Assamese Writer Kaushik Nandan Baruah Exclusive With Namrata Priyam

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 พ.ค. 2024
  • 📌 নিৰিবিলিৰ কোলাত বহি তেওঁ বিচাৰি ফুৰে হাজাৰটা নীৰৱ কাহিনী
    📌 দ্বীপেন বৰুৱা, লতাজীৰ গীত তেওঁৰ একান্ত সময়ৰ সংগী
    📌 ‘কাঞ্চন নগৰী’ৰ প্ৰেমত কেনেকৈ পৰিল কৌশিক নন্দন বৰুৱা?
    📌 কৌশিক নন্দনে জীৱনৰ সংজ্ঞা কেনেদৰে দিয়ে?
    📌 ‘নিৰিবিলি’, ‘সৰাফুল’ৰ পাছত কৌশিক নন্দন কিহত ব্যস্ত?
    📌 ষ্টুডিঅ’ত ‘নিৰিবিলি’, ‘সৰাফুল’ৰ স্ৰষ্টা কৌশিক নন্দন বৰুৱা
    📌 নম্ৰতা প্ৰিয়মৰ সৈতে ‘দুপৰীয়াৰ অতিথি’
    #KaushikNandanBaruah #Niribili #Saraphul #exclusive #love #friendship #assamesenews #nd24assamese #nd24live #livenews #nd24news
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 115

  • @debasishkalita178
    @debasishkalita178 หลายเดือนก่อน +142

    কৌশিক দাক ভাল পোৱা সকলোৱে মাথোঁ এটা লাইক তেখেতৰ বাবে কৰিব বুলি আশা ৰাখিছো৷

  • @hemangimainu4760
    @hemangimainu4760 หลายเดือนก่อน +23

    কৌশিক দা টো সদায়েই বিশেষ , কিন্তু লক্ষ্য কৰকচোন সেই ছোৱালীজনী, তাইৰ মোহনীয় কথাবোৰেও যেন সাক্ষাৎকাৰটোৰ মূল্য বেছিকৈয়ে‌ বঢ়াই তুলিলে ❤

  • @debakshichutia3781
    @debakshichutia3781 หลายเดือนก่อน +46

    কৌশিক দাৰ লেখনি আৰু বিশ্ৰুত দাৰ গীত মোৰ সদায়েই প্ৰিয় 💌, যিসকলৰ এই দুয়োজন ব্যক্তি প্ৰিয়,এটা লাইক কৰি যাবা 🌚🌼।

  • @parijatgogoi5272
    @parijatgogoi5272 หลายเดือนก่อน +22

    সাধাৰণতে ১ ঘণ্টা বা ২ ঘণ্টাৰ ভিডিঅ' চোৱাৰ মোৰ ধৈৰ্য নাথাকে কিন্তু নাজানো কেনেকৈ কৌশিক দাৰ প্ৰত্যেকটো ইণ্টাৰভিউ ঘণ্টাজুৰি হলেও চাবলৈ ধৈৰ্য আহি পৰে। নাজানো তেখেতৰ কথাবিলাকত কি যাদু আছে , এনেকুৱা লাগে যেন কৈ থাকিলে শুনি গৈয়ে থাকিম 🥰 ।। তেখেতৰ অন্তঃস্পৰ্শী কথাবিলাক শুনিলে মুখত স্বয়ংক্ৰিয়ভাৱে মিঠা হাঁহি বিয়পি পৰে 😊 ।। সঁচাই কৌশিক দা অশান্তিৰে বিৰাজ কৰি থকা এটা মনকো শান্তিৰে উপচাই পেলাব পৰা যাদু আছে আপোনাৰ কথা / বাক্যবোৰত ❤।। ভালে থাকক সদায় ❤

    • @PrabinBorah-uw8cl
      @PrabinBorah-uw8cl หลายเดือนก่อน +1

      Xosakoia .. kotha bura mon sui jai❤

  • @DasSUnali-hg2df
    @DasSUnali-hg2df หลายเดือนก่อน +7

    One of the favourite novel "niribili"❤️‍🩹

  • @ankursarmah9305
    @ankursarmah9305 หลายเดือนก่อน +41

    "নিৰিবিলি" , "সৰাফুল" দুইখন পঢ়িলোঁ এতিয়া মাঠু 'ৰাধা' লৈ অপেক্ষা ❤

    • @armysdddirtymindcleaner998
      @armysdddirtymindcleaner998 หลายเดือนก่อน +1

      Xoraphool khn kene lage?...niribili khon porhilu...next xoraphool khoon porhim buli vbisu...olop kahini tu kenekuwa kobo niki...bea napay judi

