নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น •

  • @ChantumoniBora-li1zp
    @ChantumoniBora-li1zp ปีที่แล้ว +10

    Bouht dhuniyakoi vangoni Kori goise Dai bohut Val moust enteligen,.Thankful

  • @sunilsarmasunilsarma67
    @sunilsarmasunilsarma67 ปีที่แล้ว +12

    কৃষ প্ৰভূ

  • @parthadutta8101
    @parthadutta8101 ปีที่แล้ว +7

    Bohut vaal lagil.....Narayan Narayan

  • @sewalisaikia5816
    @sewalisaikia5816 ปีที่แล้ว +4

    Pronam jonaisu prabhu

  • @mamanideka4369
    @mamanideka4369 ปีที่แล้ว +6

    🙏 ও নমো ভগৱতে বাসুদেৱায় 🙏 জয় গুৰু শঙ্কৰ 🙏 7.07.2023.

  • @dilipkumardas7722
    @dilipkumardas7722 ปีที่แล้ว +28

    হৃদখন চাফা হৈ গল 'হে হৰী 'আপোনাৰ সুন্দৰ বাণীয়ে 'মোৰ জীৱনটো যেন সদা পৰিস্কাৰ কৰি ৰাখে এইয়াই প্ৰাৰ্থনা 'কৌটি বাৰ""""""কৃষ্ণ' কৃষ্ণ 'হবি 'হৰি""""

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 7 หลายเดือนก่อน +17

    কৃষ্ণ কৃষ্ণ❣️🙏🙏 প্ৰভূ ভাগৱতৰ কাহিনী শুনি খুবেই ভাল লাগিল🙏

  • @B.K938
    @B.K938 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আপোনাক ভগৱানে ভালে ৰাখক🙏🙏🙏

  • @nishitarajbongshi-cf7sq
    @nishitarajbongshi-cf7sq ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @dhrubasarma6595
    @dhrubasarma6595 ปีที่แล้ว +5

    Om shree Vishnu nomoh bhagobote bashudebaya nomoh.

  • @manjurajkonwar2807
    @manjurajkonwar2807 ปีที่แล้ว +17

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @bidyabotideka7375
    @bidyabotideka7375 8 หลายเดือนก่อน +16

    কৃষ্ণ বাপ আতা আপুনি ধুনীয়াকৈ ভাগৱত ভাঙনি কৰে , আপুনি সকলোৰে মন পৱিত্ৰ কৰিলে,,,, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏

  • @pranayborah2003
    @pranayborah2003 ปีที่แล้ว +14

    জীৱনত প্ৰথম বাৰৰ কাৰণে ভাগৱতৰ জ্ঞান লাভ কৰিলোঁ৷আৰু ইয়াতকৈ সুন্দৰ সুন্দৰ পাঠৰ জ্ঞান পাই থাকিম বুলি আশা কৰিলোঁ

  • @polkakati9020
    @polkakati9020 ปีที่แล้ว +4

    হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে। সুন্দৰ বাখ্যা।

  • @KrishnaHazarika-cx9jv
    @KrishnaHazarika-cx9jv ปีที่แล้ว +5

    শ্ৰৱণ কৰি আপ্লুত হ'লোঁ।

  • @RunuBora-s2x
    @RunuBora-s2x 9 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনিয়ে অন্তৰ্ চুই গৈছে।
    🙏🙏🙏

  • @northeastrhinosridersclubp780
    @northeastrhinosridersclubp780 ปีที่แล้ว +2

    Bohut vl lagil

  • @joonbaishya6172
    @joonbaishya6172 ปีที่แล้ว +6

    কৃষ্ণ হৰি ৰাম নাৰায়ণ প্রভূ দয়াময় কৰুণাসাগৰ দৈৱকীনন্দনৰ জয়🙏🙏🙏

  • @MilanDas-yy7tg
    @MilanDas-yy7tg ปีที่แล้ว +3

    ভাষা নাই বুজাব কিমান শান্তি লাগিছে মনটো

  • @kamaldas-k2r
    @kamaldas-k2r 8 หลายเดือนก่อน +2

    ৰাম কৃষ্ণ বাপ আপোনাৰ পৰা অকণমান অমৃত পালোঁ হয় কিন্তু বহুত দেৰিকৈ পালোঁ আপোনাক অন্তৰ পৰা সেৱা কৃষ্ণ বাপ 🙏

