ভাগৱত পাঠ ব্যাখ্যা। ব্যাখ্যা কাৰ শ্ৰদ্ধাৰ অনিল তাঁতীবাপ মন্টূ ৰাজা বাপ। স্থান লাংখাং কাৰ্বি আংলং।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 96

  • @triptihangor5848
    @triptihangor5848 9 วันที่ผ่านมา +3

    প্ৰশ্নৰ লগত উত্তৰ মিলিলে ভাল লাগে আৰু দৰ্শকো উপকৃত হয় ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 หลายเดือนก่อน +7

    ৰাজা বাপ জনাৰ ভাগৱত পৰ্যালোচনা সুন্দৰ হৈছে শুভাশীষ থাকিল। এতিয়ালৈকে ২৯ টা মন্তব্য ৰ ভিতৰত ১৪ টা মন্তব্য বিদেশী ৰোমান লিপি ৰে লিখা।
    অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই। আমাৰ নিজস্ব লিপি আছে গতিকে ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায়। অপ্ৰিয় হ'লেও সত্য কথা। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ।

    • @pranabdas7121
      @pranabdas7121 หลายเดือนก่อน +1

      আপুনি সাহিত্যি সভাৰ সভাপতিৰ নিৰ্বাচন খেলক, ভাল হৱ

    • @NirabPhukan
      @NirabPhukan หลายเดือนก่อน

      সঁচা কথা কবলৈ গলে সাহিত্য সভাপতি হব নালাগে। সচেতন নাগৰিক হব লাগে। কথা বোৰ বহল ভাবে চিন্তা কৰিব , ধন্যবাদ।

    • @pranabdas7121
      @pranabdas7121 16 วันที่ผ่านมา

      @@NirabPhukan ৰোমান লিপিবোৰ আঙুলিয়াই দিব,,সমালোচক হলে গঠন মূলক হৱ লাগিব

  • @pradipgogoi3182
    @pradipgogoi3182 6 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো 🙏🙏🙏।

  • @NabinKachari
    @NabinKachari 14 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ🙏🙏🙏🙏

  • @RunuRaj-bh3zi
    @RunuRaj-bh3zi 4 วันที่ผ่านมา

    Krishna Krishna Krishna 🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 หลายเดือนก่อน +33

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏🙏

  • @sacindradeka8192
    @sacindradeka8192 หลายเดือนก่อน +3

    Jai srimanta sankardev sangha❤

  • @Grbora94953
    @Grbora94953 28 วันที่ผ่านมา +2

    অতি সুন্দৰ লাগিল । 🙏🙏🙏🙏

  • @DulanBordoloi-gm9gx
    @DulanBordoloi-gm9gx 11 วันที่ผ่านมา

    মাধৱ মাধৱ কৃষ্ণ অ হৰি অ ৰাম

  • @Gubindoram
    @Gubindoram หลายเดือนก่อน +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ❤❤❤❤

  • @jintidas6948
    @jintidas6948 หลายเดือนก่อน

    কৃষ্ণ বাপ সমস্ত ।গৃহ পৰাই ভক্তি ভৰা সেৱা জনালো ।

  • @dilipsaikia1767
    @dilipsaikia1767 23 วันที่ผ่านมา +1

    তিনিবস্ত্ৰ মানে তিনিটা গুনৰ কথাহে কোৱা হৈছে , তাহানিতে শুনিছিলো আইতাই সকামতৈ যাবৰ সময়ত মোৰ খুটি কাপোৰ ভাগ আনছোন , আমাৰ ফালে আইসকলে লোৱাভাগ খুটিকাপোৰ বুলিহে কৈছিল ,পুৰুষে লোৱাভাগ আৰু মহিলাই লোৱা ভাগৰ পাথক্য আছিল ॥

  • @ranjugogoi419
    @ranjugogoi419 25 วันที่ผ่านมา

    ৰাম হৰি কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম হৰি কৃষ্ণ ❤

  • @heujjibon9698
    @heujjibon9698 27 วันที่ผ่านมา

    কৃষ্ণ হৰি ৰাম। বাপ সমস্ত সেৱা জনালো ।

  • @Tdas-r4p
    @Tdas-r4p หลายเดือนก่อน +2

    Raam raam Krishna Krishna

  • @ManobTANTI-y8w
    @ManobTANTI-y8w หลายเดือนก่อน +1

    কৃষ্ণ বাপ 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @TarunNath-u3z
    @TarunNath-u3z 13 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 29 วันที่ผ่านมา