    • @ankursarmah9305
      @ankursarmah9305 หลายเดือนก่อน

      @@armysdddirtymindcleaner998 i thing vl paba... "সৰাফুল"ৰ মাজত মই নিজক বিচাৰি পাইছো !
      মই ভাবো সকলোয়ে এইখন পঢ়িব লাগে !

    • @rumldutta5613
      @rumldutta5613 29 วันที่ผ่านมา

      ​​@@armysdddirtymindcleaner998
      Bohut bhal kitap hoi...horaful t kunu kahinir bornona nai,tat ase ami life t log puwa bivino manuhor hote huwa experience,horaful pohi bohut prerona puwa jai life tuk loi...Ami jodi life t kiba beya situation face korisu...tar pora ulai ahi...hoi juwa bilakok dhori nathaki...life tu kenedore punor bhal dore jiyabo pari,agg bahi jabo pari tar uporot answer bilak horaful t bisari puwa jai

    • @armysdddirtymindcleaner998
      @armysdddirtymindcleaner998 29 วันที่ผ่านมา

      @@rumldutta5613 Xoraful khn porhilu etiya radha khn ulale hol aru moi insta use nokoru babe porha huwa nii

  • @jyotsnabaruahhandique2325
    @jyotsnabaruahhandique2325 หลายเดือนก่อน +2

    কৌশিকৰ প্ৰতিটো কথাই মন চুই গ'ল। বয়সতকৈ অধিক পৰিপক্কতাৰ চিন পৰিস্ফুট প্ৰতিটো কথাত। তেওঁ ভালে থাকক নিজৰ বাবেও, আনৰ বাবেও ❤❤

  • @TribeniKalita-dk4rt
    @TribeniKalita-dk4rt หลายเดือนก่อน +13

    কৌশিক নন্দন বৰুৱা নামেই যাৰ পৰিচয়,তেওঁৰ লিখনিবোৰে সচাঁই অনুপ্ৰাণিত কৰে নৱপ্ৰজন্মক।❤❤❤❤

  • @prasantasaikia721
    @prasantasaikia721 หลายเดือนก่อน +5

    কথাকেইটা ইমান সুন্দৰকৈ প্ৰকাশ কৰে সচাঁয়ে হৃদয় স্পর্শ কৰি যায়❤👌

  • @KrishnaBhuyan-cd5zf
    @KrishnaBhuyan-cd5zf หลายเดือนก่อน +1

    বহুত ভাল লাগিল।এনেকুৱা অনুষ্ঠান বিলাকে নিঃ সংগ মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে।

  • @pallaviborah1012
    @pallaviborah1012 หลายเดือนก่อน +1

    খুবেই সুন্দৰ অনুষ্ঠান,,,,,,,দুয়োজনেই বৰ প্ৰিয়,,,, নম্ৰতা বাৰ্তালাপৰ পৰাই প্ৰিয়.....আগবাঢ়ি যাওক দুয়োজন সফলতাৰ বাটত,,,,,,শুভকামনা সদায় আছে আৰু থাকিব l

  • @Kashyapee325
    @Kashyapee325 หลายเดือนก่อน +3

    প্ৰিয় 😌💞🌍🌷

  • @minakshisfoodcourt4804
    @minakshisfoodcourt4804 หลายเดือนก่อน +1

    খুব ভাল লাগিল । অন্তৰ চুই যোৱা প্ৰতিটো অনুভৱ । শ্ৰীকৃষ্ণ আপোনাৰ সাৰথি হওক

  • @user-uq7hr9er3x
    @user-uq7hr9er3x หลายเดือนก่อน +10

    Niribil my favorite book📚 🌺🍁

  • @kankanadeka6384
    @kankanadeka6384 หลายเดือนก่อน +2

    Kaushik Nandan da apunar kotha burot kiba ata jaduo ase .apuni jiman morom loga apunar kotha buroh ximaneh morom loga.❤

