LIVE : Karnataka Reserve pvt. Jobs for Locals | চাকৰিৰ বাবে জানিব লাগিব কানাড়া ভাষা N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ก.ย. 2024
  • LIVE : Karnataka Reserve pvt. Jobs for Locals | চাকৰিৰ বাবে জানিব লাগিব কানাড়া ভাষা N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #karnataka #karnatakagovt #karanatakajobsforonlylocal
    #news18assamoriginals #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 305

  • @bipulkakati9440
    @bipulkakati9440 2 หลายเดือนก่อน +120

    অসম চৰকাৰে কৰ্ণাটক চৰকাৰৰ পৰা শিক্ষা লোৱা উচিত । মই কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তক ১০০% সমৰ্থন কৰোঁ।

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน +8

      Anfale bihari di vori porise axxom t

    • @JunashMardi7
      @JunashMardi7 2 หลายเดือนก่อน +2

      ​@@AzidulAli-x3r hoy kiono Axom sorkare kebol bahiror manuhok he pradhyano diye

    • @chandankn
      @chandankn 2 หลายเดือนก่อน +1

      balor somorthon…india is same country and anyone can work any where

    • @JunashMardi7
      @JunashMardi7 2 หลายเดือนก่อน

      @@chandankn but have you read the news of Karnataka law
      Where kanadiga have 75 percent reservation in higher job and 100 percent reservation in lower job
      When all are

    • @chandankn
      @chandankn 2 หลายเดือนก่อน +1

      @@JunashMardi7 It turned out to be a biggest joke of the year. This is baseless and CM himself removed the tweet. No one I said no one can bring that kind of bill in Indian constitution.

  • @parthakonwar4256
    @parthakonwar4256 2 หลายเดือนก่อน +27

    কণাটক চৰকাৰক ধনন্যবাদ।অসমৰ হিমন্ত্বই বাতৰিতো পঢ়িছেনে ।বহিিৰাগতক সুবিধা দিবলৈ অসম চৰকাৰে কি কৰিছে।

    • @Dk-vi9vn
      @Dk-vi9vn 2 หลายเดือนก่อน

      Bill gurai lua hoise

    • @subhradeepsinha2
      @subhradeepsinha2 หลายเดือนก่อน

      Mokkel...poha huna kriso jdi meritot pabi.. reservation lage goru..etu bill anile ses raijyo...uthai dile heitu bill .sa ge ja..

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 หลายเดือนก่อน +48

    আমাৰ খাৰখোৱা মহাশয় সকলে ইয়াৰ পৰা শিক্ষা লওক ৷

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน

      Aru amar axxom khont bihari di vori porise .joy himanta

    • @deepaliphukan9022
      @deepaliphukan9022 2 หลายเดือนก่อน

      Axomot axomiya h solibo dialogue tu ki hobo atiya😂

    • @Trilochnjmedhi
      @Trilochnjmedhi 2 หลายเดือนก่อน

      Corporate house বোৰৰ Backlash ৰ পিছত কৰ্ণাটক চৰকাৰে সিদ্ধান্ত বাতিল কৰিলে।

    • @bhagadutta7126
      @bhagadutta7126 หลายเดือนก่อน

      Assam government abur akha nakara val

    • @bijita6345
      @bijita6345 หลายเดือนก่อน

      অসমত অসমীয়া vakha দৰকাৰ নাই jdi অসম বুলি নাম তো কিয় rakhise atorai dibo lge, aneu bahiror manuh besi ase, অসমত

  • @pareshneog6190
    @pareshneog6190 2 หลายเดือนก่อน +44

    আমাৰ অসম চৰকাৰে কেতিয়া বুজিব

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน +1

      Anfale bihari di vori porise axxom

  • @TaslimAliBabul
    @TaslimAliBabul 2 หลายเดือนก่อน +31

    মেঘালয়লৈ নাযাব গাড়ী,কৰ্ণাটকট নাই চাকৰি । এতিয়া কোন দিশে ঘূৰিব জীৱনৰ চাকৰি ? 😭😭😭😭

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน +5

      Anfale axxom t bihari di vori porise

    • @J_boruah.
      @J_boruah. 2 หลายเดือนก่อน

      ​@@AzidulAli-x3r aku bihari bhari thoka ni amar eyat ejonu bihari ni sob axomiya manuh ase

    • @axomcinematic2606
      @axomcinematic2606 2 หลายเดือนก่อน

      ​@@J_boruah. Kor hoi nu kok sn apuni ajoni bihari manuh nai ne???

