হাৰিয়ানাৰ দৰেই অসমতো ২০২৬ত একেই দশা হ’ব নেকি কংগ্রেছৰ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ธ.ค. 2024

ความคิดเห็น • 112

  • @MojunMili-ps7rp
    @MojunMili-ps7rp 2 หลายเดือนก่อน +19

    30 বছৰলৈ কংগ্ৰেছ অসমত নাহে।

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 2 หลายเดือนก่อน +24

    অসমত কংগ্ৰেছ আহিব বুলি ভৱাসকল মিছা সপোন দেখিছে।।গতিকে কোন কেইটা সমষ্টিক লৈ কংগ্ৰেছ জয়ী হোৱা বুলি ভাৱে???গণি চালে গম পোৱা যাব কোন সমষ্টিত কিমান ভোটাৰ গননা কৰি চাওক।আজিয়েই ওলাই যাব।।

  • @manashhira7222
    @manashhira7222 2 หลายเดือนก่อน +2

    অসমত কোনো দিন কংগ্ৰেছ জিকিব নোৱাৰে ! বতমান কংগ্ৰেছত থকা মানুহ বিলাকে ভোট বিজেপিক দিব 😃😃

  • @MoniPegu-l1n
    @MoniPegu-l1n 2 หลายเดือนก่อน +5

    কংগ্ৰেছ অসমত আৰু বিশবছৰলৈ একো নহয়

  • @solemansikdar7947
    @solemansikdar7947 2 หลายเดือนก่อน +13

    কংগ্ৰেছ দলৰ নেতাসকলে বাংলাদেশত নিৰ্বাচন খেলিব লাগে।বিজেপি জিন্দাবাদ। জয় আই অসম।

    • @pratimasarma1737
      @pratimasarma1737 2 หลายเดือนก่อน

      ইতিমধ্যে অসমৰ ভূমি বাংলা দেশী ৰ বাবে মুকলি কৰা হৈছেই। গতিকে চিন্তা কৰিব নালাগে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি পাইছে। আমি অসমীয়া। বুলি ভবা সকলে তাকে ধুই ধুই পানী খাই থাকিলে হ'ব।

  • @ArupBordoloi-kz9mi
    @ArupBordoloi-kz9mi 2 หลายเดือนก่อน +2

    লবী ৰাজনৈতিক পৰিবেশ সৃষ্টি কৰাত কংগ্ৰেছ জন্ম লগ্ন কালৰ পৰাই পাকৈত। এতিয়া কোন মূখ্যমন্ত্ৰী হ'ব তাতে যদি লবী বাজি নচলে তেন্তে কংগ্ৰেছ দল মৃত্যু মুখত পৰিব। কংগ্ৰেছ চৰকাৰ গঠন কৰিব নোৱাৰে অসমত সেইটো অসমৰ ৰাইজৰ বাবে ভাল খবৰ। জয় আই অসম। জয় হিন্দ।

  • @hrishikeshbaruah7570
    @hrishikeshbaruah7570 2 หลายเดือนก่อน +4

    হাৰিয়ানাৰ পৰিৱেশ অসমত নাই। হাৰিয়ানাত কংগ্ৰেছ জয়ী হোৱাৰ সুযোগ আছিল, অসমত সেই পৰিৱেশ বৰ্তমানলৈকে নাই।

  • @pranabbaruah7687
    @pranabbaruah7687 2 หลายเดือนก่อน +2

    সমগ্ৰ সনাতন একত্ৰিত হোৱাই এক অন্যতম কাৰণ,জাগো কংগ্ৰেছ।

  • @greenvillagefluter9096
    @greenvillagefluter9096 2 หลายเดือนก่อน +2

    কংগ্ৰেছৰ এনে কাৰ্যই প্ৰতিদিন টাইমচৰ বেয়া ইংগিত😅

  • @nabajitdas3271
    @nabajitdas3271 2 หลายเดือนก่อน +8

    কংগ্ৰেছৰ এই চৰিত্ৰৰ বাবে এই দষা বংশ আৰু ৰাজকুমাৰ সকলোক গুৰুত্ব দিয়ে...

