Dihanam || Krishna Upojila Karagare by Niyor Kashyap || কৃষ্ণ উপজিলে কাৰাগাৰে || কথা/সুৰ - মুনিন বৰা

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 925

  • @jyotisaikia1355
    @jyotisaikia1355 หลายเดือนก่อน +3

    বহুত সুন্দুৰ আগলে এনেদৰে আগুৱাই যোৱা কৃষ্ণ কৃষ্ণ

  • @juridas3112
    @juridas3112 หลายเดือนก่อน +2

    বৰ‌‌‌‌ সুন্দৰ হৈছে ।আগবাঢ়ি যোৱা

  • @jamunalalung7012
    @jamunalalung7012 7 หลายเดือนก่อน +13

    বহুত বহুত ভাল লাগিছে তেওঁ লোকে যে এনে কৈয়ে আগুৱাই জাই কৃষ্ণ কৃষ্ণ🙏🙏

  • @jurimonisaikia7341
    @jurimonisaikia7341 หลายเดือนก่อน +2

    অতি সুন্দৰ পৰিবেশন

  • @LakshmanDeka-j6f
    @LakshmanDeka-j6f 11 หลายเดือนก่อน +11

    সছাকৈ বহুত সুন্দৰ হৈছে ❤

  • @rupaliboruah4251
    @rupaliboruah4251 ปีที่แล้ว +2

    Bhut bhal lagil beta akhirbad thakil tumaluk hokoluloi

  • @Kabitadas-h8d
    @Kabitadas-h8d ปีที่แล้ว +6

    Bohot bout val lgise. Krishna.krishna.krishna.❤

  • @kisnadas373
    @kisnadas373 หลายเดือนก่อน +2

    হে হৰি কৃষ্ণ❤

  • @GitamoniBora-m5s
    @GitamoniBora-m5s หลายเดือนก่อน +4

    সুন্দৰ হৈছে ভাইটি

  • @UshaDevi-mg6it
    @UshaDevi-mg6it หลายเดือนก่อน +1

    Vl lagise.aguwai joa ,axirbad thakil.

  • @priyomkalitapriyomkalita-oi3nt
    @priyomkalitapriyomkalita-oi3nt ปีที่แล้ว +3

    Bohut dhuniya hoise dada ,,, xunile xuni thakibo mon jai ❤🙏🙏🙏🙏❣️💕💞💓💗💖💝💘

  • @kamantikolita2341
    @kamantikolita2341 20 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ ❤❤

  • @niyarvlog
    @niyarvlog หลายเดือนก่อน +3

    Krishna krishna❤❤

  • @paransarmah7899
    @paransarmah7899 หลายเดือนก่อน +2

    সুন্দৰ আগুৱাই যোৱা ❤

  • @analmahanta8995
    @analmahanta8995 3 ปีที่แล้ว +40

    যুৱ প্ৰজন্মৰ এক নতুন শিল্পী।ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাওক যাতে তেওঁৰ এই প্ৰতিভা ব্যাপক ৰূপত বিকশিত হওক।বৰ্তমানলৈকে তেওঁৰ কেইটামান এলবামো ওলাইছে।তেওঁ বিয়া নামতো বহু প্ৰাধান্যতা লাভ কৰিছে। এনে কৰ্মত কিছু খুটি নাতি থকাটো স্বাভাৱিক।তেওঁৰ থাকি যোৱা ভুল-ক্ৰুটি,দোষ,সুৰ, তাল,মান আদি আমি শুদ্ধৰাই তেওঁক আগবাঢ়ি যোৱাত সহায় কৰোঁ আহক।তেওঁ নিজৰ লগতে গীতিকাৰ, সুৰকাৰ,বাদ্যযন্ত্ৰ কাৰীৰো যশস্যা, খ্যাতি, সন্মান বঢ়াওক তাৰেই কামনা কৰিলোঁ।

    • @aratinath2111
      @aratinath2111 3 ปีที่แล้ว +1

      ১ৱ৯|চ০জ্ঞত্রসনি

    • @magicsworld4731
      @magicsworld4731 3 ปีที่แล้ว +3

      P) pí! Nnnnnl

    • @sadhanaentertainment7181
      @sadhanaentertainment7181 3 ปีที่แล้ว +4

      বঢ়িয়া দেই

    • @sadhanaentertainment7181
      @sadhanaentertainment7181 3 ปีที่แล้ว +2

      বৰ ভাল হৈছে ভাইতি বৰ ধুনিয়া হৈছে

    • @runusaika4715
      @runusaika4715 2 ปีที่แล้ว

      তুমি ঠিক কথা কৈছা,ডাঙৰ সকলে ভূল ক্ৰুটি শুধৰাই ডেকা চামক আগবাঢ়ি যোৱাত সহায় কৰিলেহে আমাৰ সঙকৃষ্টি জীয়াই থাকিব

