বিপ্ৰ দামোদৰ ,আখ্যান||Kamala gogoi||Dihanam||দিহানাম||Bipra damudar ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ม.ค. 2025

ความคิดเห็น •

  • @monalisaborah1761
    @monalisaborah1761 2 ปีที่แล้ว +2

    Ati xundar dada

  • @rirupon9251
    @rirupon9251 2 ปีที่แล้ว +24

    Deowta apunar দিহানাম huni bohtu আপ্লুত হৈ জাৱো ইমান সুন্দৰকৈ পৰিবেশন কৰিছে krishna krishna God bless you

    • @kalyanithakuriya1942
      @kalyanithakuriya1942 8 หลายเดือนก่อน +5

      সুন্দৰ পৰিবেশন

  • @mridulkr.saikia7980
    @mridulkr.saikia7980 11 หลายเดือนก่อน +2

    সুন্দৰ হৈছে ।
    পুৱাই মনে প্ৰাণে ফৰকাল হৈ গল ।
    কৃষ্ণ বিনে নাহি আন শ্ৰেস্ঠ দেব ।

  • @Hiten97
    @Hiten97 ปีที่แล้ว +4

    Krishna krishna🙏🙏🙏

  • @bijoyamolia8586
    @bijoyamolia8586 3 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ পৰিবেশন,মনোমোহা দৃশ্য।

  • @gautamsaikia6835
    @gautamsaikia6835 3 ปีที่แล้ว +17

    অন্তৰ চুই গৈছে ,বহুত ভাল লাগিল।

  • @khageshsumideka8588
    @khageshsumideka8588 3 ปีที่แล้ว +9

    Bohut vall lagil bapp .. krishna .. krishna

  • @dipaligoigoi7876
    @dipaligoigoi7876 2 หลายเดือนก่อน +3

    😢😢 কৃষ্ণ কৃষ্ণ কৃষ্ণ 😢😢

  • @bhadredswarbora127
    @bhadredswarbora127 2 ปีที่แล้ว +1

    Bahut Sundar hoise.

  • @PurabiChutia-k3k
    @PurabiChutia-k3k 3 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ ।

  • @mrinalinibaruah512
    @mrinalinibaruah512 ปีที่แล้ว +2

    অন্তৰ চুই গল , বহুত ভাল লাগিল

  • @bipultalukdar9594
    @bipultalukdar9594 3 ปีที่แล้ว +20

    কৃষ্ণ কৃষ্ণ 🙏🙏, অতি সুন্দৰ ,এই সুন্দৰ আখ্যান শুনি সঁচাই মন প্ৰাণ ভক্তি ৰসত বিলীন হৈ গল ।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว +3

      কৃষ্ণ🙏🙏🙏

    • @loknathborah8023
      @loknathborah8023 3 ปีที่แล้ว +1

      @@sumitsaikiaofficial2991 khubsundar

    • @dhaneswarmedhi5083
      @dhaneswarmedhi5083 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 ল্পক্ষণণ্ঠয়ূয়ৎছেউয়ুঙঙউৎকুৎঙঙ উৎক্ষেপণ্ষেপণঙুঙ

  • @sangitasaharia4899
    @sangitasaharia4899 3 ปีที่แล้ว +1

    Bahut bahut vl lagise, hridoy sui jowa naam. Agoloi aru asha karilo

  • @purabichiring9065
    @purabichiring9065 2 ปีที่แล้ว +16

    নাম পৰিবেষণ অতি সুন্দৰ ৷বিপ্ৰ দামোদৰ আখ্যানটি নামৰ মাজেৰে সাৱলীল ভাৱে উপস্থাপন কৰাত শুনিলে শুনি থাকিবৰ মন গৈছে ৷

  • @rinkushivam8759
    @rinkushivam8759 3 ปีที่แล้ว +2

    Bohut val lagil .