    • @lachitsaikia9044
      @lachitsaikia9044 หลายเดือนก่อน +1

      ​@@J_boruah. আছে ,ভাই বহুত বিহাৰী মাৰোৱাৰী বঙালী মিয়া ঊৰিয়া ভৰি আছে তুমি কত দেখি পাবা 😢

  • @bipulkakati9440
    @bipulkakati9440 หลายเดือนก่อน +4

    ধন্যবাদ বিকাশ ডাঙৰীয়া, এনেধৰণৰ বাতৰিৰ লৈ চৰকাৰৰ কোনো ভ্ৰুক্ষেপ নাই। অসমীয়াত এষাৰ ফকৰা আছে "ৰাতি হ'লে সাত হাল বাই, পুৱা হ'লে এহালো নাই" ।।

  • @manjitman2384
    @manjitman2384 2 หลายเดือนก่อน +28

    অসম চৰকাৰলৈ এটা অনুৰোধ অসমতো সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানত অসমীয়া ভাষা টো প্ৰযোজ্য কৰক , অসমত যেতিয়া semi conductor company খুলিব তেতিয়া কৰ্ণাটক ৰ এজনকো চাকৰি দিব নালাগে

    • @Dkmusicofficial143
      @Dkmusicofficial143 2 หลายเดือนก่อน +1

      হয় এটাও অসমৰ বাহিৰৰ হব নালাগে।

    • @bipulkakati9440
      @bipulkakati9440 หลายเดือนก่อน +1

      প্ৰত্যক্ষ ভাৱে নহয়, পৰোক্ষভাৱে কৌশল গত নীতি নিৰ্ধাৰণ কৰি কৰ্ণাটক চৰকাৰৰ দৰে ব্যৱস্থা ললে কিছু পৰিমাণে অনা অসমীয়া নিযুক্তি বিলুপ্তি ঘটিব ।।

    • @haribhaktabordoloi3891
      @haribhaktabordoloi3891 หลายเดือนก่อน +1

      কৰ্ণাটক চৰকাৰে ,চৰকাৰী ও বেচৰকৰী খণ্ডত নিযুক্তিৰ ক্ষেত্ৰতো যি ভূমিকা লৈছে,ঠিক তেনেধৰণৰ ব্যৱস্থা আমাৰ অসম চৰকাৰে ললে বহুত ভাল হব । Railway,ONGC,OIL আদিতো থলোৱাৰ নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা কৰক, কিয় নো প্ৰতি বছৰে জাকে জকে হিন্দী ভাষী লোক অসমত নিযুক্তি লৈ চাকৰি কৰি আছে ।প্ৰাইভেট সেক্টোৰত 100% থলুৱাৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক । আমাৰ অসম চৰকাৰে এনে ব্যৱস্থা ললে অসমৰ নিবনুৱাৰ হাৰও কমিব ।

  • @bhadreswarbora2330
    @bhadreswarbora2330 2 หลายเดือนก่อน +14

    অসমত এশ শতাংশ কৰক

  • @prakashanandanath7151
    @prakashanandanath7151 2 หลายเดือนก่อน +12

    অসমৰ চৰকাৰে ও কৰ্ণাটক চৰকাৰে দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল হব,

  • @lalithazarika0110
    @lalithazarika0110 2 หลายเดือนก่อน +17

    অসমত চাকৰি নথকাৰ কাৰণেই আমাৰ শিক্ষিত লৰা ছোৱালী যায়।দূভাগ্য আমাৰ অসমত চাকৰি নাই ,কিয়?

