সিমান্ত শেখৰক ভাল লাজ দিলে নিতুমনি শইকীয়াই

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ธ.ค. 2023
  • সিমান্ত শেখৰক ভাল লাজ দিলে নিতুমনি শইকীয়াই@SimantaShekhar @navajitmixture5798
    #simanta_shekhar
    #simantashekhar
    #nitumonisaikia
    ‪@nandanpratim‬
    ‪@Prtidintime‬
    ‪@AssameseMixture‬
    ‪@MayurMixAssamese‬
    ‪@AssamorDeka‬
    ‪@mr.rajaaaa‬
    ‪@nitumonisaikiaunofficial‬
    ‪@nitumonisaikiaunofficial‬

ความคิดเห็น • 185

  • @eldrinkoch3656
    @eldrinkoch3656 6 หลายเดือนก่อน +21

    অদ্ভূত যুক্তি !!! ৰাজনীতি এটা কলা নেকি ?বাঃ সীমান্ত বাঃ ....

  • @user-st9fw6jw5z
    @user-st9fw6jw5z 5 หลายเดือนก่อน

    Simanta da gan val lage.

  • @manikchandradas7057
    @manikchandradas7057 6 หลายเดือนก่อน +41

    ৰাজনীতি আৰু সংগীত কি কৱ হে, অই শুন কলাকাৰে সমাজ গঢ়ে আৰু ৰাজনীতিকে সমাজ ভাগ ভাগ কৰে। 😫

  • @prabhatphukon7200
    @prabhatphukon7200 6 หลายเดือนก่อน +69

    Tumar photo khon narakhile val lagil heten

    • @lachitgogoi5082
      @lachitgogoi5082 6 หลายเดือนก่อน +9

      hosa kotha koise, aami batorituhe sabo bisaru.

    • @Unknown_yt651
      @Unknown_yt651 6 หลายเดือนก่อน +5

      Right 👍

    • @binaytalukdar6434
      @binaytalukdar6434 6 หลายเดือนก่อน +3

      Copy-Right ahibo je

    • @ambikaborabora4551
      @ambikaborabora4551 6 หลายเดือนก่อน

      Kotha tu moiu kom kom buli vabiai aslu

    • @csblg6294
      @csblg6294 6 หลายเดือนก่อน

      Exactly👍

  • @milanborah7503
    @milanborah7503 6 หลายเดือนก่อน +8

    শিমান্ত শেখৰ চৰম সুবিধাবাদী ,ৰাজনীতি বিজ্ঞানৰ প্লেটো ,চক্ৰেটিচৰ পিছতে তেওঁ...
    কেনেকৈ ফাংচন কৰিব ,ৰাইজৰ খেদা খাব.

  • @hemkantaborah7434
    @hemkantaborah7434 6 หลายเดือนก่อน +67

    যতিন বড়া আৰু সীমান্ত শেখৰ এইদুটা একে।

    • @asmitgogoi8739
      @asmitgogoi8739 6 หลายเดือนก่อน +3

      2ui ta bodon r jaat

  • @harmohankalita2903
    @harmohankalita2903 6 หลายเดือนก่อน +18

    ইয়াৰ মুৰৰ বিকৃতি ঘটিছে , সেয়েহে যা তা বকিছে পাগলৰ দৰে ।

  • @user-kd9rh8mf7h
    @user-kd9rh8mf7h 6 หลายเดือนก่อน +17

    দেৱজিৎ বৰাৰ চুৰ কৰা গান কেইটা হিট হৈছিল। এতিয়া নিজে গান লিখি গাই দেখুৱাওক চুপাৰ ফ্লপ হ'ব। সংগীত সন্ধীয়া,ফাংচন বোৰত ইয়াক আয়োজক সমিতিয়ে আমন্ত্ৰণ কৰিব তো লাগিব।