  • @__mon__0.2
    @__mon__0.2 หลายเดือนก่อน +4

    Proud to be a tezpuriyan ❤️

  • @gitikakalita4444
    @gitikakalita4444 หลายเดือนก่อน

    খুব সুন্দৰ অনুষ্ঠান । ইমান সহজ সৰল সুন্দৰ ব্যক্তিত্বৰ ব্যক্তি। সঁচাই বহুত ভাল লাগিল। তেওঁ নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস ।

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 หลายเดือนก่อน +5

    সচাকৈ দুয়োগৰাকীৰ কথাবাৰ্তাই মন চুই গল।

  • @user-fm7jt2dz2t
    @user-fm7jt2dz2t หลายเดือนก่อน +2

    নম্ৰতা ফুকন আগবাঢ়ি যোৱা।❤❤❤

  • @balinyt258
    @balinyt258 หลายเดือนก่อน +1

    Nd24 এই অনুষ্ঠানটো চাই সঁচাকৈয়ে বহুত ভাল লাগিল। আৰু আপোনাৰ দুয়োজনৰ কথাবাৰ্তাই সঁচাকৈয়ে মন চুই গল।

  • @nirakhiborsaikia9662
    @nirakhiborsaikia9662 หลายเดือนก่อน +1

    ইমান সুন্দৰভাৱে শব্দৰ উপস্হাপন কৰিছে , সঁচাই আপুনি বহুত প্ৰিয় , সদাই প্ৰিয় হয় থাকিব ।

  • @user-ri4kx9zi4i
    @user-ri4kx9zi4i หลายเดือนก่อน +3

    তেজপুৰৰ নিৰিবিলি ৰ দৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰো কেমপাছ নভেল লাগে😍

  • @user-iw9yg4jw5o
    @user-iw9yg4jw5o หลายเดือนก่อน

    আপোনাৰ কথা বিলাক শুনি মনটো জীপাল হৈ পৰিল,মনত নতুন উদ্যম, নতুন শক্তি পোৱা যেন‌ লাগিল। আপুনি সদায় ভালে থাকক,সুস্থ থাকক আৰু এনেদৰে মন জীপাল কৰি থকা কাহিনীবিলাক লিখি গৈ থাকক। ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ ওপৰত সদায় এনেদৰে সুপ্ৰসন্ন হৈ থাকক তাৰেই কামনা কৰিলো🙂।

  • @priyankabora3139
    @priyankabora3139 หลายเดือนก่อน +3

    দুয়ো গৰাকীৰ কথাখিনিয়ে মন চুই গ'ল।

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 หลายเดือนก่อน

    ইমান ধুনীয়া প্ৰতিটো কথা, প্ৰতিটো অনুভৱ , প্ৰতিটো চিন্তু , দুয়ো জনেই মোৰ খুব প্ৰিয় 🥰🥰🥰 কুশলে থাকা সদায় 💞💞💞

  • @user-bz6fd2lg9b
    @user-bz6fd2lg9b หลายเดือนก่อน +2

    সময় এক ডাঙৰ উপহাৰ। ❤️

  • @user-gj1jd3cb5l
    @user-gj1jd3cb5l หลายเดือนก่อน

    OMG.... সংলাপ টো যেন মোৰ মনৰ কথা কথা কলে তেওঁ 🧿🧿🙏🙏🙏ভাল লাগিল

  • @Sabi-ta
    @Sabi-ta หลายเดือนก่อน

    চাই আমনি নলগা অনুষ্ঠান এটি।
    প্ৰিয় মানুহজন।❤

  • @arpansvlogs5930
    @arpansvlogs5930 หลายเดือนก่อน +5

    Bohut val lagile ❤

  • @rumpidevi6374
    @rumpidevi6374 หลายเดือนก่อน

    কথাবোৰো দেখুন এটা সুৰ। সুৰ বোৰে প্ৰাণ পাই তেওঁৰ কণ্ঠত। সচাঁকৈ হৃদয় চুই যোৱাকৈ কোৱা কথা বোৰত ডুবি আছোঁ

