মই বশেস ভাবে বিশ্বাস নকৰো কিন্ত আমাৰ ঘৰৰ যত যি থাকিব নালাগে তাতহে আছে কিন্ত আমাৰ কাষৰ ঘৰতো সম্পূৰ্ণ একে আছে.ডাঙৰ কথা যে তেওঁলোকৰ ৪ জন লৰা তাৰে ৩ জনৰ চাকৰিৰ হৈছে আৰু বাকী থকাজনও বি.এ পাছ চাকৰিৰ সন্ধানত আছে
Ami quarter t thku. Ru amr upai nai, north east t amr latrin ase. Ru hske bemar hoi thke. Eyar upai hudhibo. Krn quarter t thka mnuh blg a nije bonabo nwri
Moi ai bilak ake bare bihsah nokoru . Mane dhomoi kormo buli akhar kotha ase . Manu vara ghor thaki thaki mori goise aji dinot .... Vabib lagib lagib hajar khura ,?
ৰবীন্দ্ৰ নাথৰ ফোন নম্বৰ - 9435338214
Dada kot lg pam
মই বশেস ভাবে বিশ্বাস নকৰো কিন্ত আমাৰ ঘৰৰ যত যি থাকিব নালাগে তাতহে আছে কিন্ত আমাৰ কাষৰ ঘৰতো সম্পূৰ্ণ একে আছে.ডাঙৰ কথা যে তেওঁলোকৰ ৪ জন লৰা তাৰে ৩ জনৰ চাকৰিৰ হৈছে আৰু বাকী থকাজনও বি.এ পাছ চাকৰিৰ সন্ধানত আছে
পূবে ভৰাল posime গৰাল উত্তৰে চৰু দক্ষিণে গৰু l
বেলেগ বিলাক মিছা l
Vl lagil video to
একেবাৰে মিছা কথা মোৰ ঘৰৰ ওচৰৰ মানুহ ঘৰৰ উত্তৰ পূবত লেত্ৰীন আছে তেওলোকৰ এজন হাইস্কুলত শিক্ষক দুতিয়জন কলেজত প্ৰফেছৰ আৰু তৃতীয়জন পঢ়িআছে মেত্ৰীকত স্তেনকৰিছিল
Mur khurar goru val
Exactly xosa kotha...amar family vogisu
Your direction is right
Sir mur agnikunr baranda problem hob neki?agnikunt e rickshaw parking are?please?
Right kotha
পূৱলৈ চৰু উত্তৰলৈ চৰু গোসাঁইঘৰ পাতিব পাৰি ৷ বাকী সকলো ঠিক থাকিবই ৷
Ami quarter t thku. Ru amr upai nai, north east t amr latrin ase. Ru hske bemar hoi thke. Eyar upai hudhibo. Krn quarter t thka mnuh blg a nije bonabo nwri
সচাঁ কথা কৈছে, উত্তৰ পূবত আমাৰ লেটিন আছিল৷ শহু শাহু দুয়োজনৰে খুব বেমাৰ হয়, অকল চিকিৎসালয়তে সময়বোৰ পাৰ কৰিলে,
Kothato 100% right ,
Milisei Jen lagei ...xosakoi..🙏 ...2008 wr pora aaziloi kei..vuggi aasu..Fr..in-law..sergry..June..hl..aaru atiyaa 3days hoise..sergry..cancerwr..8..months oth..two times sergry...🙏
Muru dada...hosake tenekua hoise.right
panir karone 3bell ba kuwa kandat sob jagat nhoi to ki korim??????
100%Right
I agree !!! That's right
Yes thsnks
গুৱাহাটী টাওনত থকা মানুহ কি অবস্থাত আছে পাহাৰত এটুকুৰা মাটিত কতনু বসুৰ মতে ঘৰ বান্ধীলে থকায় নহব
Dokhin disot kitchen ase tar kiba upai ase ne ki....
Kun side t thakibo lage.. latrin tank
কথাটো true
ব্ৰহ্মাই পৃথিৱীত মানুহ সৃষ্টি কৰাৰ আগতে মানুহ জীয়াই থাকিবলৈ ৫টা বস্তু আবিষ্কাৰ কৰিছিল। সেইকেইটা হৈছে বায়ু, মাটি, পানী জুই আৰু আকাশ। আৰু এইকেইটা বস্তু নিৰ্দিষ্ট স্থানত ৰাখিছিল। ঠিক তেনেকৈ এখন ঘৰ নিৰ্মাণ কৰিবলৈ ও এই ৫টা উপাদানৰ প্ৰয়োজন।যিটো দিশত পানী আছে সেই দিশত যদি ঘৰৰ পানীৰ উৎস লোৱা হয় তেন্তে পানীৰ ক্ষেত্ৰত একো সমস্যা নহয় কেতিয়াও। ঠিক তেনেকৈ বাকীখিনি কথাও একে।।। মই ১০০%প্ৰমান পাইছো
Hosa kotha. Amar asil Amar hahur hahu jujon cancer hoi dhukal
একদম সঁচা কথা কৈছে ।
South East t letrin bath room thakile Ki hoi janaboson
কলি যুগত হৰি নামেই শ্ৰেষ্ঠ।
হাহা
🙏🙏
Sat dal tar 😊😊😅😅
Moi ai bilak ake bare bihsah nokoru . Mane dhomoi kormo buli akhar kotha ase . Manu vara ghor thaki thaki mori goise aji dinot .... Vabib lagib lagib hajar khura ,?