    কৃষ্ণ। জয় গুৰু শংকৰ

  • @diptichetia7351
    @diptichetia7351 หลายเดือนก่อน

    ❤❤❤ কৃষ্ণ কৃষ্ণ প্ৰণাম জনালোঁ

  • @NiruDevi-td3hn
    @NiruDevi-td3hn หลายเดือนก่อน

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤️

  • @pallabikagohain5720
    @pallabikagohain5720 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ নাম বৈকুণ্ঠৰ ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ

  • @ganeshsarma706
    @ganeshsarma706 หลายเดือนก่อน +1

    আপোনাৰ ব্যাখ্যা বৈৰাগী সকলৰ বাবে উপযুক্ত যিটো মুক্তি অৰ্থাৎ মৃত্যুৰ পথৰ উদাসীন সংসাৰৰ ধাৰণা।যিটো জৈন, বুদ্ধ, মাধৱদেৱৰ এক মতবাদ। কিন্তু মানৱ জীৱনৰ কাৰণ আৰু ঈশ তত্ত্ব ৰ বিপৰীত আপনাকৰ ব্যাখ্যা।

    • @AnilTantibhagawat
      @AnilTantibhagawat  หลายเดือนก่อน

      আপুনি চিৰস্থায়ী নেকি?

    • @AnilTantibhagawat
      @AnilTantibhagawat  หลายเดือนก่อน

      ফোন কৰিব ৮০১১৫৩৪৭৮৫

    • @pranabdas7121
      @pranabdas7121 หลายเดือนก่อน

      ​@@AnilTantibhagawatবাপ এই গৰু খোৱা বামুণৰ লগত কথা নেপাতিব,,,আপোনাক পাপে চুব,,ইহতৰ মানুহক ঠগাই মাটি দান ,গৰু দান লৈছিল,,বেপাৰ শেষ

    • @pranabdas7121
      @pranabdas7121 หลายเดือนก่อน

      ​@@AnilTantibhagawat তাতী বাপ ,কৃষ্ণ,,চন্দ্ৰ মোহন শৈৱক দিয়া প্ৰশ্ন আপুনি এই ভিডিঅ ৰ কমেন্ট চাই লৱ,কৃষ্ণ সেৱা জনালো

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 หลายเดือนก่อน

      Si ki jane pagoltoe gadhatoe

  • @pranabdas7121
    @pranabdas7121 หลายเดือนก่อน +1

    এইখন পৃথিৱীত থকা সকলোবোৰ প্ৰকৃতি,,পুৰুষ মাত্ৰ, এজন , পৰম ব্ৰহ্ম ঈশ্বৰ নাৰায়ণ

    • @BidyutRajkonwar-hy4df
      @BidyutRajkonwar-hy4df 13 วันที่ผ่านมา

      লগতে লক্ষ্মী আই

    • @pranabdas7121
      @pranabdas7121 13 วันที่ผ่านมา +1

      @@BidyutRajkonwar-hy4df পৰমব্ৰহ্ম যত থাকিব লক্ষ্মী এনেই থাকিব

    • @pranabdas7121
      @pranabdas7121 13 วันที่ผ่านมา

      @BidyutRajkonwar-hy4df লক্ষ্মী আই ঈশ্বৰ ঈশ্বৰ বিষ্ণুৰ পত্নী,,তেওঁলোক প্ৰকৃতি হয়,,জগত জননী,, পুৰুষৰ কাম হৈছে দিয়া ,,আৰু প্ৰকৃতিৰ কাম লোৱা, ,, নিদিলে কোনেও একো কৰিব নোৱাৰে,,,পৰমেশ্বৰ ভগৱন্তৰ কথাবোৰ সকলোৱেই মানিৱ লাগিব,

  • @Kalpanasaloi-o7f
    @Kalpanasaloi-o7f 11 วันที่ผ่านมา

    Krishna Krishna Krishna ❤❤❤

  • @TuleswarBaishya
    @TuleswarBaishya หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ

  • @jurisaikia8501
    @jurisaikia8501 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ।

