যোৰহাট নাওঁশলীয়া গাঁও নামঘৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 มิ.ย. 2023
  • #ভাগৱতব্যাখ্যা #জগতবণিয়া #assamesevirelvideo

ความคิดเห็น • 619

  • @ElumaGogoi
    @ElumaGogoi ปีที่แล้ว +9

    প্ৰভু আপোনাৰ ভাগৱত শুনি ভাল লাগিল । ব্যাখ্যা শুনি পৰম আনন্দিত হলো। কৃষ্ণ প্ৰভু।

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f ปีที่แล้ว +22

    প্ৰভূজন আপোনাক প্ৰনাম জনালো৷ ভগৱানৰ ছৰনত যেন সদায় ঠাই পাও কৃষ্ণ কৃষ্ণ৷ এনেহেন অমৃতময় বাখ্যা শোনিয়েইযেন সাথ‘কতা হৈছে আমাৰ নৰমনিছৰ৷🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +12

    বহুত শান্তি পালো বাপ krishna 🙏🙏🙏❤❤❤❤❤❤

  • @violeenalaskar3742
    @violeenalaskar3742 11 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ সেৱা নিবেদিছো। ধন্য। জয় গুৰু শঙ্কৰ।।

  • @probalkhataniar2919
    @probalkhataniar2919 7 หลายเดือนก่อน +8

    কৃষ্ণ প্ৰভু,বিজ্ঞান সন্মত তত্বপূৰ্ণ ব্যাখ্যা।🙏🙏

  • @kabitakk5245
    @kabitakk5245 4 หลายเดือนก่อน +3

    বহুত ভাল লাগিল প্রভু 🙏আপোনাৰ বাখ্যা শুনিলে শুনিয়েই থাকিব মন য়ায়। আপোনাক বহুত বহুত ধন্যবাদ🙏

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 ปีที่แล้ว +6

    কৃষ্ণ বহুত সুন্দৰ ব্যাখ্যা আগবঢ়ালে 🙏🏿🙏🏿🙏🏿

  • @DEVIL__KING-497
    @DEVIL__KING-497 3 หลายเดือนก่อน +2

    সুন্দৰ বাপ আপোনাৰ বাখ্যা শুনিলে শুনি থাকিবলৈ মন প্ৰভু ❤❤❤

  • @aairumidutta3711
    @aairumidutta3711 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ জগত বনিয়া বাপ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ

  • @user-ef5rz9zt9c
    @user-ef5rz9zt9c 8 หลายเดือนก่อน +8

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻
    অতি সুন্দৰ ব্যাখ্যা কৰিলে বহুত ভাল লাগিল শুনি।

  • @debojitborah6084
    @debojitborah6084 3 หลายเดือนก่อน +2

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা

  • @tilonath4224
    @tilonath4224 ปีที่แล้ว +19

    কৃষ্ণ বাপ। সুন্দৰ ব্যাখ্যা।মন প্ৰাণ জুৰ পৰি গ'ল

  • @MunDas-ds8fu
    @MunDas-ds8fu 8 หลายเดือนก่อน +9

    কৃষ্ণ কৃষ্ণ প্ৰভু সুন্দৰ ব্যাখ্যা🙏 প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক 🙏

  • @user-ru2iw9ll1r
    @user-ru2iw9ll1r 10 หลายเดือนก่อน +7

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাগৱত শ্ৰৱণ কৰি বহুত নজনা কথা জানিলো প্ৰভু দয়া কৰা কৃষ্ণ 🙏🏿🙏🏿🙏🏿🙏🏿

  • @binitahazarika4801
    @binitahazarika4801 ปีที่แล้ว +5

    ইমান সুন্দৰ কৈ ব্যাখ্যা কৰিছে 🙏🙏🙏

  • @junumech7558
    @junumech7558 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ ভাল লাগিল সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল পালে কৃষ্ণ কৃষ্ণ

