9:26 😂😂 .... নাজানো গীতটিত কি পাইছো কিন্তু সচাকৈ কিবা এটা ভাল লাগে গানটো.. এটা কথা কিন্তু সচা... বেলেগৰ কণ্ঠ ত কিন্তু সেইটো আমেজ নাপালো হেতেন যিটো আপুনি গাওতে পাইছো😂😂..আজিৰ গীতত অশ্লীলতা দেখা যায় কিন্তু এই গীত টোত সেইবোৰ নাই কাৰণেও চাগে মানুহে আদৰি লৈছে.. বাকী ভাল কামবোৰ কৰি যাওক🙏
Dada ai Gaan tu mur khuni khub val lagise first time dekhe mur kiba ata bhut val lagi goisil aru jimen bar mobile on korile dekhu bare2 repit kori sau dhunybad🤩🌹
চাৰি বছৰৰ মূৰে গানটোৰ জনপ্ৰিয়তা বৃদ্ধিত মানু্হ জনক বাৰুকৈয়ে উৎসাহিত কৰিছে যেন পাওঁ।
মই গুৱাহাটীৰ বাসিন্দা। আজি আহি পাইছো লক্ষীমপুৰ । উদয়ন হোটেলত চাহ খাই থাকোতে চাহ দিয়া ল'ৰা জনে এই গানটো গাই গাই ঢাহ বিলাই আছিল। অলপ নেপালী উচ্চাৰণত, সন্ধিয়া চাহ কাপ খালো আপোনাৰ গান শুনি।বৰ ভাল লাগিল। শুভেচ্ছা জনালোঁ 🙏
দীপক sir মানুহজন বৰ simple আৰু স্পষ্টবাদী .... সংগীতৰ কামত কেবাবাৰো তেওঁৰ ষ্টুডিঅ'লৈ যোৱা হৈছিল। সৰু ডাঙৰ সকলোকে বহুত বেছি উৎসাহ দিয়ে তেখেতে।
Congratulations sir 🎉.... Proud to be a Nalbarian 😊
" দীপক দাস " অৰ্থাৎ নলবেৰীয়াৰ দীপক দা মই তেখেতক নলবাৰীৰ MNC কলেজত কলেজ সপ্তাহৰ Antaksri ৰ অনুষ্ঠানত ১৯৯৭ চনত লগ পাইছিল । ধুনীয়া পৰিচালনা কৰিছিল । দাদা বহুত বহুত ধন্যবাদ আপোনাক হ
Really val lagil song tu.
আজি এসপ্তাহ হ'ল ।
শুকুৰ আলীৰ লগত ৰীল দেখিলোঁ। মই এতিয়াহে দেখিলোঁ। খুব হাস্যৰস পালো।
গীতটোত কাৱালীৰ ইমপেক্ট পালো। ভাল লাগিল। আৰু এনেকুৱা সৃষ্টি আৰু হওঁক।
অসীম বৈশ্য বুলি গম পোৱা নাছিলো। আৰু ভাল হ'ল ।
Dine rati apunar gan huni. Vat khabo pahori goisu. Nice song
Moja jomoni gaan .. bohut val lagile
9:26 😂😂 .... নাজানো গীতটিত কি পাইছো কিন্তু সচাকৈ কিবা এটা ভাল লাগে গানটো.. এটা কথা কিন্তু সচা... বেলেগৰ কণ্ঠ ত কিন্তু সেইটো আমেজ নাপালো হেতেন যিটো আপুনি গাওতে পাইছো😂😂..আজিৰ গীতত অশ্লীলতা দেখা যায় কিন্তু এই গীত টোত সেইবোৰ নাই কাৰণেও চাগে মানুহে আদৰি লৈছে.. বাকী ভাল কামবোৰ কৰি যাওক🙏
Moja gaan ❤ you dipak da
"হাজিৰা কৰা মানুহ" বুলি এটি গীত আহিছে, এবাৰ শুনি ছাব বাকী আৰু নো কি কম , শিল্পীৰ জন্ম হৈছে কিন্তু আমি আদৰ কৰিব নাজানো বৰ দুখৰ বিষয় ।
Hunisu gan tu.. Dinot 2 bar hunu aru bohut besi vl pao gan tu
11:45 ত বৰ সুন্দৰ কথা আৰম্ভ কৰিছে, সঁচাই মানুহে এতিয়া অকণমাণ ৰিল্যেক্স বিচাৰে ৷ Escaping from the day to day stress....
Very very very nice 👍👍........ I Like this song 🔥🥰
Mojjjjjjjjaaaaaaaa ❤❤❤
Mojja 🎉🎉 song
Bor bhal dei
Dada tq
Mor suali 3 years. .. Tai atia eitoi gan mukhot❤
Awesome song.... Maajaah lagise 🎉
Bhal lagil dada jonok ❤❤❤❤❤
Dada best of luck
Ami o Nolbeira.