  • @mrinalmedhi8346
    @mrinalmedhi8346 6 หลายเดือนก่อน +16

    কিন্তু বৰ্তমান ৰাজনীতি হৈছে নিজক সেৱা কৰাৰ মাধ্যম।

  • @devajitlahon2499
    @devajitlahon2499 6 หลายเดือนก่อน +78

    সীমান্ত শেখৰে ৱাৰ্ড মেম্বাৰ খেলিলেও জয়ী হ'ব নোৱাৰে।গায়ক আৰু ৰাজনীতিক দুয়োটা দিশতে সীমান্ত শেখৰক সাধাৰণ জনতাই ভাল নাপায় সেয়া সঁচা কথা।

    • @kargeswarthakuria3689
      @kargeswarthakuria3689 6 หลายเดือนก่อน +2

      Tumi said hole val hol hoi

    • @sonamtapan1361
      @sonamtapan1361 6 หลายเดือนก่อน +1

      😂😂😂

    • @sonamtapan1361
      @sonamtapan1361 6 หลายเดือนก่อน +1

      সচা কথা 😆😁😄😃😀😅😅😂😅😂😂🤣🤣😂😂😅

    • @Cricket-qn9jg
      @Cricket-qn9jg 6 หลายเดือนก่อน +1

      💯😂

    • @SumonLeda
      @SumonLeda 6 หลายเดือนก่อน

      💯 right bro

  • @user-pl4mm8kg4s
    @user-pl4mm8kg4s 6 หลายเดือนก่อน +18

    শিমান্ত শেখৰ এজন সুবিধাবাদী নেতা

  • @sunishakalita3615
    @sunishakalita3615 6 หลายเดือนก่อน +7

    Thank you Nitumoni Sir

  • @kamalapatar1465
    @kamalapatar1465 6 หลายเดือนก่อน +7

    বয়স হোৱাৰ লগে লগেই ৰাজনীতি ত নামে।কৰণ বয়সৰ লগে লগে লগে গীতৰ শুৱলা মাতবোৰ নাইকিয়া হৈ যায় আৰু ৰাজনীতিৰ লেতেৰা মাতবোৰ ওলাই আহে।

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox 4 หลายเดือนก่อน

    আপোনাক ৰাইজে বিশ্বাস নকৰে অ।

  • @khaninsarma5522
    @khaninsarma5522 6 หลายเดือนก่อน +6

    Bhal lagil but photokhon narakhiba .....

  • @mdeka1847
    @mdeka1847 6 หลายเดือนก่อน +7

    সংগীতৰ লগত ৰাজনীতি বোলা শব্দটো অনাটো উচিত নহয় ৷ কাৰণ, সংগীত বহুত ওপৰত ৷

  • @anuragkashyap7195
    @anuragkashyap7195 6 หลายเดือนก่อน

    Oh aijon hai axomia cenema nusua manuh jon nahoi janu

  • @lakhikalita8394
    @lakhikalita8394 6 หลายเดือนก่อน +13

    তেমাব গান আজি কালি নঢলে

  • @hiramonidas4862
    @hiramonidas4862 6 หลายเดือนก่อน

    iyak moi bahut bhal paisilu . kintu atiya iyak moi dekhiboi nowaru.

  • @rajdeepboruah7371
    @rajdeepboruah7371 6 หลายเดือนก่อน

    Moja dile Nitumoni daai

  • @b.kalita1381
    @b.kalita1381 6 หลายเดือนก่อน

    মষ্ট জিলাৰ বে এইজন

  • @protivabaruah1290
    @protivabaruah1290 6 หลายเดือนก่อน +7

    Hubidha badi hoi

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 6 หลายเดือนก่อน +6

    Kono e je naamaate...... kenekoi jaabo.

