ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
পৰিয়ালটোক যদি আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে 6003661971 নম্বৰত যোগাযোগ কৰিব । ৷
Bo r xundar prativa. God bless you.
@@anilasingha47838😊
@@anilasingha4783❤
ককায়েক ভনীয়েকৰ প্ৰতিভাত আপ্লুত হলো। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
ভাবিলেই আচৰিত আৰু দুখ লাগে, পাঁচজন কৈ সন্তান কেনেকৈ ডাঙৰ দীঘল কৰিলে। ভগৱানে তেওঁলোকক চকু মেলি চাওক।
ভগৱানে কুশলে ৰাখক সপৰিয়ালকে 🙏
আচৰিত পৰিয়ালটোত সকলো অন্ধ, হে ঈশ্বৰ তেওঁলোকক দৃষ্টি দিয়া। ধন্যবাদ
দৃষ্টিহীন হ'লেও সেই বাধাই যেন হেঙাৰ হৈ থিয় দিব পৰা নাই, সুন্দৰ প্ৰতিভাৰ গৰাকী হওঁক তেওঁলোক ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। বৰ্তমান অত্যাধুনিক চিকিৎসা পদ্ধতিৰ বলত বহু বেমাৰৰ পৰা মানুহ উপকৃত হৈছে।কোনোবা সদাশয় লোকে এই অসহায় ব্যক্তিসকলক দৃষ্টিহীনতাৰ পৰা মুক্ত হবলৈ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ক।
আপোনালোকৰ জীৱন যাত্ৰা সুন্দৰ আৰু সফল হওক তাৰেই কামনাৰে ভগৱান ওচৰত প্ৰাৰ্থনা। জনাইছো ❤
ভাল। লাগিল অন্ধ পৰিয়ালটোক পৰিচয় কৰাই দিয়াৰ বাবে ধন্যবাদ ❤❤❤
ডাঙৰ লৰা আৰু ভনীয়েকৰ কণ্ঠ ইমান সুন্দৰ, ঈশ্বৰে মংগল কৰক তোমালোকক 🙏
ভাল লাগিল, তেওঁলোকক ভগৱানে কুশলে ৰাখক।
বৰ দুখ লাগিছে।প্ৰভুৱৃ কৃপা কৰক।তাৰ মাজতেই ইমান সুনৰ প্ৰতিভা।মৰম আৰু শুভ কামনাৰে।🙏❤️🙏ৰীতা দত্ত।
সুন্দৰ প্ৰতিভা আটাইকেইজনক ভগৱানে কুশলে ৰাখক
তেওঁলোকক ভগৱানে ভাল কৰক। কৃষ্ণ কৃষ্ণ।
Video sai bhal lagil nepal goi bhal hoi ahok god bless them
Bohut val lagise
Sir, I salute you, for depicting this family history,
তোমালোকৰ ভৱিষ্যৎ উজ্বল কামনা কৰিলো।
Agbahi jua tumaluk hodai 👍❤
Gute poribekh tu eman sijil...bor dhunia lagise...teulukok vogobane hohai korok.
এইয়াহে প্ৰকৃত প্ৰতিভা হালি প্ৰজন্ম
Bhut ধুনীয়া।আগবাঢ়ি যোৱা ভগৱানে কুশল কৰিব।
emn dhunia voice . xoklue kiba nohoi kiba ata karant special hai .
ঈশ্বৰে তেওঁলোকক মঙ্গল কৰক ।🙏
হয়,ভগৱানে প্ৰতিভা দিছে ।তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️❤️ । ম ই চেপনৰ । এদিন লগ কৰিবলৈ যাম নিশ্চয় ।
Video hoi এইবোৰ সঁচাকৈ vall লাগিল।
প্ৰভূৱে কৃপা কৰক।
সুন্দৰ পদক্ষেপ ৷ সকলোৱে সহায় কৰক
Osake bohut sai val lagil boghobanor husorot partona jonai su
সঁচাই প্ৰতিভা দেখি আপ্লুত হলোঁ, কবলৈ ভাষা নাই,
Eman sundhor kontho.vogobane gotei poriyaltok sohay korok
TH-cam holee anekuwa content dib lage. Very good prince Bharali ❤
Bar dhuk lagil. God bless you.
