ৰিয়ান পৰাগতকৈ তেওঁৰ পিতৃ মাতৃৰ অহংকাৰ বেছি হৈ গৈছে নেকি? "অভিমত " চাওঁক আৰু চিন্তা কৰক।

แชร์
ฝัง

ความคิดเห็น • 222

  • @user-pi4zc9ej3d
    @user-pi4zc9ej3d 6 วันที่ผ่านมา +17

    উমা ছেত্ৰীৰ ক্ষেত্ৰত এইবোৰ নেদেখিলো। ধনী মানুহবোৰৰ লৰাক highlight বেছিকৈ কৰায়। অভিনন্দন ৰিয়ান

  • @roujahmed3935
    @roujahmed3935 14 วันที่ผ่านมา +39

    অভিনন্দন ৰিয়ান পৰাগ ও পিতৃ-মাতৃলৈ ! ৰিয়ানক লৈ অসমবাসীয়ে গৌৰৱ কৰে আৰু বহু আশা কৰে !

  • @bhaskargogoi8716
    @bhaskargogoi8716 14 วันที่ผ่านมา +79

    আপুনি উমা চেত্ৰী ৰ পিতৃ - মাতৃ ৰ এনেদৰে সাক্ষাতকাৰ ল'বলৈ যোৱা নেদেখিলো। তাৰো কষ্ট সমানেই আছিল।

    • @suzandas5352
      @suzandas5352 14 วันที่ผ่านมา +5

      Because she non Assamese

    • @soumyadeepdeka2643
      @soumyadeepdeka2643 7 วันที่ผ่านมา

      Atiya aku a kora nai akol chance puwate anekuwa reaction run no korate ba 1st 11 t chance paok agote ru run tu tar bat t ahibo diyok pisat dekha jabo .bengal bihar mumbai delhi r bahut players chance paise ru val khelar pisat team r pora bad porise, lora tuk khelibo diyok,tar agot imran media channel buror imran huloshol koribo loga ako huwa nai nohoi,akol prey korok jen 1st 11 t chance pai ru run koribo pare,anekuwa hbo lagibo jen birat,rohit thoka team tut jen fixed player hisabe 1st 11 t thake...ru axom channel bilak r kuno kam nai kiba ata alop hole nijor TRP r karone alop besi kori thake.axom manhu bilak channel bilak iman huloshul kori thakile lora jon ru tension t ahibo jabo ru run koribo nuwaribo xage,bcz tai all time ata pressure t thakibo je axom bakhi iman hope kori ase mok run koribo lagiboi tetiya he kiba prblm face koribo,atiya sob pahori akol riyan k khelibo diyok freely jen run koribo pare.so iman reaction nidibo speccially media channel bur

    • @spookygamer298
      @spookygamer298 3 วันที่ผ่านมา

      ​@@suzandas5352non Assamese hole o Assam r karone khelise

  • @pinkugogoi2747
    @pinkugogoi2747 14 วันที่ผ่านมา +120

    উমা চেত্ৰী ৰ মাতৃ পিতৃ ৰ কাষত আপোনাক নেদেখিলো, কোনো দেৱজিৎ বৰা , ৰঞ্জিত বৰঠাকুৰ হিমন্ত বিশ্ব শৰ্মা ৰ সহায় নোলোৱাকৈ ইণ্ডিয়া খেলা তেওঁ প্ৰথম অসমীয়া হৈ পৰিল , কিন্তু মাক দেউতাকৰ কোনো বিশেষ ডাঙৰ মানুহৰ লগত চিনাকি নাই যে সেই কাৰণে তেওঁ ৰ হৈ ইমান বেছি বাতৰি প্ৰচাৰ কৰা চকুত নপৰিল । ৰিয়ান ৰ নামত আজি পাঁচ ছয় বছৰে বাতৰি গৰম কৰা দেখা গল, ৰিয়ানে ইণ্ডিয়ান টিম ৰ স্থান পোৱাৰ বাৰে বেয়া পোৱা নাই তেওঁ এগৰাকী অসমীয়া আমাৰ বাবে ভাল খবৰ কিন্ত্ত গুৰুত্ব সকলোৱে সমানে পালে ভাল হয় আৰু গুৰুত্ব দিয়া উচিত, মনত ৰাখিব