    • @BishnuBaruah-hr9uj
      @BishnuBaruah-hr9uj 2 หลายเดือนก่อน +1

      চাকৰি নহয় অ বেটা কোম্পানি নাই।
      ৰটন টাটাই অৱশ্যে এটা নতুনকৈ কোম্পানি অসমত বনাব।
      তাত বহুটো লৰাই চাকৰি পাব।

    • @lachitsaikia9044
      @lachitsaikia9044 หลายเดือนก่อน

      ​@@BishnuBaruah-hr9ujright কোম্পানী নাই বাবেই

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k 2 หลายเดือนก่อน +8

    This is the difference between Assamese and other people of India.They always give attention to their local people for any job. We have to learn much more from this example.

  • @surasj7418
    @surasj7418 2 หลายเดือนก่อน +6

    বাহিৰৰ ৰাজ্যৰ চৰকাৰে নিজৰ খিলঞ্জীয়া মানু্হ খিনিৰ হকে কাম কৰে । আৰু আমাৰ অসমত ওলোটা হে হয় । গুৱাহাটীত প্ৰাইভেট কাম এটা কৰিবলৈ হলেও দৰমহা ৮ / ৯ হেজাৰ পোৱা চাকৰী অধিক । কোম্পানী বোৰত ১২ ঘণ্টা কামত খাটোৱাই দিয়ে ১২০০০ / হেজাৰ ।

  • @SriCCDas
    @SriCCDas 2 หลายเดือนก่อน +25

    বাহিৰা কোম্পানী বিলাকে অসমত কাম কৰি আছে আৰু বাহিৰা লোকে কাম কৰি আছে অসমত সেই বিলাক কি হ'ব।

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน

      Anfale bihari di axxom khon vori porise

    • @mriduldas-zj6eq
      @mriduldas-zj6eq 2 หลายเดือนก่อน

      Khedibo lagiboi,lachit sena,md akhil gogoi,lujon guti,gaurav gogoi ki chingi aae
      Se.

    • @mkr123
      @mkr123 หลายเดือนก่อน

      Muthote axom roxatole jabo lage take bisare amar axomiyai adin haai haai koribo jidore babor mugole axom akromon krisil aru mondir dhonxo korisil thik tenekoi atia amar axomor xkolu nuhua koribo bahiror manuhe axomot ahi aru tak amar axomiyai xubidha dise bih gosot xar pani di jiyai dangor korise aru xei fol axo.iyai khabo😂😂😂😂

  • @gunarajpradhan3749
    @gunarajpradhan3749 หลายเดือนก่อน +1

    আমাৰ অসমত বহিৰাজ্যৰ মানুহৰ প্ৰতি প্ৰাধান্য দিয়া দেখা যায়, মই কিন্তু কৰ্ণাটকৰ চৰকাৰক সমৰ্থন কৰোঁ proud of karnataka government 🙏

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 2 หลายเดือนก่อน +6

    অসমত চৰকাৰী চাকৰিত ৰ্বহি ৰাজ্যৰ যুৱকক ভুৱা নথিৰ জৰিয়তেই চাকৰি দিয়াৰ বিধেয়ক ইতিমধ্যে চলিয়েই আছে।

  • @TechDigi5
    @TechDigi5 หลายเดือนก่อน +1

    ঠিকে আছে অসমত বিহাৰী সকলক চাকৰিৰ বাবে exam দিব নিদিয়ে।

  • @Gamingyoo33
    @Gamingyoo33 2 หลายเดือนก่อน +6

    Ai law khn implement nhoi..Hariyana 2 akei prosestha kra hoisil
    Private company kio manib ai niyambor??karon teolok skillful person he lage sankya borhoa nalage nhoi
    dangor company br belegt shift hb ane niyam anile

  • @bhairabbora677
    @bhairabbora677 หลายเดือนก่อน +3

    আমাৰ অসমত আকৌ ওলোতা ইংৰাজী নাজানিলে চাকৰি কি কোম্পানিতো কাম নাপাই বাহ অসম চৰকাৰ ধন্যবাদ লোকৰ গোলামী খটাৰ বাবে বহুত বহুত ধন্যবাদ

  • @Danirojasfc6
    @Danirojasfc6 2 หลายเดือนก่อน +1

    বহত ভাল কাম কৰিছে তেওঁলোকে।
    আগতে ঘৰৰ মানুহৰ চিন্তা।
    পাছত যদিহে থাকে আলহীৰ অপেক্ষাত। 😊