  • @BitulBoruahBoruah-gg5tl
    @BitulBoruahBoruah-gg5tl 6 หลายเดือนก่อน

    Nitu Moni Da Apunak Thanks Dilu

  • @user-et5tq1em6o
    @user-et5tq1em6o 6 หลายเดือนก่อน +1

    সীমান্ত শেখৰ আৰু নিতুমণিৰ ইণ্টাৰভিউত তোমাৰ ফটোখন কিয় লগাই থলা সেইখনহে নুবুজিলো

  • @pankajrajbongshi6271
    @pankajrajbongshi6271 4 หลายเดือนก่อน

    aaponar foto di news tu bjale je...ki bujabo khujiche janabochon

  • @dgogoi5836
    @dgogoi5836 6 หลายเดือนก่อน +5

    Rajnitit misa kotha sole kintu songit colat misa kotha nosole

  • @tankeswarsaikia7593
    @tankeswarsaikia7593 6 หลายเดือนก่อน +4

    আপোনাৰ ষ্টাইলবোৰ বুজি নাপাও ৷ নিউজ চেনেলৰ ভিডিঅ এটোকোৰা কাটি আনি নিজৰ ইউটিউবত চেনেলত লগাই দিয়ে, আৰু নিজেই এফালে ওলাই থাকে ৷ নিজৰ বুলি কথা এটাও নকয় ৷ এইটো নো কি কাম হল হয় ৷ এনেকেও হয় না

  • @prahaladdutta
    @prahaladdutta 6 หลายเดือนก่อน

    Tomi ajan bava manuh

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg 6 หลายเดือนก่อน +5

    Holeu tur laj nai hosa kotha2 koi de oi dola bogori

  • @atau-boh1166
    @atau-boh1166 6 หลายเดือนก่อน +5

    3 kuti 12lakh manuh ase..blgr kotha njnuh...Moi tuk ruh Jatin Borah Atiyh j Vl nepao Haitu hxa Kotha..ru Mur lgr Kune o tuk val npai..Ru hihotr lgr bure o val npi..dutolia Manuh val nlge ..ipoatobadi Hb lgeh..cidha manuh..
    Zubeen Dar dore...❤❤❤
    Hap hob nlge😂😂😂

  • @mintudutta8074
    @mintudutta8074 6 หลายเดือนก่อน +4

    সময়ত গম পাবা বুপাই

  • @pranabjyotisaikia7155
    @pranabjyotisaikia7155 6 หลายเดือนก่อน +1

    যতীন বৰা আৰু সীমান্ত শেখৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।।

  • @TCF573
    @TCF573 6 หลายเดือนก่อน +4

    Faltu ata... Kotha koisa ..... Hubidhabadi . 2:23 😅😅

  • @anubarman3274
    @anubarman3274 6 หลายเดือนก่อน

    লাজ লাগে নেকি নিলাজটোৰ???

  • @PrabitraDutta-dl1ej
    @PrabitraDutta-dl1ej 6 หลายเดือนก่อน +3

    তোক অসমৰ ৰাইজে কেতিয়া ক্ষমা নকৰে তই এটা মষ্ট দগাবাজ

  • @SBS421
    @SBS421 6 หลายเดือนก่อน +6

    গায়ক ৰাজনীতি গলে ৰাইজে আদৰি নলয় ৷ ভূপেনদা ও গৈছিল ৰাজনীতিলৈ ৷ but ৰাইজে সেইসময়ত অদৰি লোৱা নাছিলে ৷ ৰাইজে only আমাৰ অসমৰ ভূপেনদা জনক হে বুকুৰ মাজত লৈ ফুৰিব বিছাৰে ❤

  • @prasantkasyap3922
    @prasantkasyap3922 6 หลายเดือนก่อน +1

    You are smiling like a silent killer..😮

  • @user-xr4uy9rx8v
    @user-xr4uy9rx8v 6 หลายเดือนก่อน +1

    ধূৰন্ধৰ, আৰু , দাগ বাজ, শেষ নিশাৰ খেল ৰাডনীতি ।

  • @HITESHCHDAS
    @HITESHCHDAS 2 หลายเดือนก่อน

    Nijar bitarka bor alop kaba neki ?

  • @Unxkalen289
    @Unxkalen289 5 หลายเดือนก่อน

    Vala hol eaak gali dila abr shimanto a Zubeen da k kiba koishla

  • @binitamoran2697
    @binitamoran2697 6 หลายเดือนก่อน

    Thank you ,Nitumoni sir ,

  • @deboramngatey9708
    @deboramngatey9708 6 หลายเดือนก่อน +6

    Singers hodai singer hoi taka val. Beleg dihot gole homaje val nepai..

  • @ramenchpatowary5693
    @ramenchpatowary5693 6 หลายเดือนก่อน +1

    ৰাজনীতিত নতুন মানুহ আহিলে কি ডাঙৰ ভুল হয় ?