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 หลายเดือนก่อน +2

    কোনে দিব কঙগ্ৰেচক।আগৰ কাম ৰাইজে চাই আছে।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 2 หลายเดือนก่อน +4

    কি কাৰণে অসমত কংগ্ৰেছক ৰাইজে আকৌ অসমত আনিব ৷ অবৈধলোকেই শেষ কৰি দিলে ৷

  • @SavagemodeON973
    @SavagemodeON973 2 หลายเดือนก่อน +4

    ভুপেন বৰাৰ কোনো কাম নাই । নিজস্ব সমষ্ঠিত জিকি আহিবলৈ সক্ষম নহয় সি আকৌ মুখ্যমন্ত্ৰীৰ বাবে দাবীদাৰ হব । হাস্যকৰ

    • @AbdulMaleque-k5d
      @AbdulMaleque-k5d 2 หลายเดือนก่อน

      @@SavagemodeON973 Congress took good bye by Tarun Gogoi' s delivery; Bath diahe

  • @7gc970
    @7gc970 2 หลายเดือนก่อน +5

    হাৰিয়ানাত কৈ অসমত বেছি কংগেছ দলৰ অৱস্থা বেয়াৰ হব । কংগেছ দলক মিঞাৰ মোছলীম বোৰে উধাৰ কৰিব নোৱাৰে । বাংলাদেশী প্ৰিয়ৰ দলক খিলঞ্জীয়াৰ কোনো পধ্যেই শাসনলৈ আহিব নিদিয়ে ।

  • @apurbabhuyan8121
    @apurbabhuyan8121 2 หลายเดือนก่อน +3

    অ এতিয়া EVM ৰ দোষ নাইকীয়া হ'ল। দলটোক উদ্ধাৰৰ বাবে প্ৰতিদিন টাইমে উঠিপৰি লাগিব

  • @junD-r4u
    @junD-r4u 2 หลายเดือนก่อน +20

    হাৰিয়ানাত হাৰাতো প্ৰতিদিনৰ কাৰণে বেয়া খবৰ। এটা কাম কৰক অসম কংগ্ৰেছৰ ভিতৰুৱা কাজিয়া খন প্ৰতিদিনে মিমাংসা কৰক। জলন তো প্ৰতিদিনৰ বেছি হৈ আছে😂😂😂

    • @basisthabaishya7731
      @basisthabaishya7731 2 หลายเดือนก่อน +1

      Right

    • @KhruloraPatar-yt3cf
      @KhruloraPatar-yt3cf 2 หลายเดือนก่อน +3

      Khasakoi pratidin time toponi aha nai congs Hara babe .

    • @apurbabhuyan8121
      @apurbabhuyan8121 2 หลายเดือนก่อน +2

      অপ্ৰিয় হ'লেও লাখটকীয়া সঁচা কথা এটা কৈ দিলে।

    • @jagadishbhuyan8618
      @jagadishbhuyan8618 2 หลายเดือนก่อน +2

      Right

    • @NazrulIslam-hp3jh
      @NazrulIslam-hp3jh 2 หลายเดือนก่อน

      EVM জালিয়াতি কৰি জয় লাভ সকলোৰে প্ৰতিদিনক তাচ্ছিল্য কৰাত লাজ লাগিব লাগিছিল।

  • @DebajitPhukon-xz5cf
    @DebajitPhukon-xz5cf 2 หลายเดือนก่อน +20

    গৌৰৱৰ বাহিৰে কঙগ্ৰেছৰ এজনো নেতা ৰাইজৰ সমৰ্থন যোগ্য নহয়। কঙগ্ৰেছক নিজৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ বহু বছৰ লাগিব । গতিকে গৌৰৱে কথাবোৰ ভালদৰে ভৱা ভাল ।

    • @spiritualiq-n8g
      @spiritualiq-n8g 2 หลายเดือนก่อน +1

      Gaurav gogoi k prothome nijr Matri vaxa siki lobo diok😂😂

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 หลายเดือนก่อน +1

      গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়াল দিল্লীৰ বাসিন্দা। তেওঁলোক অসমলৈ উভতি নাহে বিনা ৰাজনৈতিক কাৰণত