  • @NavajitRay
    @NavajitRay 2 หลายเดือนก่อน +12

    অসমত অসমীয়া নাজানিলেও হয় কানাড়া জানিলেও পাব ৷

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน +1

      Hmm anfale bihari di vori porise axxom t

  • @AshokKumar-vy2jo
    @AshokKumar-vy2jo หลายเดือนก่อน +1

    This is very good I'm like very good cm sir

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 2 หลายเดือนก่อน +6

    অসম চৰকাৰে অসমীয়াতকৈ অনাঅসমীয়াক চাকৰি দিয়াৰ বাবে বেছি আগ্ৰহী নহয়নে বাৰু? অসমততো অসমীয়াই অসমীয়া ভাষা শিকাৰ প্ৰয়োজনেই নাইকিয়া কৰিলে দেখো!

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o 2 หลายเดือนก่อน +3

    বাকী ৰাজ্য বোৰৰ পৰা কণা্ৰ্টকৰ মানুহক মৰিয়াই মৰিয়াই সেদি পঠিয়াব।

  • @KanTalukdar
    @KanTalukdar 2 หลายเดือนก่อน +1

    Val kotha.... thanks to Karnataka govt.

  • @samkanu
    @samkanu 2 หลายเดือนก่อน +2

    Not only for Assamese, this is for everyone coming to Karnataka from other state. And what's new about it? Even in Assam, some people shout need to know Assamese if working and living in Assam. Isn't it?? I am settled in Bengaluru since past 21 years now and can say one of the best city and state to work and live in.

  • @bhabendoley6151
    @bhabendoley6151 18 วันที่ผ่านมา

    শিকিব লাগে অসম বিদেশী আৰু বহিৰাগত ৰাজপাট সুবিধা দিয়া আমাৰ চলি থকা চৰকাৰে।বিদেশী খেদিম কৈ নাগৰিক লাইচেন্স দিয়ে চৰকাৰে।

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน +6

    Axomot o Bihari,marowari, Bengali k Sakori dib nalage

  • @bhupenkumar8191
    @bhupenkumar8191 2 หลายเดือนก่อน +1

    Good information those who seek the jobs in Karnataka for their readiness.

  • @rituponfuna-z1645
    @rituponfuna-z1645 หลายเดือนก่อน +1

    Moza korisa nijor bhakhato ru nijor manuhor kotha sinta koriboi

  • @pranabchowdhury941
    @pranabchowdhury941 2 หลายเดือนก่อน +4

    আমাৰ অসমত আকৌ অসমীয়াই চাকৰি য়ে নাপাই

  • @gokulchetry7512
    @gokulchetry7512 2 หลายเดือนก่อน +1

    বিল খন ইতিমধ্যে স্থগিত কৰা হৈছে।।কেৱল আসমীয়া নহয় সকলো বহিৰাগত লোকক এই প্ৰযোজ্য কৰা হব।।

  • @pradipdas9078
    @pradipdas9078 2 หลายเดือนก่อน +2

    অতি সুন্দৰ ব্যৱস্থা লৈছে কৰ্ণাটক চৰকাৰে, good step

  • @biswajitgogoi7747
    @biswajitgogoi7747 หลายเดือนก่อน

    Axomotu ai decision lobo lage...bohut bahiror manuh Axomot sakori kori ase.

  • @bikash63
    @bikash63 หลายเดือนก่อน

    ভাল কথা। অসমীয়াই তাতে উন্মুক্ত যৌৱন ৰ বেহা, ঠগ, গুণ্ডাগৰি কৰি বদনাম কৰি আহিছে। ছোৱালী বিলাক মদ খাই উলংগ হৈ ফুৰে। অতিষ্ঠ হৈছে তাৰ সমাজ কেন্দ্ৰিক মানু্হ

