Very informative & interesting blog✌🏻✌🏻 Mok Kamakhya station oot jai phone🤳 chor oor photo aru naam logie dee sai aato khub bhal laghi sai I' like it ❤😂😂😁😁
নতুন Construction চলি আছে কামাখ্যা ষ্টেচনৰ দক্ষিণফালে ৷ প্লেটফৰ্ম আৰু ট্ৰেক বৃদ্ধিকৰণ চলি আছে গতিকে মেইনটেনেন্সৰ কথা নহয় ৷ কাম complete হোৱাৰ পিছত সকলো ঠিক হৈ যাব ৷ আপুনি বোধহয় অসমৰ ষ্টেচনবোৰৰ details খৱৰ নাৰাখে ?
@@dhritirekhadas2757 Moi Mention কৰিছো যে তাত কাম চলি আছে, কাম চলি থাকিলেও অকণমান সৰু ৰাস্তাটো বনাই দিলে তেওঁলোকৰ কাম কৰাৰ লগতে ৰাইজৰ ভাল সুবিধা হ'ব, বেছিকন বেয়া নহয় Maximum 100m মান হ'ব, ৰাখো বাৰু কিন্তু বহুত বেছি নহয় আচলতে কি হয় Not Only Kamakhya Railway Jn অসমৰ প্ৰায় 70% Station বৰ্তমান পুন: নিৰ্মাণ কাৰ্য চলি আছে ... ভুল বোৰ আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ ☺️❣️♥️🤝🤝
মৰমৰ Viewers দুটামান Line মোৰ ভুল হল কোৱা যেনে কামাখ্যা Station টো প্ৰথম জংচন নাছিল লগতে কামাখ্যা Station টো কিমান চনত স্থাপিত কৰা হয় সেইয়াও বৰ্তমানলৈকে সঠিক তথ্য পোৱা নাই, কামাখ্যা Station টো 1902/1905 চনত স্থাপিত হোৱা বুলি মোৰ আনুমানিক ধাৰণা আছিল । আৰু 1962 চনত শৰাইঘাট দলং নিৰ্মাণ কৰা পাছত হে গুৱাহাটী বা কামাখ্যাৰ পৰা নামনি অসমলৈ পোনে পোনে ৰেল সেৱা আৰম্ভ হয় নহ'লে আগতে গুৱাহাটীলৈ বা কামাখ্যালৈ নামনি অসমৰ মানুহবোৰে আমিন গাওঁ Railway Station *(বৰ্তমান সম্পূৰ্ণ ৰুপে বন্ধ অৱস্থাত)* ত আহি তাৰ পৰা নাওঁ লৈ পাণ্ডুঘাটেৰে গুৱাহাটীলৈ আহিছিল , আৰু কামাখ্যা Station টো জংচন লৈ তেতিয়া ৰুপান্তৰিত হৈছিল যেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেৰে 1998 চনত নৰনাৰায়ণ সেতু মুকলি কৰিছিল তেতিয়াই Indian Railway কামাখ্যাৰ পৰা মিৰ্জা আৰু যোগীঘোপা হৈ New Bongaigaon Jn লৈ Rail Line বহাইছিল ... Thank You কেতিয়াবা কেতিয়াবা ভুল হৈ যায়, ভুলবোৰ আঙুলিয়াই দিব ...❤❤
Video টো বহুত ভাল লাগিল । ধন্যবাদ।
Video টো বহুত ভাল লাগিল । ধন্যবাদ। 19:50
Jay Kamakhya Devi 🙏🙏🏼🚩
Bohut dhunia vlogs dise ❤❤❤❤ 1st salu 😊
@@Queenpallabisvlogs tq ♥️
❤
@@thakurisliveofficial bht dinor pst 🥲♥️🤝
@@sapunvlogs2516 portek tu video sai tumr but comment kinu dim eku -point a napau dekha tumr video r pora moi a khiki asu so anekoi lagi thaka bro..
বাকি খবৰ বালনে ❤
@@hindiblogvideo8937 mmm, vale tumar
@@sapunvlogs2516 ভাল
Good 👍
❤❤❤❤❤
Positive ভাবে বৰ্ণনা দিয়াৰ বাবে ভাল লাগে ।ক'ত ঘৰ তোমাৰ।
@@tarunsaikia7835 biswanath chariali
रंगिया जंक्शन r video deok
@@LakshmanRabha-d6f okay hunkale ahi ase..