    • @NandeswarChutia-tk1rm
      @NandeswarChutia-tk1rm 2 หลายเดือนก่อน

      দম্ভ আৰু অহঙ্কাৰী ৰাজনৈতিক নেতাক ৰাইজে ভাল নাপায়।

  • @dipankarsarma8668
    @dipankarsarma8668 2 หลายเดือนก่อน

    অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এ।

  • @TaslimAliBabul
    @TaslimAliBabul 2 หลายเดือนก่อน +4

    দেশ বা দহৰ বাবে কাম কৰা নেতাৰ অভাৱেই কংগ্ৰেছৰ অধপতনৰ মূল ?

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d 2 หลายเดือนก่อน +3

    Thank you,(Amarendra DEKA) for contextual delivery

  • @birenburagohain8132
    @birenburagohain8132 2 หลายเดือนก่อน +6

    কংগ্ৰেছ দলে বিদেশী আনি অসমীয়া মানুহৰ ওপৰত বুজা দিলে। অসমীয়া মানুহে এই বিদেশী সমস্যাৰ পৰা মুক্ত হ'ব নোৱৰা বুজা দিলে।এনে স্থলত কংগ্ৰেছ দ'লক ভোট দি জয়যুক্ত কৰাৰ কোনো যুক্তি মই নেদেখোঁ।

    • @dipakgogoi5084
      @dipakgogoi5084 2 หลายเดือนก่อน +4

      এইয়া হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াৰ মন্তব্য। কংগ্ৰেছে কোন খন আইন আনিলে বিদেশী আনিবলৈ । বিজেপিয়ে বাংলাদেশী অনা CAA আইন আনিলে। মিয়া মিয়া কৈ থকা বিজেপি কিমান মিয়া খেদিলে।

    • @ArnibanHandique
      @ArnibanHandique 2 หลายเดือนก่อน

      Congress r dinot luti puti khuya sur keita atiya bjp r dalal hoi

    • @gunajitsarma5579
      @gunajitsarma5579 2 หลายเดือนก่อน +1

      ​@@dipakgogoi5084Hindu Bangladeshi atialoi ana nai ।kiman Misa prasar koriba ।but Miya Bangladeshi Cong anise 1000praman asse । Tumi ajon Bangladeshi hoi ।gogoi likhele ahom hob nuwariba

    • @Nirmalkumarray2000
      @Nirmalkumarray2000 2 หลายเดือนก่อน

      @@dipakgogoi5084 😂😂😂ভাৰতৰ ইতিহাস পঢ়ি পাইচানে কেতিয়াবা???অসমত বাংলাদেশী সমস্যা কেতিয়া হৈছে সেইখিনিও গম নোপোৱা???বাংলাদেশী বাংলাদেশ স্বাধীন হোৱাৰ সময়তেই সোমাইছিল,তেতিয়া কংগ্ৰেছৰেই চৰকাৰ আছিল।।কংগ্ৰেছে লগে লগে কিয় সমাধান কৰিব নোৱাৰিলে???আপুনি তাৰমানে মীয়াৰ সমৰ্থক।কংগ্ৰেছৰ অন্ধভক্ত।বিজেপিয়ে কৈছে তাৰপৰা যিখিনি হিন্দু আছে আমি ৰাখিম মীয়াখিনি খেদি দিম।।যদি কংগ্ৰেছে হিন্দু আৰু মীয়াখিনি ৰখাৰ কথা ভাৱে তাৰপৰা হিন্দুখিনি ৰাখি মীয়াখিনি খেদাত তহতৰ আপত্তি কত???তহতৰ দৰে বিজেপিৰ মানুহ অন্ধ নহয়।আমি হিন্দু।ভাৰতক ভাগ কৰি মুছলীমে পাকিস্তান আৰু বাংলাদেশ লৈছিল।গতিকে হিন্দুসকলক ভাৰতখন দি গৈছে মুছলীম লীগে।গতিকে তহতৰ দৰে মীয়াপ্ৰেমী অন্ধভক্ত নহয় যে পুনৰবাৰ ভাৰতখন মুছলীম প্ৰধান দেশ হব দিম।অসমত যতে চোৱা তাতেই মীয়া দেখা পাবি,দুদিন পিছত তুমাৰো থকা ঠাইখিনি মীয়াই কাঢ়ি নিব,তেতিয়াহে বুজিবি।।এতিয়া অনুভৱ নহয় তোমালোকৰ।ঘৰৰ পৰা কাঢ়ি নি যেতিয়া মা ভনীক ধৰ্ষণ হত্যা বিয়া পাতিব তেতিয়া কান্দিলেও একো লাভ নাই।।এতিয়া এইবোৰ নহয়।আৰু মাত্ৰ 20-30বছৰ পাৰ হওক।অসমখন প্ৰকৃততে অসমীয়া নে মীয়াৰ ঠাই?এইবুলি প্ৰশ্ন হব।চাৰিওফালে মীয়াৰে উপচি পৰিব।।কংগ্ৰেছকো সমৰ্থন কৰিলোহেতেন কিন্ত সিহত মীয়াৰহে ৰক্ষক।।যদিহে কংগ্ৰেছ চৰকাৰ হয় তেন্তে অসমত কেৱল মীয়াৰহে দপদপনি চলিব,অসমীয়াৰ নহয়।