  • @SunandaBorah-jh7hr
    @SunandaBorah-jh7hr หลายเดือนก่อน

    কৰ্ণাটক চৰকাৰে এফালৰ পৰা ভাল কৰিছে আৰু আনফালৰ চাবলৈ গলে বেয়াও কৰিছে । ময়ো আছোঁ বেংগালোৰত আজি 8 বছৰ ধৰি ,মই কানাডা ভাষা ক'ব পাৰো কিন্ত লেখিব পঢ়িব হে নাজানো। মই বিচাৰো অকল অসমক টাৰ্গেত কৰিলে নহ'ব, অসমৰ বাহিৰেও বাকী বিভিন্ন ৰাজ্য যেনে, বিহাৰ , উৰিষ্যা , কলকাতা,ঝাৰখণ্ডত ,,আৰু বিভিন্ন ৰাজ্য মানুহ আহি এইখন বেংগালোৰত চাকৰি খাই আছে। গতিকে কৰ্ণাটক ৰাজ্যই যি সিদ্ধান্ত লৈছে মই ভাৱো যে অকল অসমৰ অসমীয়া সকলৰ কাৰণে নহয় , বাকী ৰাজ্যৰ পৰা আহি কৰ্মৰত কৰি থকা সকলোকো এই সিদ্ধান্ত ল'ব লাগে। কিন্তু , যদি এনেকুৱা হবলৈ গৈ আছে তেন্তে খাটাঙ এই কৰ্ণাটক ৰাজ্যৰ যিবোৰ ফেক্টৰী ,ইন্দ্ৰাষ্টী আছে সকলোবোৰ অন্ধকাৰ হৈ পৰিব। গতিকেই, মোৰ,ফালৰ পৰা এনে নোহোৱা টো বিচাৰো।

  • @sunilmandal4442
    @sunilmandal4442 9 วันที่ผ่านมา

    Bohud bhal decision

  • @sblasker8699
    @sblasker8699 หลายเดือนก่อน

    Good stap Karnataka government

  • @gobinchetryvlogs
    @gobinchetryvlogs หลายเดือนก่อน

    Totally agree 💯💯

  • @jayantachoudhury260
    @jayantachoudhury260 2 หลายเดือนก่อน +3

    Amar government e belage State or pora bohut xikibo lage

  • @satyabandas1007
    @satyabandas1007 หลายเดือนก่อน

    I am 100%agree with Karnataka government because their government feels and realized about their citizens future life . According to my view it's very important and necessary rules and Law. I hope our State government also bring this Law and order and To bring this Law and order in our State at the first we need unity of our rulling party and opposition party and other parties views.our government also very important to see and feel about our citizens future as like Karnataka government. I hope our chief minister also mind about this matter

  • @kushendrabordoloi6368
    @kushendrabordoloi6368 หลายเดือนก่อน

    কৰ্ণাটকৰ মানুহে ব্যক্তিগত কোম্পানীৰ কিছুমান কাম কেতিয়াও নকৰে আৰু কৰিবও নোৱাৰে হিন্দী ভাষীৰ মানুহ নহলে অকল কানাডা ভাষী লোকে নোৱাৰিব । তথাপিও আমাৰ অসম চৰকাৰৰ বৰমুৰীয়া সকলে এই বাতৰিটো চোৱা অতি জৰুৰী বুলি ভাবোঁ তেতিয়া কিবা অলপ খিকিব পাৰিব ।

  • @KalpanaBora-c4v
    @KalpanaBora-c4v หลายเดือนก่อน +1

    যি সময়ত আমাৰ হিমন্তই ৰাজ্যটো বাদেই বিদেশৰ পৰা বাংলাদেশী আনি অসমত বৰ পীৰা পাৰি পাকঘৰত জেগা দিছে ।সেই সময়ত কৰ্নাটকে নিজৰ জনসাধাৰন তথা মাতৃভাষাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

  • @Dkmusicofficial143
    @Dkmusicofficial143 2 หลายเดือนก่อน +1

    আমাৰ অসমতো এই নিয়ম লাগু কৰিব লাগে।

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 2 หลายเดือนก่อน +2

    মোৰ পুৰ্ব পুৰুষ সকলে আজি প্ৰায় পাঁচশ কোটি বছৰ আগৰ পৰাই কৰ্ণাটকত চাকৰি কৰি আহিছে।