  • @manujsaikia6908
    @manujsaikia6908 14 วันที่ผ่านมา +14

    পৰাগ দা লগত একেলগে খেলিবলৈ সুভাগ্য হৈছিল । তেওঁ খুব ভদ্ৰ ব্যক্তি । আজি ৰিয়ান যি হৈছে , তেওঁ পিতৃ মাতৃ 100 % কষ্টৰ ফল । আমাৰ গৌৰৱ ৰিয়ান ।

  • @ratuldhaba
    @ratuldhaba 12 วันที่ผ่านมา +20

    এইবিলাক interview লোৱাতকৈ ঔষধৰ খোৱা বস্তুৰ দাম বৃদ্ধি পাইছে সেই বিলাকৰ নিউজ বনাবʼ মন্টীৰ ইন্টাভিউ লবʼ

  • @pritamroy12345
    @pritamroy12345 14 วันที่ผ่านมา +11

    ৰিয়ানৰ লগতে পিতৃ-মাতৃলৈও অভিনন্দন জনাইছোঁ।প্ৰণাম আপোনালোকক।

  • @biswajitgogoi7747
    @biswajitgogoi7747 4 วันที่ผ่านมา +3

    উমা চেত্ৰীক আপোনি চিনি নাপাই নেকি। এইবোৰ আই পি এল খেলুৱৈ হয়। ভাৰতীয় মূল দলত খেলিব নোৱাৰে।

  • @Danirojasfc6
    @Danirojasfc6 10 วันที่ผ่านมา +8

    অসম প্ৰথম সদায়েই চিৰদিন।
    জয় আই অসম।
    জয় হিন্দ। 🇮🇳

  • @user-ro7yz1wm6r
    @user-ro7yz1wm6r 10 วันที่ผ่านมา +2

    ৰিয়ান পৰাগৰ পিতৃ -মাতৃলৈ অশেষ
    ধন্যবাদ,🎉🎉🎉

  • @dipengogoi5076
    @dipengogoi5076 15 ชั่วโมงที่ผ่านมา

    মই ৰিয়ান পৰাগক সদায় ভাল খেলক সমৰ্থন কৰো আগবঢ়ায়হি যাওক

  • @jayjyotisarma3222
    @jayjyotisarma3222 5 วันที่ผ่านมา +4

    উমা চেত্ৰি বা হৰিচৰণ নাৰ্জাৰী ৰ মা দেউতা ক সাক্ষাৎ লোৱা হ'লেও খুব পালো হয়। ৰিয়ান পৰাগক শুভেচ্ছা জনালোঁ।😂😂

  • @mayurigogoi7766
    @mayurigogoi7766 14 วันที่ผ่านมา +64

    Riyan parag loi huvokamona thakil...riyan parag t koi bohut val batsman ase axomot kintu hubidha pua nai babe ulai jabo pora nai..

    • @user-mf7ht8op5s
      @user-mf7ht8op5s 13 วันที่ผ่านมา +5

      Kun ase.....???

    • @birenchetia1152
      @birenchetia1152 13 วันที่ผ่านมา +5

      Tenis ball khela batsman ne ki?

    • @neww6220
      @neww6220 12 วันที่ผ่านมา +2

      Riyan eta brihot talent teor xoman batsman asomot ulua nai

    • @siddharthasankarkashyap6058
      @siddharthasankarkashyap6058 12 วันที่ผ่านมา +3

      💯....karon teur deutak a cricketer asil. So hubidhabur Riyan a paise kot kaneke agbarhibo lage. Kintu bohut hadharon manuh a nijor hontanok haikhini hubidha dibo pora nai karone teuluk agbarhibo pora nai. Axomot hoitu Riyanor dore aru Protiva ulaba. Teuluk a Jen nijok uliyai anibole kisu hubidha pai tarkamona thakile......