    • @Manash1997
      @Manash1997 2 หลายเดือนก่อน

      Miya Bangladeshi muslim aibure jodi congress ona hoi tetiya tu congress t assam r CM himanta biswa sharma asel . Teu congress t thaki miya muslim anile & bjp t ahi Hindu Bangladeshi aanibo ....

  • @jayantabora3728
    @jayantabora3728 2 หลายเดือนก่อน +1

    আৰু ৪ টা যোগটো কংগ্ৰেছ নাহে। অৰ্থাৎ এটা যোগত ৫ লাখ বছৰকে ধৰিলেও ২০ লাখ বছৰলৈ কংগ্ৰেছৰ চৰকাৰে নাহে 😂 কাৰণ কংগ্ৰেছ পাপৰ পৰা মুক্ত হ'বলৈ ২০ লাখ বছৰ লাগিব 😂

  • @rafulamin5956
    @rafulamin5956 2 หลายเดือนก่อน +1

    Gourav gogoi

  • @dumahusoroniya6691
    @dumahusoroniya6691 2 หลายเดือนก่อน

    কংগ্ৰেছ নালাগে ৰাজ্যক বা অসমত এটাই অনুৰোধ কৰিলোঁ ২৬। ভোট দিবলৈ নালাগে ২০২৬ কংগ্ৰেছক

  • @PARVEZENTERPRISES
    @PARVEZENTERPRISES 2 หลายเดือนก่อน +2

    Assam Congress matlab gourv Gogoi

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน

    তাহানিতে দুই মেকুৰীৰ পিঠা ভগাই তুলাচনিৰ ইফাল সিফাল কৰা বান্দৰৰ সঙক্ষা কমাব লাগিব।পথমে গাঁৱলৈ যাওক।মেলত ৰাইজৰ সমাগম কিমান?যদি চকী খালি তেন্তে গাঠীৰ ধন এনেই যাব। এইবাৰ ৰাইজে ধান খোৱা এন্দুৰক বাধা দিব। প্ৰকৃত সমাজকৰ্মীক দ'ল নালাগে লাগে ৰাইজৰ সমৰ্থন।বিজয় নিৰ্বাচনৰ আগতেই ওলাই পৰে।কোনজন ধান আৰু কোনজন পতান।ভাগ ভাগ যিমানেই দুখীয়া হয় সিমানেই। কঙগেছৰ বতাহত পদুষন দুৰ কৰাহে আগতীয়াকৈ কৰা কাম। ৰাজপাট প্ৰজাইহে ঠিক কৰিব ২০২৬ চনত।

