ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বৰ সুন্দৰ মৌচম দা Love you কাৰ কাৰ বাবে মৌচম দা প্ৰিয় 👍
বাইদেউৰ কণ্ঠও সুন্দৰ।
বহুত সুন্দর দাদা আপোনার মন ফাগুনী গান বোর বেছি ধুনীয়া👍👍👍 পশ্চিমবংগর পরা আগতীয়াকে মাঘর বিহু শুভেচ্ছা জনালো
বহুত বহুত ধন্যবাদ ।
Mousam da apune ajan adorkho manuh ame apunak bukut majot bor jatanere rakhesu.🙏
ঐ ভাই অসমীয়া ভাষা লিখিব লাগে বাংলা ভাষা নহয়
@@bikashnath3257 west bengalr pora comment korise
মৌচম দাৰ বিহু মানে ১০০ % হিট ❤️❤️🔥 আকৌ ঘুৰাই পাইছো আগৰ ভিচিদিৰ সোৱাদ আৰু নতুন নতুন আশা কৰিছো ককাইদেউ
ইমান সুন্দৰ গীতটি উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মৌচম দা । নতুন বছৰত আপোনাৰ কণ্ঠত গীত এটি নুশুনিলে কিবা আধৰুৱা যেন লাগে
আগন্তক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অতি সুন্দৰ হৈছে। আগলৈ সুন্দৰ সুন্দৰ বিহু সুৰীয়া গীত সুনিবলৈ পাম বুলি আশা থাকিল। জুবিন দাদা লগত বিহু গীত বনাব চোন
সুন্দৰ গীতটি উপহাৰ দিয়া বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনালোঁ
অতি সুন্দৰ দাদা আপোনাৰ গান বোৰ বহুত ভাল লাগে মোৰ জীৱনৰ লগত মিলি যায় নিজকে বিচাৰি পাওঁ আশা কৰোঁ আৰু এনেকুৱা সুন্দৰ গীত আগলৈও শুনিব পাম
সুন্দৰ মৌচুম দা । আগৰ দিনবোৰ ঘূৰাই আনক
মৌচম দাদা বিহুৰ এক সুকীয়া ৰজা।
সুন্দৰ ককাইদেউ। বহুত ভাল লাগিল।।
সুন্দৰ ❤❤ আইয '.. নেৰিবা। ভাল লাগিল❤❤ সকলোলৈ উৰুকা,ভোগালী বিহু আৰু মকৰ সংক্ৰান্তীৰ হিয়া ভৰা ওলগ জনালোঁ❤❤
মৌচুম গগৈ বুলি কলে মনফাগুনি,আগৰ হেই গান বোৰলৈ মনত পৰে,এটা সময়ত আমি টেপত কেছেট লগাই শুনিছিলো,হেই মৌচুম আজি কৰবাত হেৰাই গল,কেতিয়া বা ভাবিছিলো মৌচুম দাৰ বহুত টেজেদি চাগে ইমান টেজেডি গান লিখে আৰু গায় ।।
তুমি বিশেষ❤❤গীতটি সুন্দৰ হৈছে মৌচম দা
সুন্দৰ মৌচম দা❤ জুবিন দাৰ লগত লগ হৈ পুনৰ আগৰ বিহু গীত বোৰ ঘূৰাই আনা 🙏🌹❤
চেষ্টা কৰি আছো......ধন্যবাদ ।
আপোনাৰ গান সদায় প্ৰিয় মৌচুম দা❤
পুনৰ মনত পৰিল সোণালী শৈশৱৰ স্মৃতি বোৰ
ধন্যবাদ।
দাদা আপোনাৰ মন ফাগুনীৰ গানবোৰে দেহ মন জুৰ পেলাই দিয়ে my favorite
পগলা হোৱাদি হৈছো ঐ ককাই ইমান মিঠা ...আমাক যৌৱনৰ দিনবোৰ যেন কোনোবাই ওভোতাই দিছে তেনেকুৱা লাগিছে। মন ফাগুনীক সদায় ভাল পায় থাকিম।
ইমান সুন্দৰ গান মৌচম গগৈ দাৰ নতুনকৈ যিখিনি গায়ক আছে সিহঁতৰ গান শুনিলে টিঙিছকৈ ধৰে মাঠাত
আকৌ 'মন ফাগুনী, জনী ঘুৰি আহিছে, উফ্ ❤❤
Hundor...... আকৌ মন ফাগুনী লাগে 🙏🙏
মৌচম দা বহুত দিনৰ মূৰত শুনিছোঁ
মৌচমদা চৰাই পুহনিয়া পোৱালী দৰে গান দুটামান লিখিব দেই, ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছো
আগৰ দিনবৰলৈ মনত পৰি গল।ভাল লাগিল
বৰ সুন্দৰ গীত মৌচম দা বহু দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ মন ফাগুনিৰ গীত কেতিয়াকৈ শুনিবলৈ পাম ভাল লাগিল দাদা 💖💖👍
বৰ সুন্দৰ। আই লাভ ইউ মৌচম দা।
বুকু ভৰি,,,, আবতৰীয়া,,,,আৰু এতিয়া এই গানটো ❤️❤️❤️❤️❤️
সুন্দৰ প্ৰণামি বাইদেউ 🎉
মৌচম দাক বৰ ভাল লাগে ❤ হাঁহিটো আৰু ভাল লাগে ❤❤❤❤❤❤sonali from Rj
আকৌ সৰুতে ভাল লগা দিন সময় অহা যেন লাগিছে ❤ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ দাদা
আগৰ কন্ঠটো শুনিবলৈ পাই ভাল লাগিছে। ধন্যবাদ ককাইদেউ, from চিলাপথাৰ জলকীয়া সূতিঁ
বহু বছৰৰ মূৰত সুন্দৰ বিহু গীত এটি শুনিবলৈ পালো।
আপোনাৰ বিহু সুৰীয়া গীতসমূহ বহুতো ভাল লাগে।আগৰ মন ফাগুনীৰ দৰে গান বোৰ আকৌ শুনিব পাম বুলি আশা কৰিছো
Bahut dhunia lagil...gaan2r kotha gm poare porai apekhyat asilo ......
