Ai serial khon hekh hole bohut besi bea lagibo moi protitu khondoe sai silu 😢😢😢😢 please mandira barkakati mem please 300 khondo diok moi eikhon serial ketiau pahoribo nuwarim😢
সফল হোৱাটো বিচাৰিছিলো কিন্তু অহংকাৰী হোৱাটো বিচৰা নাছিলোঁ বেলেহৰ হৈছে নে নাই নাজানো কিন্তু পদ্মাৰ যে হৈছে সেইটো কিন্তু ভাল কৈ জানো 🙏 বেয়া পাই লাভ নাই 😢
Gugun serial খন Majuli pora kune kune sai asa are serial🤗 moi bhut val paw are kune kune val ❤ like koriba are moi😊 Majuli pora sai aso are kune kone sai ase kor pora sai sa ❤❤❤❤😊😊
মইনাৰ কথাবোৰ ভাল লাগিল ।
মইনা তুমি একেবাৰে সত্য কথা কৈছা। অধিৰথে সহায় নকৰিলে আজি গুণাগুণে বি দি ওৰ চকী খন নাপালেহেতেন আৰু ঘৰ বালী এৰি ফুটপাথত থাকিব লাগিল হেঁতেন ম ইনা❤❤❤❤❤❤❤❤
Adirot tumi jote asa vale thaka❤❤🎉🎉
Moinai gungunok thike koise❤❤
মই না যিখিনি কথা কৈছে বহু ত ভাল লাগিছে ❤❤❤
Waiting...মইনাই ঠিক কথা কলে গুনগুনক
Right
Right koise
Ni ako thik ni koa,adhiroth moina maak sbe gungunr dokh he dekhise,adhirothr dokh khini atiyao dekha ni dekhib sestao kra ni
@@krishnamaniboro2913 সেইটো হয় অৱশ্যে
মইনা কাৰণে এটা লাইক 👍👍👍
Mozza dsa great 👌🙏👍
নকৰোঁ যা ।
Kunju akdom thik kothai kuise podmak kunju 👍👍👍👍maak jiyek beleg hoi gol 🤔😢moinar kothabor bohut vhal lagil ..ji kuise thike kuise tumak bohut vhal lage moina 💖💖👍👍👍👍💖❤💖❤💖❤
Adhiroth or makor kothatu bohut bhal lagil😊❤
Mojja moina tik dele
শান্তিজনীক এতিয়াহে ভাল লাগিছে 😊😊
দুখীয়াৰ পৰা ধনী হোৱা মানুহ বোৰ এনেকুৱা ই হয় ,স্বʼথপৰ।
Right 👍
সকলোৱে এনেকুৱা নহয়
Val kla gun gunk aru mor sab man nai
Right👍
Right👍
মইনা তোমাক মই বহুত মিচ্ কৰো মইনা তোমাৰ মাক এতিয়া হে ভাল লাগিল
মইনা কাৰণে এটা লাইক
দৰ্শনলৈ বেয়া লাগিল ৰাইজ
পদ্মাজনী গুণগুণতকৈও স্বাথপৰ 👍
সঁচা কৈ
Right
Hdhdhhdhduxj xxx❤❤❤❤❤❤
দৰ্শন আৰু মইনাৰ সোনকালে বিয়া খন হ'ব লাগে 👰💒
পদ্মাৰ গাত সন্মানে অলপ বেছিকৈ লাগিছে নেকি বাৰু??
