অমিতা পুলি কেনেকৈ ৰুৱে ( বিজ্ঞান সন্মত পদ্ধতি) | Scientific Method to Plant Papaya Seedlings |

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ม.ค. 2025

ความคิดเห็น • 66

  • @panindrasutradhar6899
    @panindrasutradhar6899 หลายเดือนก่อน +1

    ককাইদেউ আপুনী অতি সূন্দৰ কৈ বুজাই দিছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487  หลายเดือนก่อน +1

      @@panindrasutradhar6899 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @kishore8516
    @kishore8516 2 ปีที่แล้ว +1

    Bhal lagil, aru dibo video

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 ปีที่แล้ว

      ধন্যবাদ। আমি আমাৰ ব্যৱহাৰিক জ্ঞান খিনি ভগাই লোৱাৰ প্ৰয়াস কৰিছো।

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 ปีที่แล้ว

      পৰামৰ্শৰ বাবে ধন্যবাদ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 2 ปีที่แล้ว +1

    Amitar puli ruwa padhatito jani bhal lagil

  • @krishnadas387
    @krishnadas387 ปีที่แล้ว

    Bohut important kotha xikilu apunar pora..Dhanyabad..

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      মোৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ থাকিল।

  • @bhaskarjyotidas3464
    @bhaskarjyotidas3464 11 หลายเดือนก่อน

    Bhut vl lgil

  • @dhanjitabarman9457
    @dhanjitabarman9457 2 ปีที่แล้ว +1

    Bhal. Lagil. Sir. Thank. You

  • @videosnsong1332
    @videosnsong1332 2 ปีที่แล้ว +1

    I am from Karbi Anglong ur explanation are awesome

  • @apurbakalita6918
    @apurbakalita6918 ปีที่แล้ว

    অলপ শিকিলো। Apply কৰিম। Thanks

  • @mukutkumarborah4489
    @mukutkumarborah4489 2 ปีที่แล้ว +1

    Nice

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 ปีที่แล้ว +1

      আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা জনাব আৰু বন্ধু বান্ধবিলৈ share কৰিব। ধন্যবাদ।

  • @RupaSaikia-x7t
    @RupaSaikia-x7t 2 หลายเดือนก่อน

    দাদা অমিতা পাত বোৰ ৰঙা হৈ গৈছে আৰু বগা। ভেকুদৰে হৈছে কি কৰিব লাগে সোন কালে জনাব জোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 หลายเดือนก่อน

      ই এবিধ বগা মাখি।গছৰ যথেষ্ট ক্ষতিকৰে। ভাল নিম তেল 5ml 1 লিটাৰ পানীৰ লগত মিহলাই ভাল দৰে ছটিয়াব।এদিন এৰি এদিন ছটিয়াই।chemical ঔষধ দিলে নাৰ্চাৰী দোকানত গৈ ক'লে দিব। ধন্যবাদ।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 ปีที่แล้ว

    Dada অমিতা guti December January mahot posabo parine

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      অমিতা পচাওতে অলপ গৰম থাকিব লাগে। সেইবাবে sept,octআৰু Feb,march সিচিলে ভাল। তথাপি janৰ শেষৰ সপ্টাহৰ পৰা আৰম্ভ কৰিব পাৰি। আগতীয়াকৈ পুলি ৰুব পাৰিলে আগতীয়াকৈ লাগিব। বেছি ঠাণ্ডাত পচালে অংকুৰণৰ হাৰ কমে। ধন্যবাদ।

  • @BKashyap123
    @BKashyap123 ปีที่แล้ว

    Dada kisumane koi pani besi nalage buli

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว +1

      পানী লাগে। কিন্তু গুৰিত পানী জমা হৈ থাকিব নালাগে। পানী জমা হৈ থাকিলে জেকনি লাগি মৰি যায়।

    • @BKashyap123
      @BKashyap123 ปีที่แล้ว

      @@borahskitchengarden2487 thank u dada❤️ subscribe kori dilu chnl tu vdo bilak val apunar🙏🏻

  • @smpvillage
    @smpvillage 28 วันที่ผ่านมา

    পলি বেগটো ক'ত পাই দাম কিমান দাদা

    • @borahskitchengarden2487
      @borahskitchengarden2487  27 วันที่ผ่านมา

      @@smpvillage Polly bag নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।

  • @RupaSaikia-x7t
    @RupaSaikia-x7t 2 หลายเดือนก่อน

    মই অমিতা খেতি কৰি ছো কিন্তু পাত বোৰ ৰঙা হৈ গৈছে কি কৰিম সোন কালে জনাবছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 หลายเดือนก่อน

      জেকনি লাগিলে নাইবা ছা পৰা ঠাইত থাকিলেও হয়। গুৰিত শুকান গোবৰ আৰু শুকান মাটি মিহলাই দিলে,লগত সৰিয়হৰ খলিহৈৰ পানী সপ্তাহত এবাৰকৈ দিলে সুফল পাব পাৰে। SAAF powder আধা চামুচ 1লিটাৰ পানীত মিলাই গুৰিত দিব পাৰে। ধন্যবাদ।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 ปีที่แล้ว