  • @AnitaDevi-to9gn
    @AnitaDevi-to9gn หลายเดือนก่อน +2

    So wonderful, God bless you 🙏

  • @diptibaruah6554
    @diptibaruah6554 ปีที่แล้ว +15

    কৃষ্ণ 🙏মইএতিয়া ৬মাহৰ প্ৰেগনেণ্ট,, মই এই নাম ভাগ সদায় শুনো 🙏বৰ ভাল লাগে। সুস্থ, ভাল মানুহ হৈ যাতে জন্ম লয় 🙏কৃষ্ণ

  • @jyotibordoloi4071
    @jyotibordoloi4071 หลายเดือนก่อน +1

    অতি সুন্দৰ ❤❤❤

  • @mollikadutta8855
    @mollikadutta8855 3 ปีที่แล้ว +32

    অতি সুন্দৰ কণ্ঠ ,আৰু বহুত ভাল লাগিল শুনি লগতে বাদ্য যন্ত্ৰ ও খুউব ভাল লাগিল।

  • @alpanagogoi463
    @alpanagogoi463 หลายเดือนก่อน +2

    সুন্দৰ কন্ঠ কৃষ্ণ কৃষ্ণ

  • @joyramdeuri4232
    @joyramdeuri4232 ปีที่แล้ว +10

    ঈশ্বৰৰ কৃপা মিলক। ঈশ্বৰতে অৰ্পণ কৰি আগুৱাই যাওঁক।অতি উওম হৈছে।।। কৃষ্ণ।।।

  • @KumudGoswami-cn4hw
    @KumudGoswami-cn4hw หลายเดือนก่อน +1

    কৃষ্ণ।সুন্দৰ

  • @MaramiDeka-lt1ri
    @MaramiDeka-lt1ri หลายเดือนก่อน +5

    Dhuniya lagise.🙏🙏🙏

  • @smoke4425
    @smoke4425 หลายเดือนก่อน +1

    Bor hundur kontha dada jonor aru ag bhai juag😊❤

  • @daimeeborah1845
    @daimeeborah1845 3 ปีที่แล้ว +18

    অতি সুন্দৰ পৰিৱেশন কবলৈ ভাষা নাই।🙏🙏😉🙏🙏

  • @PapuDutta-mo6ht
    @PapuDutta-mo6ht หลายเดือนก่อน +1

    Nice very very nice bohut dhunia gai se

  • @RunumiKalita-uw6oq
    @RunumiKalita-uw6oq หลายเดือนก่อน +4

    Bor xundar hoise bhal lgil Krishna Krishna 🙏

  • @nicetenga6529
    @nicetenga6529 หลายเดือนก่อน +2

    জয় শ্ৰী কৃষ্ণ ❤ জয় শ্ৰী কৃষ্ণ ❤ জয় শ্ৰী কৃষ্ণ ❤ ❤❤

  • @KarismaDutta
    @KarismaDutta หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏❤❤❤

  • @gaurisonowal935
    @gaurisonowal935 หลายเดือนก่อน +1

    Bohut val lagil

  • @ArunGogoi-m7r
    @ArunGogoi-m7r หลายเดือนก่อน +9

    hey sri krishna prabhu ishwar ❤❤❤❤❤

  • @souravsetm7334
    @souravsetm7334 หลายเดือนก่อน +2

    Bor Mitha ooo🙏

  • @anilbora3739
    @anilbora3739 3 ปีที่แล้ว +11

    অতি সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ।

  • @BUNNY-iz8wz
    @BUNNY-iz8wz หลายเดือนก่อน +2

    Bahut val lagise aru aug bari gowa

  • @ruliborah4594
    @ruliborah4594 2 ปีที่แล้ว +12

    কৃষ্ণ...কৃষ্ণ ...... . কৃষ্ণ , বাপ ~ বান্ধৱ সকল | আই মাতৃ আৰু দুইগৰাকী থাকিলে সুন্দৰ হব | আপোনালোক গুৰু দুজনাৰ ( শঙ্কৰদেৱ আৰু মাধবদেৱ ) কৃপা দৃষ্টি পৰওক ||

