Bhagawat Path || Riju Pathak || Video-31 || (চতুৰ্থ স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 325

  • @lakhenboruah3183
    @lakhenboruah3183 3 ปีที่แล้ว +3

    কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +3

    কৃষ্ণ প্রভু ঈশ্বৰ আপোনাৰ চৰণত সহস্র প্রণিপাত জনাইছো। ধ্রুৱৰ অসন্তুষ্টিৰ কাৰণ আৰু তেওঁৰ ঈশ্বৰ ভক্তিৰ বিষয়ে জানিবলৈ পাই বহুত ভাল লাগিল প্রভু। ভাগৱতৰ অমৃতময় বাণী যিমানেই আপোনাৰ সুমধুৰ কণ্ঠত শুনিবলৈ পাইছো সিমানেই হৃদয়ংম হৈছো। আপোনী কুশলে থাকক দীর্ঘায়ু হওঁক তাৰ কামনাৰে ভগবানৰ ওচৰত কৌটি কৌটি প্রণাম🙏🙏🙏🙏

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 3 ปีที่แล้ว +1

    Ram Krishna.....Ram Krishna.......Ram Krishna 🙏🏻🙏🏻🙏🏻

  • @nareswarbarman6763
    @nareswarbarman6763 3 ปีที่แล้ว +1

    Ram ram ram....KRISHNA..bap pranam........

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 4 ปีที่แล้ว +1

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভুৰ চৰণত ভক্তিভাৱেৰে ‌সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @assmesvideo6000
    @assmesvideo6000 4 ปีที่แล้ว +3

    প্ৰভূ প্ৰণাম নিবেদিছো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাক মুখ্য কৰি ধৰ্মপ্ৰাণ সকলোলৈ সেৱা আগবঢ়ায়ছো দীঘ্যজীৱী কামনা কৰিছো।মধুময় বানীৰে মন ভৰাইছে বাপ গুৰু কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @ranjudutta2234
    @ranjudutta2234 4 ปีที่แล้ว +4

    Krishno Krishno Krishno hewa jonaisu

  • @khageswarborgohainborgohai2477
    @khageswarborgohainborgohai2477 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ শৱণ আনন্দ ত ধন্য ধন্য প্ৰনাম জনালোঁ ।

  • @b.kffgamingassam5277
    @b.kffgamingassam5277 4 ปีที่แล้ว +2

    ইমান সুন্দৰ ভাগৱত বাখ্যা ঘৰতে শুনিব পাইছো আপোনাক কেনেকৈ ধন্যবাদ জনাম

  • @jayasaharia5055
    @jayasaharia5055 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু । আপোনাৰ লগতে ভাগৱত শ্ৰোতা বাপ বান্ধব আই মাতৃ সমস্ত লৈ সেবা যাচিলোঁ ।

  • @basundharikakati2310
    @basundharikakati2310 4 ปีที่แล้ว +2

    Krishna Krishna prabhu pronam .

  • @bontiborah5014
    @bontiborah5014 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সেৱা গ্ৰহণ কৰিব ।সবাৰো চৰণত প্ৰণিপাত জনালোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @lakheswarthakuria2550
    @lakheswarthakuria2550 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว +1

    🙏Ram🌺Krishna🙏Ram🌺 Krishna🙏

  • @rinkuhazarika7754
    @rinkuhazarika7754 4 ปีที่แล้ว +4

    Krishna prabhu 🙏🙏🙏. bhakti vora pronipat jonaisu🙏🙏🙏

    • @ranudas4561
      @ranudas4561 3 ปีที่แล้ว

      🕉️ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @padminikonwar34
    @padminikonwar34 4 ปีที่แล้ว +2

    Krishna baapjona xotokouti pranam.apunar shreemukh r dwara Iman bhabgadhur byakhya xroban kori dhanya hoisu.mongolmoi houk.xuprabhat

  • @sarumaibora6873
    @sarumaibora6873 4 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ আপোনাক আৰু ভক্ত সবৰ চৰণত কোটি কোটি প্ৰণিপাত জনালো।