  • @GautamkumarDas-h1i
    @GautamkumarDas-h1i 2 หลายเดือนก่อน

    Sundar 👌👌👌👌

  • @monjitadhikary4002
    @monjitadhikary4002 2 หลายเดือนก่อน

    Cong Big 000

  • @ujjalchaliha2793
    @ujjalchaliha2793 2 หลายเดือนก่อน

    দলৰ বাবে ইমান দিনে কস্ত কৰি অহা জ্যেষ্ঠ সকললৈ বেয়া লাগে,কি পাবগৈ তেওঁ লোকে ?পৰিয়ালৰ সুবাদতে ধুমকেতুৰ দৰে পৰা ব্যক্তিৰ সমাদৰ বেছি।

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 2 หลายเดือนก่อน +1

    Gaurav Gogoi is going to be the next CM of Assam if BJP doesn’t make Sarbananda Sonowal as CM candidate, 2026 elections will be completely decided by upper Assam people, and they know very well whom to vote irrespective of any political party.

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 หลายเดือนก่อน

    যদি সেইটো হয় তেনে বিপদ অনিবাৰ্য!

  • @khokansarkar1483
    @khokansarkar1483 2 หลายเดือนก่อน

    প্ৰতিদিন টাইম

  • @AkashHazarika-r2f
    @AkashHazarika-r2f 2 หลายเดือนก่อน

    Pradyut bordoloi sir will be the CM of Assam 2026..the most educated,experienced and always work with the ground workers of party for making the congress strong in Assam

  • @TajnuraliTajnur
    @TajnuraliTajnur 2 หลายเดือนก่อน

    Gourav gogi cm congras dolor❤

  • @MIRAJULHOQUE-w2i
    @MIRAJULHOQUE-w2i 2 หลายเดือนก่อน

    মই আগতে কৰিছিলোঁ প্ৰতিদিন টাইমক এইকাৰণে ভাল লাগে কাকো ঘেন্টা খাতিৰ নকৰে কেলা মই এতিয়া হে গম পালো কি কাৰণে.. হৱ আৰু ন কও কেলা ।

  • @RabinHembrom-t4n
    @RabinHembrom-t4n 2 หลายเดือนก่อน

    অসমত কমেও ৩৫ খন আদিবাসী সংখ্যা গৰিষ্ঠ সমষ্টি সমূহত ভাৰতীয় সংবিধানত উল্লেখিত অনুসুচিত জনজাতি জনগোষ্ঠী সকলোকে কংগ্ৰেছৰ প্ৰাথি প্ৰদান কৰক।

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 2 หลายเดือนก่อน

    কাম নাই

  • @RijumoniAli
    @RijumoniAli 2 หลายเดือนก่อน

    Gorav Gogoi zindabad

  • @dipokjyotibora400
    @dipokjyotibora400 2 หลายเดือนก่อน +1

    Right news

  • @bulengogoi4723
    @bulengogoi4723 2 หลายเดือนก่อน

    কংগ্ৰেছ দলত যদি মুখ্যমন্ত্ৰী চকীখনৰ বাবে এই দুজনে টনা-আঁজোৰা কৰি আছে তেন্তে এই দুজনক উধাই-মুধাই দিয়া হ’ব আৰু আমি জনাত এইবোৰ মিডিয়াৰে বেছি প্ৰচাৰ ৷

  • @Fakerahmed-i8q
    @Fakerahmed-i8q 2 หลายเดือนก่อน +1

    WewantGouravda

  • @Nalaram23
    @Nalaram23 2 หลายเดือนก่อน +1

    Gaurav Gogoi is best for CM of Assam in Congress otherwise big zero for congress

  • @MuntazAli-f4e
    @MuntazAli-f4e 2 หลายเดือนก่อน +1

    26 ot gourab gogoi lage cm

  • @basirlaskar4369
    @basirlaskar4369 2 หลายเดือนก่อน +1

    EVM se vote nahi hona chaiye assam mey 2026

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 หลายเดือนก่อน

    মীমাংসা মানে মাননীয় ভূপেন মহাশয়ক মানি ল'লেনো কি এলাভ হয় গৌৰৱৰ?তেওঁ নামত গৌৰৱ হ'লেই নহ'য়,আদৰ্শ ও হ'ব লাগে যাৰ নাটনি দেখি হিমন্ত পিশাঁচে অসমবাসীক নগুৰ-নাগতি কৰিছে!বোজা নাই???