Pranami tumar kontho bahut dhuniya 😍 .. mousam da xadai a great 🙏❤️
বহুত দিনৰ মূৰত আপোনাৰ বিহু গীত শুনি আগৰ দিনবোৰলৈ ঘূৰি গ'লো
মৌচম গগৈ মানেই এক মিঠা সুৰীয়া আবেগ আপোনাৰ প্ৰতিটো গীতেই খুব প্ৰীয় আৰু সুন্দৰ গীত আমাক দি যাওক। ধন্যবাদ😂
মৌচম দা আপোনাক বহুত ধন্যবাদ। ইমান ধুনীয়া বিহু গান এটা আমাক উপহাৰ দিয়াৰ বাবে। আজৈ বিহু বিহু লাগি গল।
বহুত দিনৰ মূৰত দাদাৰ মৰম লগা বিহু গীত শুনিবলৈ পাই বহুত সুখী
Ajoi Mon monfaguni, bohut val lgesai
অৱশেষত অপেক্ষাৰ অন্ত পৰিল । নতুন বছৰ মানেই "মনফাগুণী "ৰ মন জুৰুৱা বিহুগীত । বহুত ধন্যবাদ ককাইদেউ ইমান ধুনীয়া এটি বিহুগীত অসমীয়া ৰাইজক উপহাৰ দিয়া বাৱে ,সৰুৰে পৰা আপোনাৰ মনফাগুণী শ্ৰব্য কেছেটৰ গীত কেইটিলৈ অধীৰ অপেক্ষা কৰোঁ,আজিও এই অভ্যাস সলনি হোৱা নাই 😊। মনফাগুণীৰ এই যাত্ৰা, অন্তহীন যাত্ৰালৈ পৰিণত হওঁক তাৰেই কামনা কৰিলোঁ 🙏
বহুদিনৰ মূৰত মৌচুম দাৰ মন ফাগুনীৰ এটা সুন্দৰ নতুন বিহুগীত শুনিবলৈ পাই মন প্ৰাণ শীতল পৰি গ'ল।বহুত ধুনীয়া লাগিল গানটো মৌচুম দা❤❤❤❤
আপোনাৰ voice2 বহুত ভাল লাগে happy new 3
দাদা ধুনীয়া লাগিছে গীতটো , আমাৰ নাওকাটা নিজঝাৰগাওঁত সেইদিনা আপুনি গীত গাই যোৱাৰ পৰা এতিয়ালৈ ১০ বাৰ শুনিলো ❤
ধন্যবাদ ভাই।
মন ফাগুনীৰ গান বুলি ক'লে সদায় বিশেষ
Super mousam da🤗🤗
আপোনাৰ গানৰ কথা সুৰ বৰ ধুনীয়া❤
বহুত ভাল লাগিল মৌচম দা
বহুত ভাল লাগে। আপোনাৰ গান বোৰ mousam দা
ধেমাজিৰ গৌৰৱ, আমাৰ মৌচুম দা ।।
ধুনীয়া হৈছে 👌👌 পুৰণি দিনৰ চিৰসেউজ নিভাঁজ বিহুগীত শুনিবলৈ পালোঁ যেন অনুভৱ হৈছে ❤
সুন্দৰ মৌচম দাদা ❤❤
2000/10 sonole mnt pori goise bht dhunia lgse geet Tu😍❣️💕pronami tumi aagbarhi juwa❤
সূন্দৰ বিহু আমাৰ নিৰঞ্জন ছাৰৰ❤ আৰু মৌচম দাদাক ধণ্যবাদ জনাইছোঁ ইমান সূন্দৰকৈ গাইছে ।।
এতিয়াহে বিহু বিহু লাগিছে... 👍👍❤️❤️❤️
বৰ ধুনীয়া লাগিল গানটো মৌচম দা ❤। প্ৰণামীৰ বিহুৰ কণ্ঠও ভাল লাগিছে ।❤আমাক এনেকুৱাই গীতৰ উপহাৰ দি থাকিব বুলি আশা থাকিল ।