Moina bast kola gungunok val lagil hosakoi ❤❤❤
এয়া বাস্তৱ সত্য ঘাটনা
অনুৰোধ কৰিছো গুনগুন চিৰয়িৱেল খন ইমান সোনকালে শেষ নকৰিবা দেই কেতিয়া দিব কেতিয়া চাব পাম সময় টোকে বাৰে বাৰে চাই থাকো কেতিয়া চাবলৈ পাম বুলি কিমান অপেক্ষাৰে ৰই থাকো চাবলৈ 🤔 শেষ হলে কি চাম ভালেই নালাগিব মনটো বেলেগ চিৰয়িৱেল একোয়ে নাচাও বহুত বেছিয়ে ভাল পাও গুনগুন চিৰয়িৱেল খন আৰু দেওবাৰে টো নিদিয়েই সেইদিনা খন চাব নাপালে এবছৰ চাবো নোপোৱা যেন লাগে দেওবাৰ দিনটো বৰিং লাগি থাকে শেষ হলে বহুত বেয়া লাগিব মনটো 😢 বুজাব নোৱাৰিম বহুত মিছ কৰি থাকিম শেষ হলে 😢 বহুত ভাললগা গুনগুন চিৰয়িৱেল খন মোৰ 😊 গুনগুন চিৰয়িৱেলত থকা সকলোকে মোৰ ফালৰ পৰা শুভকামনা জনালো 🙏আগলৈ যেন এনেকুৱা আৰু এখন ভাললগা চিৰয়িৱেল উপহাৰ দিয়ে 😊😊
দৰ্শনৰ কাৰণে এটা like 👇👍
Ai serial khon hekh hole bohut besi bea lagibo moi protitu khondoe sai silu 😢😢😢😢 please mandira barkakati mem please 300 khondo diok moi eikhon serial ketiau pahoribo nuwarim😢
পদ্মা তহতৰ কাৰনে অধিৰথে আজি ঘৰ এৰি গুচি যাব লগা।মাক আৰু ভনীয়েক এৰি
আজি কিন্তু মইনা আৰু মাকে gungun অক মযা দিছে।এনে মজা লাগিছে আৰু দেই ।
মইনা কাৰনে like এটা ❤
মইনা কাৰণে লাইক এটা দিয়া বৰ ভাল লাগিল কথাখিনি সুনি
গুনগুনৰ লগত ফোনত কথা পতা ছোৱালী জনী কোন হয় .গুনগুনক এঘৰিয়া কৰোতে কত আছিল. এতিয়া যে বৰ বৰ কথা ।
☕😂
Right koise
সচাঁ কথা এনেকুৱা আবতৰীয়া সমাজত থাকে😂
তাকেই টো হাৰাম জাদি জনিয়ে এতিয়া কথা কৈছে চোৱা ।
Goyta😂
Moinar karo na ata like❤❤
Gungun sarthopor hosakoi......ji tu odirote ratie dinie gungun htr karone kosto korile.....heijni gungune atia sakori pai odhirot htk opoman korile.....odhirot bya hl gungunr karone......
Bhogodutta k aji dekhun belgeg jen lagise dekhibole😅😅😅😅
গুণ গুণ তুমি এবাৰ অধিৰথৰ ঘৰ খনৰ কথা ভাবি চাবা যত অধিৰথৰ ঘৰখনে তোমালোকৰ ঘৰখনক বহুত সহায় কৰিছিল 😢😢😢 এতিয়া বহুত বিপদত পৰিছে অধিৰথৰ ঘৰখন 😢😢😢
Moinar karone ata like❤❤❤
মইনাৰ সঙলাপকেইটা সুন্দৰ
গুনগুন ৰ মাকৰ অলপ বেছি অহংকাৰ হৈছে। আগতে এঘৰীয়া হৈ থাকোঁতে অধিৰথে সিহঁতক মনে মনে খোৱাৰ জগাৰ ধৰিছিল। আৰু সিহঁতক জীয়াই ৰাখিছিল। আৰু এতিয়া অধিৰথক পদ্মাই গুনগুনৰ জজ্ঞ নহয় বুলি কৈছে
Adhirthr poriyalt gungune xhaii krar kunu drkar niii......moinai xklu smvali lobo......❤ love you moina ❤
গুণ গুণ অৰ মাক জনি পাগল হল😢😂😂
গুণগুণ আৰু মাকৰ টকা, সম্মান , অহংকাৰৰে মুৰত ধৰি সেই বাবেই মানুহ চিনি নাপাই।।
মইনা মজা দিছে যেনে কুকুৰ তেনে টাঙোন
Moina best❤ সকলোতকৈ
My favourites ❤️❤️🌺🌺
মইনা জনী বৰ মৰম লগা ঔ
Moina pura jehat dse. Moja vl lagil
Akdom hsa ktha moina .....odhirothe hohai nkra hole aji tai emn dangr officer nhol heten...
