কৃষ্ণৰ পভু জনা আৰু ভক্ত record voice note how i met american eagle roanoke river ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ ❤❤❤❤❤
প্রভু ঈশ্বৰ আপুনি অন্য দুজন গুৰুৰ কথা অর্থাৎ দামোদৰ দের আৰু হৰিদের প্রভু দুজনাৰো আপোনাৰ ব্যাখ্যাৰ মাজেৰে তেৰা সৱৰ সৃষ্টি সমৃহৰও ব্যাখা কৰিব বুলি আশা কবি লো ৷ কৃষ্ণ ৷ 👃👃👃👃👃
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে এই বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
কি যে মধুৰ ভাগৱত ব্যাখা শুনি মন প্ৰসন্নতাৰে ভৰি পৰিছে | ভাবিছো বিয়াৰ আগতেই কিয় ভাগৱত শ্ৰৱণ নকৰিলো | তেতিয়া হয়তো আমাৰ সন্তানক প্ৰকৃত ভকত কৰিব পাৰিলোহেঁতেন | এতিয়াও তেওঁলোকক ভগৱানৰ প্ৰতি ভক্তিভাৱ আৰু শ্ৰৱণ কীৰ্ত্তন কৰাবলৈ অহৰহ চেষ্টা কৰি যাম | কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম
জয় গুৰু শ্ৰীমন্ত শঙ্কৰ
সেৱা জনাইছো বাপ জনা
বৰ সুন্দৰ কথা কৈছে । মোৰ মনে অন্তঃকৰণেৰে মানি লৈছে । কৃষ্ণ !
জয় গুৰু শংকৰ 🙏🙏🙏।। কৃষ্ণ।। কৃষ্ণ।। ৰাম।। ৰাম।। ৰাম।। অতী সুন্দৰ বাপ কৃষ্ণ কথা 🙏🙏🙏 প্ৰণনাম জনালো বাপ কৃষ্ণ 🙏🙏🙏❤️
প্ৰভু জনাক প্ৰথমে সেৱা জনাইছো 🙏।ইমান সুন্দৰ হৈছে,ভাষাৰে বুজাব নোৱাৰিম ।বহুত নজনা কথা জানিব পাৰিছো আৰু আপোনাৰ মঙ্গল কামনা কৰিলো ,পুনৰ সেৱাৰ 🙏🙏🙏🙏🙏🙏
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এনে দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤
😅 of😊😊l
কৃষ্ণ কৃষ্ণ বাপ । কৃতাৰ্থ হলো ব্যাখ্যা ভাগ শ্ৰৱণ কৰি ।সেৱাৰে কৃষ্ণ কৃষ্ণ ।
All the best sir
আপোনাৰ দ্বাৰা ভগৱন্ত জনৰ মহিমা, ভাগৱত ব্যাখ্যা শুনি আপ্লুত হলো,,সদায় sunu,, নিজৰ জীৱন সাৰ্থক যেন লাগে এনে ভাগৱত ব্যাখ্যা শুনিলে🙏🏻🙏🏻😊
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
কৃষ্ণ🙏সেৱা জনালোঁ। বিপিন বৰুৱা গৃহত হে কৃষ্ণ মাধৱ🙏🙏
কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ 🙏 কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণৰ পভু জনা আৰু ভক্ত record voice note how i met american eagle roanoke river ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ ❤❤❤❤❤
Krishno bap❤ ❤ ❤ ❤
বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
হে বাপ জন ইমান সুন্দৰ আৰু সময়োপযোগী বিশ্লেষণ আগ বঢ়াইছে শুনি আপ্লুত হৈ পৰিলোঁ। ভগৱন্তই কুশলে ৰাখক। আপোনাৰ যাজন মুখী বাখ্যাই অসমীয়া সমাজ খনৰ কল্যাণ কৰিব বুলি আশা কৰিলো। কৃষ্ণ বাপ জন সেৱা লব। 🙏🏻
🙏🏼🙏🏼🙏🏼🙏🏼কৌটি কৌটি প্ৰণাম প্ৰভু ,কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ,বাপজনাৰ চৰণত সেৱা জনালো ।🙏🙏 ভাওনা প্ৰদৰ্শন ৰ স্থান সম্পৰ্কত বৰ সুন্দৰ কথা ক'লে 🙏🙏।
কৃষ্ণ কৃষ্ণ বাপ শঙ্কৰদেৱে বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰা দৰে কলিত প্ৰানজিৎ গগৈ বাপে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভাগৱত বাখ্যা কৰি প্ৰচাৰ কৰিছে । তেখেতক শতকোটী প্ৰনাম কৃষ্ণ কৃষ্ণ ।
অতি সুন্দৰ কথা কৈছে বাপজনাই। কৃষ্ণ কৃষ্ণ বাপ।