পাচ জনকে ভগৱানে কুশলে ৰাখক
God bless, very nice reporting, thanks
দেখি শুনি বহুত দুখ লাগিল।চৰকাৰে চমক সৃষ্টিৰ আচনিবোৰ সৃষ্টি নকৰি সেই টকাবোৰ এনে দুৰ্ভগীয়া পৰিয়াল বোৰক যদি বিলাই দিলে হেতেন!!!!
❤❤
Bohut val lagil bhagobane soku meli saok
বৰ দুখ লাগিল৷ ভগৱানে তোমালোকক সহায় কৰিব
❤❤❤
❤❤❤👍👍👍
Thank you for uploading this video❤
Oooowww ❤
God bless you
🙏
Suwalijnir voicetu bhut dhunia
ঈশ্বৰৰ কুশলে ৰাখক সপৰিয়ালকে ❤❤❤
প্ৰিন্সদা ইমান দিনৰ মূৰত ভিডিঅ আহিছে ভাল লাগিল। আগতে গম পোৱা হ'লে লগ কৰিলোহেতেন।
বহুত বেয়া লাগিল আল্লাই ও ওপৰ আলাই ভাল কৰক কোশলে ৰাখক ।
ভগৱানৰ লিলা জয় শ্ৰী ৰাম,পৰিয়ালটো কুশলে ৰাখক ভগৱানে 🙏🙏🙏
ভগবনে তেওঁলোকক ভালে ৰাখক
Xundor volog dada😊ponkaj mur logr hoi dei🎉aru ajir pora apuner poriyal holu🎉❤
Very very nice
ভগৱানে তোমালোকক কিপা কৰক
Good song
ভগৱানে পৰীয়ালতোক সুখে ' হাহিয়ে ' আনন্দৰে ভৰাই পৰক ' তাকে নেদেখা জনৰ ওচৰত কাতৰ প্ৰাথনা জনালো ।
God bless them ❤❤❤
God bless this family, reporter thanks
অতি সুন্দৰ❤
God bless u guys❤❤❤
Praise the lord
Om
নিশ্চয় সহায় কৰিম ৷
Very good. God bless you
Very good .and happy rongali bihu .
God bless you 🙏
Bhogobane soku meli sabo hokoluke. He bhagwan.....
Val lgil kokai
Hea Bhgoban hundor Lora-suwali keita hokti diok.
May God GOD help the family...
😢😢😢😢 mon to bohot beya lagil
God bless you ❤🙏
God bless you 🥰
God bless you all
ভগৱানে কুশলে ৰাখক
Bhal lagise
❤😂
Bahut bahut bhal lagil .jugagug korim aapunak thanks
ঈশ্বৰে তেওঁবিলাকক মংগল কৰক।❤❤❤
Nice voice
BAHUT BAHUT SUNDAR
মই সামান্য এটি (২০০)সহযোগীতা শুভকামনা জনাইছোঁ । ভগৱানে সদায় কুশলে ৰাখক 🙏🙏
ঈছৰে তেওঁলোকক কোশলে ৰাখক ইছৰৰ উছৰত প্ৰাথনা জনালো ❤️❤️❤️🙏🙏🙏
ভৰৈৱ ককাইদেউ মোৰ ককাইদেউ বন্ধুৱেক। তেওঁলোকৰ লৰা ছোৱালী কেইটা প্রতিভা দেখি ভাল লাগিল। সকলো টিলৈ মোৰ ফালৰ পৰা বহুত বেছি মৰম থাকিল।
Sepon Bihu 🎉
পৰিয়ালটো বৰ দুখৰ কাহিনী❤😊
Vogoban e xohay krk 🙏🙏🙏
Buhut2 val lagil 🌹💋💋
God bless them for success in life.
Hundar
🙏🙏🙏🙏🙏🙏🙏
Aapunalukar soku valhak
ভগৱানে কৃপা কৰক পৰিয়ালটোক।
Vgbane vale rakhok sihatok ❤❤❤❤
Moja .....
Bhgwane vale rakhok apunalukokk🥺❤🙏
বহুত বহুত ভাল লাগিল
Krishna 🙏🙏🙏🕉️🙏❤❤ vogobaaney aakhirbaad korok 🙏
মই ভগবানৰ হুচৰত প্ৰাতনা কৰিছোঁ ছবেহ কুশলে থাকে,
God blessed you , God see the but wait 🎉❤
ভগৱানে মংগল কৰক ,,,,,

ভগৱানৰ লিলা
জয় শ্ৰী ৰাম,
পৰিয়ালটো কুশলে ৰাখক ভগৱানে 🙏🙏🙏