  • @budheswarnath6516
    @budheswarnath6516 6 หลายเดือนก่อน +1

    সি টো ৰাইজৰ মাজলৈ আহিলে ফুলৰ মালা /গামোচাৰ পৰিবৰ্তে সি পাব চেন্দেল- জোতাৰ মালা , শিলগুটি দলিয়াব ফুলৰ পৰিবৰ্তে । চাল্লা ধোকেবাজ ...

  • @kamalkrishna6659
    @kamalkrishna6659 6 หลายเดือนก่อน +1

    তোমাৰ ফটোখন থকা কাৰনে ভিডিঅ টো বিশেষ এটা ভাল লাগিছে 😂
    সীমান্ত শেখৰ প্ৰতিদিন টাইম টো বাহিৰে কোনো এটা পৰ্টেলত বহি কথা কোৱাৰ যোগ্য নহয়, ই এটা মষ্ট সুবিধাবাদী, ই গায়ক নহয় ই ৰাজনীতি নেতা নহয় 😡😡😡

  • @user-dr7wm6hm6m
    @user-dr7wm6hm6m 6 หลายเดือนก่อน +2

    মুখেৰে মৌ বৰষা । ভিতৰৰ আচল ৰূপটো ৰাইজে দেখিলে সেইদিনাই বয়কট কৰিব ।

  • @angsumanraja3368
    @angsumanraja3368 6 หลายเดือนก่อน +1

    কান্দুলি মাছটোৱে গাওঁ পঞ্চায়তৰ ৱাড মেম্বাৰ খেলিলেও তই গু হাৰা দিবি😂

  • @birenbharali4536
    @birenbharali4536 6 หลายเดือนก่อน +3

    লাভ নাই এইবোৰ চব ভুল লাখুতি লৈ লোকৰ দুৱাৰ মুখত ৰখিয়া হব

  • @bhaskarjyotisarmah1708
    @bhaskarjyotisarmah1708 6 หลายเดือนก่อน

    Baki dhunia. Kintu Side t ulai thokar kiba bises proyujn ase?

  • @tksarmah2632
    @tksarmah2632 6 หลายเดือนก่อน +12

    সীমান্ত কেতিয়াৰ পৰা চিমান্ত হ'ল ?
    সীমান্ত শব্দৰ অৰ্থ কি ?
    ড: ভূপেন হাজৰিকা দেৱৰ "আজি কামেং সীমান্ত দেখিলোঁ" বোলা গানটো আজি কালি আমি *আজি কামেং চিমান্ত দেখিলোঁ বুলি গাম নেকি ?
    উচ্চাৰণ আৰু শব্দই অসমীয়া ভাষাক স্বকীয় বৈশিষ্ট্য দিছে আৰু সেইটো আমাৰ পৰিচয়। অসমীয়া ভাষাত *শ* *স* আৰু *ষ* থকা শব্দ বোৰ আন ভাষাৰ দৰে *চ* ৰ দৰে উচ্চাৰণ নহয়। উদাহৰণ স্বৰূপে আমি সদায়, সময়, সন্ধিয়া, শৰ্মা, শইকীয়া, আশা, ষাড় গৰু, ভাষা, বৰষা, বাৰিষা আদি শব্দবোৰ উচ্চাৰণ কৰোতে কেতিয়াও চদায়, চময়, চৰ্মা, চৈকীয়া, ভাচা বুলি যিহেতু উচ্চাৰণ নকৰো তেতিয়াহলে কিয় চিমান্ত, চৰ্মা, চৈকীয়া বুলি উচ্চাৰণ কৰিম ?
    অসমীয়া ভাষাৰ বৈশিষ্ট অসমীয়া লোকে ৰক্ষা কৰিব লাগিব। মনত ৰাখিব অসমীয়া ভাষা ৰক্ষা কৰিবলৈ বহু জনে ইতিমধ্যে জীৱন আহুতি দি থৈছে ।
    চিৰ চেনহী মোৰ ভাষা জননী !
    জয় আই অসম !