  • @RunuBora-s2x
    @RunuBora-s2x 8 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মহা ভাগৱতৰ অমৃতময় কথাই হৃদয় চুই গৈছে 🙏🙏🙏🙏🙏 ভাগৱতৰ ভাঙনি সকলোৱে শুনাটো অতিক প্ৰয়োজন 😂 তেতিয়া অজ্ঞানতা মনৰ পৰা আতঁৰি থাকিব 😂😂

  • @buluborah4646
    @buluborah4646 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ

  • @bimanhazarika4625
    @bimanhazarika4625 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ , আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শুনি বহু নতুন কথা জানিব পাৰিলো । ঈশ্বৰে আপোনাক সু স্বাস্থ্য বান কৰি থাকক । আপোনাৰ দ্বাৰা আমি আৰু বহু পাব লগা আছে । আপোনাৰ দিয়াৰ ক্ষমতা আছে । সেই ক্ষমতা সকলোৰে নাথাকে। আমি আশা কৰিলোঁ। কৃষ্ণ সেৱা নিবেদিছো।

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 7 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী মদ্ভাগৱত 🙏🌻🌾🌷 সেৱা নিবেদিছু বাপ আপোনাৰ বহুমূলীয়া ভাগৱতৰ শুনি ধন্য হলো 🙏🙏🙏🙏🙏

  • @1234lakhya
    @1234lakhya ปีที่แล้ว +3

    ভাল লাগিলে

  • @minatideka7551
    @minatideka7551 ปีที่แล้ว +1

    ঔঁম নমঃ ভগৱতে বাসুদেবায়🙏🙏🙏

  • @nobinborah8327
    @nobinborah8327 ปีที่แล้ว +2

    অতি মনোৰম হৈছে। 🙏

  • @hiramanitalukdar9918
    @hiramanitalukdar9918 ปีที่แล้ว +2

    Bohut val lagil

  • @dharmanath4455
    @dharmanath4455 ปีที่แล้ว +1

    Bohut bohut val lagile ❤❤❤

  • @gautamdas5705
    @gautamdas5705 ปีที่แล้ว +3

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏❤

  • @RobiSenchuwa-xx5tm
    @RobiSenchuwa-xx5tm ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ অমৃত ৱাণী শুনি আত্মাই বহুত তৃপ্তি পালে। আপোনালৈ সেৱা নিবেদিলো।

  • @RangiliHazarika
    @RangiliHazarika ปีที่แล้ว +2

    Bhute Val lagisa🙏🙏🙏🙏🙏🙏🙏🙏🏻🇮🇳🥰😍🤩

  • @arth3155
    @arth3155 ปีที่แล้ว +2

    বহুত আধ্যাত্মিক আলোচনা শুনিলো। ইয়াতকৈ অমূল্য বাণী আজিলৈকে শুনা নাই। বৰ ভাল লাগিল।।
    কৃষ্ণ ৰাম।।

  • @ALIPBORA
    @ALIPBORA ปีที่แล้ว +2

    Hundor Bani bohut val lagil

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +4

    সুন্দৰ বাপ । আপোনাৰ ভাগৱতৰ বাখ্যা শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    হে ৰাম হে হৰি হৰি হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম ৰাম হে কৃষ্ণ হে হৰি হে কৃষ্ণ হে হৰি হে ৰাম

  • @chinugogoi5411
    @chinugogoi5411 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ কৃষ্ণ

  • @bontibordoloi8621
    @bontibordoloi8621 ปีที่แล้ว +1

    Krishna Oti xoundar bakhya🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @binitabarman4661
    @binitabarman4661 ปีที่แล้ว +4

    হে প্রভু বহুত ভাল লাগিল শুনি আপোনা সবাৰো ওচৰত সতকৌটি প্রনাম❤❤

  • @DebojitHazarika-m3f
    @DebojitHazarika-m3f 10 หลายเดือนก่อน +3

    কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️🙏🙏

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু বহুত নজনা কথা জানিলো

  • @nabjitdas1702
    @nabjitdas1702 ปีที่แล้ว +1

    ❤❤❤❤❤❤❤❤❤
    Krisno provu pronam
    Pronam debadideb mohadev provu❤❤❤❤

  • @bultonborahbultonborah2182
    @bultonborahbultonborah2182 10 หลายเดือนก่อน +1