  • @dipakonwarsonowal4844
    @dipakonwarsonowal4844 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপজন
    ঔঁম কৃষ্ণায় বাসুদেৱায় নমঃ 🙏🙏🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 4 หลายเดือนก่อน +3

    আত্মা মুক্তিৰ সৰ্ব শ্ৰেষ্ঠ উপাই ভাগৱত শ্ৰৱণ আৰু পথন

  • @DipakchandraDas-pm2ru
    @DipakchandraDas-pm2ru ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা আৰু সুৰ সুন্দৰ

  • @simidas5853
    @simidas5853 10 หลายเดือนก่อน +7

    RADHE RADHE ❤🙏...JAY SHRI KRISHNA 🙏❤️...

  • @paruldas2375
    @paruldas2375 ปีที่แล้ว +5

    বাপ কোটি কোটি সেৱা জনালোঁ।কৃষ্ণ কৃষ্ণ।

  • @bonnybora3538
    @bonnybora3538 4 หลายเดือนก่อน +3

    সুন্দৰ সুৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ❤❤❤

  • @krishnaborah2252
    @krishnaborah2252 ปีที่แล้ว +4

    কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো কৃষ্ণ

  • @babligogoi3340
    @babligogoi3340 11 หลายเดือนก่อน +6

    প্ৰভু হৰে কৃষ্ণ 🙏🙏

  • @ranudas4561
    @ranudas4561 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @robinphukan
    @robinphukan 10 หลายเดือนก่อน +3

    শতকোটি আশীৰ্বাদ। মৰাণ দলপা

  • @pikachupikachu8581
    @pikachupikachu8581 9 หลายเดือนก่อน +7

    Jay shree krishna bashu devai nomah🙏🙏❤

  • @daisyranidoley8705
    @daisyranidoley8705 9 หลายเดือนก่อน +10

    কৃষ্ণ কৃষ্ণ! প্ৰণাম জনালোঁ!🙏

  • @bijoyaborgohain7132
    @bijoyaborgohain7132 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল ❤❤

  • @mahanandaadhikary3778
    @mahanandaadhikary3778 ปีที่แล้ว +3

    সুন্দৰ বাপ, কৃষ্ণ।

  • @prabhatgogoi7716
    @prabhatgogoi7716 11 หลายเดือนก่อน +3

    কৃষ্ণ বাপ সুন্দৰ বিশ্লেষণ ।

  • @user-ft6yi2zm5h
    @user-ft6yi2zm5h 8 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ সেৱা নিবেদিলো প্ৰভু জনা

  • @bipinsahu7464
    @bipinsahu7464 ปีที่แล้ว +4

    হে প্ৰভু তযোপদে কুটি কুটি প্ৰনামো কৃপাৰ সাগৰ দৈৱকি নন্দন পুৰিলো মনৰ কাম ভকতৰ সং সদা নোগুচক মুখে তোৱা নাম

  • @jatindas5035
    @jatindas5035 ปีที่แล้ว +3

    সুন্দৰ বাখ্যা বাপ। কৃষ্ণ

  • @dipalibhagawati9050
    @dipalibhagawati9050 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ আপোনাৰ বিয়াক্ষাই। আমাক উদ্ধাৰ কৰিছে। প্ৰভু।

  • @lilihazarika4843
    @lilihazarika4843 9 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰনাম জনালোঁ 🙏🙏

  • @pradipdutta3332
    @pradipdutta3332 8 หลายเดือนก่อน +2

    আপোনাৰ পৰা ভাগৱতৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল •••• বহু নজনা কথা জানিব পাৰি জীৱন ধন্য হল •••• কৃষ্ণ কৃষ্ণ 🙏

  • @sarbanandabharali8324
    @sarbanandabharali8324 ปีที่แล้ว +6

    বৰ ভাল লাগিল বাপ আপোনাৰ ভাগৱত ব্যাখ্যা অতীব সুন্দৰ হৈছে, আপোনাক মই অধমে বহু বহু নমস্কাৰ জনালো।