  • @pollob-v8d
    @pollob-v8d หลายเดือนก่อน

    Krishno krishno 🙏🙏🙏

  • @HemoprobhaChiring
    @HemoprobhaChiring 14 วันที่ผ่านมา

    Krishna krishna ❤

  • @anjalidas4572
    @anjalidas4572 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @amiyakumarbaniahd7325
    @amiyakumarbaniahd7325 หลายเดือนก่อน

    জয় গুৰুসংকৰ

  • @pkvlogs1406
    @pkvlogs1406 หลายเดือนก่อน

    ❤❤❤ Krishna ❤❤❤

  • @RahulDas-qy7qv
    @RahulDas-qy7qv หลายเดือนก่อน

    Ram Krishna Hari guru dev 🙏🙏🙏🙏 from Lang khang

  • @junugogoi8782
    @junugogoi8782 หลายเดือนก่อน

    কৃষ্ণ বাপ জনা কৃষ্ণ

  • @Nabajyotigogoi-mc3kw
    @Nabajyotigogoi-mc3kw 27 วันที่ผ่านมา +1

    প্ৰশ্ন লগত উত্তৰ নিমিলিল

  • @ramcharandeka9143
    @ramcharandeka9143 หลายเดือนก่อน +1

    Krishna Krishna.

  • @murulimuruli6816
    @murulimuruli6816 หลายเดือนก่อน

    প্ৰভূ ঈশ্বৰ সেৱা জনালো

  • @koushiksankar8490
    @koushiksankar8490 หลายเดือนก่อน +1

    Najanuhu abahon ,,,,najanuhu bixarjon,,,,puja manta najanu kinsit,,,,ateke pormeswar dax voilu saranat ,,,,,,murgoti xadhibe usit,,,kRISNA,,,,ai garaki kotha xarat logat xongati rakhi ata kotha janibar babe apuna xaba saranat xewa jasilu,,,,ai. xakalak dekha paw nam bhagate howak ba xamajat bohute bapxakalot koi pisat bohiba lage ,kia baru. ,,,,,,kintu xarai bhagar kam korute dekha paw pokitir rupat ,,,murat urani rakhi ,,,,,,he kam bhag karen,kia,,,,,,baru,,,. KRISNA,,,jonar axa korilu ,,,,,KRISNA,,,,,,(retd,,,,,,ARMY)

  • @Gubindoram
    @Gubindoram หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @vitalidas9756
    @vitalidas9756 20 วันที่ผ่านมา

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dhoniramdas904
    @dhoniramdas904 หลายเดือนก่อน

    ,,,, কৃষ্ণ

  • @SabinBorboruah
    @SabinBorboruah หลายเดือนก่อน +5

    হে মহান বাপ কৃষ্ণ হে বুলিলো।অভাভাজনে এটা কথা বুজি নাপালোঁ । আই গৰাকীয়ে যি কেইটা কথা আপোনাক হুধিছিচিল হেই প্ৰশ্ন কেইটা উত্তৰ আপুনি নিদিলে কেৱল আপুনি বেলেগ কথাহে ব্যাখ্যা কৰিলে । আই গৰাকী কথাত গুৰুত্ব নিদিলে ।জনা হলে আপোনাক এই কেইখৰ কথা নকলে হয়।সেয়েহে অনুৰোধ জনাও পুনৰ আপুনি আই গৰাকী য়ে হুধা কথা কেইখাৰ উত্তৰ দিলে আমিও লাভবান হলে হয় ।যদি ভূল কৰিছোঁ মাফ কৰিব ।ধন্যবাদ

    • @AnilTantibhagawat
      @AnilTantibhagawat  หลายเดือนก่อน

      পৰৱৰ্তী সময়ত আমি উত্তৰ দিম কৃষ্ণ

    • @RajuDeka-se2eh
      @RajuDeka-se2eh 16 วันที่ผ่านมา

      বাখ্যা কাৰ‌ গৰাকীয়ে‌ কিয়‌ আই‌ গৰাকীৰ‌ প্ৰশ্নকেইটাৰ‌ উত্তৰ নিদিলে।‌ আমি ও‌ সেই প্ৰশ্নৰ‌ উত্তৰ জানিব‌ বিছাৰিছিলো।

    • @asomiaasom6008
      @asomiaasom6008 4 วันที่ผ่านมา

      এই জেহাদীটোৰ হাতত উত্তৰ নাই কাৰণে ভণ্ড দুৰাচাৰটোৱে উত্তৰ নিদিলে ।উত্তৰ দিলে তাৰ ভণ্ডামী ওলাই পৰিব নহয় সেয়ে উত্তৰ নাই ।এইকেইটা শঙ্কৰী ভকত অসমৰ লোকৰ নাম ধৰ্ম ভক্তি কলুষিত দুষিত কৰা প্ৰাণী ।