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ প্ৰনাম।আপোনাৰ ভাগৱত পাঠ শ্ৰৱনকৰি পৰম কৃতাৰ্থ হৈছো।আপোনা তথা আপোনা সপৰিয়ালৰে কুশল কামনা কৰিলো। কৃষ্ণ।

  • @gangadevi4089
    @gangadevi4089 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো প্ৰভু ।

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว

    🙏🙏 ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ🙏

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 ปีที่แล้ว +1

    Ram krishan bap. sewa grahan karibo. krishan

  • @RanjanitaSaikia-u2s
    @RanjanitaSaikia-u2s ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মুখেৰে ভাগৱত বাখ্যা শুনি মন পবিত্ৰ লাগি যায় । আপোনাক ভগৱানে কুশলে ৰাখক 🙏🙏🙏🙏।

  • @purabichetia3799
    @purabichetia3799 4 ปีที่แล้ว +1

    Kripa kora provu.
    .hokolure mangal houk krishna🙏🙏🙏

  • @bhabaniboruah8964
    @bhabaniboruah8964 2 หลายเดือนก่อน

    হে ঈশ্বৰ আমাৰ মনত আপুনিও ঈশ্বৰ। ইমান সুন্দৰ কৈ ব্যাখ্যা আগবঢ়ায় আমাৰ একেৰাহে চকুলো বৈ থাকে। আপুনি অকল ভাগৱতৰ বাহিৰত নাযায় প্ৰতিটো কূট ভাগৱতৰ ভিতৰত ব্যাখ্যা কৰে । হে ঈশ্বৰ আপোনাৰ শ্ৰীচৰনত শতকৌতি ভক্তি ভৰা সেৱা নিবেদিছোঁ । আমাক আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @akhilburagohain381
    @akhilburagohain381 4 ปีที่แล้ว +1

    Krishna Krishna bapjan
    🙏🙏🙏

  • @swarupadowarah1848
    @swarupadowarah1848 4 ปีที่แล้ว +3

    Krishna prabhu hewa jonalu.

  • @urmilabordoloi5725
    @urmilabordoloi5725 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু । সেৱা নিবেদিলো 🙏🙏

  • @jadavgogoi4008
    @jadavgogoi4008 4 ปีที่แล้ว +1

    কৃষ্ণ বাপ কৃষ্ণ। মহা অধমে সমস্ত সুহিদ বৃন্দলৈ সেৱা জনালো। কৃষ্ণ বাপ কৃষ্ণ

  • @dipaliray5259
    @dipaliray5259 4 ปีที่แล้ว +5

    Krishna Krishna🙏🙏 joy guru Shankar madhab ,,🙏🙏 pronam korilu baap 👏👏

  • @rimaborah6457
    @rimaborah6457 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ শ্ৰীচৰণত শতকোটি সেৱা নিবেদিছো৷শুভৰাত্ৰি৷

  • @ranjanarabha4608
    @ranjanarabha4608 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ আমি অধমেও আপোনাৰ এই পৱিত্ৰ বৈকুণ্ঠ ঢামত আপোনালৈ সশ্ৰদ্ধ সেৱা ও প্ৰাৰ্থনা জনাওঁ-🤲🤲🤲🤲কহয় মাধৱ মেৰি ওহি আশা মনে, সহজে পিৰীতি মাগো তোমাৰ চৰণে। ।হৰি মোৰ-------)👏👏👏👏👏।

  • @modhusmitadas9137
    @modhusmitadas9137 4 ปีที่แล้ว +3

    কৃষ্ণ শঙকৰগুৰু মাধৱ সস্ৰদ্ধাৰ সেৱা আগবঢ়াইছো প্ৰভূ । হৃদয়ত সন্তুষ পাইছো ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ‌

  • @binandadas9675
    @binandadas9675 4 ปีที่แล้ว +1

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি প্ৰভু মাধৱ পূবাৰ সেৱা জনালোঁ গ্ৰহন কৰিব ।কৃষ্ণ কৃষ্ণ ৰাম আপোনাক ঈশৱৰে কূপা কৰক 🙏🏼🙏🏼🙏🏼🙏🏼পূনৰ সেৱা জনালোঁ ।