  • @sushmitabaishya1943
    @sushmitabaishya1943 22 ชั่วโมงที่ผ่านมา

    খুব সুন্দৰ ❤️❤️❤️❤️

  • @adityboruah8299
    @adityboruah8299 26 วันที่ผ่านมา

    নিৰিবিলি পঢ়ি বহুত ভাল লাগিল। কৌশিক নন্দন বৰুৱাৰ পৰা আৰু এনেকুৱা ধৰণৰ লিখনি পাম বুলি আশা কৰিলোঁ

  • @dushashanrabha1434
    @dushashanrabha1434 หลายเดือนก่อน +3

    "নিৰিবিলি" , "সৰাফুল" দুয়োখনেই পঢ়ি ভাল লাগিল এতিয়া মাত্ৰ "ৰাধা" জনী লৈ অপেক্ষা❤

  • @putulihazarika7061
    @putulihazarika7061 หลายเดือนก่อน +1

    প্ৰতিটো শব্দৰ আঁৰত এটা স্পষ্ট সুৰৰ মাদকতা প্ৰকাশ পাই। বৰ ভাল লাগিল।

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r หลายเดือนก่อน

    অনুষ্ঠানটো বহুত ভাল লাগিল ।❤❤

  • @jahnabisaikia3266
    @jahnabisaikia3266 หลายเดือนก่อน +2

    খুব ভাল লাগিল ৷

  • @ramdhenu1663
    @ramdhenu1663 หลายเดือนก่อน +1

    ইমান ভাৱ গধুৰ বাৰ্তা। অসমীয়া সাহিত্যত এটি আশা প্ৰদীপ ,এটি নতুন যুগৰ সৃষ্টি হ'ব, কৃষ্ণ আপোনাৰ সাৰথি হওঁক।❣️❣️🙏🙏

  • @faridahaq
    @faridahaq หลายเดือนก่อน

    Very inspiring! Wishing you all the best.. ❣️

  • @RimaNath359
    @RimaNath359 หลายเดือนก่อน +2

    তেওঁ বিশেষ 💚

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx หลายเดือนก่อน

    কৌশিক নন্দন দা আৰু তেখেতৰ লেখনিবোৰ খুবেই প্ৰিয়❤

  • @devidromanticboysonganddra3486
    @devidromanticboysonganddra3486 หลายเดือนก่อน +2