    Om Krishna baxudebai namah ❤️🙏🌍☺️

  • @anjumonigogoi1267
    @anjumonigogoi1267 ปีที่แล้ว +3

    Jei shiri Krishna ❤❤❤ 2:40

  • @jitunath3820
    @jitunath3820 ปีที่แล้ว +1

    Krishna krishna krishna provu 🙏🙏 🙏 bor sundor bakhay

  • @thunukalita6191
    @thunukalita6191 ปีที่แล้ว +3

    Nomo Vagowobote shree krishnay vasudevaay nomo

  • @TamenNarzary
    @TamenNarzary 3 หลายเดือนก่อน +2

    জয় বোৰাই বাথৌ ।বাপ ধন্য ধন্য ধন্য ধন্যবাদ,খোলোমবায়।

  • @hemantamahanta5578
    @hemantamahanta5578 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ‌ ‌‌‌‌ সুন্দৰ ভাঙনি ‌‌

  • @hasleema.k.a.bhaukal6140
    @hasleema.k.a.bhaukal6140 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বঢ়িয়াকৈ বুজাইছে প্ৰভূ ।

  • @porashjyotineog5984
    @porashjyotineog5984 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤

  • @lulugogoi6060
    @lulugogoi6060 ปีที่แล้ว +1

    ওঁম নমোঃ ভাগৱতে বাসুদেৱায়

  • @Dipaliphukan-wt1su
    @Dipaliphukan-wt1su 6 หลายเดือนก่อน +5

    ❤montu bohut val lagil huni aru bohut najana katha janilu❤krishna probhu❤

  • @A_B_Gamerz8660
    @A_B_Gamerz8660 6 หลายเดือนก่อน +1

    কৃষ্ণ হৰি 🙏

  • @SantiBaruah-yk8vi
    @SantiBaruah-yk8vi 6 หลายเดือนก่อน +3

    Krishna krishno

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 5 หลายเดือนก่อน +1

    Krishna Krishna probhu dayamoy kripa koriba 🙏🙏

  • @shyamolprachuryaphukon8804
    @shyamolprachuryaphukon8804 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃপাময় 🙏🙏🙏

  • @mousumichetia2317
    @mousumichetia2317 ปีที่แล้ว +1

    Bohut Val kotha janibo parilu .Krishna Krishna 🙏

  • @SabaKharia-gq5ee
    @SabaKharia-gq5ee 7 หลายเดือนก่อน +2

    Jai shree Krishna🙏🙏radhe radhe

  • @utjaldutta4075
    @utjaldutta4075 ปีที่แล้ว +6

    কৃষ্ণ-------এওঁ ৰাজীবৰ দেওতা নয়নে বাৰু, ভাল লাগিল ❤

  • @j.m.deorinair9202
    @j.m.deorinair9202 ปีที่แล้ว +1

    Krishna probhu🌹🌹🌹 app ko koti koti pranam🌹🌹🌹🌹 🙏🏿🙏🏿🙏🏿🙏🏿

  • @keshavkalita-xe1ov
    @keshavkalita-xe1ov ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ। সেৱাভাগী জনালো বাপ ।

  • @dipikagoswami8922
    @dipikagoswami8922 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @muhidharsaikiaastra5677
    @muhidharsaikiaastra5677 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ,বৰ ধুনীয়া কথা জানিব পাৰিলো

  • @champakbora6397
    @champakbora6397 ปีที่แล้ว +1

    বহুত নজনা কথা শিকিলোঁ ধন্যবাদ
    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @apurbadas8059
    @apurbadas8059 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @korobiduwari9255
    @korobiduwari9255 ปีที่แล้ว +2

    Bor dhunia kotha koi.jay shree kishna🙏

  • @apurbakalita1968
    @apurbakalita1968 7 หลายเดือนก่อน +1

    Krishan Krishan ❤❤❤

  • @pranjitdas8066
    @pranjitdas8066 ปีที่แล้ว +1

    very nice story Hara krisna hara krisna

  • @bonditasvlog2792
    @bonditasvlog2792 ปีที่แล้ว +9

    অতি সুন্দৰ মন ভক্তি ভাৱত বিলিন হৈ গ'ল কৃষ্ণ🙏🙏🙏❤️

  • @miradas6385
    @miradas6385 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেৱা জনালোঁ

  • @121nojurbilboniaawcujanima7
    @121nojurbilboniaawcujanima7 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাৰ বাখ্যা শুনি ভাল লাগিল কৃষ্ণ। ।