    • @cricketthings4928
      @cricketthings4928 11 วันที่ผ่านมา +1

      Kun val ase o baidew,,,val khelile ajikali paboi, talent lagibo...ene batsman tu agal ase, bt Kohli Rohit xokolu nhoi, Riyan r quality ase paise

  • @Kullu_ka_gyan
    @Kullu_ka_gyan วันที่ผ่านมา

    Riyan parag r daddy ru mummy k congratulations.. Apunalokor child a aaxam r nam bright korise... Amio lots of proud anuvab koru

  • @drkantheswarbordoloi8893
    @drkantheswarbordoloi8893 12 วันที่ผ่านมา +7

    Parents love their child,, that’s all, teulukor ohonkarok loi prosno kio?? Riyan go ahead, our pride our love,,,

    • @prakritirvlogs1463
      @prakritirvlogs1463 12 วันที่ผ่านมา +1

      Akdom iat baru kot ohonkaror kotha ahile

    • @ankursarma4835
      @ankursarma4835 8 วันที่ผ่านมา

      Yes... exactly..

  • @sanjeevnath6602
    @sanjeevnath6602 6 วันที่ผ่านมา +3

    আমাৰ অসমত সমালোচকৰ অভাৱ নাই, অসমৰ পৰা খেলুৱৈ গলে অসমৰে সুনাম, ভাল খেলক অসমৰ নাম ভাৰতৰ বা বিশ্বৰ বুকুত উজ্বলাই তুলক,আৰু নতুন নতুন খেলুৱৈ ওলাওক,আৰু খেলুৱৈ সুবিধা পাওক,

    • @kanchangogoi9214
      @kanchangogoi9214 22 ชั่วโมงที่ผ่านมา

      জিম্বাবোৱেৰ বিৰুদ্ধে প্ৰথমখন মেচত সম্পূৰ্ণ দলটোৱেই বেয়া খেলিছিল আৰু দ্বিতীয় খন মেচত ৰিয়ানে বেটিংৰ সুবিধাই নাপালে। কিন্তু তথাপিও ৰিয়ানক সমালোচনা অধিক কৰা দেখা গৈছে। কিন্তু বলিংত ৰিয়ানে এক অভাৰত মাত্ৰ পাঁচ ৰান দিয়াটো কিন্তু কোনেও নেদেখিলে।

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 12 วันที่ผ่านมา +5

    Please mind to Uma Chetri also. Poor players will be encouraged.

  • @ganeshsarma706
    @ganeshsarma706 2 วันที่ผ่านมา +1

    Chance never come again এই কথা পৰাগে নাভাবিলে বেট ধৰিবলৈ সুযোগ পোৱা টো ভাগ্য আছিল । কমেও ৩০টা বল খেলাৰ সংকল্প লৈ আহিব লাগিছিল কাৰণ ফাৰ্ষ্ট অৰ্ডাৰ ফেইলৰ হোৱা বাবে খেলিব পাইছিল।

  • @kalyankonwar9361
    @kalyankonwar9361 6 วันที่ผ่านมา +2

    এজন অসমীয়া হিচাপে অভিনন্দন জনাও। কিন্তু ক্ৰিকেট প্ৰেমি বুলি কব অলপ বেয়া লগে । কাৰণ এজন প্ৰকৃত ক্ৰিকেট প্ৰেমিয়ে কেতিয়াও world cup ৰ final খেল খন নাচাও বুলি নকৈ

  • @arabinda1714
    @arabinda1714 14 วันที่ผ่านมา +10

    নিচ্ছয় এদিন INDIA টিমত খেলিব❤🎉

  • @informativeone6370
    @informativeone6370 2 วันที่ผ่านมา

    ৰিয়ানৰ কথা বাৰ্তাত অহংকাৰৰ গুণতো বিৰাজমান৷

  • @mahimaranjan3420
    @mahimaranjan3420 วันที่ผ่านมา

    তিনি বলত দুই ৰাণ ! ৰিয়ানক তাৰ মতে কোনো মানসিক চাপ নোহোৱাকৈ খেলিব দিয়ক ! দম্ভ অহংকাৰ আৰু অতিপাত তোষামোদে ক্ষতি কৰে !