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 2 หลายเดือนก่อน

    সচা কথা কবলৈ গলে প্ৰদেশ কংগ্ৰেছে গৌৰব গগৈক অসম কংগ্ৰেছৰ দায়িত্ব দি দল আগবঢ়াই নিব লাগে নহলে বিপদ অনিবায্য । । ১০০% সত্য কথা কৈছো । । বাকী সকলে ভুল বুজিব নালাগে ।। দল আগত ব্যক্তি পাচত । ।

    • @spiritualiq-n8g
      @spiritualiq-n8g 2 หลายเดือนก่อน

      Prathame sei miya premi jonok val dore nijr Matri vaxa siki lobo diok😂😂😂

  • @ratulsaikia4348
    @ratulsaikia4348 2 หลายเดือนก่อน

    Next PM Akhil Uddin Khan 🤣🤣🤣🤣

  • @irfanhoque1346
    @irfanhoque1346 2 หลายเดือนก่อน

    100-/- Congress jikibo nuware axom't HBS CM hobo aku 2026 t

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef 2 หลายเดือนก่อน

    Congras, kam ni assamot mama zindabad aru , gorub miya jobonot o CM hobo nowary, ,

  • @bishalsarma5306
    @bishalsarma5306 2 หลายเดือนก่อน

    Evm k dush diya nai je kiba beya paise neki 😂😂

  • @tulshihazarika-ru4ji
    @tulshihazarika-ru4ji 2 หลายเดือนก่อน

    আগৰ কংগ্ৰেছী এতিয়া কত আছে?

    • @kangkansharma455
      @kangkansharma455 2 หลายเดือนก่อน

      বিজেপিত 😅

  • @ratanbaishya4565
    @ratanbaishya4565 2 หลายเดือนก่อน +2

    Cm gourab gogoi k lage

    • @apurbabhuyan8121
      @apurbabhuyan8121 2 หลายเดือนก่อน

      But we need Bhupen Bora...

  • @samiranbhagawati1764
    @samiranbhagawati1764 2 หลายเดือนก่อน

    ঘন দা ই কি মিছা কৈছে

  • @h1239640
    @h1239640 2 หลายเดือนก่อน

    অসমত মই সকলো চেটেল কৰি লম,,, 26 চৰকাৰ হবই 😂😂 ফাইনেল কথা।। এতিয়া মেডিয়াই মাথা মাৰি লাভ নাই 😂😂

  • @gakuldeka4608
    @gakuldeka4608 2 หลายเดือนก่อน

    Rahul ali jindabad 😂😂😂

    • @Jr_babul_bhai_yt
      @Jr_babul_bhai_yt 2 หลายเดือนก่อน

      পাগল হয়ে গলি আরে রাহুল আলী ন হয় রাহুল গান্ধী হয় এইতো তোর বেন টক নাই

    • @gakuldeka4608
      @gakuldeka4608 2 หลายเดือนก่อน

      @@Jr_babul_bhai_yt ami jani Rahul ali but tmi tar fmely tree valu vabe dekhun.....tar pare comment a reply krbe asun

  • @kanakkonwar7241
    @kanakkonwar7241 2 หลายเดือนก่อน

    Ji hoi hob Gourb Ali Akhil Hussain Lurin khane beya pab plz nokob

  • @bishalsarma5306
    @bishalsarma5306 2 หลายเดือนก่อน

    Kiba jola jola gundh ulaise pratidin or 😂

  • @m.ksaikia4229
    @m.ksaikia4229 2 หลายเดือนก่อน

    Khilonjia 97%vote bjp logat .