  • @SunuGogoi-p2f
    @SunuGogoi-p2f 17 วันที่ผ่านมา +2

    Huni thkile huni thkibo MN jai ❤🙏🙏🙏

  • @pahisaikia8438
    @pahisaikia8438 2 ปีที่แล้ว +3

    ভাল লাগিল দিহানাম টো 🥰

  • @rbdrawingandgaming4848
    @rbdrawingandgaming4848 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @munmihazarika779
    @munmihazarika779 ปีที่แล้ว +3

    Xundor oti xundor. Eshware hkloke kusle rakhk. Krishna

  • @momideka2767
    @momideka2767 2 ปีที่แล้ว +1

    Bohut dhunia hoise..vogowane akhirbad korok🙏🙏

  • @HoriniBorah-v4j
    @HoriniBorah-v4j หลายเดือนก่อน +4

    Bohut val lagise 😊😊❤❤❤❤

  • @Pori267
    @Pori267 4 หลายเดือนก่อน +1

    কৃষ্ণ 😊😊❤

  • @RAJU285K
    @RAJU285K 10 หลายเดือนก่อน +3

    Ki je samodhur kontho.👍👌 Krishna 🙏

  • @RumiHazarika-l6i
    @RumiHazarika-l6i ปีที่แล้ว

    Khub dhunia hoise

  • @mainiphukan166
    @mainiphukan166 3 ปีที่แล้ว +3

    Nice voice bohut valll lagisa vidoe2 Kot bonaisa nuu 👌👌🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @buddhaboruah3008
    @buddhaboruah3008 หลายเดือนก่อน +2

    Krishna ❤❤❤🌏🌏🌏🙏🙏🙏

  • @ManashiBora-xz4gl
    @ManashiBora-xz4gl ปีที่แล้ว +4

    hosakoi huni bohut val lagil ❤❤

  • @amiyabaruah1216
    @amiyabaruah1216 24 วันที่ผ่านมา +2

    Joi,sri,krishna

  • @akashbhuyan2201
    @akashbhuyan2201 2 ปีที่แล้ว +6

    Krishna provu 2mr name khuneu soku Pani ulai Mur 😭😭😭❤️❤️❤️

  • @NituGogoi-j5w
    @NituGogoi-j5w หลายเดือนก่อน +2

    Bohut bohut bhal lage hune moiu praie hunu

  • @bornaliborah3401
    @bornaliborah3401 3 ปีที่แล้ว +18

    বহুত‌ ভাল লাগিছে সুন্দৰ কণ্ঠ

  • @lulugogoi2558
    @lulugogoi2558 ปีที่แล้ว

    বহুত ভাল হৈছে ৷

  • @labhiramsaikia844
    @labhiramsaikia844 3 ปีที่แล้ว +5

    অতি সুন্দৰ সুৰ সুন্দৰ শঙ্কৰদেৱৰ সৃষ্টিক ধৰি ৰাখিব বিচাৰিছে বহুত ধন্যবাদ আগুৱাই ৰোৱা নিয়ৰ

  • @NiranjanChutia-ju2li
    @NiranjanChutia-ju2li หลายเดือนก่อน +2

    Krishna❤

  • @nagenchetia3024
    @nagenchetia3024 3 ปีที่แล้ว +32

    অতি সুন্দৰ আকৰ্ষণীয় নাম ভাগী 🙏🙏🙏শতকৌতি প্ৰণাম জনাই ছো ভক্ত জনক 🙏🙏🙏🙏🙏🙏🙏🙏🌹🙏🙏🙏🙏

  • @animanath3732
    @animanath3732 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিছে ❤❤❤

  • @pratimadas2550
    @pratimadas2550 3 ปีที่แล้ว +3

    সুন্দৰ হৈছে আৰু আগুৱাই যাওক কৃষ্ণ,

  • @KalpanaBora-i7t
    @KalpanaBora-i7t หลายเดือนก่อน +1

    Krisna krisna

  • @musicplus4443
    @musicplus4443 3 ปีที่แล้ว +26

    সুন্দৰ হৈছে। আনে কি কৈছে সেই কথাত মন বেয়া কৰি নাথাকিবা । ভূল হ'ব পাৰে ভুল মানুহৰে হয় সেই ভাবি মন মাৰি নাথাকি আহিব লগা কামবোৰ ভালদৰে কৰি যোৱা ।
    শুভেচ্ছা থাকিল 👍👍👍👍