  • @amritsarma9381
    @amritsarma9381 6 วันที่ผ่านมา

    Proud কৰিব লগা বিষয়। All the best Riyan

  • @mrinaliniborthakur1245
    @mrinaliniborthakur1245 7 วันที่ผ่านมา

    বহুত ভাল লাগিল। ৰীয়ানলৈ শুভ কামনা থাকিল 🎉🎉🎉

  • @sanjibhazarika608
    @sanjibhazarika608 11 วันที่ผ่านมา

    ৰিয়ান ভবিষ্যতে ভাৰতৰ হৈ উজ্জ্বলি উঠিব।

  • @bimalkumardeb2435
    @bimalkumardeb2435 วันที่ผ่านมา

    Riyan is born to play cricket. No doubt he is an extremely talented batsman and I hope he will be a successful Indian batter.

  • @user-nz2dk1wc7x
    @user-nz2dk1wc7x 9 วันที่ผ่านมา +2

    Riyan parag amar axomar garuv khati axomiya lora ❤❤❤❤

  • @HITESHCHDAS
    @HITESHCHDAS 12 วันที่ผ่านมา +2

    Absolutely they each other dedicated to his son as Riyan is lucky enough to have such dedicated parents as well.

  • @abdulmotin7868
    @abdulmotin7868 4 วันที่ผ่านมา

    ৰিয়ান পৰাগ আমাৰ অসমৰ গৌৰৱ

  • @Ithinkend
    @Ithinkend 14 วันที่ผ่านมา +7

    ভিডিঅ'ৰ বিষয়বস্তু যিয়েই নহওঁক, ভিডিঅ' titleটো কিয় এনেকৈ দিলে?

  • @bipuldas768
    @bipuldas768 8 วันที่ผ่านมา +2

    মাক বাপেকৰ কথাবোৰ সজাই কোৱা যেন লাগে ।

  • @annanhaque545
    @annanhaque545 5 วันที่ผ่านมา

    উমা চেত্ৰী লগতে ৰিয়ান পৰাগ লৈ আন্তৰিক অভিনন্দন জনাইছো। কিন্তু লগতে এটা কথা কম ৰিয়ানৰ নিউজ চেনেলৰ আগত কথা কওঁতে অলপ ভাবি চিন্তি কথাবোৰ ক'ব লাগে। দুয়োজনৰ অনাগতৰ দিনত অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনক।❤❤

  • @rubirubi8599
    @rubirubi8599 9 วันที่ผ่านมา +1

    সচাঁই বৰ আবেগিক হৈ পাৰিলোঁ, ভিডিও টো চায়। সমোহ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 12 วันที่ผ่านมา +19

    মাক জনী মতা মানুহৰ দৰে কাপোৰ পিন্ধি বহুত স্মার্ট দেখাইছে।

    • @banditapathak8118
      @banditapathak8118 10 วันที่ผ่านมา +6

      Apuni sage najane mak joni kun hoi. She was the best swimmer of her time with limited scope and opportunities.