  • @nituldutta3682
    @nituldutta3682 2 ปีที่แล้ว +8

    অতি সুন্দৰ পৰিৱেশন।

  • @ACHINTABORAH-i8b
    @ACHINTABORAH-i8b 9 หลายเดือนก่อน +2

    হুনি বহুত ভাল লাগিল দেই🙏🙏

  • @juntivlogs8700
    @juntivlogs8700 3 ปีที่แล้ว +8

    আপোনাৰ যি অমৃতময় কণ্ঠ ! মোৰ দৰে আৰু বহু লোক মতলিয়া হৈ পৰিছে। বিশেষ কৈ আপোনাৰ যি কথোপ-কথন সুন্দৰ ভাবে প্রমাণ ভৰি আজিৰ মানুহক যি জ্ঞান দিলে তাৰ বাবে বহুত....বহুত....ধন্যবাদ জ্ঞাপন কৰিছো। 'কৃষ্ণ'

  • @ramnareshsharma6246
    @ramnareshsharma6246 2 ปีที่แล้ว +6

    Ati sundar bhakty sangit Verry nice🙏🙏🙏🙏🙏🙏

  • @rinamahanta4241
    @rinamahanta4241 3 ปีที่แล้ว +4

    সুন্দৰ হৈছে।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @MRINALNATH-pp8jy
    @MRINALNATH-pp8jy 6 หลายเดือนก่อน +1

    সুন্দৰ হৈছে বৰ দাদা

  • @akashgayan268
    @akashgayan268 3 ปีที่แล้ว +10

    ইমান সুন্দৰ ভাল লাগিল 🙏🙏🙏

  • @sumgos6541
    @sumgos6541 2 ปีที่แล้ว +1

    Hundor gogoi da

  • @AnimaAnimasaikia
    @AnimaAnimasaikia 6 หลายเดือนก่อน +51

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

    • @TutumoniBoruah-g4p
      @TutumoniBoruah-g4p 5 หลายเดือนก่อน +9

      😢গ্গ্গ্নহগ্যফহ😢😮য়ত😢😢🎉ব্ঝজ্জ্জ্ৱব্জ্জ্ঝজন্ম্ম্ম্ন্ম্ন্ন ক

    • @TutumoniBoruah-g4p
      @TutumoniBoruah-g4p 5 หลายเดือนก่อน

      😅😅😅😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮উদ😮😮😮😮ঊঈ😊😅😅😅😢😢😢😢😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @TutumoniBoruah-g4p
      @TutumoniBoruah-g4p 5 หลายเดือนก่อน

      জ্জি😮😮😮😮😮😮😮😮😢😢😮😢😮😮😮😮😮😮😮😮😮😢😢য়😮😮😮😮😮😅😅😅😅😅😅😅😅😮😮😮😮😮😅😅😊😊😊😊😊😊😊😊😊😊😊জ্জ্ঝঊয়ঘ্ৱগছহশশ্ৱুহহচজ্জনকজ্ব্ঝক্বকজকজ্জক্ম্ম্ন্ন্ন 😊

    • @JitulDeka-th1bk
      @JitulDeka-th1bk 4 หลายเดือนก่อน

      ​@@TutumoniBoruah-g4p😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @rekhaboruah7204
      @rekhaboruah7204 4 หลายเดือนก่อน

      Bahut val lagil huni god bless you ❤🙏🏻🙏🏻

  • @chinimaibora7626
    @chinimaibora7626 11 หลายเดือนก่อน +1

    অতি সুন্দৰ দিহা নাম শুনি বহুত বহুত ভাল লাগিল।

  • @bhadreswarsaikia685
    @bhadreswarsaikia685 3 ปีที่แล้ว +8

    অতি সুন্দৰ হৈছে, কৃষ্ণ।

  • @kamalphukan1365
    @kamalphukan1365 7 หลายเดือนก่อน +2

    সুন্দৰ 🙏
    জাতীয় জীৱনৰ আদৰৰ দিহা সম্ৰাটজন অসম সন্তানহৈ সুস্থ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰক জাতীয় সংস্কৃতি !
    গভীৰ শ্ৰদ্ধাৰে 🙏🏻

  • @HimanshuKalita
    @HimanshuKalita ปีที่แล้ว +10

    অতি সুন্দৰ প্ৰদৰ্শন প্ৰভু ভগৱন্ত আপোনাৰ শ্ৰীচৰনত এই অভাজনে সেৱা জনায়চু এই অভাজনৰ সেৱা গ্ৰহণ কৰিব 🙏