  • @pranabdas7121
    @pranabdas7121 หลายเดือนก่อน +2

    অনিল তাতী বাপ সেৱা ধৰিলো,,, আপোনা সৱৰ ভাগৱত শুদ্ধ পাঠে ,বহু ঠগাই খোৱা মানুহৰ ভাত বন্ধ কৰিছে,,,,চন্দ্ৰ মোহন শৈৱক পৰিয়াল মানুহে গুৰুত্ব নিদিয়ে ,,শিৱ কোনজন কব নোৱাৰিলে,,হাতত ত্ৰিশূল দম্বৰু লৈ গলত সৰ্পৰ মালা আৰু বাঘৰ ছাল পৰিধান কৰা ,,কৌলাশ পতি শিৱ নে
    2____ অনন্ত নাগত শয়ন কৰি চাৰিখন হাতত শংখ চক্ৰ গদা পদ্ম লৈ পীতবসন পৰিধান কৰা ,,গলত কৌস্তভ মণি বিৰাজ কৰাজন ,যি জনৰ নাভি কমলত ব্ৰহ্মাৰ জন্ম হৈছিল অনন্ত কৌটি ব্ৰহ্মান্দৰ অধিকাৰী শিৱ নে
    3----- নিৰাকাৰ ঈশ্বৰ শিৱৰ

    • @bhaskarff8653
      @bhaskarff8653 หลายเดือนก่อน

      প্ৰশ্ন উওৰ দিব

    • @BidyutRajkonwar-hy4df
      @BidyutRajkonwar-hy4df 13 วันที่ผ่านมา

      হাতত trishul damburu murot sanda aru gonga maya golay horpa kokolat Bangor sal haijoni sada shive sankar

    • @pranabdas7121
      @pranabdas7121 13 วันที่ผ่านมา +1

      @@BidyutRajkonwar-hy4df ধন্যবাদ থাকিল,,আপুনি কোৱা বাঘৰ ছাল পৰিধান কৰা শিৱ হৈছে ,,ঈশ্বৰ, ,তেওঁ পৰমব্ৰহ্ম ঈশ্বৰ নহয়,, তেওঁ বহুত অসুৰৰ ভয়ত পলাই ফুৰিছিল,,,
      আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক্ৰীম খাব দিছে,অৰ্থাত পৰমব্ৰহ্ম সদাশিৱৰ নাম শ্ৰৱণ কীৰ্ত্তন কৰিব দিছে,,

  • @koushiksankar8490
    @koushiksankar8490 หลายเดือนก่อน

    Ai garaki apunak xewa rakhilu ,,,,,cikar koribo,,,,,,apunar posna xahaj ,,,,,,KINTU,,,,utar kothin,,,,,, ai punar apunak,,,,xewa jasilu jugagugar xahari diba,,,,,(,RETD.,,,ARMY)

  • @tuleswarbaishya8836
    @tuleswarbaishya8836 หลายเดือนก่อน

    🎉🎉🎉🎉 Krishna

  • @RAJANIKANTARABHA-t1c
    @RAJANIKANTARABHA-t1c หลายเดือนก่อน

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @MallikasaikiaDas-kb3tc
    @MallikasaikiaDas-kb3tc หลายเดือนก่อน