    Abhimunyu আৰু সন্ধ্যা ৰ বিবাহ হোৱাটো মই বিচাৰিছিলোঁ Abhimunyu my fevt character

  • @DimpiThakuria699
    @DimpiThakuria699 หลายเดือนก่อน +1

    নিৰিবিলি ,সৰাফুল দুয়োখনেই প্ৰিয়।।❤

  • @dharitri_borah
    @dharitri_borah หลายเดือนก่อน +1

    তেওঁ প্ৰিয়❤

  • @user-ih4qc8xc2c
    @user-ih4qc8xc2c หลายเดือนก่อน

    Bhut bhal lagil....❤❤❤

  • @user-bx5wg6tt3k
    @user-bx5wg6tt3k หลายเดือนก่อน +2

    Priyo ❤

  • @PrakashBarik-js7bu
    @PrakashBarik-js7bu 25 วันที่ผ่านมา

    প্ৰিয় মানুহজন❤

  • @user-om4mz2rc9f
    @user-om4mz2rc9f หลายเดือนก่อน +1

    প্ৰিয় কৌশিক দা❤️‍🩹😊

  • @jinti___d
    @jinti___d หลายเดือนก่อน +1

    সদায় প্ৰিয় দাদা আপুনি আৰু আপোনাৰ লিখনি❤❤❤

  • @karishmadevi9583
    @karishmadevi9583 หลายเดือนก่อน +1

    Bhut val lgil❤

  • @niharikachetia1833
    @niharikachetia1833 หลายเดือนก่อน

    Khub val lagil kothabur ❤

  • @jurimonikalita4440
    @jurimonikalita4440 หลายเดือนก่อน

    সঁচাই আপ্লুত হলোঁ, খুব আশাৰ সন্তান আমাৰ বাবে❤❤

  • @pujabaishya7805
    @pujabaishya7805 หลายเดือนก่อน +3

    ৰৈ আছোঁ,এতিয়া মাথো ৰাধা‌‌‍ ৰ অপেক্ষাত 😌

  • @priyampolisaikia3600
    @priyampolisaikia3600 หลายเดือนก่อน

    Bohut val lagil dada❤

  • @ankitapriyam11
    @ankitapriyam11 หลายเดือนก่อน +2

    ভাল লগা ব্যক্তি ❤

  • @jintumahanta3094
    @jintumahanta3094 หลายเดือนก่อน

    Bohut val lagil ❤❤❤❤❤

  • @inamul_Alam
    @inamul_Alam หลายเดือนก่อน

    Uff dhuniya kashik da❤

  • @rituraazduarah8395
    @rituraazduarah8395 หลายเดือนก่อน

    Most talented kaushik❤

  • @kabitaboruah2311
    @kabitaboruah2311 หลายเดือนก่อน

    বহুত বেছি ভাল লাগিল চাই 😊 আগতেই কেইবাবাৰো চালু তেওঁৰ শাইক্ষতকা কিন্তু আকৌ চালো 🤗 নীৰিবিলি পহিয়েই গম পাইছিল যে ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ লিখনিত মই মোক নিজক বিচাৰি পাইছিলো তেতিয়া জানিছিলো যে কৌশিক দৈয়ো চাগে তেওঁৰ লিখনী পঢ়ি ভাল পাইছিল আৰু আজি কলে যে তেওঁ পঢ়ি ভাল পাইছিল আৰু এতিয়া কৌশিক দাৰ লিখনী বোৰটো মই মোক নিজকে বিচাৰি পাওঁ 🙂 ভাল লাগে । তেওঁ ভালে থাকক 🤗🥰।

  • @guningayary6613
    @guningayary6613 หลายเดือนก่อน

    Love you koushik da o love you ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @radiolover..6422
    @radiolover..6422 19 วันที่ผ่านมา

    দুয়োৰে কথাবোৰ বৰ সুন্দৰ।

  • @SanjibKalita-lq2rw
    @SanjibKalita-lq2rw 29 วันที่ผ่านมา

    ভাল লাগিল

  • @user-ig1nq8xz3v
    @user-ig1nq8xz3v หลายเดือนก่อน

    Fantastic discussion

  • @user-yc5dt1ip8q
    @user-yc5dt1ip8q 29 วันที่ผ่านมา +1

    Suwali Joni bohut smart hoi val lagile❤️

  • @pankajkonwar1658
    @pankajkonwar1658 หลายเดือนก่อน +1

    Kothakhini khub vl lgil 👌👌

  • @chumkibora638
    @chumkibora638 หลายเดือนก่อน

    Emn bhl lagil ❤

  • @dipakrajbongshi837
    @dipakrajbongshi837 หลายเดือนก่อน +1

    My favourite novel niribili

  • @rupomray8162
    @rupomray8162 หลายเดือนก่อน

    ভাল লাগিলে চাই ,কৌশিক দাৰ কথাত এটা সুকীয়া আমেজ আছে

  • @rishi---knwar6426
    @rishi---knwar6426 หลายเดือนก่อน

    🥺❤️

  • @user-ot4ly1he8j
    @user-ot4ly1he8j หลายเดือนก่อน

    বৰ সুন্দৰ কথা

  • @pranjalkalita4295
    @pranjalkalita4295 27 วันที่ผ่านมา

    Niribili :নিৰিবিলি❤

  • @midismitamadahi673
    @midismitamadahi673 หลายเดือนก่อน +1

    ❤❤

  • @nikitakalita5061
    @nikitakalita5061 19 วันที่ผ่านมา

    আপুনি মোৰ সদায়েই প্ৰিয় ❤

  • @user-bz6fd2lg9b
    @user-bz6fd2lg9b หลายเดือนก่อน +1

  • @_Rashmi_rekha_717
    @_Rashmi_rekha_717 หลายเดือนก่อน

    I feel proud to be born in our Tezpur💗🫶

  • @kritirajtaw8962
    @kritirajtaw8962 หลายเดือนก่อน +9

    বিশুদ্ধ অসমীয়াৰ বাৰ্তালাপ এনেও ভাল লাগে।এই অনুষ্ঠানটো চাই হোমেন বৰগোহাঞি দেৱৰ কথা-বাৰ্তা আনুষ্ঠানলৈ মনত পৰিল।