    • @pratimasarma1737
      @pratimasarma1737 6 หลายเดือนก่อน +1

      ঠিক কৈছে। আজিকালি দেখোন অসমীয়া ভাষাৰ উচ্চাৰণ কৰোতে কিবা অদ্ভূত ৰূপ লৈছে। পাহৰি গ'ল নিজৰ মাতৃভাষা।

    • @AchiniBoruah
      @AchiniBoruah 6 หลายเดือนก่อน +1

      এইটোটো সচা কথা কিন্তু আজিকালি মানুহে চব খিচিৰি কৰিলে । কিন্তু নিজকে বৰ বেছি জানো বুলি ভাবে ।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 6 หลายเดือนก่อน

    ই চুৰকাৰ ভাই কেতি্যাৰ পৰা ৰিয়েলত হিৰৌ হ'ল

  • @gourangadutta9005
    @gourangadutta9005 6 หลายเดือนก่อน

    Sudurbhai srimanta sekhar

  • @user-os1os6uk4d
    @user-os1os6uk4d 6 หลายเดือนก่อน

    সাৰিব বাই

  • @Mrm19888
    @Mrm19888 6 หลายเดือนก่อน +2

    Comments বোৰ হে পঢ়িব আহিলোওঁ দেই😂😂😂😂😂😂

  • @abhijitneog4884
    @abhijitneog4884 6 หลายเดือนก่อน

    Sidot photo khon kehor

  • @hemkantaborah7434
    @hemkantaborah7434 6 หลายเดือนก่อน +4

    Simanta Sekhor is now a outdated singer.

  • @amitkrdeka2448
    @amitkrdeka2448 6 หลายเดือนก่อน

    Ami kin2 apunak Bahut Bahut beya pao

  • @ramenborah3207
    @ramenborah3207 6 หลายเดือนก่อน +2

    ৰঙা ছাৰ্ট পিন্ধা মাল কোন আছিল ?

    • @binoynath9605
      @binoynath9605 6 หลายเดือนก่อน

      সীমান্ত শেখৰৰ Body guard😅

  • @DevaBharali-sb4nk
    @DevaBharali-sb4nk 5 หลายเดือนก่อน

    এইজনৰ কাম নাই নেকি এনেকে বহি বহি থাকে যে 😂😂😂

  • @hunmonidowarah3394
    @hunmonidowarah3394 6 หลายเดือนก่อน +1

    Val nologa kotha tar eibur

  • @putulmorang9249
    @putulmorang9249 6 หลายเดือนก่อน

    caa r namot oxomok jolai tula Nitumoni ejon "homajor pagol kukur hoi..."

  • @montukolita2438
    @montukolita2438 2 หลายเดือนก่อน

    Simanto sekhor ajon desat drohi raije andolon koribo noware bak sadhinota kot

  • @papumedhi-pn1mb
    @papumedhi-pn1mb 6 หลายเดือนก่อน

    কি আদৰ্শৰ কথা কয় । বিজেপিৰ বৰ্তমান আদৰ্শ বুলি একো নাই।

  • @dangervlogs3037
    @dangervlogs3037 6 หลายเดือนก่อน

    Tumi to hero social media t but zero enei tmr aagor vdo ase mur taat tumi j ekdom nilaz hokolowe jane

  • @premvidyarnavmusical
    @premvidyarnavmusical 6 หลายเดือนก่อน

    Nonchance, common sense naikia

  • @riazuddinahmed7028
    @riazuddinahmed7028 6 หลายเดือนก่อน

    Koun school ot --- --- ! ?

  • @user-xf7wb8cn6z
    @user-xf7wb8cn6z 6 หลายเดือนก่อน

    😅

  • @csblg6294
    @csblg6294 6 หลายเดือนก่อน

    Gan r logot rajniti k kio xangur khuaise, gaan tu xampurna eta separate bastu, eta kola(art) kot rajniti, kot xangeet... Kihor lgt ki rijaisr apuni Mr. Simanta Shekhar

  • @santoshkachari2480
    @santoshkachari2480 6 หลายเดือนก่อน

    সীমান্ত শেখৰ তোমাক আজিৰ পৰাই বাদ দিলোঁ।