Apuni bahut vl katha koise amar manuh kheni 5kg rice t hemabadho. Baki basto jui hoise amar manuh r gaat logai nai. Karon job kara khenek aru din hajira kara manuh sob r ekikhon market so
মূখ্য মন্ত্রী মহোদয়ে ঠিক কথাই কৈছে। প্ৰতিদিনৰ যি বিলাক টক চ্ হয় সেই বোৰত এংকৰ হিচাবে মৃনাল তালুকদাৰেই হওক বা নিতুমনি শইকীয়াই হওক তেওলোক নিৰপেক্ষ নহয়। সময়ে সময়ে তেওলোকৰ পক্ষপাতিত্ব এক প্ৰকাৰ নাঙঠ হৈ পৰা দেখা যায়। তেওলোকৰ মতা মতক প্ৰতিষ্ঠা কৰিবলৈ গৈ প্ৰকৃত সত্যক ভেঙুচালি কৰা দেখা যায়।
😊একো নাই আগুৱাই যাওক প্ৰতিদিন
ক্ষমতাই মূৰত ধৰিছে হিমন্তৰ ৷ বেছি দিন নাই দিন উকলিবৰ ৷
সাদিন প্ৰতিদিন গোষ্ঠী হৈছে অসমৰ একমাত্ৰ ভেজাল নোহোৱা সংবাদ মাধ্যম ।🫶
প্ৰথম কথা হল,... প্ৰতিদিন টাইমে মূখ্যমন্ত্ৰী- মামীক, নিউজ লাইভক পাট্টা নিদিয়ে। News live ৰ দৰে গুণ গান গাব নাজানে প্ৰতিদিন টাইমে।
সেইকাৰণে বলিয়া কুকুৰৰ দৰে ভুকি থাকে
প্ৰতিদিনৰ খবৰ ভাল
সচা কথা প্ৰচাৰ কৰিলে বেয়া পোৱা কথা টো ড়াঙৰ নহয়
Pratidin r newspaper my favourite 👍
সত্য বাতৰি প্ৰচাৰ কৰি যাওঁক। সত্য ৰ সদায় জয় ।
প্ৰতিদিন টাইম এইকাৰণে ভাল লাগে কাকো ঘেন্টা খাতিৰ নকৰে কেলা
Protidin time axomor best news chenel
News Live টোৰ একেবাৰে কোৱালিটি নাই।
মোমাইৰ সত্য বাতৰি ছাগে হজম নহয়
ক্ষমতাই মূৰত ধৰা নাই। আচলতে তেওঁ কোৱাটোৱে সছা যে তেওঁৰ মূৰৰ বিকৃতি ঘটিছে। গতিকে ৰাইজে তেওঁক বেয়া পাই লাভ নাই। এইবোৰ তেওঁৰ ইচ্ছাকৃত নহয়। তেওঁ কি কৰি আছে নিজেই নাজানে! তেওঁক ভাল কৰাৰ উপায় এটাই আছে --- তেঁওক ৰাজনীতিৰ পৰা সম্পূৰ্ণ আঁতৰত ৰাখিব লাগিব। আঁতৰত ৰাখিব লাগিলে অহা ২৬ ৰ নিৰ্বাচনত বিজেপি সহ তেঁওক হৰুৱাই টালি টোপোলা বান্ধি ঘৰলৈ পঠাব লাগিব। দেখিব লাহে লাহে ভাল হৈ উঠিছে! হ'ল বুলি এজন মানুহে ইমান বোজা বব নোৱাৰে নহয়। অসম আছেই, ইয়াৰ মাজতে দেশৰ দায়িত্ব ও ল'ব লগা হয়। জিৰণিয়ে তেওঁৰ একমাত্ৰ ঔষধ। গতিকে ৰাইজে তেঁওৰ মঙ্গল চিন্তি জিৰণি দিয়ক।
@Pratidine Time মই নিয়মিতভাৱে সদায় চাই থাকো,,,, একেবাৰে নিৰপেক্ষ খবৰ প্ৰচাৰ কৰে। মামাই নিজৰ অধীনত আনিব নোৱাৰিলে ভাৱেই এনেকুৱা কৰি আছে
সৰ্বকালৰ মূৰ্খ বিধায়ক আৰু মূৰ্খ মন্ত্ৰী সকলক লৈ চৰকাৰ গঠন কৰা কাৰণে মুখ্য মন্ত্ৰীয়ে নিজৰ খুচি মতে যিকয় তাকে হয় হুজুৰী কয় ।