    দাদা ভোট জলকীয়া ফুল আহিছে মই শিল বৰষুণ দিব বুলি Green neet ওপৰত দিছোঁ ভাল হবনে জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      একো অসুবিধা নহয়।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      জলকীয়া কমকে লাগে নেকি

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      @@goutamjaanassamesevlogs6423 অলপ ৰ'দ অলপ ছা হ'লে ভালহে হয়।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      দাদা ভোট জলকীয়া ফুল সৰি পৰা কাৰণ কি জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      @@goutamjaanassamesevlogs6423 প্ৰকৃতিৰ নিয়মত কিছু ফুল সৰিবই।পটাচৰ অভাৱতো সৰে।গুৰিত ছাই আৰু মাজে মাজে পাতলকৈ সৰিয়হৰ খলিহৈৰ পানী দিলে ভাল।ৰুৱাৰ সময়তে মাটিত কিছু পৰিমানে boraxবা boron দি ললে ভাল।

  • @eajulhoque3046
    @eajulhoque3046 2 ปีที่แล้ว

    Akhan bhal bojar napai dada

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 ปีที่แล้ว

      কথাটো হয়। তথাপিও commercially কৰিলে কষ্ট কৰি বজাৰ উলিয়াব লাগিব

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 ปีที่แล้ว

    দাদা ভোট জলকীয়া গছ কিছুমান ফুল আহিছে আৰু কিছুমান অহা নাই,,,, ফুল নহাবিলাকত‌ ভিটামিন মাৰিব পাৰিম নে জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      ভিটামিন মাৰক। লগতে খলিহৈ ২০০ গ্ৰাম ২ লিটাৰ পানীত তিয়াই থৈ ৪/৫দিন ৰাখিব। ইয়াৰ লগত ভাতৰ মাৰ ২ লিটাৰ মান আৰু গুৰ ১০০গ্ৰাম তিনি দিনৰ দিনা মিহলাব।পাৰিলে ৰঙা পটাচ সাৰো ৫০গ্ৰাম মিহলাই ল'ব।এই গোটেই খিনি ৫ দিনৰ পাছত ২০/২২ লিটাৰ পানীৰ লগত মিহলাই ল'ব।প্ৰতিজোপা গছৰ গুৰিত ১ লিটাৰকৈ দিব।পাতত নিদিব।১৫দিনৰ মূৰে মূৰে এনেদৰে দিব।দেখিব লাগন বাঢ়িব। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      @@borahskitchengarden2487 thank you

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      দাদা মই ভোট গছত মহাফল ভিটামিন মাৰিব পাৰিম নে

  • @Parthacreationpc.
    @Parthacreationpc. ปีที่แล้ว +1

    apunar number dibni

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      You tubeত phone number দিয়াটো অসুবিধা আছে।face book ত message পঠিয়াব।তেতিয়া দিব পাৰিম।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 ปีที่แล้ว

    Dada অমিতা পুলি কেতিয়া ৰুব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      অমাতাৰ পুলি বছৰত দুবাৰ ৰুব পাৰি।এবাৰ sept,octoৰত আৰু এবাৰ Feb,marchত।sep,octত ৰুলে বহুত আগতীয়াকৈ ফচল পোৱা যায়।ফাগুন চতত লাগিবলৈ আৰম্ভ কৰে।ৱ্যৱসায় ভিত্তিত কৰিলে বাৰিষা কেঁচা অমিতা বিক্ৰী কৰিব পাৰি।ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      দাদা অমিতা পুলি এতিয়া জানুৱাৰী মাহত ৰোলে বাৰিষা সময়ত বিক্ৰীব পাৰিম নে

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      @@goutamjaanassamesevlogs6423 পুলি সাজু থাকিলে ৰুব পাৰি। ঠাণ্ডাত বেছি নাবাঢ়ে।তথাপিও APR,may ৰুৱাতকৈ কিছু আগবাঢ়ি থাকিব।ধনব্যাদ

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 ปีที่แล้ว

      ৰুৱা পৰা কেইমাহ লাগে ফুল ফুলিবলৈ লাগিবলৈ

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      @@goutamjaanassamesevlogs6423 কেৱল ৰুই থ'লে নুফুলে।ইয়াৰ বাবে লাগিব উন্নত জাত।উপযুক্ত সাৰ পানী যোগান ধৰিব পাৰিলে ২/৩মাহৰ ভিতৰত লাগে।ধন্নবাদ।

  • @gyanam6655
    @gyanam6655 16 วันที่ผ่านมา

    Kenekoi mota maiki gom poa jai sorry iam not good at Assamese

    • @borahskitchengarden2487
      @borahskitchengarden2487  15 วันที่ผ่านมา

      @@gyanam6655 mota gps ba baja gos atu loga ba maiki gps fular pisot he gom poa jai.gutir pora kenekoi mota maiki sinib pari sei bikhe mor vdo ase Sai lob dhanyabad