  • @VubneB-cm9ru
    @VubneB-cm9ru ปีที่แล้ว +1

    eman hundor git 🙏🙏🙏

  • @rupalidutta8812
    @rupalidutta8812 3 ปีที่แล้ว +21

    কৃষ্ণ । শুনি ভাল পালো। সুন্দৰ কণ্ঠ।

  • @BimalMoran-x4
    @BimalMoran-x4 หลายเดือนก่อน +1

    hosa koi bhut val lagil❤❤

  • @MadhushmitaBarman
    @MadhushmitaBarman ปีที่แล้ว +7

    বহুত ধুনীয়া গাইছে আপুনি দাদা । আপুনি যাতে আৰু আগুৱাই যাওক । আশা কৰোঁ আপোনাৰ পৰা এনেকুৱা ভাল ভাল নাম আৰু পাই থাকো ❤️

  • @monmikhaound8102
    @monmikhaound8102 2 ปีที่แล้ว +2

    Niyor apunar kontho xosakoye bor xundor, valor karone ketiyaba beya u koribo loga hoi, sinta nokoribo, agoloi aru xuniboloi pam buli axa korilu

  • @hiteshdeka2368
    @hiteshdeka2368 2 ปีที่แล้ว +3

    বহুত ধুনীয়া হৈছে।🙏🙏🙏

  • @meghalimili6808
    @meghalimili6808 2 ปีที่แล้ว +2

    Bhut bhut vl lagile apunalukor dihanaam ki buli je Kom mur vakha ni iman vl lagise agoloi aru vl hok vogobane ru agbahi juat hohai krk

  • @munindradas4444
    @munindradas4444 3 ปีที่แล้ว +10

    অতিকে মধুৰ ।সেৱা জনাইছো কৃষ্ণ।

  • @panchamirabhadas23
    @panchamirabhadas23 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম ৰাম ৰাম

  • @pukiasissiborgaonicdsproje4668
    @pukiasissiborgaonicdsproje4668 3 ปีที่แล้ว +11

    ভাইতি তোমালোকৰ হৰি নাম বহুত ভাল হৈছে। আৰু অলপ চেষ্টা কৰিবা ধন্যবাদ জনাইছো

  • @GitaTalukdar-b7o
    @GitaTalukdar-b7o 16 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ ।

  • @uttamrajbonshi1290
    @uttamrajbonshi1290 ปีที่แล้ว +4

    সুন্দৰ হৈছে দাদা আগলৈ এনেকৈ আগবঢ়ি যোৱা আৰু দিহানাম গাই যোৱা তাৰে কামনা কৰিলো কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম

  • @biditphukon6464
    @biditphukon6464 หลายเดือนก่อน +2

    সুন্দৰ

  • @janmonibora4725
    @janmonibora4725 3 ปีที่แล้ว +3

    Bhut Val lagil .huni apunalukor ..Nam faki ..
    Apunaluk jen ..aguwai ..tare Kamna krilu ...
    Krishna Krishna,🙏🙏🙏🙏🙏

  • @rupamoniborah7464
    @rupamoniborah7464 ปีที่แล้ว

    সুন্দৰ হৈছে

  • @hemantahazarika9715
    @hemantahazarika9715 3 ปีที่แล้ว +9

    ৰাতিপুৱা বিচনাৰ পৰা নমাৰ আগত এবাৰ, ৰাতি ৰাতি শোৱাৰ আগত এবাৰ এইষাৰ নাম মই শুনো, অথচ আমনিৰ ভাৱ মনলে নাহে আৰু নাহিব কোনোদিনেই, নিয়ৰ কাশ্যপ, মোৰ একমাত্ৰ প্ৰিয় লোক শিল্পী, নিয়ৰ দা, তোমাৰ কন্ঠত যাদু আছে, মোক প্ৰতিপলে মুহিত কৰে , আগুৱাই যোৱা, ইশ্বৰে আগুৱাই দিয়ক তোমাক,

  • @saraswatiborahvideos4853
    @saraswatiborahvideos4853 3 ปีที่แล้ว +1

    ধন্যবাদ ধন্যবাদ ভগৱানৰ ওচৰত প্ৰাথনা জনাইছো আগ বাঢ়ি যোৱা কৃষ্ণ কৃষ্ণ

  • @bandanahazarika9440
    @bandanahazarika9440 3 ปีที่แล้ว +8

    খুব সুন্দৰহৈছে ।কবলগা নাই।

  • @mahendramohansaikia7720
    @mahendramohansaikia7720 2 ปีที่แล้ว +2

    Sundar prosesta.Iswar sohai hok.Sewahe dharilo.