    • @animakapathak1790
      @animakapathak1790 9 วันที่ผ่านมา +3

      Yes she is international swimmer

    • @SK-12711
      @SK-12711 4 วันที่ผ่านมา

      হায় হায় মিঠু বৰুৱাক চিনি নাপায়৷

    • @collectionmasterrituparnadas
      @collectionmasterrituparnadas 2 วันที่ผ่านมา

      মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৩ চনত হংকংত অনুষ্ঠিত সপ্তম এছিয়া পেচিফিক চেম্পিয়নশ্বিপত মিঠু বৰুৱাই ভাৰতৰ হৈ ২টা সোণৰ পদক, ২টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।১৯৯৮ চনত মিঠু বৰুৱাই সাঁতোৰৰ কেৰিয়াৰৰ সামৰণি মাৰে। তেওঁ বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এগৰাকী শীৰ্ষ বিষয়া

  • @Cricketinassam1
    @Cricketinassam1 วันที่ผ่านมา

    এইয়া অসমৰ কাৰনে গৌৰৱৰ কথা

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 12 วันที่ผ่านมา

    কৰিবা কৰ্ম নবান্চিবা ফল, ঈশ্বৰৰ আয়্গা মানি কৰা সকল।। অহংকাৰ শুন্নভাৱে কৰ্মৰত হলে ফল অনিবার্য।

  • @himangshubaruah7945
    @himangshubaruah7945 5 วันที่ผ่านมา +1

    Apunr kotha bur Support nkru dada

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 5 วันที่ผ่านมา +1

    3 balls 2 runs out!! Cricketer legends.r emaan futoni nai jiman eyaar ase

  • @crdeka7942
    @crdeka7942 14 วันที่ผ่านมา

    May God bless Rian for further advancement and achievement.
    Definitely he will brings Glory to Assam as well as India in the international cricket. ❤.

  • @PranjalGohain-si3ex
    @PranjalGohain-si3ex 6 วันที่ผ่านมา

    Riyan Parag jate bohu dur aaguai jaay tarei kamona korilu😊❤

  • @janardonbora2795
    @janardonbora2795 14 วันที่ผ่านมา +2

    আপুনি হিমন্তৰ অহংকাৰ দেখা নাই নি।এদিন ৰিনিকি ভূঞাক মাতিবচোন। এইবিলাকো দেখিব লাগে ।

  • @user-nx3bf1tr9f
    @user-nx3bf1tr9f 14 วันที่ผ่านมา +1

    Reyanr pitee matri loi bohut bohut dhonyobad🙏🙏

  • @apurbadas1622
    @apurbadas1622 14 วันที่ผ่านมา

    Almighty bless you Riyan to become one of the greatest batsman.Just focus on cricket.Parag Da was a destructive batsman during his
    days.Ideal parents.Enekuwa parents or child howao maha bhagya.

  • @deltaone2882
    @deltaone2882 8 วันที่ผ่านมา

    মই ৰিয়ানৰ ৰঞ্জী ট্ৰফীৰ coach আছিলোঁ,
    ৰিয়ান বহুত ভাল player , মই ৰিয়ানৰ দেউতাকক ২০১৭ ত কৈছিলো অতি সোনকালে আপোনাৰ লৰা India senior tram ত খেলিব

  • @runusarmah4050
    @runusarmah4050 7 วันที่ผ่านมา

    মিঠু বৰুৱা নিজেই এগৰাকী অসমৰ গৌৰব । এতিয়াও চকুত ভাহি আছে চুইমিং পুলৰ কণমাণি মিঠুজনী । দেউতাকো অসমৰ চিনাকি নাম। তেওলোকৰ সন্তান ৰিয়ানক লৈ আমি গৌৰবাম্বিত ।

  • @ANYXPTR
    @ANYXPTR 5 วันที่ผ่านมา +1

    Riyan parag 2 run Kori out Zimbabwe...aku nohol

  • @RinkuSaikia-jc9jm
    @RinkuSaikia-jc9jm 5 วันที่ผ่านมา +1

    Attitude ulai goisa aji

  • @jayantabaruah6438
    @jayantabaruah6438 3 วันที่ผ่านมา

    Xubaishya Janaisu Agoloi Bahut Bhal khelibo ❤❤❤

  • @crdeka7942
    @crdeka7942 14 วันที่ผ่านมา

    New Cricket talents of Assam will be encouraged from Rian.
    For this upcoming crickters should work hard and then luck will also favoured them.