কৃষ্ণ দেই বাপ জয় গুৰু শংকৰ
সুন্দৰ বাখ্যা।কৃষ্ণ সেৱা জনালো বাপজনাক।
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Krishna aapka video bahut achcha Laga thanks 🙏🙏🙏🙏🎉🎉🎉❤❤❤❤
সুন্দৰ আৰু শুদ্ধ অসমীয়া বাখ্যা শুনি নিজকে ধন্য মানিছো ।
কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত ভাল লাগিল
কৃষ্ণ প্ৰানজিৎবাপ আমাৰ সেৱা নিবেদিছো। আপোনাৰ শ্ৰী মুখ নিসৃত ভাগৱত পাঠ শ্ৰৱন কৰিছোঁ ধাৰাবাহিক ভাৱে। আপোনাৰ কৃপা ভিক্ষা মাগিছো। কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন 🙏🙏🙏🙏🙏🙏🙏
Krishna krishna ati hundor
প্ৰভূ ঈশ্বৰ তোমাক শত কৌটি প্ৰণাম প্ৰভু
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা নিবেদিছো অতি সুন্দৰ ব্যাখ্যা কৰিছে 🙏🙏🙏🙏
Boikhunthot okanman homoi thoka thoka Jen lagil.... Bhut hundor bhut hundor
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু হৰি কৃষ্ণ
বহুত সুন্দৰ আপোনাৰ বাখ্যা শুনিলে আমনি নালাগে কৃষ্ণ কৃষ্ণ
Jai jai sreekrishna bhagaban jai sreekrishna jai sreekrishnà
Joi guru sankor.
সুন্দৰ প্ৰকাশ।কিন্ত, তোমাৰ বাখ্যা বহুত দিঘলীয়া।মুখ্য বিষয়ৰ উপৰততেই চমুকৈ প্ৰকাশ কৰিব লাগে ।আৰু তোমাৰ বাখ্যা যিমান শুনিচো সকলো আধৰুৱা।
Krishna Krishna Krishna, koti koti pranam prabhu.
কৃষ্ণ প্ৰভু চৰণে কৰিছো প্ৰনাম কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna Krishna Krishna Prabhu apunak . pranam janalu
ভাল লাগিল শুনি আপোনাৰ ভাগৱত পাঠ।
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপজনা আমাৰ ভক্তিভৰা সেৱাভাগ আপোনাসৱৰ লগতে তাত উপবিষ্ট সমস্তজনা বাপ বান্ধৱ আই মাতৃক আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
বাপ কৃষ্ণ অতি সুন্দৰ।
🙏🙏আপোনা সবাৰো শ্ৰীচৰণ সেৱা জনালো জয় গুৰু শংকৰ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏
Xuni val lage krishna kotha
Bahut bhal lage suni iman sundarkai bujai dse sakaluwe jate saatat ji likha ase takhe mani salib lage
কৃষ্ণ কৃষ প্ৰভু তযু চৰণত প্ৰণাম জনালো 🙏🙏🙏🙏
Jai.shri.krishna
জয় শ্ৰী কৃষ্ণ ☀️🚩🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰাণজিৎ বাপে আজি জগতত কৃষ্ণ ভক্তি ৰএক মধুৰ আলোড়ন সৃষ্টি কৰিছে, সেয়ে তেখেতলৈ কৌটি সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
বহুত আনন্দ পালোঁ বাপ কৃষ্ণ প্ৰভূ
Bhagavad porha arubashya Kora nap janar xurtu bor bhunia
বহুত ভাল লাগিল আপোনা পাঠ খুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ .🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna Bap Hewa janalu
কৃষ্ণ কৃষ্ণ মাধৱ ৰাম ৰাম 🙏
কৃষ্ণ কৃষ্ণ বাপজনা অধমৰ সেৱা গহণ কৰিব আপোনাৰ বাখা আৰু সুমধুৰ কণ্ঠ আমাৰ বৰ ভাল লাগিল।
Mu CR
Krishna Prabhu 🌼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️
Baap Krishna Krishna bhout bhal lagil.
কৃষ্ণ!