  • @lohorjyotimoran3646
    @lohorjyotimoran3646 หลายเดือนก่อน +1

    আমি মানুহ হয়তো সেইবাবে কাৰোবাৰ এষাৰি মাত প্ৰয়োজন ❤

  • @rajdeepgogoi69
    @rajdeepgogoi69 หลายเดือนก่อน

    Joy Krishna guru 🙏

  • @arifaamrin9427
    @arifaamrin9427 หลายเดือนก่อน

    🥀

  • @Diganta-on1yh
    @Diganta-on1yh หลายเดือนก่อน

    Niribili hosai priyo ❤❤

  • @DolishaTalukdar142
    @DolishaTalukdar142 หลายเดือนก่อน

    ❤❤❤❤

  • @Rinku_1.O
    @Rinku_1.O หลายเดือนก่อน

    Kaushik da ❣️

  • @DeepjyotiBharali-jc7ux
    @DeepjyotiBharali-jc7ux หลายเดือนก่อน

    Kaushik da apuna kotha bur bor val lage

  • @ranjitapatar9859
    @ranjitapatar9859 หลายเดือนก่อน +1

    dhunia

  • @kpoper169
    @kpoper169 หลายเดือนก่อน

    Val lagil

  • @pollymahanta7508
    @pollymahanta7508 หลายเดือนก่อน +1

    দুয়োগৰাকীকে খুব ভাল লাগিল

  • @pallabidas338
    @pallabidas338 หลายเดือนก่อน

    Val lagile dada😢

  • @PradipBarman-dy3fx
    @PradipBarman-dy3fx หลายเดือนก่อน

    দুয়ো জনে মোৰ খুব প্ৰীয়, বাৰ্তালাপ ত নম্ৰতা বা থকা তে গোটে ভিডিও চাইছিলো এতিয়া যেন চাব ভাল নলগা হৈ গৈছে বহু দিনৰ প্ৰিয় ভাল পোৱা মানু্হ দুজন লগ পোৱাৰ নিচিনা হৈ গল

  • @rinkumoniborahdutta8426
    @rinkumoniborahdutta8426 หลายเดือนก่อน

    Hundar

  • @PrabinBorah-uw8cl
    @PrabinBorah-uw8cl หลายเดือนก่อน

    Moi nerebeli rr pramota porilu ooo ❤

  • @Botyrgushbsjuhbstsg
    @Botyrgushbsjuhbstsg หลายเดือนก่อน

    কৌশিক চাৰ আপোনাৰ নিৰিবিলি উপন্যাসখনত ময়ুৰ চৰিত্ৰটো আপুনি হয় যেন পাঁও কাৰণ Nd24interview ত আপুনি কৈছে আপুনি কিতাপ পঢ়ি, জুবিনদাৰ গান ,অকলে থাকি ভাল পায় যিটো ময়ুৰেও হয়

  • @anishamahanta8757
    @anishamahanta8757 หลายเดือนก่อน

    কিতাপখন অতি সোনকালে লাগে ।

  • @Kashyapee325
    @Kashyapee325 หลายเดือนก่อน

    মোৰ কৃষ্ণজন 💓🌍

  • @nabajyotibora124
    @nabajyotibora124 หลายเดือนก่อน

    কৃষ্ণ

  • @dipikaoza7556
    @dipikaoza7556 หลายเดือนก่อน

    বহুত ভাল লাগিল।

  • @user-un7kt8ms4e
    @user-un7kt8ms4e หลายเดือนก่อน

    Dui garaki mur priy.

  • @satyajitmudoi3010
    @satyajitmudoi3010 หลายเดือนก่อน +1

    Katha burot nijok bisari pabo parisu...

  • @karabisahariah2670
    @karabisahariah2670 หลายเดือนก่อน

    Apunar dore moko manuhe time dile 100% dile vaal pao seia 2mint a hauk.. aru moio xarat a vaal pao.. aru sanglap 2 nijatke vaale rokha..

  • @woman178
    @woman178 หลายเดือนก่อน

    Bape ase na nai Jatitur jila loi baper naam kawbaw parisa na nai

  • @boikunthabori1519
    @boikunthabori1519 หลายเดือนก่อน

    Kitapkhon lage hunkale

  • @nayamibasumotary9909
    @nayamibasumotary9909 หลายเดือนก่อน

    Nuhua hoi jua kotha kiyo bhaba?