  • @kalpanadas6707
    @kalpanadas6707 2 ปีที่แล้ว +2

    Xundor, bohut bhal lagil 🙏🙏🙏

  • @samirandas2444
    @samirandas2444 2 ปีที่แล้ว +10

    বৰ ভাল লাগিল দুয়ো জনা সখাৰ বৰ্ণনা শুনি , কৃষ্ণ-দামোদৰ,,

  • @ajitmainu4626
    @ajitmainu4626 3 ปีที่แล้ว +26

    ভগৱান কৃষ্ণ আৰু তেখেতৰ বন্ধু বিপ্ৰদামোদৰ, বন্ধুত্বৰ আখ্যান বহুত সুন্দৰ বিশ্লেষণ কৰি দিলে।
    ধন্য হলো শুনি।
    এনেকৈয়ে যাতে সকলো বন্ধু বান্ধৱে পালন কৰক।
    কৃষ্ণ

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว +3

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @riyan5211
      @riyan5211 3 ปีที่แล้ว +1

      😘

    • @kanakprova5524
      @kanakprova5524 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 R

    • @rajanidas8834
      @rajanidas8834 2 ปีที่แล้ว

      Thankyou

    • @rameshchoudhury713
      @rameshchoudhury713 2 ปีที่แล้ว

      ঙয় আৰু দদঙদ কৰা হয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা এই তছৈঈদ এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল যদিও তাৰ ওওজছু আৰু দদঙদ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ স্বৰবৰ্ণৰ চতুৰ্থ আখৰ আৰু ছবি এই

  • @zorosryanolemyan1955
    @zorosryanolemyan1955 3 ปีที่แล้ว +15

    সুন্দৰ ৷ উজনি অসমত দিহানাম জনপ্ৰিয় কৰা বাবে আপোনাক অশেষ ধন্যবাদ ৷

  • @munukrishnadas
    @munukrishnadas 3 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @santanapatangiya326
    @santanapatangiya326 3 ปีที่แล้ว +5

    কি সুন্দৰ বৰ্ণনা। বহুত বহুত ভাল লাগিল চাৰ।

  • @dipankarbhai5295
    @dipankarbhai5295 3 ปีที่แล้ว +2

    অতি সুন্দৰ । মন ভাল লাগি যোৱা এটা ভিদিঅ । ধুনীয়া হৈছে বহুত ধুনীয়া

  • @JunuKalita-ow7uh
    @JunuKalita-ow7uh ปีที่แล้ว +3

    Bohut bohut bohut val lagesa 🙏🙏🙏

  • @jharnagogoi8308
    @jharnagogoi8308 3 ปีที่แล้ว +14

    ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছে শুনি বহুত বহুত ভাললাগিল ৷
    কৃষ্ণ কৃষ্ণ

  • @arupkonwar
    @arupkonwar 3 ปีที่แล้ว +29

    ইমান সুনদৰ ব্যখ্যা শুনি বৰ ভাল পালো । 👃👃👃👃

  • @mridultamuli991
    @mridultamuli991 ปีที่แล้ว +1

    কৃষ্ণ বৰ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

  • @pranjaldeka2014
    @pranjaldeka2014 3 ปีที่แล้ว +8

    Bhut vl lgixe

  • @ranjitmahanta6127
    @ranjitmahanta6127 11 หลายเดือนก่อน +2

    খুউৱ ভাল লাগিল। আগবাঢ়ি যাওক।

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 2 ปีที่แล้ว +7

    অন্তৰ চুই জোৱা অতি সুন্দৰ অন্তৰত স্থান লাভ কৰা আপোনাৰ লগতে দলৰ সদস্য তথা সমুহ নাম প্ৰেমি সকললৈ আন্তৰিক শেৱা জনালোঁ মই অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  2 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @gopinathtalukdar6013
      @gopinathtalukdar6013 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 আপোনাৰ দিৰঘায়ু কামনাৰে শ্ৰীচৰনত সেৱা থাকিল