বৰ্তমান ৰাজনীতিৰ শাসকিয় পক্ষৰ বিপৰীত মেৰুত অৱস্থান কৰাসকল ভীষণ হতাশাত ভোগা দেখা গৈছে। অসমৰ বৰ্তমানলৈকে যৎকিঞ্চিৎ উন্নয়ন হৈছে সেয়া বিজেপি চৰকাৰৰ দ্বাৰা হে সম্ভব হৈছে। মূখ্য মন্ত্রী হিচাবে গোপীনাথ বৰদলৈ ৰ পিছত ড. হিমন্ত বিশ্ব শৰ্মাই বিচক্ষণ , সফল , কৰ্মক্ষম , জনপ্ৰিয় মূখ্য মন্ত্রী। বিপৰীত মেৰুত অৱস্থান কৰা সকলে বেয়া পালেও এয়াই সত্য।
আপুনি যিয়েই নক ওক মুখ্য মন্ত্ৰীৰ কোনো কথা ই অসমৰ মঙ্গল হকে কাম নকৰে। প্ৰতিটো ক্ষেত্ৰতে পূৰ্বৰ চৰকাৰে কৰা কামৰ খুট বিচাৰি নিজৰেই দুৰ্বলতা উদঙাই আছে।@@kumudbaruah2001
প্রতিদিন অসমীয়া জাতিৰ দাপোন | হিমন্তৰ দাদাগিৰি প্রতিদিনত নচলে | চিঃ চিঃ লাজ নাইকিয়া |
Protidin news Good news
Protidin time long life
প্ৰতিদিন পেপাৰখন কিনিব নোৱাৰি নেকি ? পে
Protiddin jinda bad......
Nice portidin time
প্ৰতিদিনৰ বাতৰি এই কাৰণে ভাল পাওঁ।
ভয়ৰ ভূতে খেদিছে মূখ্যমন্ত্ৰীক।
😂😂😂... অসমৰ জলন্ত সমস্যা বোৰ গাপ দিৱলৈ প্ৰতিদিনৰ ভূতটো টানি আনিলে...
সৌ সিদিনা লৈছিল হে ৯০০ কৌটি... আকৌ লব ওলাইছে ৯০০ কৌটি...
ধাৰ কৰি ঘিউ খাইছে... 😂😂😂
Pratidin news best👍
আপোনালোকৰ বাতৰি no compromise যেন লাগে, গুণ গোৱা বাতৰি নালাগে, আচল news লাগে, কোনোবাটো চৰকাৰৰ foreএ হব পাৰে। আকৌ কোনোবাটো চৰকাৰৰ againstত হব পাৰে। but মুখপাটৰ হব নালাগে।
Pratidin time 👍 👌
Right 👍👍
Pratidin kinibo nuwarile j😂😂😂😂
Great 👍
Protidin zindabad
এই বিলাক মূৰ্খৰ কথা। অন্ধ ভক্ত সকলেহে এই ৰজাৰ কথা বিশ্বাস কৰিব।
"প্ৰতিটো দিনাই আমি এখন নতুন আঁচনিৰ কথা ক'ম.." 😂😂😂 যাতে ভোটৰ অংকটো চলাব পাৰে 🤣
মুখ্য মন্ত্ৰী ডাঙৰীয়াই আপোনাৰ আছনীৰ কথা বোৰৰ কথা বাদ দিয়ক লোন লৈ লৈ জনতাক পঙ্গু কৰিছে। জনতাই ভাল কৈ। এসাজ ভাত খাবলৈ দুবাৰ চিন্তা কৰিব লগিয়া হৈছে।
Apuni bahut vl katha koise amar manuh kheni 5kg rice t hemabadho. Baki basto jui hoise amar manuh r gaat logai nai. Karon job kara khenek aru din hajira kara manuh sob r ekikhon market so
Pratidin time is 1000 times better than News Live
প্ৰতিদিনৰ খৱৰ আমি চাও ভাল লাগে বাকীবোৰ বিক্ৰী গৈছে
Aponaloke cholai jauk❤❤❤ pratidin time ❤❤❤❤