তাহানিৰ দিনবোৰলৈ চেৰেংকৈ মনত পৰি যায়!১ ডিচেম্বৰ দিনটোত কেছেট কিনিবলৈ দোকানে দোকানে ঘুৰি ফুৰা।বৰ ভাল হৈছে।নিৰঞ্জন গোস্বামীদেৱৰ গান সদায় মজা। গোলাঘাটৰ পৰা শুভেচ্ছা জনালোং❤ভিডিঅ' এটাও কৰক।(শব্দটো শ্বদ হৈ আছে) ।
❤❤ মৰম মৌচুম দা দা
ককাই আপোনাৰ কণ্ঠত বিহু শুনি আগতীয়াকৈ বিহু বিহু লাগিছে।❤❤❤❤
আপোনাৰ বিহু শুনিলে সেই আগৰ অঞ্জনা জানমণিৰ দিনলৈ মনত পৰি যায় ❤️❤️❤️
বহুত দিনৰ মূৰত আপোনাৰ গান শুনি বহুত বহুত ভাল লাগিল ❤❤
বহুত দিন পিছত শুনিব পালো । ভাল লাগিল❤️❤️
Bohu Dinor Murot Hunibo Py Bohut Val Lagile Mousam Da
নিঁভাজ অসমীয়া বিহুগীত তো ভাল লাগিছে পুৰণি দিনলৈ মনত পৰি গ'ল
Bahut dhunia. Apunar pratitu geet Val lage
Mausam da is back I proud of you he is a legend in our Assam for music industry ❤❤❤❤❤❤
মৌচমদা আপোনাৰ প্রতিতো গান মোৰ খোবেই বেচি ভাল লাগে | ❤❤❤
আপোনাক আকৌ লাগে আমাৰ মাজত। বহুত ভাল লাগে আপোনাৰ গান বোৰ। আপুনি প্ৰিয় গায়ক হৈ ৰব মোৰ। ভাল লাগিল গান টো। মৰম যাচিলোঁ গোলাঘাট বৰপথাৰৰ পৰা ❤️❤️❤️❤️❤️❤️❤️
বহুত বেছি ধন্যবাদ।
বহুত ভাল লাগিল মৌচম দা❤আগৰ মন ফাগুণী দৰে গীত আকৌ বনাওঁক ভাল লাগিব
ভাল লাগিল দাদা আকৌ 2005 চন যেন লাগিল ।
Bht bar xunisu.... khub dhunia hoise geet tu
Bht bht dhuniya hoise gaan tu bht br xunilo ru xuni thkibo mn jai
সুন্দৰ বিহু গীত এটি উপহাৰ দিলে দাদা।। ধন্যবাদ।। আপোনাৰ বিহু গীত শুনি বহুত ভাল পাওঁ
অতি সুন্দৰ❤
তোমাৰ বিহুবোৰ ঘূৰাই আনা অ মৌচম দা ❤❤❤❤ । এনেকুৱা বিহু লাগে আমাক ককাইদেউ
বহুত ভাল লাগিল মৌচুম দা ❤
কিনো কম আৰু ভাষা নাই অ কবলৈ মজা❤ বহু দিন পাছত ভাল বিহু গান এটা সোনিলো
Val lagil....agor din burle ubhoti jua jen lagil....
সুন্দৰ ককাই ❤️❤️
মৌচম দা আপুনি মোৰ আগৰ পৰাই বহুত প্ৰিয়।আজি গীতটো শুনি বহুত ভাল লাগিল ।
Mja লাগিছে দাদা
বিহুৰ সেই সোণালী দিনবোৰ আপোনালোকে হে ঘূৰাই আনিব পাৰিব দাদা।
বহুত দিনৰ মূৰত আপোনাৰ গীত শুনি ভাল লাগিল ❤️
bohut bohut dhunia hoixe hundor koi hojai porai tulixe mur favourite singer mousam dae..