    • @tulumoniborah764
      @tulumoniborah764 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 . 0

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 4 หลายเดือนก่อน +2

    আগতে টিভিত সুদামা ৰ অভিনয় চাইছিলো ঠিক তেনেদৰে আজি আপোনাৰ অভিনয় চাই নথৈ আনন্দিত হৈছো আপোনাক বহুত বহুত ধন্যবাদ লগতে ভগৱান কৃষ্ণৰ চৰণত প্ৰণিপাত জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @minotichetia9972
    @minotichetia9972 3 ปีที่แล้ว +6

    অতি সুন্দৰ দিহা নাম প্ৰদৰ্শন। বহুত ভাল লাগিল

  • @purnimadas1154
    @purnimadas1154 4 หลายเดือนก่อน +1

    ধুনীয়া লাগিচে

  • @minaramdas7942
    @minaramdas7942 2 ปีที่แล้ว +4

    অতি সুন্দৰ ধৰ্ম প্ৰচাৰৰ নাম ভৰ্তি গীত গাই

  • @Suruj.ff1
    @Suruj.ff1 2 ปีที่แล้ว +2

    সুন্দৰ পাঠ বাপ

  • @nayansaikia5849
    @nayansaikia5849 3 ปีที่แล้ว +6

    হিয়া জুৰ পৰি গল প্ৰভু।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। "কৃষ্ণ"