  • @mainawbora39
    @mainawbora39 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ চৰনত সেৱা জনালো

  • @lilihazarika4843
    @lilihazarika4843 9 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰনাম জনালোঁ

  • @dhurbaboriagom7051
    @dhurbaboriagom7051 6 หลายเดือนก่อน +2

    কৃষ্ণ মাধৱ হৰি হৰি

  • @pradipgogoi3182
    @pradipgogoi3182 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ। আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল। প্ৰণাম জনাইছো।

  • @lakhimaniborah2878
    @lakhimaniborah2878 ปีที่แล้ว +3

    সু প্রভাত জনালোঁ কৃষ্ণ কৃষ্ণ বাম জন 🙏🙏

  • @bidyutdas274
    @bidyutdas274 9 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @beautydevibaruah111
    @beautydevibaruah111 7 หลายเดือนก่อน +3

    Bohut hundor knowledge krishno krishno

  • @labanyadharbaniah5251
    @labanyadharbaniah5251 ปีที่แล้ว +4

    ভাগৱত ব্যাখ্যা অতি সাৱলীল আৰু সকলোৱেই সহজে বুজিব পৰাকৈ কৰিছে আৰু শুনি আপ্লুত হৈছোঁ আৰু ভৱিষ্যতেও শুনাৰ আশা কৰিলোঁ।

  • @dilip6pesrabha759
    @dilip6pesrabha759 ปีที่แล้ว +2

    🙏🙏 Pravu eman xondar baykhaya bhutu aplot hlo aponar ai krishanr ktha xoni

  • @modanborah2333
    @modanborah2333 ปีที่แล้ว +60

    কৃষ্ণ কৃষ্ণ, আপোনাৰ এই অমৃতময় ব্যাখ্যা শুনি পৰম কৃতাৰ্থ হলো।

    • @AsthaPator-wx5pd
      @AsthaPator-wx5pd ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ

    • @dipanjalidas963
      @dipanjalidas963 ปีที่แล้ว +4

      ​কৃষ্ণ কৃ ষ্ণ কৃষ্ণ

    • @jatinsaikia9113
      @jatinsaikia9113 ปีที่แล้ว +1

    • @debokichetry6919
      @debokichetry6919 ปีที่แล้ว

    • @ballavhazarika3749
      @ballavhazarika3749 11 หลายเดือนก่อน

      ❤❤❤❤❤😂 ll😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @simidas5853
    @simidas5853 10 หลายเดือนก่อน +4

    RADHE RADHE 🙏❤...JAY SHRI KRISHNA ❤🙏...

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ

  • @user-pq6us3qt1i
    @user-pq6us3qt1i 9 หลายเดือนก่อน +7

    কৃষ্ণ ❤️

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ হে সমস্তজন হৰি ভকত আপোনাসৱৰ শ্ৰীচৰণত আমাৰ সেৱা নিবেদিলোঁ 🙏🙏🙏🙏

  • @junmonidevi4096
    @junmonidevi4096 ปีที่แล้ว +2

    Bohut xundor🙏🏻🙏🏼🙏🙏🏻🙏🏼🙏 Krishna 🙏🏼🙏🏼🙏🏻🌹

  • @chinugogoi5411
    @chinugogoi5411 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা জনাইছোঁ

  • @dkkonlineschool6298
    @dkkonlineschool6298 4 หลายเดือนก่อน +3

    ইমান সুন্দৰ ব্যাখ্যা ।
    তেখেতৰ অধ্যয়নশীল মনটোক নমন🙏

  • @khyatimaldeka2644
    @khyatimaldeka2644 ปีที่แล้ว +14

    ইমান সুন্দৰ বাখ্যা শুনি সচাকৈয়ে দেহ মন
    জুৰ পৰি গৈছে । কৃষ্ণ কৃষ্ণ 🙏🙏

  • @kartick1957
    @kartick1957 ปีที่แล้ว +8

    অৰ্থসহ ইমান সুন্দৰকৈ ভাগৱত খনিৰ পাঠ শুনি আপ্লুত হৈ পৰিছো ও নিজকে সংশোষিধত কৰিবলৈ বহু উৎসাহিত হৈছো । আপোনাক হৃদয়ৰ পৰা প্ৰণাম ।