  • @sabitridutta7494
    @sabitridutta7494 4 ปีที่แล้ว +1

    Krishna prabhu pranam jonalu

  • @dipikagogoi2840
    @dipikagogoi2840 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সুপ্ৰভাত শ্ৰীশঙ্কৰ-মাধৱদেৱ গুৰুদুজনাৰ অভয়চৰণ শীৰে তুলি শ্ৰীমহাভাগৱতৰ অমৃতপ্ৰসাদ হৃদয়ে ধৰি ভকতবৎসল আমাৰ শ্ৰীআচাৰ্যদেৱৰ চৰণত সেৱাঞ্জলী নিৱেদিলো লগতে আই-বাপসৱৰে কুশল-মঙ্গল কামনাৰে সেৱা আগবঢ়াইছোঁ । কৃষ্ণ হৰি ৰাম

  • @prabantisaikia550
    @prabantisaikia550 4 ปีที่แล้ว +11

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা হে জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayantidas3472
    @jayantidas3472 4 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু ঈশ্বৰ আশীৰ্বাদৰ কৰিব মাতে দয়াময় ঈশ্বৰৰ ঢৰণত সদায়
    মোৰ মতি থাকে কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @MunDas-ds8fu
    @MunDas-ds8fu ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক 🙏🙏

  • @sikhabordoloi4228
    @sikhabordoloi4228 4 ปีที่แล้ว +5

    প্ৰভু,অহা কালি অৰ্থাৎ 3. 02. 21 তাৰিখে আমি ভগৱন্ত প্ৰভুৰ কৃপাত এটি বিশেষ শুভ কাম কৰিবলৈ আগবাঢ়িছো... আপোনাৰ আশীৰ্বাদ একান্তই কাম্য প্ৰভু.....

  • @gorimatalukdar8725
    @gorimatalukdar8725 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ

  • @rajenchetia869
    @rajenchetia869 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা প্রণাম নিবেদিলো

  • @tutumonideka571
    @tutumonideka571 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @mnath7444
    @mnath7444 4 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , সেৱা নিবেদিছো ।

    • @narenchandrasaikia9561
      @narenchandrasaikia9561 4 ปีที่แล้ว

      Great to hear you with so valuable message through the great Bhagawat! Thank you so much!!

    • @mnath7444
      @mnath7444 4 ปีที่แล้ว

      @@narenchandrasaikia9561 It's my pleasure

  • @leenaborah8433
    @leenaborah8433 4 ปีที่แล้ว +1

    Krishna Krishna probhu
    Pronam jonalu🙏🏼🙏🏼🙏🏼🙏🏼

  • @sabitriboruah4411
    @sabitriboruah4411 3 ปีที่แล้ว

    কৃষ্ণ ,প্ৰভুজনালৈ হেৱা নিবেদন কৰিলো কৃষ্ণ ।

  • @deepabora1865
    @deepabora1865 4 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু ঈশৰ। তযু চৰণত শতকোটি প্ৰনাম জনাইছোঁ।

  • @shivanisaikia5530
    @shivanisaikia5530 3 ปีที่แล้ว

    ৰাম কৃষ্ণ 🙏🙏🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 4 ปีที่แล้ว +2

    Baap aponar sumadhur Bhagabat Katha Dhruba struti sunibo pai ati anandita. Sevakar pranam grahan karibo buli asha rakhisu. Krishna Krishna

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @manjulabhuyan5676
    @manjulabhuyan5676 4 ปีที่แล้ว +1

    Krishno 🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰথমে আপোনাসবৰ কুশল কামনা কৰিলো । এই বাক্ষ্যা শুনি বৰ ভাল লাগিছে সদাই যাতে শুনিবলৈ মতি ভক্তি বাঢ়ে ইয়াকে বিছাৰি সেৱা ধৰিলো ভৃত্য বুলি গ্ৰহন কৰিব । কৃষ্ণ ।