মূখ্য মন্ত্রী মহোদয়ে ঠিক কথাই কৈছে। প্ৰতিদিনৰ যি বিলাক টক চ্ হয় সেই বোৰত এংকৰ হিচাবে মৃনাল তালুকদাৰেই হওক বা নিতুমনি শইকীয়াই হওক তেওলোক নিৰপেক্ষ নহয়। সময়ে সময়ে তেওলোকৰ পক্ষপাতিত্ব এক প্ৰকাৰ নাঙঠ হৈ পৰা দেখা যায়। তেওলোকৰ মতা মতক প্ৰতিষ্ঠা কৰিবলৈ গৈ প্ৰকৃত সত্যক ভেঙুচালি কৰা দেখা যায়।
News live t CM r bikhoye homalusona kora eta video diok sun ... Apuni anei News live r premik sage😂😂😂😂
Keep going Prati din Time..! You Raises the voice…of common people
প্ৰতিদিনৰ ভুতে এওঁক খেদি ফুৰে কাৰণ প্ৰতিদিনে সঁচা বাতৰি প্ৰকাশ কৰে যে
💯 Percent true
চাব দেই দাদা বিজেপিৰ আকৌ বহুত ওপৰৰ মাল কিছুমান আছে আপোনালোকৰ চাকৰিয়েই খায় দিব আকৌ পিছত
নীতুমনি দাই ফালি পেলাব কিয় ইমান ভয় কৰে হয়
This is why I like Protidin Time ❤
Patatiin ❤
এয়া ৰাজতন্ত্ৰ , কোনো গণতান্ত্ৰিক অসম নহয়। যিটো ৰাজনৈতিক নেতাই বিচাৰে এয়াই চলে
তুমি চচলত ভেনসাৰ শিক্ষক সকলক মাত এষাৰ দিবলৈ সময় নহল তুমি আচলতে মানৱ নহয় তুমি দানৱহে।
মামা উ , মামী আপোনাৰ মতে উঠা বহা কৰে বুলিও বেলেগ নচলিব নহয় 😂
Protidin jindabad
ভয়তে ভূত দেখিছে 😨
প্ৰতিদিনে সদায় সত্য বাতৰি হে কৰে
হিমন্ত হিটলাৰ |
প্ৰতিদিন কাকত গোষ্ঠীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালো।
Always love you protidin ❤❤❤❤
Keep it up sir❤❤❤
Pratidin long live
ইমানেই মিছা কথাৰ কবলৈ লৈছে যে নিজৰ কেইটাইও প্ৰচাৰ কৰি শেষ কৰিব নোৱাৰা হৈছে |
নহয় , এটা ঋণৰ যুগ আৰু মাটিবাৰি কিনাৰ যুগ আৰম্ভ কৰক
Bohut xundor kam kori ase.. News channel e
প্ৰতিদিন টাইম মানে কংগ্ৰেছৰ প্ৰচাৰ , মুখ্যমন্ত্ৰীয়ে ঠিকে কৈছে
হিমুয়েই।বিজ্ঞানী,।ডক্তৰ, ডাক্তৰ।,প্ৰশাসনিক অফিচাৰ,।,তাৰ।ইমানে জ্ঞান আছে যে গৰুকো মহ।বুলি কব পাৰে, আমিবৌৰ অন্ধাহে
পৰাগ দাসৰ প্ৰতিদিন নহয়, প্ৰতিদিন বৰ্তমান কংগ্ৰেছ প্ৰতিদিন, cm এ ঠিক কথাকে কৈছে। সকলোৱে জানে প্ৰতিদিন কংগ্ৰেছ বুলি।
Best news channel aponalok real news diok ami asu
প্ৰতিদিনৰ মালিকে টিকটো পালেই প্ৰতিদিন সলনি হৈ যাব ৷
ভাবিছিলো সম্প্ৰীতি সমন্বয় আৰু সংহতি বৃদ্ধি পাব কিন্তু নহল আৰু নহব।
বি জে পি চৰকাৰে হিমন্তই প্ৰতিদিনক গোলাম কৰিব পৰা নাই ।সেইবাবে হতাশ হৈছে CM .