  • @jayrajroy4964
    @jayrajroy4964 2 หลายเดือนก่อน +3

    Axomor manuh Bangalore arile , Bangalore dinote andhar hobo

  • @binoykumardas1357
    @binoykumardas1357 หลายเดือนก่อน

    কোম্পানী কেতিয়াও ৰাজ্যৰ মাতৃ ভাষা জানে নে নাই বা লিখিব পাৰোঁ নে নাই তাৰ ওপৰত ভিত্তি কৰি চাকৰি নিদিয়ে। কোম্পানীয়ে চাকৰি দিয়ে experience অাৰু skill অৰ ওপৰত ভিত্তি কৰি চাকৰি দিয়ে। IT কোম্পানী আমাৰ অসমত আহিলে কিমান মানুহৰ কৰ্ম সংস্থাপন হল হেঁতেন লাখ লাখ মানুহৰ দুঃখ নিবাৰণ হলেহেতেন। চৰকাৰে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগে। আমাৰ অসমৰ GDP growth বাঢ়ি লেহেতেন ।

  • @dasbabu2113
    @dasbabu2113 หลายเดือนก่อน

    Veer Lachit Sena Ahibo nehki etiah Bengaluru Govt kotha patibo!! Pahre joldi vaal hobo

  • @mamonipator7640
    @mamonipator7640 2 หลายเดือนก่อน

    Newstu r babe dhanyabad

  • @rajani149
    @rajani149 หลายเดือนก่อน

    কৰ্ণাটকৰ এই সিদ্ধান্ত তৈলেটৰ ফ্লাছ মাৰি মাটিৰ তলৰ টেংকি লৈ পেলাই দিয়া হয়......😮😮😮

  • @gogonamusic6986
    @gogonamusic6986 หลายเดือนก่อน

    অসমত বাহিৰৰ পৰা বঙালী বিহাৰী আনি অসমত ব্যৱসায় কৰিবলে দিব অসম চৰকাৰে। অসমত মাটি বিদেশী বঙালীক বেচিবলৈ অধিকাৰ দি থৈছে

  • @banjitchangmai4047
    @banjitchangmai4047 2 หลายเดือนก่อน +2

    আমাৰ অসমত বাহিৰা মানুহে পাৰে,, কিন্তু অসমীয়া মানুহে নোৱাৰে,, কাৰণ কেবল নিজৰ স্বাৰ্থ,,,,, এতিয়া কি স্বাৰ্থ নকওঁ,, কলে ডাঙৰ কথা হব

  • @dharmeshwarhajong8221
    @dharmeshwarhajong8221 หลายเดือนก่อน +1

    ভাল সিন্ধান্ত,আমি অসমৰ অসমীয়া মিডিয়মত পঢ়িও অসমত চাকৰি নাপাই।

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 2 หลายเดือนก่อน +1

    কৰ্ণাটক ভাষাতো কব পাৰিব কিন্ত্ত লিখিব বহুত কঠিন

  • @shirazahamed8149
    @shirazahamed8149 หลายเดือนก่อน

    বঢ়িয়া!

  • @pranjalsarma3052
    @pranjalsarma3052 หลายเดือนก่อน

    Good initiative from their Government side....

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน +1

    Please CM sir Axomot private sector company t axomor lora suwalik 100% reservations korib lage bohut val hb 🙏🏾🙏🏾🙏🏾🙏🏾

  • @barnalidas2076
    @barnalidas2076 2 หลายเดือนก่อน

    ভাল কথা।

  • @KalpanaBora-c4v
    @KalpanaBora-c4v หลายเดือนก่อน

    অসমত চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিবলৈ হিমন্তুই অসমীয়া ভাষা আতৰাই বাংলা ভাষাৰ ব্যবস্থা কৰিছে ।

  • @Bimalgorkhe1990
    @Bimalgorkhe1990 หลายเดือนก่อน

    I'm lives in Bengaluru since long time but i know Kannada language I'm ready to face the problems 😊 my hometown is Tezpur (Assam)

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน

    Very good decision ❤❤❤👏🏾👏🏾👏🏾

  • @ranjittaye1081
    @ranjittaye1081 หลายเดือนก่อน

    Agree everything but why only for assam ather state candidate cane do like kannadiga

  • @surajithira1743
    @surajithira1743 หลายเดือนก่อน

    এই বাদ্ দিয়ক এইবোৰ, একো হৈ নপৰে গৈ, ৰাজনীতি জড়িত হৈ আছে

  • @kishoridas6447
    @kishoridas6447 2 หลายเดือนก่อน +2

    অসমত চৰকাৰী চাকৰিয়াল সকলৰ অসমীয়া ভাষাৰ জ্ঞানৰ দৰ্কাৰ নাই। কাৰণ অসমত BJPৰ চৰকাৰ আছে।