Dokhin dikhe pakghor bnua anuchit neki? Kun dikhe bnale hubho hoi abogoto krile bhal...
চহৰত,কি,কৰিছে❤
দিশ বিলাক অসমীয়াত কবলাগে সকলোৱে বুজিবলৈ অসোবিধা হয়😮
Thanks Nath
Hasha
Baru bujilu... jikhini beyar katha teo kole gotei khiniye amar ghorot ase... But dikh keita tu thikei ase... Atia problem tu ba kot🤔😧😧
আপোনাৰ ভিডিও টোদেখিলো।মোৰ দক্ষিণ দিশে পাক ঘৰ টিউবেল টো দক্ষিণে। লেটিন পশ্চিমে দিশে আছে ।মা দেউতা পশ্চিম সোবা ৰুম ।ডাঙৰ ল'ৰা বোবাৰী উওৰ দিশে থকা ঘৰ আমাৰ পৰিয়ালৰ অপাৰেচন বেমাৰ হৈ আছে। মঙলদৈ পৰা হিৰন্য চমুৱা নাথ ডাঙৰীয়াই দিশ চাৰিতা অসমীয়া কলে বহুতেই ভাল মই বুজি হোবাত টান হল ।
Nice
প্ৰমাণ বহুতো আছে ।
Heri nohoi kokoideo apuni hatot hetu loi kio koi beleg microphone nai niki . Change your microphone
Amar gahorito anekoi hoi thake bemar to pohniya hoi ase moi aoi keidin hospital goi aso
Ekhtor kotha bur hocha parile apuniou ene dhornor paramas louk. Baki ji jenekoi bonai tenekoi fal pab
100 সছা
Aponi kot xikile
Mor logot milise
বনোৱা হোৱাৰ পিছত কিবা উপায় আছেনে জনাব। মানে উত্তৰত লেটিন আছে সমাধান দিয়ক
Misa misa
koli jugot vagovot bishakhi an kunu hobo nuare karn vagovot bigyan honmot
North East amr ase hy ktha2 amr ghrr murabbi xasu ma cancer hoi dhukaise aji 5 mah agt
ভাঙি দিয়ক
বেলেগত বনাওক নহলে পইচা খিনি প্ৰাইভেট হস্পিতালে খাব
Kothabur milise
Apuni pandit
কথাতো সছা
এও ঘৰ কত
নিজৰ সুবিধা মতে বনাওক একো নহয়।এই জ্যোতিষী বোৰৰ মতে কাম কৰিলে বিপদত পৰাতো খাতাঙ ।ফ্লেত বিলাকে কি কৰে।
yes 100%
Aponi eku najane ...teo xosa kotha koise manibo lage
Aiburor kotha manile aku koribo nuwaribo
Kam nai pagol koribo, mur hokolu uluta ase but hakalu good .
😢😢😢😢😢😢
মোৰ ঘৰৰ দুশিনে পাকঘৰ আছিল ২৫ বছৰ বস বাস কালত ২১ বছৰে বেমাৰ যোৱা ২০২২ চনত পাক ঘৰ উত্তৰ- পচিম কনত আনিলো মানুহ জনও শেখ।
কথাটো কিন্তু মিছা নহয়
Misa aamar mati kom biswa nokoru
Mukesh Ambani judi North East toilet bonai ki hobo kintu tar aku nohoi
Bema tu bade diyo manuhe mori gol
আপুনি অসমীয়া নাজানে নেকি যে , ইংৰাজী ভাষা সোমোবাই কথা কিয় কয় ।
বাজে কথা।নিজৰ সুবিধা টকা পইচা চাই নিজৰ মতে ঘৰ বনাওক।
Bastu hastu mote hokolu manuhar somvob nohoin Bordoloi nagar Tinsukia Assam
Froud Industry
ঘৰৰ দুৱাৰ মুখলৈ গোসাঁইঘৰৰ দুৱাৰ হলে ভাল
100% Right