জ্যোতিময় বাপজনাৰ সৰ্ব্বমঙ্গল হওক।
শ্ৰী কৃষ্ণাই বাসুদেবাই গোবিন্দাই নমো: নম: । সুন্দৰ ব্যাখ্যা বাপ জন।
কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏 খুব ৰস পালোঁ কৃষ্ণ 🙏
🙏 Krishna krishna 🙏🙏 probhu pranam 🙏🙏🙏🙏🙏🙏🙏🙏🔥
অমৃতময় কৃষ্ণৰ কথা শুনি বৰ ভাল লাগিল।🙏
in in
কৃষ্ণ প্ৰভু ৷ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি যথেষ্ট জ্ঞান অনুভৱ পাইচো ৷ কিন্ত গুৰু শৰণ লব পৰা নাই ৷ কৃষ্ণ কৃষ্ণ৷
কৃষ্ণ প্ৰভুজনা সেৱা নিবেদিছো👋👋👋👋👋
অঞ্জলি দাস
কৃষ আপোনাৰ চলন্ত প্ৰণিপাত জনালোঁ
সুন্দৰ ব্যাখ্যাৰ কথা কীৰ্তন শুনি খুব ভাল লাগিছে ♥️🙏
Krishna আপোনাৰ ভাগৱত শ্ৰৱণ কৰি সচাকৈয়ে সুশি হলোঅষেশ ধন্যবাদ থাকিল ❤❤❤❤❤
Ram Krishna আপোনাৰ ভাগৱত শ্ৰৱণ শুনি ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ থাকিল ❤❤❤❤❤
😊😊😊
প্ৰভু ভগৱন্তই যেন আৰু শক্তি দিয়ক । যাতে ভাগৱতৰ তত্ব সমুহ গোটেই পৃথিৱীতে অলপ হলেও পায় ।
বহুত সুন্দৰ বিশ্লেষণ। শুনিলে আমনি নালাগে, মধুৰ । প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক । সেৱা জনালোঁ, জয় গুৰু শঙ্কৰ । কৃষ্ণ ।
Z vyakthamaakki
G gy5
@@dadulkonwar5714 sa
Hmm
krina🙏🙏🙏
krisna🙏krisna krisnà🙏🙏🙏
🙏🙏🙏🙏Krishna krishna🙏🙏🙏🙏
🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ 🙏
PRABHU TUMAR SARANAT KOUTI KOUTI PRANAM.(KRISHNA,KRISHNA.🙏🙏🙏
Krishna Krishna Krishna 🙏🌷
Krishna Prabhu hundor lagil dei
কৃষ্ণ কৃষ্ণ বাপজনা।।এক নতুন বাতা পালো কুন্তিৰ স্তুতিৰ জৰিয়তে ।এই বাতাটো প্ৰেৰণ কৰাৰ বাবে পৰম কৃতাথ হলো।।
জয় শ্ৰী কৃষ্ণ 👏👏
কৃষ্ণ আপোনাৰ চৰণত শতকৌতি প্ৰণাম ।
আপোনাৰ সূন্দৰ ভাগৱত ব্যাখাত আপলোত হৈ কোটি কোটি প্ৰনাম জনাইছো 🙏
কৃষ্ণ কৃষ্ণ বাপ জন মোৰ সেৱা ভাগ গ্ৰহণ কৰিব কৃষ্ণ 🙏।
Krisnha krisnha
Krishna Krishna 🙏🙏🙏
বহুত ভাল লাগিছে বাপ জয় গুৰু শংকৰ
কৃষ্ণ কৃষ্ণ বাপ জনক সেৱা জনাইছো।
নমস্কাৰ গুৰু জি বহুত ভাল লাগিছে ভাগৱত। কথা শুনি নমস্কাৰ গুৰু জি
Jay guru krishna
jai Krishna pran Krishna prabhu Krishna
যি সকলে বাপজনাৰ ব্যাখ্যা বেয়া পাইছে তেখেতসকলে সুন্দৰ কৈ ব্যাখ্যা আগবঢ়াব। সকলো উপকৃত হব। কৃষ্ণ কৃষ্ণ কৃষ্ণ জয গুৰু শ্ৰীমন্ত শঙ্কৰ
জয় গুৰু শংকৰ।। কৃষ্ণ কথা শুনি থকা খকলো আই মাতৃ আৰু বাপলৈ আৰু বন্ধু বান্ধ বিলৈ মই অভা জনে 🙏🙏🙏 প্ৰণাম জনালো কৃষ্ণ সকলুকেই 🙏🙏🙏
Krishna pravu voktivora sewa nibedilu Krishna Krishna
প্রভু ঈশ্বৰ আপুনি অন্য দুজন গুৰুৰ কথা অর্থাৎ দামোদৰ দের আৰু হৰিদের প্রভু দুজনাৰো আপোনাৰ ব্যাখ্যাৰ মাজেৰে তেৰা সৱৰ সৃষ্টি সমৃহৰও ব্যাখা কৰিব বুলি আশা কবি লো ৷ কৃষ্ণ ৷ 👃👃👃👃👃
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱা নিবেদিলো
আপোনাৰ পৰা ভাগৱতৰ ব্যাখ্যা শুনি ভাল লাগিল 🙏🙏🙏
কৃষ্ণ বাপজনা কৃষ্ণ