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 2 หลายเดือนก่อน +4

    ৰাহুলে ভাৰত যোৰো আন্দোলন কৰে আৰু বাংগালোৰৰ কংগ্ৰেছ চৰকাৰে ভাষা ভিত্তিত চাকৰি সংৰক্ষণ কৰি ভাৰত টোৰো আন্দোলনত জপিয়াই পৰিছে।

    • @ravija9556
      @ravija9556 2 หลายเดือนก่อน +1

      Assam korib nuhare kiy? Nijor manuh nijor tu vabiboi nnn. Gela politics kori Tak asomiya Aiya start aaa

  • @premodharphukan1101
    @premodharphukan1101 2 หลายเดือนก่อน +4

    অসমত অসমীয়া নাজানিলেও একো সমস্যা নাই ৷ সকলোৰে বাবে আমাৰ ইয়াত ৰাস্তা খোলা আছে ৷

  • @gamingcorner305
    @gamingcorner305 หลายเดือนก่อน

    অসমতো এইখন লাগু হব লাগে, 7:55 অসমত অসমীয়া জনা অনিবাৰ্য কৰক।

  • @jitugogoi6098
    @jitugogoi6098 หลายเดือนก่อน

    Great work ❤❤

  • @sanjibsaikia6978
    @sanjibsaikia6978 2 หลายเดือนก่อน

    ভাল কথা

  • @bharalianita
    @bharalianita หลายเดือนก่อน

    Most of the people they don't know that in west bengal also the same thing happening. They even don't call for interview. But they accept the application letter with bank draft and application fees. And the Bengali language is compulsory compulsory. Not only that in Railway department they never call for interview even if you are eligible.

  • @parthadas2259
    @parthadas2259 2 หลายเดือนก่อน

    I think gradually India is going towards statewise ILP.
    Slowly gradually like many northeast states other Indian states will also demand localisation and iner line permit system (ILP).

  • @AkashPhukon-fw4pd
    @AkashPhukon-fw4pd หลายเดือนก่อน

    Ami Bengaluru t te kori asu
    Axom r mamai sinta korib lge
    Akol dukhiak Hara hasti kori ki paise apuni itihakhe apunak khoma nkorib😢

  • @purnaborah9460
    @purnaborah9460 2 หลายเดือนก่อน +2

    শিকক বুজক আৰু কৰক ।

  • @sri6989
    @sri6989 หลายเดือนก่อน

    Huni vl lgil

  • @rajani149
    @rajani149 หลายเดือนก่อน

    যোগ্য ভুগ্য বসুনধৰা.... 😊😊😊 পাব্লিক ছেক্টৰ আৰু সম্পূৰ্ণ প্ৰাইভেট ছেক্টৰৰ মাজত দিন - ৰাতিৰ, আকাশ পাটালৰ পাৰ্থক্য...😅😅😅😅 সম্পূৰ্ণ ১০০% প্ৰাইভেট কোম্পানী বোৰ এক মাত্ৰ এটা ফৰ্মূলা ৰ উপৰত চলে... সেইটো হল - মুনাফা, লাভ বা profit. গোটেই কোম্পানী মাত্ৰ এটা ভেটিৰ ওপৰতে পৰিচালনা হয় সেইটো হল profit বা লাভ, তাৰ বাহিৰে গুৰু গোঁসাই একো নামানে...🙂🙂🙂🙂😅😅 কৰ চিদ্দা ৰামায়াইৰ কথা শুনিব...😂😂🤔🤔🤔🤔😢😢

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 หลายเดือนก่อน +1

    100% Reservations lage Axomot

  • @HirenBorah-l4s
    @HirenBorah-l4s หลายเดือนก่อน

    Very good

  • @munindradas621
    @munindradas621 2 หลายเดือนก่อน +1

    অসম চৰকাৰে এনে নিয়ম প্ৰয়োগ কৰিব পাৰিব ৷

  • @jahangirhussain6989
    @jahangirhussain6989 2 หลายเดือนก่อน

    Mama, r kebol lecture, axom t industry set-up koribo nuware ne?