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব।

  • @kalpanasaikia4588
    @kalpanasaikia4588 4 หลายเดือนก่อน +1

    জীৱন ধন্য হৈচে।ভগৱন্তই আপোনাক সদায় দয়া কৰক কৃষ্ণ 👏👏

  • @utpalsaikia1430
    @utpalsaikia1430 3 ปีที่แล้ว +11

    আপোনাৰ দিহা নাম শুনি মই আপ্লুত। সুন্দৰ কৈ বুজাই দিছে শুনি ভাল লাগিল। 🙏❤🙏❤🙏

  • @mamonikakati8679
    @mamonikakati8679 2 ปีที่แล้ว +1

    বৰ ভাল লাগি ল দেই শুনি

  • @anantaborah1115
    @anantaborah1115 ปีที่แล้ว +3

    বৰ সুন্দৰ লাগিছে,🙏🙏🙏

  • @runumanideka2808
    @runumanideka2808 4 หลายเดือนก่อน +1

    ধুনীয়া শুনি ভাল লাগিল

  • @ijubarman
    @ijubarman 2 ปีที่แล้ว +3

    বহুতে সুন্দৰ হৈছে

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 3 ปีที่แล้ว +2

    Krishna 🙏🙏🙏🙏🙏🙏 bohut dhuniya lagil khuni

  • @rajibsarma1466
    @rajibsarma1466 2 ปีที่แล้ว +8

    Bhut vl lgise krishnna 🙏🙏

  • @deepaligogoi5025
    @deepaligogoi5025 2 ปีที่แล้ว +2

    অতি সুন্দৰ প্ৰদৰ্শন। বহুত ভাল লাগিল

  • @pradipgogoi3182
    @pradipgogoi3182 3 ปีที่แล้ว +9

    সুন্দৰ কণ্ঠ। বহুতো ভাল লাগিল শুনি।

  • @violeenalaskar3742
    @violeenalaskar3742 5 หลายเดือนก่อน

    কৃষ্ণ নামভাগ শুনি বহুত ভাল লাগিল সকলোর্টি লৈ প্রনাম জনালো |

  • @rubigogoi5227
    @rubigogoi5227 ปีที่แล้ว +6

    কৃষ্ণ🙏বৰ ভাল লাগিল🙏

  • @padmapuldoley1914
    @padmapuldoley1914 2 ปีที่แล้ว +1

    Bohut bohut hewa janalu

  • @dibyajyotisarma1686
    @dibyajyotisarma1686 3 ปีที่แล้ว +12

    কৃষ্ণ বহুত ভাল লাগিল।শুনিয়ে থাকিব মন যায়

  • @SurabalaBaruah
    @SurabalaBaruah 7 หลายเดือนก่อน +1

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা দিয়া হৈছে বৰ ভাল লাগিছে

  • @rumiduarah9435
    @rumiduarah9435 3 ปีที่แล้ว +4

    Bahut Hundor hoise

  • @ujjalgogoi2497
    @ujjalgogoi2497 3 ปีที่แล้ว +2

    Val lgil...kisn

  • @rajibnath9247
    @rajibnath9247 3 ปีที่แล้ว +9

    অতি সুন্দৰ কমলা দাদা ৰাজীৱ দাদা চুমিত দাদা সকলোলৈকে সুস্বাস্থ্য কামনা কৰিছোঁ আগলৈ এনেকৈ আৰু প্ৰভু নাম লবলৈ ভগৱানে শক্তি প্ৰদান কৰক

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏তোমালোকৰ মৰম আৰ্শীবাদ যেন আমি সদায় পাওঁ,তোমাকো ঈশ্বৰে সদায় মঙ্গলে ৰাখক,,,

    • @prosenjitchaudhari8981
      @prosenjitchaudhari8981 3 ปีที่แล้ว +1

      @@sumitsaikiaofficial2991 👍❤️❤️

    • @amiyakhanikar4691
      @amiyakhanikar4691 3 ปีที่แล้ว +2

      @@sumitsaikiaofficial2991 📺-on DCbio UC

    • @rajibnath9247
      @rajibnath9247 3 ปีที่แล้ว

      @@prosenjitchaudhari8981 ❤️❤️❤️

    • @rajibnath9247
      @rajibnath9247 3 ปีที่แล้ว

      @@sumitsaikiaofficial2991 আশীৰ্বাদ কৰিব ভগৱানে যাতে ভালে কুশলে ৰাখে

  • @rupaneog5513
    @rupaneog5513 11 หลายเดือนก่อน +1

    ইমান সুন্দৰ হৈছে শুনি থাকিবলৈ মন যায়।

  • @nayanudaihazarika1729
    @nayanudaihazarika1729 3 ปีที่แล้ว +6

    Ati sundar lagil

  • @tinkugogoi3059
    @tinkugogoi3059 2 ปีที่แล้ว +1

    Bhout hundr

  • @chinukataki4419
    @chinukataki4419 4 หลายเดือนก่อน +6

    ভক্তিত চকুৰ পানী উলাই গল।কৃষ্ণৰ মহিমা।জয়য় কষ্ণ প্ৰভু সেৱা কৰিছোঁ।সুন্দৰ বাখ্যা।কৃষ্ণ জন্ম দিনত তোমাক শতকৌতি প্ৰনাম।তোমাৰ চৰনত ঠাই দিবা।🙏🙏🙏🙏🙏🙏🙏🙏

  • @welcometokrishnanuvlogs3959
    @welcometokrishnanuvlogs3959 2 ปีที่แล้ว +1

    Ati xundar.

  • @bhrigukalita6479
    @bhrigukalita6479 3 ปีที่แล้ว +9

    Xundar dada

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ।
    বৰ সুন্দৰ।
    ধন্যবাদ।

  • @sinuglydnoyapskakaghastlie9618
    @sinuglydnoyapskakaghastlie9618 2 ปีที่แล้ว +3

    বৰ ভাল লাগিল ------নগাৱৰ পৰা

  • @skskskksks167
    @skskskksks167 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল।

  • @manashmaster6950
    @manashmaster6950 3 ปีที่แล้ว +16

    অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @technicalthings5530
    @technicalthings5530 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @jayabaruah1801
    @jayabaruah1801 7 หลายเดือนก่อน +8

    বহুত বহুত বেছি ধুনীয়া কণ্ঠ❤❤❤❤❤❤❤

  • @kalpanasaikia4588
    @kalpanasaikia4588 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ প্ৰভু 👏👏

  • @krishnamonikalita3446
    @krishnamonikalita3446 3 ปีที่แล้ว +8

    সুন্দৰ পৰিৱেশন 🙏

  • @shirugohain7907
    @shirugohain7907 9 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 3 ปีที่แล้ว +8