গুণ গুণ ৰ মাক টিংঙৰ উঠিল ৷এতিয়া
Dorkhon r khota bur xuni bhut dhuk lagil kandia dilu 😢😢😢😢
নতুন ধনী অহংকাৰী 😅
আগৰ দিনত মানুহে ইনে কোৱা নাছিলি লংকালৈ গলে সকলো ৰাৱন হয়,
ইয়াৰ পৰা এইটো বুজা যায় মানুহে নিজৰ অস্তিত্ব পাহৰি য যোৱাটো ভূল ❤❤❤❤❤ মানুহে কাৰোবাক সহায় কৰিলে নিচাথ ভাবে সহায় কৰি লাগে আশা লৈ নহয়
Moina tumi bohut val kotha koisa gun gun r dore suwali k
Moina karona 1ta like ❤
দৰ্শন আৰু দেউতাকে ময়নাৰ বিষয়ে কোৱা কথাখিনি ভাল লাগিল ।। আৰু ময়না হতে গুনগুনক একেবাৰে ঠিক কথাই কৈছে কিন্তু দেই । গুনগুন কিন্তু সচাকৈ সলনি হৈ পৰিল । 💗
যেতিয়া কামৰ হেঁচা পৰে সলনি হোৱা যেন লাগে এ কেতিয়াবা আমাৰ বাস্তৱ ত এ হয় husband যেতিয়া ভাত কেইটা xai শুই যায় ভাবো কিয় এনেকুৱা কৰিছে পিছে কামৰ বাবে ভাগৰি যায়।।
Thank you Moina ba
অধিৰত মাক আৰু মাইনা ভাল লাগে
Sobe moina ktha h koisa. Kin2 gun gunr ktha koneu nobuje. Karon adhirothe sobore agt imn apomn krise. Poristhiti sy ktha kobo lge.
Moinai thik dile gungunk
Darkhan ru darkhanar deutakok hajar bar salute lora hole darkhanar nisina habo lage😢😢😢
Excellent and dhunia episode.Saie bohut bhal laga xas nohok jan laga.Nice v.v.v.
My favourite srrial❤❤❤
Gungunk vl moza dile moinai,valei krile❤❤
❤❤❤
mundrik,adhirotho,moina,darxa k Kune Kune vl pua 👇.....👍kriba
Mundrik kun nu?
Pundorik hoi sir mundri nhoi
@@dipankarphukanofficial8902 manuh
@@soshikantakalita7776 manuh
Mundrik,?????😢
মজা
My favorite siryel ❤
Aoiiii jiyeko hikai se suwa ooo bohut besi beya lagil
মইনা তুমি আজি গুনগুনক বহুত সুন্দৰ কৈ মিহি মিহি কৈ কৈছা😊 আৰু তুমি কোৱা কথাৰ বাবে তোমাক চেলুট দিলো। লগতে তোমাৰ মা সলনি হোৱা বাবে ভাল লাগিছে। দুজনী ভালকৈ থাকিবা।
শথতাক প্ৰশ্ৰয় দিব নালাগে। নতুন ধনীৰ ফুটনি প্দ্মা আৰু গুনগুনৰ। গৰু মাৰা বাবেহে সিহঁতৰ বাবে টকা ঘটিব গৈ বেয়া কামত ফচিছিল। সেই কথাটো সিহঁতে নুবুজে কাৰণ সিহঁতৰ সন্মান বহুত বেছি ওপৰৰ মাল দুয়ো😂😂😂 এতিয়া সৰু সুৰা কথা ভাবিবলৈ সময় নাই।
গুনগুনজনিলৈ বেয়া লাগিছে.....তাই কিমান কষ্টৰ মাজেৰে সফল হৈছে কিন্তু অধিৰতক সহায় নকৰা বাবে স্বাৰ্থপৰ হ'ল আৰু বিষয়া মুৰত উঠিছে কৈছে আৰু তাই ঠাইত গুনগুন শুদ্ধ কাৰণ অপৰাধিক কোনো সহায় নকৰে যিমান আপোনেই নহক কিয় আৰু নিজৰ আত্মসন্মান আৰু সন্মান কৈ একো হ'ব নোৱাৰে❤
ঠিকেই কৈছে নতুনকৈ পোৱা চাকৰি2 এটা drugs padelar ক সহায় কৰি হেৰুৱাব নোৱাৰে নহয়।।
Gun gun faltu suwali
মইনাৰ আৰু গুনগুনৰ কথাবোৰ ভাল লাগিল❤❤
Moynar makor babeoata like.❤❤❤
Moi nar kotha bora aji mn soi gol😢😂
গোগোনবেচিলেবেল😢😢😢❤❤😂❤❤❤
Dhuniya serial xosa koi dhuniya hoise ....