  • @mahakal8402
    @mahakal8402 3 วันที่ผ่านมา

    Riyan bhal cricketer kintuu tar kisuman statment ????

  • @himangshubaruah7945
    @himangshubaruah7945 5 วันที่ผ่านมา +1

    Parag Acting master

  • @antammmsneevent1717
    @antammmsneevent1717 14 วันที่ผ่านมา +1

    Ahongkar nohoi ..nijor santan k loi garv korise.aru aitu teuluke deserve kore..congratulations to Riyan Porag

  • @UDDHOBPatuwaryPatuwaryda
    @UDDHOBPatuwaryPatuwaryda 14 วันที่ผ่านมา +4

    Riyan Pragt koi bhut vl khela lora ase tokar karane agbari jba pora nai Riyan parag khubida poise bapekor babe

    • @banditapathak8118
      @banditapathak8118 10 วันที่ผ่านมา +1

      Apuni daitto louk sun. Ag barhi ahok. TH-cam t comment di thokat k

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา

      te xubidha pai e aag baarhe manuhe .performance nidile ki laabh hol hoi tokar.Axom r lora aag barhise xukhi houk

  • @user-bc8yz9sw7j
    @user-bc8yz9sw7j 5 วันที่ผ่านมา +5

    Riyan or interview loi lav ni khe india r mach nasai tar mach kone sabo moi vogobanor osarot🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿 koriso je tak team or pora bahir kori diea je🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @P.P2310
    @P.P2310 13 วันที่ผ่านมา

    A story of hunger, passion, dedication, objectivity and last but not the least the sacrifices of his parents.

  • @nilakshisarma8309
    @nilakshisarma8309 5 วันที่ผ่านมา

    Both the parents are athletes wow🎉🎉

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 10 วันที่ผ่านมา +1

    Axomia Manuh bht Ahangkari....👈👈

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 11 วันที่ผ่านมา

    নিতুমনি শইকীয়াৰ বিশেষনীয় বিশেষণ বোৰ ব্যৱহাৰ কৰে তাৰ বাবে তেওঁৰ অনুষ্ঠান আমনিদায়ক হৈ পৰে।
    ইণ্ডিয়াৰ কাৰণে খেলিব নে ভাৰতীয় দলৰ হৈ খেলিব ?

  • @dipakolet3238
    @dipakolet3238 2 วันที่ผ่านมา

    Nice ❤

  • @mayurigogoi7766
    @mayurigogoi7766 14 วันที่ผ่านมา +2

    Rajasthan royals r manegmentot assamor manuh asil karone emn hubidha dile riyanok...so rajasthan royals r manegmentok thank you kbo lage riyanor mak deutake

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา

      hoi kintu performance nathakile eku laabh nohol hoi so taar kostor r fol

  • @bhaskarborah9627
    @bhaskarborah9627 10 วันที่ผ่านมา

    Riyan Parag amr India team'r 1ta homoir future hb🫶, best wishes to u brother ❤️

  • @binodchangmai7759
    @binodchangmai7759 7 วันที่ผ่านมา

    🚩🙏🌹 Hokolu Bhagawan r Akhirwad 🌹🙏🚩

  • @mahanpuja7915
    @mahanpuja7915 13 วันที่ผ่านมา

    Bhagawte bhal manuak bhal
    Puraskar diboi.god bless you all.

