Short Film- "যুঁজ" (অসমীয়া ছুটি ছবি)

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ต.ค. 2024
  • কেইখনমান অপৰিপক্ক হাতৰ এক ক্ষুদ্ৰ প্ৰয়াস।। একেবাৰেই ন-শিকাৰু আমি।। এই জটিল সময়ত অভিনয়ৰ লগত থকা ভালপোৱাখিনি এনেকেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো।। আপোনালোক সকলোৰে মৰম আৰু আৰ্শীবাদ বিচাৰি আগবঢ়াই দিছো আমাৰ ছুটি-ছবি "যুঁজ"
    ভূলবোৰ আঙুলিয়াই দি আমাক আগুৱাই লৈ যাব বুলি আশা ৰাখিলো।।
    কাহিনী-ড° মৃণাল কলিতা
    চিত্ৰনাট্য-সংলাপ- লুইচ দত্ত
    পৰিচালনা-লুইচ, বিকান্ত
    ধন্যবাদ

ความคิดเห็น • 72