  • @anumilimorang6038
    @anumilimorang6038 4 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু ঈশ্বৰ বাপ আপোনাৰ চৰণত সহস্ৰ কৌটি প্ৰণিপাত নিবেদিলো।কৃষ্ণ

  • @rukminitalukdar425
    @rukminitalukdar425 4 ปีที่แล้ว +2

    কৃষ্ণ🙏 প্রভু আপোনাৰ চৰণত শত কোটি সশ্রদ্ধ সেৱা জনালো ভগৱানে আপোনাক দীর্ঘায়ু কৰক

  • @probitiburagohain1318
    @probitiburagohain1318 ปีที่แล้ว

    ৰাম কৃষ্ণ প্ৰভু সেৱা জনালোঁ। ৰাম কৃষ্ণ কৃষ্ণ

  • @dulalbori8510
    @dulalbori8510 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্ৰভু তযু চৰণত সেবা জনালোঁ।

  • @ratuldeka3368
    @ratuldeka3368 4 ปีที่แล้ว

    Krishno krishno prabhu hay mahavagowot tumar chorone khewa

  • @dipalidevi507
    @dipalidevi507 4 ปีที่แล้ว +2

    সেৱা নিবেদন কৰিছোঁ বাপ জন । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @manjulanath2645
    @manjulanath2645 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ,, বাপ ব্যস্ততাৰ মাজতো আমাক ইমান কৃপাধন্য কৰাৰ বাবে অশেষ ধন্যবাদ ।মাধৱ 🙏

  • @aswinikalita4243
    @aswinikalita4243 4 ปีที่แล้ว

    কৃষ্ণ বাপ আপোনাৰ চৰণত সেৱা নিবেদিছো । কৃষ্ণ কৃষ্ণ ।।

  • @manashihazarika9410
    @manashihazarika9410 4 ปีที่แล้ว +2

    🙏 Jai Srikrishna .

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 4 ปีที่แล้ว +1

    Krishna...apunar sree soronot hirr thoi pronam jonalu

    • @BipinChDeori
      @BipinChDeori 4 ปีที่แล้ว +1

      Namuskar haya grahan kariba hawara

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ।প্ৰভূজন কৰুনাময়ে আপোনাক সদাই কুশলে ৰাখক ।কৃষ্ণ

  • @mohansaikia3124
    @mohansaikia3124 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @priyadoleypegu597
    @priyadoleypegu597 4 ปีที่แล้ว +1

    🙏🙏🙏কৃষ্ণ প্রভূ ঈশ্বৰ শতকোটি প্রণিপাত জনালো। কৃষ্ণ❤🙏🙏🙏

  • @renukakalita2459
    @renukakalita2459 4 ปีที่แล้ว +1

    প্ৰণামপ্ৰভূকৃষ্ণকৃষ্ণ

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas ปีที่แล้ว

    🙏🌹🪔♥️🕉️ নমোঃ ভাগৱতেই বশূদেবাই 🙏🪔🌹❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অধমে আপোনাৰ শ্ৰী চৰনত কৌতি কৌতি প্ৰনাম জনালোঁ ❤ আপোনাৰ শ্ৰী মুখে কৃষ্ণ কথা শুনিবলৈ পায় নিজকে ধন্য হলো।আমকো আশীৰ্বাদ কৰিব যাতে শদ গুৰু প্ৰাপ্তি হও । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹❤

  • @jadabborah1447
    @jadabborah1447 4 ปีที่แล้ว +6

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @mahabahu6757
    @mahabahu6757 4 ปีที่แล้ว

    কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ মংগল হওঁক কৃষ্ণ ।

  • @kalpanamalia8867
    @kalpanamalia8867 ปีที่แล้ว

    অমৃত পান কৰিলো।বাপ আপোনাৰ চৰনত সেৱা জনিলো প্ৰভূ 🙏🙏🙏🙏

  • @junumech653
    @junumech653 4 ปีที่แล้ว

    কৃষ্ণৰাম কৃষ্ণ প্ৰভূ সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏

  • @rekhadas5058
    @rekhadas5058 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ