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপজনা বৰ সুন্দৰ হৈছে 🙏🙏🙏

  • @kalyanichetia5266
    @kalyanichetia5266 3 ปีที่แล้ว +1

    Bohut bhal lagil

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 3 ปีที่แล้ว +16

    খুব সুন্দৰ,,কৃতাৰ্থ হলোঁ,,,

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @monujdas7167
      @monujdas7167 3 ปีที่แล้ว +1

      🌌🍔💻🖥️🌑🍝🚀🗽✈️🇦🇺

    • @monujdas7167
      @monujdas7167 3 ปีที่แล้ว +1

      @@sumitsaikiaofficial2991 😃

    • @bhazarika7298
      @bhazarika7298 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 q111qqq

    • @bhazarika7298
      @bhazarika7298 2 ปีที่แล้ว

      @@sumitsaikiaofficial2991 qqqq

  • @gunindas9326
    @gunindas9326 3 ปีที่แล้ว +1

    ভাল লাগিল দিহানাম টো ছাই

  • @prafullagoswami9622
    @prafullagoswami9622 3 ปีที่แล้ว +9

    অতি সুন্দৰ সুৰ বহুত ভাল লাগিল মোৰ মন জুৰ পৰি যায় সময়বোৰ কেতিয়া পাৰ হৈ যায় গমকেই নাপাওঁ

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব।

  • @kunjalatagogoi8739
    @kunjalatagogoi8739 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা 🙏🏻🙏🏻🙏🏻

  • @ranjandas1158
    @ranjandas1158 3 ปีที่แล้ว +9

    ধন্য, ধন্য হলো ।অতি উত্তম ।

  • @utpolneog3324
    @utpolneog3324 ปีที่แล้ว +2

    সুন্দৰ হৈছে কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @nagendrabaruah8232
    @nagendrabaruah8232 3 ปีที่แล้ว +9

    প্ৰভু ভগৱন্তই আপোনাক যাতে ভালে ৰাখে তাৰে কামনা কৰিলো আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে কি কম আপ্লুত হলো। কৃষ্ণ কৃষ্ণ বাপ মোৰ সেৱা নিবেদন কৰিছো।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আপোনালোকৰ মৰম আৰ্শীবাদ যেন আমি সদায় পাওঁ,,,

  • @satyanath4768
    @satyanath4768 ปีที่แล้ว +1

    Hosai bhut vl lagisea huni ....

  • @priyadoleypegu597
    @priyadoleypegu597 3 ปีที่แล้ว +23

    সুন্দৰ ,অন্তৰ চুই গৈছে!! কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🙏🙏🙏

  • @D.BGAMING2.O
    @D.BGAMING2.O 3 ปีที่แล้ว +2

    Bohut vl pao horinam hundor

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 3 ปีที่แล้ว +6

    বহুতো ধুনীয়া লাগিল আপোনাৰ সুৰৰ টোকাৰী গীত কোটি 🙏কোটি 🙏সেৱা 🙏জনালো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  3 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব

    • @purnimadas7779
      @purnimadas7779 ปีที่แล้ว

      আৰু আগুৱাই জাওক krishna🙏🙏💞🙏🙏

  • @binadas5619
    @binadas5619 3 ปีที่แล้ว +2

    Bor Val lagil

  • @kukhesorbora7027
    @kukhesorbora7027 3 ปีที่แล้ว +3

    Mojaaaa hoise

  • @nanditakalita172
    @nanditakalita172 ปีที่แล้ว

    প্ৰভু প্ৰথমে আপোনালোকক কৌটি কৌটি প্ৰনাম জনাইছোঁ... বহুত ভাল লাগিল শুনি

  • @jinaboiragi995
    @jinaboiragi995 3 ปีที่แล้ว +8

    বৰ সুন্দৰ । মনপ্ৰাণ ভৰি গল । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @kdkanak7418
    @kdkanak7418 3 ปีที่แล้ว +17

    এক কথাত কবলৈ গলে সুন্দৰ হৈছে

  • @junakigogoi4178
    @junakigogoi4178 3 ปีที่แล้ว +1

    অতি সুন্দৰ হৈচে