่แล้ว +2

    🙏 কৃষ্ণ 🙌

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @mriduldehingia6544
    @mriduldehingia6544 2 ปีที่แล้ว +2

    Krishna prabhu Aapunak jaanu ketia log paam, Essore jaanu ketia milai, Ram Krishna prabhu

  • @pranitaorang7065
    @pranitaorang7065 2 ปีที่แล้ว +1

    কৃষ্ণ বাপ🙏 ভাগৱত পাঠ শুনি ভাল লাগিল ।

  • @ranjumoniborah6449
    @ranjumoniborah6449 2 ปีที่แล้ว +14

    🙏কৃষ্ণ প্ৰভু,সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব।আপোনাৰ শ্ৰীমুখে অমৃতময় কৃষ্ণকথা শ্ৰৱণ কৰি বহুত আনন্দিত।প্ৰভু ভগৱন্ত ই আপোনাক কুশল মঙ্গলে ৰাখি আগবঢ়াই যাবলৈ প্ৰাৰ্থনা জনাইছোঁ।🙏কৃষ্ণ

  • @probhawati8478
    @probhawati8478 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম।পূৰঞ্জনএই আখ্যাণটি শুনিবলৈ বহু আশাৰে বাট চাই আছিলো আজি ভাগ্যোদয় হ'ল।ইমান স্বাদ অমৃত মোৰ বাবে আৰু একুনাই।হে প্ৰভূমোৰ আগৰ ভিডিঅ ভাগ শুনোতে ন খন দোৱাৰ যোক্ত শৰীৰতু বুলি ভাৱিছিলো।আৰু ভাবিছিলো পূৰঞ্জনআৰু সেই নাৰীগৰাকীয়ে জীৱআত্মা আৰু পৰমআত্ম ।কাৰণ জীৱ আত্মা পৰমআত্মা দোয়ো ককাইভাই একেঠাইতে বহি আছে চিনা চিনী নাইবুলি শুনিছো।এটিঘৰৰ ন টি তলা গুৰুৰ হাতে ছাবি বুলিও দিহা নাম এভাগিও গাইছিলো।গতিকে বুজাত ইমান অসুবিধা পোৱানাই।প্ৰায় এসপ্তাহ অসুখত ভূগিথকা শৰীৰতু সুস্থ অনুভৱ কৰিছু।আপোনাৰু সুস্বাস্থ্য কামণা কৰিলো।ভগৱন্তই কৃপা কৰি সকলো কৰ্মতে আগুৱাই লৈ যওক ।কৃষ্ণ

  • @monujgogoi2626
    @monujgogoi2626 2 ปีที่แล้ว +1

    Krishan bap 🙏🙏🙏

  • @prokashborah7696
    @prokashborah7696 2 ปีที่แล้ว +11

    প্ৰভূ আপোনাৰ ভাগৱত শ্ৰৱণ ‌কৰিবলৈ পাই‌ সুখী হৈছো ভগৱানে আপোনাক ‌কুশলে‌ ৰাখক 🙏🙏🙏

  • @debojitbora9152
    @debojitbora9152 2 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূঈশ্বৰ আপোনাৰ শ্ৰীচৰণত। ভগৱানে আপোনাৰ মনোবাঞ্চা পূৰণ কৰক ।এয়ে আমাৰ ভগবানৰ চৰণত প্ৰাৰ্থনা ।।কৃষ্ণ ।।🙏🙏🙏

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 2 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম। 🙏🙏🙏

  • @dandikalita6471
    @dandikalita6471 2 ปีที่แล้ว +1

    Krishna prabhu .

  • @ramcharandeka9143
    @ramcharandeka9143 2 ปีที่แล้ว +5

    Om namah bhagawate vasudevaya.

  • @kankanlahkar1617
    @kankanlahkar1617 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ 🙏

  • @pratibhapathak5602
    @pratibhapathak5602 2 ปีที่แล้ว +2

    Krishna Krishna prabhu

  • @sangitamedhi553
    @sangitamedhi553 2 ปีที่แล้ว +4

    প্ৰনাম প্ৰভূ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ🙏🙏

  • @rameshnayak7903
    @rameshnayak7903 2 ปีที่แล้ว +4

    কৃষ্ণ ৰাম 🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 ปีที่แล้ว +1

    শ্ৰী কৃষ্ণায় বাসুদেৱায় নমো নমহ ঃ

  • @raninath4698
    @raninath4698 2 ปีที่แล้ว +5

    Bar akhare bat sai achilu ! Krishna Krishna.

  • @ranjudutta7109
    @ranjudutta7109 2 ปีที่แล้ว

    Krishno Krishno Krishno

  • @manjulabhuyan5676
    @manjulabhuyan5676 2 ปีที่แล้ว +4

    Krishna 🙏🙏🙏🙏

  • @putuldas3984
    @putuldas3984 2 ปีที่แล้ว +1

    Kreshna bapjan. Hredyate thake prabhua apunak. Krepa karak Aru lagate amaku

  • @junadutta8438
    @junadutta8438 2 ปีที่แล้ว +7

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @prasannadaimary7872
    @prasannadaimary7872 2 ปีที่แล้ว +4

    🙏🙏🙏

  • @jayantidas3472
    @jayantidas3472 2 ปีที่แล้ว +6

    কৃষ্ণ বাপ শতকৌটি প্ৰনাম গ্ৰহণ কৰিব ঈশ্বৰে কূশলে ৰাখক আপোনাক তাৰে কামনা কৰিলো 🙏🙏

  • @sanjeebkonwar4926
    @sanjeebkonwar4926 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @nilimachoudhury5019
    @nilimachoudhury5019 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏

  • @mnath7444
    @mnath7444 2 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , প্ৰণাম প্ৰভূ , প্ৰভূ ঈশ্বৰৰ‌ সৰ্বদা মংগল কামনা কৰি ঈশ্বৰ পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছো
    । 🙏🙏🙏

    • @juntineog1729
      @juntineog1729 2 ปีที่แล้ว

      ভক্তি ভৰা সেৱা আগবঢ়ালো,,

    • @parulsaharia5277
      @parulsaharia5277 2 ปีที่แล้ว

      Sri saranot sewa janalo jiman sunileo sunu sunu lagi thake provu

  • @ganeshkoch561
    @ganeshkoch561 2 ปีที่แล้ว +6

    Krishna Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 2 ปีที่แล้ว

    কৃষ্ণ বাপ আপোনাক শত কোটি প্ৰণিপাত জনালোঁ কৃষ্ণ