    Krishna.sabaru.saranat.amar.vaktir.sewa.nibedilu.Krishna.Krishna.Hari.Ram

  • @ramennath7393
    @ramennath7393 หลายเดือนก่อน

    Krishna Krishna Krishna Krishna

  • @sabitriboruah4411
    @sabitriboruah4411 หลายเดือนก่อน

    🙏🙏🙏

  • @tuleswarbaishya2172
    @tuleswarbaishya2172 หลายเดือนก่อน

    Krishna Krishna

  • @TuleswarBoruah
    @TuleswarBoruah หลายเดือนก่อน

    Kisna.kisna Ram Ram

  • @prabhatdas3675
    @prabhatdas3675 หลายเดือนก่อน +1

    Aai garakie hudha prasna uttar bhag nepalu

  • @bharatbhuyan4287
    @bharatbhuyan4287 หลายเดือนก่อน +1

    বাপ ৷ উত্তৰ অংশ ভাগৰ প্ৰচাৰ নকৰিলে যে ? পিছৰ অংশ ভাগ পাম বোলি আশা থাকিল ৷

  • @rajanibaruah
    @rajanibaruah หลายเดือนก่อน +1

    Bhal karna basi laisa

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c หลายเดือนก่อน +1

    চাৰি শ্লোকত ভাগবত ব্ৰহ্মাক মনুষ্য ক চাৰি লা খ শ্লোক।500 বছৰ গুৰু সকলৰ প্ৰয়াণৰ পিছত নামঘৰত ভাদ মাহত? ভেদ,দুৰ। ভৈলে কৰে নিস্কাম ভক্তি।। শাস্ত্ৰত পাৰ্গত মুনি য়েহে সুনি ছিল ।
    শুনা বলৈ সকলোকে শাস্ত্ৰ সুনাব না পায় বোলে,।প্ৰকৃতি মানে কি? হাই উৰুমি নোহোৱা ঠাইত হে শ্ৰৱণ।গোবিন্দ ই সুমতী দিয়ক।দৈৱকী নন্দন ধৰ্মসভা সনাতন লক্ষ্মনীয়।।

  • @DurloveSonowal-i5k
    @DurloveSonowal-i5k 16 วันที่ผ่านมา

    Krishna, utorto bhall koi napalu, bapjonaa?

  • @pranabbora930
    @pranabbora930 หลายเดือนก่อน +1

    প্ৰশ্ন চাই উত্তৰ হোৱা নাই।।

  • @upendrachandradas3268
    @upendrachandradas3268 หลายเดือนก่อน +2

    bap mane ki katiar para bap sabdato ahil janaba

  • @Risikesh3214
    @Risikesh3214 หลายเดือนก่อน +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @PalJit-tu2qu
    @PalJit-tu2qu 20 วันที่ผ่านมา

    horon ki,vojon ki,ai 2vag ললে ki,ovoikho kahabonalage ne ,jar tar hate bonuwa khabo nalage.tene biskut tu kune bonale hi horon loi bonalene?

  • @Rabhadipak-f8c
    @Rabhadipak-f8c หลายเดือนก่อน +1

    Krishna Krishna kal gas dal katib napai dhup khati jalai thaise kalgas kati

  • @MahendraDeka-c3i
    @MahendraDeka-c3i หลายเดือนก่อน

    ইয়াৰ পৰাই আপোনালোকৰ চৰণ কমলত সেৱা জনালোঁ

  • @BIKULBORA-g5j
    @BIKULBORA-g5j 12 วันที่ผ่านมา

    60,000 ঋষি মুনি নহয় 28,000 ভুলকৈ নকব

  • @kushramsonowal6879
    @kushramsonowal6879 หลายเดือนก่อน

    তাঁতি বাপক চেৰ পেলাইছে দেখোন ।

    • @AnilTantibhagawat
      @AnilTantibhagawat  หลายเดือนก่อน +1

      ভকত মোৰ প্ৰান

  • @pranjalgogoi3294
    @pranjalgogoi3294 29 วันที่ผ่านมา

    Mohila goraki hoda otor nidila ja

  • @BidyutRajkonwar-hy4df
    @BidyutRajkonwar-hy4df 13 วันที่ผ่านมา

    Bhul beykha hora aru hore mana ke

  • @prosenjitgogoi
    @prosenjitgogoi หลายเดือนก่อน

    Baap Bhagawat Bakhya Anusthan Eta Hagarar tolit Manik Butola nisina Kotha eibhag kuneo Bakhya kori hekh koribo nuare aruHiman Gyan Karu nai Matra jibika uparjonor bade beya nepabo hosa Kotha Assistant Sankardev etia kunu nai dei

  • @dipjyotichannel1812
    @dipjyotichannel1812 18 วันที่ผ่านมา

    কৃষ্ণ

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 หลายเดือนก่อน

    🙏🙏🙏

  • @MallikaBora-k4n
    @MallikaBora-k4n หลายเดือนก่อน

    Krishna krishna

  • @lilikhataniar7292
    @lilikhataniar7292 22 วันที่ผ่านมา

    🙏🙏🙏

  • @eloraborah4643
    @eloraborah4643 18 วันที่ผ่านมา +1

    🙏🙏🙏