  • @PaporiBoro-zw6ky
    @PaporiBoro-zw6ky ปีที่แล้ว +2

    Xundor ব্যাখ্যা 😊😊😊 Krishna Krishna 🙏 🙏

  • @prafullamedhi56
    @prafullamedhi56 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু

  • @Isha__vlogs
    @Isha__vlogs ปีที่แล้ว +3

    Krishna Prabhu kripa kriba🙏🙏🙏

  • @ChandiMedhi-h6n
    @ChandiMedhi-h6n ปีที่แล้ว +3

    Krishna bap sunder bhagabhat

  • @dipshikhaborah3082
    @dipshikhaborah3082 ปีที่แล้ว +6

    জয় কৃষ্ণ👌👌👌👌💐💐💐💐

  • @umahazarika
    @umahazarika ปีที่แล้ว +1

    কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 বাপ কৃষ্ণ 🙏 🙏 🙏

  • @hiramanibhatta923
    @hiramanibhatta923 ปีที่แล้ว +1

    প্ৰভূ মন শীতল পৰি গ'ল । ধন্যবাদ ।

  • @ranjubarikbarik8695
    @ranjubarikbarik8695 ปีที่แล้ว +2

    Krishna Bap Krishna🙏🙏🙏🙏🙏🙏 Krishn Ranju Barik

  • @NomitaDas-s9i
    @NomitaDas-s9i 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম শুনি ভাল লাগিল

  • @bhabenphukan-l5g
    @bhabenphukan-l5g ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @rinagogoi8486
    @rinagogoi8486 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @HariprashadHari-z7v
    @HariprashadHari-z7v ปีที่แล้ว +1

    শুনি ভাল লাগিল

  • @babulborah5253
    @babulborah5253 ปีที่แล้ว +2

    কৃষ্ণ , মহাভাগৱত ।

  • @moramibaruah2836
    @moramibaruah2836 ปีที่แล้ว +1

    Eman val lagil xuni ,🙏🙏🙏🙏

  • @bharatisaikia2059
    @bharatisaikia2059 ปีที่แล้ว +1

    Krishna krishna 👏👏👏

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 ปีที่แล้ว +1

    প্ৰভু 🙏 ঈশ্বৰ🙏 প্ৰণামো তোমাক🙏

  • @navajitbora3108
    @navajitbora3108 ปีที่แล้ว +13

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @nirjugogoi2832
    @nirjugogoi2832 ปีที่แล้ว +1

    বাপদেউতা সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏

  • @sanowarabegum4481
    @sanowarabegum4481 ปีที่แล้ว +1

    Kathabor khuni bor bhal lagil

  • @debengogoi9035
    @debengogoi9035 6 หลายเดือนก่อน

    সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে, 😊

  • @polidas6541
    @polidas6541 ปีที่แล้ว +1

    হে প্ৰভু কৃষ্ণ

  • @jumandeka3437
    @jumandeka3437 3 หลายเดือนก่อน

    বহুত ভাল লাগিল,অতি সুন্দৰ, শুনিব পায় নিজকে ধন্য মানিছো অন্তৰৰ বহুত বহুত সেৱা জনাইছো, কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @RJrekhacreation
    @RJrekhacreation ปีที่แล้ว +17

    কৃষ্ণ কৃষ্ণ বাপজন 🙏 আজি তিনি দিন মান আগতে ম‌ই ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাহিনীটো শুনিছিলো , কিন্তু আজি আপোনাৰ ব্যাখ্যা শুনি আপ্লুত হলো ।

  • @PutumoniGohain-fw6fp
    @PutumoniGohain-fw6fp ปีที่แล้ว +1

    KSina Prabhu, ei katha bilak huni thakile huni thakibar mon jai❤

  • @kalpadas5723
    @kalpadas5723 ปีที่แล้ว +3

    ৰাম কৃষ্ণ ❤

  • @DebaKtbonia-co7ty
    @DebaKtbonia-co7ty ปีที่แล้ว +1

    Krishna Krishna bhagban krishna pravu narayana Krishna khokoluloi ke amar antorik sewa sardha giyapon korilu Krishna Krishna

  • @harisaikia4600
    @harisaikia4600 ปีที่แล้ว +1

    অতি মূল্যৱান ব্যাখ্যা, সেৱা জনাইছো, কৃষ্ণ

  • @bashantadas1542
    @bashantadas1542 ปีที่แล้ว +1

    Krishna krishna baniya baap jai jai jai shree krishna bhagaban tomar saranat sata coti coti pranam