  • @nityasarma4072
    @nityasarma4072 2 หลายเดือนก่อน

    ak dom xachakatha

  • @basisthabaishya7731
    @basisthabaishya7731 2 หลายเดือนก่อน

    Pratidne r kintu jalan hoise

  • @Manash1997
    @Manash1997 2 หลายเดือนก่อน

    Assam r baabe bjp congress kunu hobo nuware . Axomiya jaati r borbaadi hoi BJP congress & AGP . Boycott bjp congress & AGP

  • @gh12138.
    @gh12138. 2 หลายเดือนก่อน

    Bjp party vanga khel assam t nosolibo🙏

  • @drobajitojah1824
    @drobajitojah1824 2 หลายเดือนก่อน

    Jita to angkak krak😂😂

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 2 หลายเดือนก่อน

    Don't mind Assam t ene nahy!!! CM sirf Gaurav Gogoi hi hogi

  • @sanjibsarmah2111
    @sanjibsarmah2111 2 หลายเดือนก่อน

    Hoboloi goi ase sai ekai dosa😅

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s หลายเดือนก่อน

    2026 t congrrs ohomot mukh thekesa khabo heia khatang,,

  • @JOGANANDASaikia-z2h
    @JOGANANDASaikia-z2h 2 หลายเดือนก่อน

    Lieft nololai congress knowledge

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน

    হাৰিয়নাত কথা সুকীয়া । তাত EVM কথা আছে।

    • @apurbabhuyan8121
      @apurbabhuyan8121 2 หลายเดือนก่อน

      ভূপেন বড়া জিন্দাবাদ।।

    • @jagadishbhuyan8618
      @jagadishbhuyan8618 2 หลายเดือนก่อน

      এইবিলাক কথা গেদাই হে কয়

    • @JayantaGogoi-r8w
      @JayantaGogoi-r8w 2 หลายเดือนก่อน

      দিপক প্ৰকৃততে ফেক একাউণ্টৰ গেদায়েই ।

  • @tapanjitdeka800
    @tapanjitdeka800 2 หลายเดือนก่อน +1

    দুইজনে এতিয়া নিজকে CM বুলি ভাবে

    • @gh12138.
      @gh12138. 2 หลายเดือนก่อน +1

      Mama i pothesi nki😂😂😂😂

  • @ramenbarman9532
    @ramenbarman9532 2 หลายเดือนก่อน

    Pronounciation thik korok....ki j obostha news channel ketar😢😢

  • @gaurangasaikia2584
    @gaurangasaikia2584 2 หลายเดือนก่อน

    Kindly don’t run such propaganda news.

  • @muned6442
    @muned6442 2 หลายเดือนก่อน +1

    হাৰিয়ানাত বিজেপিয়ে ই ভি এমৰ ভোট চুৰ কৰিলে, চুৰ কৰিলে,চুৰ কৰিলে

    • @junD-r4u
      @junD-r4u 2 หลายเดือนก่อน +1

      @@muned6442 কৰ্নাটক ত বিজেপি চৰকাৰ আছিল কংগ্ৰেছ জিকিল তেলেগ্নানা জিকিল তেতিয়া EVM একো হোৱা নাছিল মানে

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 2 หลายเดือนก่อน

    Asomot 15 basor congress ye votot jikicil.aiey evm r jorete.

  • @ramanandataid4309
    @ramanandataid4309 2 หลายเดือนก่อน

    Lobi kendrik rajniti jetiya nehere tetiyaloi Cong govmnt nahoy moi agote prai 10 bsr congst asilu kin2 ei ganpanti raneepantir karne eridilu iyar prabab adharn jantr uprt pre aru ketiyau nahy ihotr sabab Kali muk lage eta kta ispst eta saporit eta bag takile sole ki2 hihotr etahe nhy liki rakk 26 so2 nahy

  • @arunnarzary5955
    @arunnarzary5955 2 หลายเดือนก่อน

    Samcha hokole eiburot soku nidibo, Election hari juar pasot EVM dayi hobo.
    Congressor pora keitaman gadha burok bahir kori dibosun, tar pisot congress kiman uporloi jabo gome napabo.
    Bapekor xompoti sombhalibo joigyota nohua hokolei desh solaboloi aagbarhise😂😂😂😂

  • @pankajdeka166
    @pankajdeka166 2 หลายเดือนก่อน +1

    boka suda bilake congressok vot diye.....

  • @babajuruji1557
    @babajuruji1557 2 หลายเดือนก่อน +1

    Gourav gogoi