Very informative & interesting blog✌🏻✌🏻
Mok Kamakhya station oot jai phone🤳 chor oor photo aru naam logie dee sai aato khub bhal laghi sai
I' like it ❤😂😂😁😁
Good job bhai😊
Bom video quality 👌👌
Sai val lagile.... Aru New journey vlog hunkale diba ... Love from Assam Jurhat Titabor ❤❤❤
@@JintuSonowal302 okay
Hundor❤
Video quality tu 🔥
Long Distance kora train - Vivek Express Daily
সুন্দৰ 🎉
Shivsagar anguri Jong song❤❤❤❤❤
Anguri nohoi amguri
Wow
Video quality bhal hoise agot se ❤ keep going
মোৰ যিমানদূৰ মনত পৰে আগতে পাণ্ডু ৰেলৱে ষ্টেচন আৰু আমিনগাঁও ৰেলৱে ষ্টেচন গুৰুত্বপূৰ্ণ আছিল ৷ পিছত 1962 শৰাইঘাট দলং নিৰ্মাণ হোৱাত আজ্ঞাথুৰি আৰু কামাখ্যা ষ্টেচন নিৰ্মাণ হ’ল কিন্তু পাণ্ডু আৰু আমিনগাৱঁ ৰেলৱে ষ্টেচন দুটাৰ একপ্ৰকাৰ মৃত্যু ঘটিল ৷
Dada Jorhat town railway station experience & review.... Please 🙏...All information and train timings.....
Okay khub hunkale anim
Mur Link to nidila je
Travel video di thakibo. Moi bhaal paao. Bibhinna vlogger or travel bor chaai thaaku dexh bidexor.
@@bcroy3176 okay sure 😊
Kamakhya pora jalukbari kiman dur hoi, aru Kun tu platform r pora jam.....
Dhubri aha ki hol dada
@@train_lover_Rahul goi asu etiya dhuburi t asu
Lk dilu ❤ railway t job kora nki
@@Queenpallabisvlogs ni nhy belegt koru
Kamakhya junction mein parcel office hai kya
@@ujjwalyadav111 ha
Guwahati-Borpathar ekhon Demu special train soliasey kintu Barpathar kunu junction nohoi etu bikhoi kibaa jonabosun?
@@shivamdas3959 okay
12346 Saraighat Express journey লাগে ❤ video ইমান দেৰি কৰিছে যে
Val kam korisa surok photo logea toisa
Ek bar rangiya t one night ❤
@@Bikram-s9p okay sure
Apunar ghr kot
@@aidulaliali7088 biswanath chariali
নতুন Construction চলি আছে কামাখ্যা ষ্টেচনৰ দক্ষিণফালে ৷ প্লেটফৰ্ম আৰু ট্ৰেক বৃদ্ধিকৰণ চলি আছে গতিকে মেইনটেনেন্সৰ কথা নহয় ৷ কাম complete হোৱাৰ পিছত সকলো ঠিক হৈ যাব ৷ আপুনি বোধহয় অসমৰ ষ্টেচনবোৰৰ details খৱৰ নাৰাখে ?
@@dhritirekhadas2757 Moi Mention কৰিছো যে তাত কাম চলি আছে, কাম চলি থাকিলেও অকণমান সৰু ৰাস্তাটো বনাই দিলে তেওঁলোকৰ কাম কৰাৰ লগতে ৰাইজৰ ভাল সুবিধা হ'ব, বেছিকন বেয়া নহয় Maximum 100m মান হ'ব, ৰাখো বাৰু কিন্তু বহুত বেছি নহয় আচলতে কি হয় Not Only Kamakhya Railway Jn অসমৰ প্ৰায় 70% Station বৰ্তমান পুন: নিৰ্মাণ কাৰ্য চলি আছে ... ভুল বোৰ আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ ☺️❣️♥️🤝🤝
Moi kamakhya Railway station t job koro
Good 👍
Dust kotha ata hudu keba income hoise nai TH-cam pora
@@arunhatimuria9296 mmm,hoise
ভাৰতৰ প্ৰতিদিনে চলা দীঘলীয়া ট্ৰেইন বৰ্তমান ২২৫০৩-২২৫০৪ ডিব্ৰুগৰ-কন্যাকুমাৰী-ডিব্ৰুগৰ বিবেক এক্ছপ্ৰেচ
@@MridupabanDas-p1p হয় এতিয়া Update কৰিলে কিন্তু মই যেতিয়া যাত্ৰা কৰিছিলোঁ আজিৰ পৰা এমাহ আগত তেতিয়া Vivek Express খন Weekly আছিল ...