Bahut val
❤bor dhunia gaan🎉
Dhuniya
Moja Dada ❤❤❤❤❤❤❤
চুবুৰীয়া দিপক মামা ক সৰুৰপৰাই ভালদৰে জানো।এখেতে ব্যৱসায়িক মানসিকতাৰে কাম নকৰে।বহুত সাধাৰণ জীৱন যাপন কৰে আৰু সন্মুখত বেয়া কাম দেখিলে সাহসেৰে বাধা দিয়ে ।এখেতৰ সাংগীতিক প্ৰতিভা আৰু জ্ঞানৰ ওপৰত কাৰোবাৰ সন্দেহ আছে যদি "দিলৰুৱা"নামৰ এলৱাম খন শুনক।মানুহজনলৈ বহুত শুভকামনা ৰে ❤❤
DIPAK Da aponar voice to moza aagaloi o ene Dharanr gaan khunibo Pam buli asha thakil 🎧🎧
Nalboriya hero❤
Dhunia
আমি এই বাৰ পুজা চালো নলবাৰীত , তেতিয়াই প্ৰথম প্ৰথম শুনিছিলো, ১৯/১০/২৪,
আৰ্কশনীয় সুৰৰ গৰাকী। ধন্যবাদ, মঙলদৈৰ পৰা।
Mojja hoise
❤bhut vl lagise gan tu
Niceg song❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Depak da আপোনাক ভোট ভাল pao
Amar deutay daily xune apunar ganto❤vl hoise
❤❤❤❤mojjja
Bohut bohut Val lagil Depak dar gantu ❤❤❤❤❤❤
Gaantu birat bhal lagil dipak r bow r parlour t moi bohut bar goisu
বহুত ধুনীয়া ❤️❤️❤️
Dada ai Gaan tu mur khuni khub val lagise first time dekhe mur kiba ata bhut val lagi goisil aru jimen bar mobile on korile dekhu bare2 repit kori sau dhunybad🤩🌹
Love you dada❤
We demand one more song like this ❤❤❤
My fvrt 😂
Moi tu huneya thako ...❤❤❤
সুন্দৰ পৰিবেশন
Deepak da best of luck.vall lagil.
When you are in depressed..plz listen this master piece 😂🤣
ভাল লাগিছে গানটো❤
Bhut vl lgise
Moja deda Val lagise
সুন্দৰ ❤️❤️❤️❤️❤️
Very smart one.
দীপক দা ধন্যবাদ, আপোনাৰ গানটো খুব ভাল লাগিছে,
Maja latest da
গীতটি শুনি ভাল লাগিল ❤
দীপক দা ধন্যবাদ ৷ 🎉
Val lagil
গানটো চালে হেপা নপলাই ❤❤❤❤❤❤❤❤❤❤❤❤
Bhal lagil booooor❤ mojja
Moza❤
Fali disa dada 💟💟💟
vry vry great..enjoyable
Dada hadaye hunu.. anytime pura din... atiyau huni asu... ami 6 jon lara duty karu akeloge.. sobe eaitu ganei hunibo khuje.... fabulous dada... from beharbari
Nice.. love frm kuwait
Khundor. Bohut val lagise❤❤❤❤
Baa vl song ❤
মজা লাগিল
I love song. Moja
Val lagil dada jonok kiba ata ❤❤❤
100 right 2024
Bhal lagil ba ❤❤
Moja gan aru anika pam boli vabisu anikuya gan
Dipak da ki gan gaiso a ❤🔥
Keep it up bro 🎉🎉🎉
Baidew apnar TH-cam r video bilaak bhaal laage aru bhut manuhuwe o apunar video saai prerona paay , moio video bilaak dekhi bhut upokrito hoisu🙏👌💯
ৰিল্চ মেইন
Mojja lagisa dada
কিন্তু মানুহ জনে চাধা খাই থাকা নিচিনা লাগিছে😂😂😂😂😂❤🎉
হয় দেই😅😅😅😅😂😂😂
🤣🤣🤣🤣
15বাৰ শুনিলোঁ ।বহুত ভাল লাগিলে।
Nice song dada👍
Bhaiti. Mor. Pora. Dhanyabad
Gantu bohot dhuniya hoise
Bohut bhal lagsi, Moi last 1 ghontat 5-6 bar man xunlu
মই প্ৰথম দিনা গানতু শুনিয়েই কৈছিলো বৰলাকাইত অভিনয় কৰা নিৰ্মল নামৰ মানুহ জনে গাইছে । মই মাত তু বুজি পাইছিলো । পিছত। যেতিয়া মোবাইলত চালো সচাকৈ হয় । নামতু দিপক দাস বুলি । নলবাৰী ঘৰ বুলি ও জানিছিলো ,আজি নলবাৰী টাঊনতে বুলি গম পালো
Normal ba🎉
বহুত ভাল লাগিল ধন্যবাদ দাদা
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Nice
ধেমেলীয়া গানটো বৰ ভাল লাগিল
Xundar !
Song 👍👍👍👍👍
গানটো ভাল লাগিছে ❤
Good song
দীপক দা এণুকুৱা গান লাগে বঢ়িয়া দে
Amiu bohut bar hunisu ❤❤
Namoni akhomot amar hero
Song plus vedio.. dutai Mili hit ❤❤
Barala kait avinoy bhut vl lagisil dipak dak ❤❤
Ki character asile bruh
@ditumaine12 dipon character asil tate naam aru gaan gaisil charactar tat bhala kerpar log asil
gaan tu Spotify t ketiya ahibo?😂😂I m addicted to this
Das da good night ❤️🙏
গানটো শূনি ভাল লাগিল
Moi Nalbarir hisape gantuk loi proud feel koru😊❤