চাৰে গোটেই চেনেল বিলাক কিনি পেলালে হল...
অসমৰ ইতিহাসত আটাইতকৈ নিকৃষ্ট সংবাদ মাধ্যম হৈছে প্ৰতিদিন নেতিবাচক কথা একক এশ কৰি উচতাই জল খোৱা তথা কথিত সংবাদ মাধ্যম ।ইতিমধ্যে ৰাজনৈতিক ভাৱে সদায় ৰাইজৰ সহযোগত এই সংবাদ মাধ্যমৰ নেতিবাচক কথা বোৰ বাৰে বাৰে পৰাজিত কৰি আহিছে সুদক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
Pratidin atya thik thak lge alp govt opposed kare
নিউজ লাইভ চোৱাতকৈ মেকুৰী এটাৰ লগত খেলি থকাই ভাল।
প্ৰতিদিনৰ গাত যে মুখ্যমন্ত্ৰীৰ এলাৰ্জি লাগি থাকে,,,, মানুহক চাৰ্টিফিকেট দিবলৈ তোমালোকক কোনে অধিকাৰ দিছে ? তোমালোক চাৰ্টিফিকেট দিয়া চেনেল নেকি?
সঁচা কথা ক'লে ৰাজনৈতিক নেতা ই গালি পৰাটো স্বাভাবিক,প্ৰসংশা কৰা হেঁতেন আপোনাক গামোচা পিন্ধা বলৈ আগবাঢ়ি আহিলে হেতেন ।
ভাৰতীয় ৰাজনীতিকৰ কথা কোনো লোকেই গম্ভীৰ ভাৱে নলয়.... নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ যি টি বকে...😮😮 তাতে আকৌ অসমৰ ৰাজনীতিক... তাৰ উপৰিও মামা 😅😅😅 Semiconductor ৰ কথা গাই ফুৰে.... এইটো ৫০% কেন্দ্ৰীয় চৰকাৰী সাহায্যৰে নিৰ্মিত এক প্ৰতিষ্ঠান... 😮😮 সময়হে কব ই কিমান দিন তিকি থাকে বা অসমত কি পৰিবৰ্তন কৰিবলৈ সামৰ্থ্য হয়.... গছত কঁঠাল, উঠত তেল নৌ খাওঁতেই চেল বেল....😮😮😮😮😢😢😢 গুৱাহাটীৰ নলাত পৰি নবালক শিশুৰ মৃত্যু কেনেকৈ হয়...?? গুৱাহাটীত এজাক বৰষুণত মানুহে কিয় কক বকাব লগীয়া হয়...???? চৰকাৰী চোৰৰ সমাপ্তি কেতিয়া হব...??? যি কোনো চৰকাৰী উন্নয়ন কামত ঠিকাদাৰৰ লগত মিলি কমিছন খোৱা কেতিয়া বন্ধ হব....??? গুৰুত্ব সেই বিলাকত হে দিব লাগে.... আৱাহন যোগ, ৰামধেনু যোগ, প্ৰতিদিন যোগ এই বিলাক চালে বেৰে কোবোৱা কথা কলে ৰাইজৰ কি উপকাৰ হব....?? 🤔🤔🤔🤔 কথাৰে নহয় কৰ্মৰে নিজৰ পৰিচয় দিয়া....🙂🙂🙂🙂
We love প্ৰতি দিন
Protidin hodai hotyo
Pratidin best.