  • @bijitboro5117
    @bijitboro5117 14 วันที่ผ่านมา

    Gd bless you mr nitumoni Saikia da

  • @rubihazarika992
    @rubihazarika992 12 วันที่ผ่านมา

    ভাল লাগিল ❤

  • @tserese5659
    @tserese5659 9 วันที่ผ่านมา

    Duyure morm dekhi bhut vl lgise❤

  • @PriyankaHazarikaBhuyan-ib2fl
    @PriyankaHazarikaBhuyan-ib2fl 13 วันที่ผ่านมา

    Best of luck Riyan

  • @user-wo9hb6ot1c
    @user-wo9hb6ot1c 11 วันที่ผ่านมา

    Riyan is the King 👑 of assam❤😊

  • @merajulhaqueahmed1330
    @merajulhaqueahmed1330 12 วันที่ผ่านมา

    Parag Da r spostobadita r bohut respect koru.

  • @hunondasaikia157
    @hunondasaikia157 6 วันที่ผ่านมา +1

    Uma chetry haikhyt kar lok

  • @user-nx6cj4fq1l
    @user-nx6cj4fq1l 14 วันที่ผ่านมา +3

    পৰাগ াদাসক অসম চৰকাৰে sports deptt কিছু adviserবা আন appoint কৰিব লাগে #Himanta biswa sarma CM

  • @sparshadas5319
    @sparshadas5319 8 วันที่ผ่านมา

    Amar Gurav riyan kintu ata kotha kabo bisara kobo nalage kintu koi dilu riyan jiman khini khelibo khubhida paise beleg kunu a puwa nai all foromet anekoi aan burok alup anekoi diye aru bahut keta riyan ulabo axomor pora 🙏🏻🙏🏻🙏🏻

  • @swapnildeka5526
    @swapnildeka5526 8 วันที่ผ่านมา +1

    Ekdom bea lagil topic Tu..... Apunak dhikkar disu

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา +1

      te video tu kio saisili bhai

  • @sunishakalita53
    @sunishakalita53 13 วันที่ผ่านมา

    Mithu bak ami sorure pora bahut val pao. Porag Dai kothakhini koute morei sokupani ulai goise. Egoraki wifer bahut luck lagibo husbandr Iman sanman pabo lagile . Duyuloike bahut suveswa. ❤❤❤

  • @junakprotimdoley6608
    @junakprotimdoley6608 14 วันที่ผ่านมา +1

    Riyan'r parents nhoi.... Nitumoni Saikia he ohongkari....

  • @pratimadas4613
    @pratimadas4613 14 วันที่ผ่านมา

    God bless you Mr nitumoni saikia

  • @anuptalukdar1885
    @anuptalukdar1885 7 วันที่ผ่านมา +1

    Bohut ohankar hoise gotei keitar. Anekoi dhonkho hoi manuh

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา

      eku bhul nai kuwa iman jealousy kele.

  • @user-lo1lf5ke9u
    @user-lo1lf5ke9u 7 วันที่ผ่านมา

    বাপেক মাকৰ গৌৰৱান্বিত হোৱা প্ৰতিজন অসমীয়াৰ গৌৰৱৰ বিষয়।

  • @rupamdas7551
    @rupamdas7551 6 วันที่ผ่านมา

    Congratulations🎉🎉🎉

  • @jyotishbaro933
    @jyotishbaro933 14 วันที่ผ่านมา

    ❤❤❤❤

  • @utpalkumarpatgiri3236
    @utpalkumarpatgiri3236 13 วันที่ผ่านมา

    Correct; n bdw ahankari cousin sister he Beya; Ankita'k rakhi thouk❤

  • @BIPULGOGOI
    @BIPULGOGOI 8 วันที่ผ่านมา

    Congratulations❤❤❤❤❤❤❤

  • @amarchetia3232
    @amarchetia3232 14 วันที่ผ่านมา +1

    Pl. don"t try to create any controversy about Riyan parag's family.