সফল হোৱাটো বিচাৰিছিলো কিন্তু অহংকাৰী হোৱাটো বিচৰা নাছিলোঁ বেলেহৰ হৈছে নে নাই নাজানো কিন্তু পদ্মাৰ যে হৈছে সেইটো কিন্তু ভাল কৈ জানো 🙏 বেয়া পাই লাভ নাই 😢
Aji khando tu Sai Val lagise gun gun r mat naikiya hoi gl j Mur br Val lagil.thanks moina
গুণ গুণ serial খন চাব কাৰণে সদায় ৰৈ থাকো বহুত ভাল লাগে।।।❤❤❤
Nijor nijor thait khokolu thike ase thorhapo kio janu Maina kotha khini khuni dukh lagi gol.Kinto podma kothat olop ohonkar r gundh pua Jen lagil .
Moynar babe ata like❤❤❤
মইনা মজা দিলা গুণ গুণ ক মজা মজা
মইনাকাৰনেএটালাইক👍👍👍👍❤❤❤❤
Great serial ❤❤❤
❤❤❤❤moja lagise oi gun gun da
Waiting ❤
Love from মৰিগাঁও জিলাৰ কোন কোন আছা like comment
Dhuniya lagise serial khon Sai ❤❤❤
আৰু ৫ টা খণ্ড বাকী আছে শেষ হ'ব লৈ....শেষত যেন অধীৰথ আৰু গুণ গুণৰ বিয়া খন হয় গৈ...❤
Kot gom pla
নহয় নেকি !
Kot gm pale aapuni 😢😢
Nhy , Time change hbo
@@Mridupratik kot gom ple time change hbo buli??
Ajir episode tu Sai besi vl lagil
গুণ গুণে এবাৰ অধিৰথৰ লগত কথা পাতি জানিব লাগিছিল প্ৰকৃততে সি কিয় এই কাম কৰিছে কাৰণ সিও নাজানে তাৰ পিছৰ কাহিণী। কিন্তু তাই সকলোৰে দৃষ্টিৰে চালে আৰু এবাৰো নভবাকে তাক অপৰাধি বুলি বিশ্বাস কৰি অলপো সহানুভুতি নেদেখুৱালে। সি বেয়া লৰা হোৱা হলে কথাতো বেলেগ আছিল। অপৰাধিক সহায় কৰাতো বেয়া কথা বুলি মানিবলৈ বাধ্য। আৰু তাইৰ কাৰণেই বেয়া মানুহৰ পাল্লাত পৰি গল নজনাকে। অপৰাধৰ টকাৰেতো তাইও ঘৰখন হেৰুৱাৰ পৰা ৰক্ষা পৰিল। তেতিয়া মাক জীয়েকে নালাগে বুলি কৱলৈ এতিয়াৰ দৰে ডম দেখুৱাব লাগিছিল।এবাৰতে মান্তি হব নালাগিছি। স্বাৰ্থপৰ। অধিৰথ গুণ গুণতকৈ ওপৰত যোৱাতো বিচাৰো। চিৰিয়েলখন ভাল লাগিছে চায়। ধন্যৱাদ ।
Goodnight all friends
Nice 👍
Good job moina❤❤❤ experience 👍👍
Gugun serial খন Majuli pora kune kune sai asa are serial🤗 moi bhut val paw are kune kune val ❤ like koriba are moi😊 Majuli pora sai aso are kune kone sai ase kor pora sai sa ❤❤❤❤😊😊
Moina ba l love you ♥️
আজিৰ চিৰিৰেল সন চায় বহুত ভাল লাগিল ভাল লাগিল এইতু কাৰনে জে মইনা আৰু অধিৰথ দা মাকে গুন গুনক এনেকৈ কলে
👍🧸
A moja ❤️❤️
Hanti khuri r karone ata like 😮😮
Gun gun aru podma pahorile odhirothor upokaror kotha
নতুন ধনী হৈছে যে।
Nizara baa r karona ata like s comment ❤❤❤❤❤❤
ভূল বুজাবুজি হোৱাৰ বাবে আজি এইটো পৰিস্থিতিৰ সন্মূখীন হৈছে 🥺
Moina aru makor kotha buror babe eta like
My favourite serial 💞💓💗💕💖💗💓💞💞💞💕
My Favourite❤aerial😊