  • @prabinchabukdhara5129
    @prabinchabukdhara5129 4 ปีที่แล้ว

    Krishna Krishna Krishna Krishna bap krhna

  • @joyramnathhazarika2750
    @joyramnathhazarika2750 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ,জয় জগন্নাথ

  • @jayantamedhi5040
    @jayantamedhi5040 4 ปีที่แล้ว

    প্রণাম.প্রভু.ঈশ্বৰ🙏🙏🙏🙏🙏

  • @thaneswarborah478
    @thaneswarborah478 4 ปีที่แล้ว +1

    Pronam
    Probhu

  • @anjalihazarika7760
    @anjalihazarika7760 4 ปีที่แล้ว +2

    Krishna Krishna Krishna

  • @budhadas5777
    @budhadas5777 4 ปีที่แล้ว +3

    Ram krishna bap

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 ปีที่แล้ว

    Pranam Prabhu Ishwar🙏xunder aru monograhi path- byakhya bhagi huni xantux palo.Krishna🙏

  • @aaimonisingha4881
    @aaimonisingha4881 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🤲

  • @dilipbaishya6955
    @dilipbaishya6955 4 ปีที่แล้ว +2

    Krishna madhurakh 🙏🙏🙏

  • @nabinchdeka621
    @nabinchdeka621 4 ปีที่แล้ว

    Hriday jur pari juwa maha bhagawat path krishna

  • @ajantamedhidas8946
    @ajantamedhidas8946 3 ปีที่แล้ว

    Krishna baap apunak nataxire pranam jonaisu.....🙏🙏🙏

  • @manoromaborah9024
    @manoromaborah9024 3 ปีที่แล้ว

    Krishna krishna krishna🙏🙏🙏 sarbada santi sukh anubhav kariso pray abasor bhagawat path srawan kariso ghagawantai aponak kushale rakhak krishna krishna krishna🙏🙏🙏

  • @dipakkalita9267
    @dipakkalita9267 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @DipKumer-ld5sx
    @DipKumer-ld5sx หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রণাম প্রভূ

  • @mriduldehingia6544
    @mriduldehingia6544 4 ปีที่แล้ว +2

    Hey prabhu hewa jonaisu, Essoror Ham tulya aapuni, mur babe aapuniei ESSOR

  • @LokhiNath-w2b
    @LokhiNath-w2b 9 หลายเดือนก่อน

    Krishna Krishna provu eswar apunar soronot khawa jonalu 🙏 Krishna

  • @nibirdas494
    @nibirdas494 4 ปีที่แล้ว

    প্ৰনাম প্ৰভু দাসীৰ সেৱা গ্ৰহণ কৰিব। ঈশ্বৰে আপোনাৰ সহপৰিয়ালক কুসলে ৰাসক এয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ বাপ

  • @tulumoniboruah2419
    @tulumoniboruah2419 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ।প্ৰভু অতি সুন্দৰ।ধ্যনবাদ থাকিল আপোনাসবলৈ।

  • @Ankurkochari
    @Ankurkochari 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ।

  • @urmilagogoi336
    @urmilagogoi336 4 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ সেৱা জনালোঁ।

  • @ranjumoniborah6449
    @ranjumoniborah6449 4 ปีที่แล้ว +2

    🙏কৃষ্ণ প্রভু ।

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @prafullabora5386
    @prafullabora5386 4 ปีที่แล้ว +3

    জয় গুৰু শঙ্কৰ। কৃষ্ণ কৃষ্ণ প্রভু । সকলোৰে প্রতিআন্তৰিক সেৱা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ ।

  • @lakhiborah4897
    @lakhiborah4897 5 หลายเดือนก่อน

    Prabhu baap Pranam janalu 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 4 ปีที่แล้ว +9

    🙏🙏কৃষ্ণ প্ৰভু,সেৱা নিবেদিছো আপোনাৰ চৰণত।কৃষ্ণ 🙏