  • @trishnanath6052
    @trishnanath6052 14 วันที่ผ่านมา

    ❤❤❤

  • @Maina4x
    @Maina4x 7 วันที่ผ่านมา

    Video tur title tu val lagise....
    😊

  • @dipjitray9812
    @dipjitray9812 11 ชั่วโมงที่ผ่านมา

    Who is Riyan but Holichran is best

  • @AryaRahulsingh-ux5lo
    @AryaRahulsingh-ux5lo 3 วันที่ผ่านมา

    Riyan bht vl cricketer ajon bt riyan r thinking nd montu ekdomei beya , riyan porag yesashwi jaiswal r lgt thakok olp hikibo bht kotha , thinking o vl hobo jaiswal lgt thakile nd atiyau guarrenty dibo paru axomor 60/70% manuhe uma chetry r photoi sai puwa nai j kenekuwa dekhat just name hunise

  • @Jaisribishnu82
    @Jaisribishnu82 12 วันที่ผ่านมา

    IPL bahut val khelile...India team ot chance pale val khelibo Riyan

  • @user-gu8ne4ij4s
    @user-gu8ne4ij4s 14 วันที่ผ่านมา

    Hobo laage jiman kasto aru troll r khanmukhin hoisey aji
    Nedykhwai ketiya dekhabo❤❤❤

  • @hemanfoodhouse
    @hemanfoodhouse วันที่ผ่านมา

    Nijei cricket nekelile cricket nasai.he pisoloi ketiyau sit napai.ajay jadeja dore hol

  • @samirnath8260
    @samirnath8260 13 วันที่ผ่านมา

    Bahut proudly pura family e

  • @puranjitbarua8820
    @puranjitbarua8820 12 วันที่ผ่านมา

    Best of luck

  • @sidsfarm4090
    @sidsfarm4090 6 วันที่ผ่านมา

  • @pranabko1474
    @pranabko1474 9 วันที่ผ่านมา

    ❤❤🎉🎉

  • @hemalatachetia3765
    @hemalatachetia3765 11 วันที่ผ่านมา +3

    পৰাগ ,তোমাক ভগৱানে আগুৱাই নিয়ক তাৰেই কামনা কৰিলো ।।
    মাক জনীৰ পোছাক দেখি মতা নে মাইকী 😂😂😂😂
    অভিমত অনুষ্ঠান লৈ ,,,,,,,,,,,, ,,,,,

    • @surabhiborah.9626
      @surabhiborah.9626 9 วันที่ผ่านมา

      Apunar drishti Tu val korok sun tetea hokolu apuni vl dekhib

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา

      fashion najana saage tumi

  • @djentertainment9281
    @djentertainment9281 8 วันที่ผ่านมา +1

    Aku vl nekhele.. tat k vl batsman ase

    • @prakashdas2703
      @prakashdas2703 7 วันที่ผ่านมา

      toi ki kheliso aaji le .hate comment nokoribi

  • @harjakoustav644
    @harjakoustav644 13 วันที่ผ่านมา +6

    তিনি মাহত কথাই কব নোৱাৰে কেনেকৈ Swimming কৰিব হা??

    • @harjakoustav644
      @harjakoustav644 13 วันที่ผ่านมา +1

      অলপ বেছি কৈছে মাকে।

    • @nilakshisarma8309
      @nilakshisarma8309 5 วันที่ผ่านมา

      bahira country burot sabo kiman ageot xike swimming.
      anyways she is a renowned Assamese swimmer so teo xaitu jona tu dangor kotha naoi.
      maak dewtak duita athletes hoi Riyan Poragor

  • @bijitboro5117
    @bijitboro5117 14 วันที่ผ่านมา

    Saikia da ki khoborwi apunar

  • @IndraBordoloi-bs7oi
    @IndraBordoloi-bs7oi 9 ชั่วโมงที่ผ่านมา

    Ahonkari hoise

  • @lohitbordoloi9342
    @lohitbordoloi9342 14 วันที่ผ่านมา +3

    অসমৰ বাবে গৌৰৱৰ কথা। আশাকৰো অলপ সফলতাতে অহংকাৰ নকৰি সদায় কষ্ট কৰি যাওক ভৱিষ্যতলৈও।বহুত শুভেচ্ছা যাচিলো