  • @pbmpinku8897
    @pbmpinku8897 หลายเดือนก่อน

    Mur 15 years hoise banglore at cannada language a janu

  • @user-ph2lv4pq5b
    @user-ph2lv4pq5b หลายเดือนก่อน

    Axomotu sem habo lage

  • @PrakashRay-ye2bc
    @PrakashRay-ye2bc หลายเดือนก่อน

    xosa kotha
    Moi nije interview Disu.
    June Karnataka language
    Olpo holeo janne xihe basni hoise

  • @Kingkhan72k
    @Kingkhan72k หลายเดือนก่อน

    No problem Qatar Soudi jamu

  • @mahendrachetry6229
    @mahendrachetry6229 2 หลายเดือนก่อน +2

    Bhal karisey etiya buji pabo okhomor kisomaney

  • @RahmanHabib-c1h
    @RahmanHabib-c1h หลายเดือนก่อน

    No problem come to Hyderabad,,

  • @anupmunda3479
    @anupmunda3479 หลายเดือนก่อน

    Moja

  • @bituborah6874
    @bituborah6874 2 หลายเดือนก่อน +1

    khub bea step loise kintu.. Assam r bhut lora suwali tat ase..

  • @sumitpaul9876
    @sumitpaul9876 หลายเดือนก่อน

    অসমীয়া মাধ্যমত পঢ়া ৰ বাবেই কিবা এটা কৰক

  • @rupakgbikas4477
    @rupakgbikas4477 2 หลายเดือนก่อน

    Those affected are for other jobs, such as low paying jobs such as auto rickshaw drivers and petrol pump attendants. Low
    Skill jobs is for locals, likely. Good initiative by the government of Bangalore. My father worked for 2 years as an airman near Mysore town in Karnataka. All villagers and entire villages move m❤from Bihar to a number of states like Karnataka and Assam to work as gas station attendants.

  • @mlomga
    @mlomga หลายเดือนก่อน

    In this case Assam govt must pay a vital role modi govt plays international problems, we must make Assam as Northeast IT Hub

  • @BcNahtamchi
    @BcNahtamchi หลายเดือนก่อน

    অসমত it company কিয় প্ৰতিষ্ঠা কৰিব নোৱাৰে ?

  • @bilambaa
    @bilambaa หลายเดือนก่อน

    অনুৰোধ কৰা নাই দাবী জনাইছোঁ অসমত অসমীয়া ভাষা নাজানিলে বহিষ্কাৰ হব লাগে,

  • @user-tr9yw8oh9i
    @user-tr9yw8oh9i หลายเดือนก่อน

    Amar sarkare karnataka r pora hikibo lagiya bohut ase

  • @mrrsindian2559
    @mrrsindian2559 2 หลายเดือนก่อน

    Welldone, Now try to make Bangaluru in Assam avoiding aandolan

  • @bhaskarjyotibhuyan2776
    @bhaskarjyotibhuyan2776 2 หลายเดือนก่อน

    Ene niyam India'r pratyek State'r karone hobo laage. Kewal State capital city burat ei niyam otorai rakhibo laage.

  • @PodumHazarika-y4l
    @PodumHazarika-y4l 2 หลายเดือนก่อน +1

    Assamot Sakori Paboloi Hole Ahomeya Bhakha Janebo Lagebo Koi Dilu CM Sir Kiba Low Bonabo Lage Naki

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน

      Eibilk low nobonai karon. Bihari khinik puha BJP r 1kam

  • @monojmoran5985
    @monojmoran5985 หลายเดือนก่อน +1

    Bangalore to bihari besi ase

  • @girindrasharma3561
    @girindrasharma3561 หลายเดือนก่อน

    Bortoman bill khon sthogito rakha hoise...

  • @traveler590
    @traveler590 2 หลายเดือนก่อน

    Good hunkle aiekhon assam tu lage

  • @BikashBarman-jr7pr
    @BikashBarman-jr7pr หลายเดือนก่อน

    I am from Bangalore

  • @m4massamese
    @m4massamese หลายเดือนก่อน

    Adha oxom banglore ase,