  • @tankeswardeka6070
    @tankeswardeka6070 ปีที่แล้ว +5

    Ram Ram pravo sipajhar 🌷🥀🙏🙏🙏

  • @anamikabaruah2930
    @anamikabaruah2930 ปีที่แล้ว +2

    Oti xundar.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhatimadowarah2110
    @bhatimadowarah2110 ปีที่แล้ว +4

    কৃষ্ণ প্ৰভু। আপোনাৰ ব্যখ্যা শুনি বহুত ভাল পালোঁ প্ৰভু।

  • @dimbeswari_patar
    @dimbeswari_patar 8 หลายเดือนก่อน +2

    Krishna. Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏

  • @jugendersaikia4176
    @jugendersaikia4176 10 หลายเดือนก่อน +1

    কৃষ্ণ কথা এসাৰ কওঁ দাই নধৰিব প্ৰতি দিনাই ৰাতিপুৱা গধূলা আমাৰ ঘৰ খনতেই ইশ্বৰৰ স্বৰ্চা গুনানু কীৰ্ত্তন ভকতী, কটা আমি চোন আৰ্থিক ভাৱে সবল একেবাৰেই নহয় আৰু যাৰ ঘৰত ধূপ এডালো নলগাই ইশ্বৰ ভকতিয়েই নাই সেই ঘৰ আজি চকুৰ আগতে বৰ ডাঙৰ লোক জয়জয় ময়ময় অৱস্থা বহুত ধনী মানুহ। তেওঁলোকৰ সুখ আমাৰ দুখ ভগবানৰ এনে কিয় বিচাৰ বুজাই কব পাৰিব নেকি!!!🙏🙏🙏

  • @sarbanandadas4111
    @sarbanandadas4111 8 หลายเดือนก่อน +1

    কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে। আপোনাৰ চৰণ পঙ্কজত মই মূঢ়মতিয়ে সেৱা ফাকি আগবঢ়ালোঁ 🙏 জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ 🙏🙏

  • @kabitakk5245
    @kabitakk5245 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-om8qo6yp7l
    @user-om8qo6yp7l 5 หลายเดือนก่อน +2

    Krishan krishan ram aapunar luk hokoluloike bhakti bhora seea janaisu🙏🙏🙏🥀🥀🥀🌹🌹🌹❤❤❤💘💘💘💅💅💅

  • @mixvideo9798
    @mixvideo9798 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ

  • @dharitriborah3273
    @dharitriborah3273 ปีที่แล้ว +8

    অতি সুন্দৰ ভাল লাগিল 🙏🙏🙏

  • @gitalineog930
    @gitalineog930 11 หลายเดือนก่อน +2

    Krishna pranam Prabhujona apunar Sri saranat kouti kouti pranam Prabhu 🙏🙏🙏🙏

  • @poragboruah4156
    @poragboruah4156 8 หลายเดือนก่อน +3

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰী মন্ত শঙ্কৰ দেৱ🙏

  • @andrtyj
    @andrtyj ปีที่แล้ว +6

    Rahila Das
    Krishno Bap pronam

  • @sujyachutia
    @sujyachutia ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ। প্ৰণাম।

  • @ambikarabha6349
    @ambikarabha6349 ปีที่แล้ว +2

    Bhut bhal lagil krishna krishna 🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @babitakalita5175
    @babitakalita5175 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল ।

  • @mainabordoloi2479
    @mainabordoloi2479 ปีที่แล้ว +24

    কৃষ্ণ, জগতবণিয়া প্ৰভু ঈশ্বৰলৈ ভক্তিভৰা সেৱা জনালো🙏

  • @simidas5853
    @simidas5853 10 หลายเดือนก่อน +6

    JAY SHRI KRISHNA ❤🙏...