  • @rupasaikia828
    @rupasaikia828 ปีที่แล้ว +4

    Bor Sundor Hoise

  • @lakhyanath539
    @lakhyanath539 ปีที่แล้ว +1

    Ufff xosake bahut dhunia hoisee❤❤❤❤🙏🏻🙏🏻🙏🏻

  • @miramazumder9815
    @miramazumder9815 ปีที่แล้ว +4

    আজি জন্মাষ্টমীৰ শুভক্ষণত এই গীতটিয়ে প্ৰাণ পাই উঠিছে ।খুওব ভাল লাগিল 🙏🙏🙏

  • @Bijumoni-m8u
    @Bijumoni-m8u ปีที่แล้ว +1

    ভাল লাগিল।।।।মাত মধুৰ

  • @rupeswarigogoi9757
    @rupeswarigogoi9757 2 หลายเดือนก่อน +4

    কৃষ্ণ 🙏🙏🙏🙏

  • @BrajendraChangmai
    @BrajendraChangmai 2 หลายเดือนก่อน +1

    Huni bohut valll lagil

  • @nirabjyoti.nath744
    @nirabjyoti.nath744 3 ปีที่แล้ว +6

    সুন্দৰ হৈছে , ভাল লাগিল

  • @kishordas4870
    @kishordas4870 3 หลายเดือนก่อน +2

    Sundar hoise kontha val

  • @উদ্ধৱজান
    @উদ্ধৱজান 3 ปีที่แล้ว +5

    বহুতো অনুপ্ৰেৰণা পালো! ভাল লাগিছে সঁচাকৈ!

  • @karabibhuyan
    @karabibhuyan ปีที่แล้ว

    বৰ সুন্দৰ ।🙏 কৃষ্ণ

  • @akashmajhimajhi4138
    @akashmajhimajhi4138 5 หลายเดือนก่อน +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @jotingogoi6224
    @jotingogoi6224 2 ปีที่แล้ว +2

    Sundor Kontho .... Krisno

  • @putumaibora9829
    @putumaibora9829 8 หลายเดือนก่อน +5

    হৰি মোৰ অ বৈকুণ্ঠত আছিলা প্ৰভু তুমি চতুৰ্ভূজ ধৰি গকুল বিন্দ্ৰা বণে না না ৰূপে লীলা কৰি ৰাধাৰ সৈতে যমুনাৰ পাৰত মনে মনে আলফুলেৰে আনিছো হৃদয়তে ভৰি অমৃত মধুৰ বাণী ম ই দিম ভকতিৰ মধুৰ অমৃত বাণী তুমি য়ে বোয়াই হৰিৰ ধ্বনি গুপ্ত কৰি ৰাখিছোঁ ধৰি ধিৰে ধিৰে আহে কণ্ঠে নিগৰি প্ৰিয়া চিৰ শ্মৃতি ৰে

  • @dipanjalinathkalita9964
    @dipanjalinathkalita9964 2 ปีที่แล้ว +2

    বহুত বহুত মৰম তথা ধন্যবাদ থাকিল আগলৈকে এই নাম পোৱা আশাৰে

  • @nitulsaikia8129
    @nitulsaikia8129 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱান 🙏🙏🙏🙏

  • @rajeshdeori6453
    @rajeshdeori6453 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ ❤

  • @tarunloying7732
    @tarunloying7732 2 ปีที่แล้ว +5

    বহুত ভাল

  • @hirusaikia4253
    @hirusaikia4253 ปีที่แล้ว

    বহুত ভাল লাগিল

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 3 ปีที่แล้ว +7

    বহুত ভাল লাগিল👏👏👏👏

  • @nitumonisonowal4487
    @nitumonisonowal4487 ปีที่แล้ว

    Dhuniya hoise dada

  • @assam2515
    @assam2515 3 ปีที่แล้ว +26

    সুন্দৰ কন্ঠ আৰু সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ পাই ভাল লাগিছে এই মহামাৰীৰ সময়ত বহুতো দুখ কষ্টেৰে দিন পাৰ কৰিব লগীয়া হৈছে আমাৰ অসমৰ ৰাইজে । কিন্তু তোমাৰ এইটো উপভোগ কৰিবলৈ পাই সকলো দুখ কষ্টেৰে পাৰ কৰা দিনবোৰ পাহৰি যাব বিছাৰিছো আকৌ ভাল দিন আহক আকৌ যেন তোমাক মঞ্চত দেখা পাঁও নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

  • @asabinashdas2.572
    @asabinashdas2.572 2 ปีที่แล้ว +2

    Bhut bhut val lagil aro d thakiba