ক'ৰবাত হে কৰবাত নহয় ।
Aji kali protidin nusua hlo😅
Side Katee aji kali
News live t CM k homalusona kora eta video dekhaok sun baru. News live fal2 Chanel... Pratidin jindabad ❤
Pratidin jindabad ।
Mamak bodnam kori ki lv........mama❤❤❤
উম মামা ঠিকেই কৈছে এই প্ৰতিদিন টাইম টোৱে সঁচা কথা বোৰ ফাদিল কৰে ভাল নালাগে ৰহন সানি মিছা কথা বোৰ চিঞৰি চিঞৰি কব লাগে তেতিয়া হে ভাল লাগে হয়নে মামা মিছাক সঁচা আৰু সঁচাক মিছা কৰিবলৈ নাজানে কেনেকৈ এশ এবিধ মচলা দি সোৱাদ লগাই ক'ব নাজানে।😂😂 এটা কাম কৰক মামা এতিয়া আপোনাৰ ৰাজ যেতিয়া ইয়াক বন্ধ কৰি দিয়াই ভাল হ'ব নেকি মামা।
Aji pratham news channel to salo, kintu iyat to eko news channel r bisaye kuwa moi dekha suna nai, kob nuwaro ki je news porhi thake😢😢
প্ৰতিদিন মানে আপোনালোকৰ প্ৰতিদিন কাকতৰ কথা ব্যক্ত কৰা নাই নেকি ?
CM is saying right things. Publish proper things. See.the personal background of the society makers pratidin paper.
Pratidin Zindabad
Ummmm news live nisina hobo lagei pratidine.... 😂😂😂😂😂
ধেৎ …গেলি পছি মৰিবি।ইমান অহংকাৰ নকৰিবা।ফাল্টুৱামীৰো এটা সীমা থাকে য'ত মুখ্যমন্ত্ৰী হৈ সেই সীমা চেৰাই আছে
থৈ দিয়ক হে আপোনালোকৰ কথা৷ইমানেই যদি নিৰ্ভিক নিৰপেক্ষ তেন্তে মামীৰ ভুমি কেলেংকাৰীৰ বাতৰি কিয় দেখা নাপালো আপোনালোকৰ চেনেলত?পুতেকে গাড়ীৰে খুন্দিয়াই মানুহ মাৰিলে,কাৰোবাৰ কনভয়ে কাৰোবাক খুন্দিয়াই মাৰিলে,ক’ত গ’ল বাতৰি?
এতিয়া নাস্তিকৰ ৰাজত্ব চলি আছে দেশত। ৰত্নাকৰ এতিয়া বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰি আছে নেকি??? দেশখনত ? এইখন ৰামায়ণ কিন্তু কলিযুগৰ হয় । মনত ৰাখিব ৰাইজ ।
লাজ লগা হৈছে
নিজাববীয়াকৈ কিবা সত্ৰুতা আছে নেকি মামাৰ
Raije valpua news korib sir
Protidin atiau raijor logot ase
1 নং মূখ্য মন্ত্ৰী বুলি প্ৰশংসা কৰি থাকিব লাগে।😂😂😂
Thank you CM of Assam.you have tell the truth.
News live B J Pr agent Himanta go back
মূখ্যমন্ত্ৰীৰ গুনগান বৰ্ণনা নিউজ লাইভে কৰেই দেখোন ৷ বাকী প্ৰতিদিন চেনেলে বেয়াটো বেয়া ভালটো ভাল বুলি দেখুৱাই তাতে ইমান জ্বলিব লগীয়া হল কিয়?
প্ৰতিদিন টাইম চেনেলটো ও একো ভাল নিউজ নিদিয়ে ।
We love pratidin time ❤