  • @chandandas6407
    @chandandas6407 ปีที่แล้ว +3

    Jay Krishna Guru prabhu Dhuniya Val Lagise

  • @runubarman6446
    @runubarman6446 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ কথাত মই এক মত🙏🙏🙏🙏

    • @rumidas1999
      @rumidas1999 7 หลายเดือนก่อน

      কৃষ্ণ। কৃষ্ণ🙏🙏🙏🙆🍍

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +2

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @user-xg1od3jj8t
    @user-xg1od3jj8t 6 หลายเดือนก่อน +2

    জয় শ্ৰী কৃষ্ণ

  • @jayamoniborah3928
    @jayamoniborah3928 ปีที่แล้ว +2

    Krishna 🙏🙏..bhut. Val lagil

  • @prasantakumarnath9469
    @prasantakumarnath9469 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @AYUSHINTERNETCAFE2
    @AYUSHINTERNETCAFE2 4 หลายเดือนก่อน +1

    জয় শ্ৰী কৃষ্ণ।

  • @rebasaikia7452
    @rebasaikia7452 ปีที่แล้ว +6

    কৃষ্ণ

  • @pradiphandique7872
    @pradiphandique7872 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷৷

  • @rabinchangmai2332
    @rabinchangmai2332 10 หลายเดือนก่อน

    বাস্তুৱ বাদেৰে বিজ্ঞান সন্মত ভাৱে সুন্দৰ ধৰ্ম ব্যাখ্যা ।

  • @jadovgogoi1774
    @jadovgogoi1774 ปีที่แล้ว +2

    অতি আনন্দিত বাপ জনৰ ব্যাখ্যাই হচাকৈ মুখৰিত কৰিলে আমাক ।

  • @bandanaborah766
    @bandanaborah766 ปีที่แล้ว +6

    কৃষ্ণ আপোনাৰ ব্যাখ্যা শূনি নিজক বিশ্লেষন কৰিব চেষ্টা কৰিছো

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয়

  • @__w4r.m4chin3__
    @__w4r.m4chin3__ ปีที่แล้ว +2

    Krisno. Krisno provu🙏🙏🙏🙏🙏. Apunaloi. heua jonalu.

  • @dipamonisaikia94
    @dipamonisaikia94 9 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @Mridulbharalua
    @Mridulbharalua 11 หลายเดือนก่อน +3

    Val. Lagil i Like you krshno

  • @mahendraborah4575
    @mahendraborah4575 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ🙏🙏🙏❤️❤️🌹🌹

  • @hobbiesinfo6535
    @hobbiesinfo6535 3 หลายเดือนก่อน +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @progirls5565
    @progirls5565 ปีที่แล้ว +4

    Hare Krishna 💓

  • @xxxmercynem
    @xxxmercynem 6 หลายเดือนก่อน +2

    Tumar Soronot Mur Hewa Swikar Kora Provu ♥️ Pronamu Tumak 🙏♥️

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 ปีที่แล้ว +3

    🙏🙏🙏 অতি সুন্দৰ ব্যাখা 🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +2

    Krishna krishna
    Baap joy
    Guru Sankar
    বিশ্বনাথ

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 ปีที่แล้ว +8

    কৃঞ প্ৰভূ কৃত হল মন প্ৰাণ গুৰু দুজনাই শক্তি প্ৰদান কৰক আমাক ❤ কৃঞ ❤

    • @ranjanbhuyan8601
      @ranjanbhuyan8601 11 หลายเดือนก่อน +1

      অভাজনৰ সেৱা গ্ৰহণ কৰিব।কৃঞ

  • @anannyaborah9212
    @anannyaborah9212 ปีที่แล้ว +2

    Koti koti pronam probhujona