অসমবাসীয়ে উপহাৰ পালে এটি চিৰনতুন গীত ৷ অজস্ৰ শুভেচ্ছা জনাইছোঁ ৷ ❤❤❤
Mojjahh... Bor xundor hoise Mousam da... Xuni bhal lagil 👏👏👌👌
Zubeen দাৰ পিছত মোৰ favourite mousam দা
Dada Dhuniya hoixa 🥰❤️🤗👌
বহু বছৰৰ মূৰত আপোনাৰ বিহু গীত শুনিছোঁ মৌচম দা। আৰু আপোনাৰ গীত বুলিলে তো মই ৰবই নোৱাৰোঁ।❤
সুন্দৰ দাদা ❤
ধুনীয়া ❤
আজিকালি বিহু শুনিবলৈ নোপোৱাই হ'লো আৰু । সকলো আধুনিক কৰি পোলালে । কিন্তু আপোনাৰ বিহুগীত বোৰ শুনি বহুত ভাল পাওঁ । বহুত সুন্দৰ হৈছে ❤️
ধুনীয়া ❤️❤️❤️
বৰ সুন্দৰ হৈছে গগৈ দা, আগৰ মনফাগুনী লৈ মনত পৰে দেই, “অ’ মনফাগুনী অ’ নেখেলিবি মোৰে হিয়াক লৈ❤“ কিযে সুন্দৰ আছিল আপোনাৰ গীতৰ সুবাস
খুবেই সুন্দৰ
বহু দিনৰ বিৰতিৰ পাছত গীতটো শুনি ভাল লাগিল। শুভেচ্ছা জনালোঁ।
মৌচম দা, আপোনাৰ গানবোৰ সদায় মোৰ বাবে প্ৰিয় ❤❤🎧🎵🎶🎼🎸 বহুত সুন্দৰ হৈছে গানটো ❤️🩹❤️🩹💓🫂
বহুত ভাল লাগিল দাদা gan tu শুনি
ধুনীয়া হৈছে মৌচম দাদা । ভাল লাগিল ❤❤
বৰ সুন্দৰ মৌচম দা Love you কাৰ কাৰ বাবে মৌচম দা প্ৰিয় 👍
বাইদেউৰ কণ্ঠও সুন্দৰ।
বহুত সুন্দর দাদা আপোনার মন ফাগুনী গান বোর বেছি ধুনীয়া👍👍👍 পশ্চিমবংগর পরা আগতীয়াকে মাঘর বিহু শুভেচ্ছা জনালো
বহুত বহুত ধন্যবাদ ।
Mousam da apune ajan adorkho manuh ame apunak bukut majot bor jatanere rakhesu.🙏
ঐ ভাই অসমীয়া ভাষা লিখিব লাগে বাংলা ভাষা নহয়
@@bikashnath3257 west bengalr pora comment korise
মৌচম দাৰ বিহু মানে ১০০ % হিট ❤️❤️🔥 আকৌ ঘুৰাই পাইছো আগৰ ভিচিদিৰ সোৱাদ আৰু নতুন নতুন আশা কৰিছো ককাইদেউ
ইমান সুন্দৰ গীতটি উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মৌচম দা । নতুন বছৰত আপোনাৰ কণ্ঠত গীত এটি নুশুনিলে কিবা আধৰুৱা যেন লাগে
আগন্তক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অতি সুন্দৰ হৈছে। আগলৈ সুন্দৰ সুন্দৰ বিহু সুৰীয়া গীত সুনিবলৈ পাম বুলি আশা থাকিল। জুবিন দাদা লগত বিহু গীত বনাব চোন
সুন্দৰ গীতটি উপহাৰ দিয়া বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনালোঁ
অতি সুন্দৰ দাদা আপোনাৰ গান বোৰ বহুত ভাল লাগে মোৰ জীৱনৰ লগত মিলি যায় নিজকে বিচাৰি পাওঁ আশা কৰোঁ আৰু এনেকুৱা সুন্দৰ গীত আগলৈও শুনিব পাম
সুন্দৰ মৌচুম দা । আগৰ দিনবোৰ ঘূৰাই আনক
মৌচম দাদা বিহুৰ এক সুকীয়া ৰজা।
সুন্দৰ ককাইদেউ। বহুত ভাল লাগিল।।
সুন্দৰ ❤❤ আইয '.. নেৰিবা। ভাল লাগিল❤❤ সকলোলৈ উৰুকা,ভোগালী বিহু আৰু মকৰ সংক্ৰান্তীৰ হিয়া ভৰা ওলগ জনালোঁ❤❤
মৌচুম গগৈ বুলি কলে মনফাগুনি,আগৰ হেই গান বোৰলৈ মনত পৰে,এটা সময়ত আমি টেপত কেছেট লগাই শুনিছিলো,হেই মৌচুম আজি কৰবাত হেৰাই গল,কেতিয়া বা ভাবিছিলো মৌচুম দাৰ বহুত টেজেদি চাগে ইমান টেজেডি গান লিখে আৰু গায় ।।
তুমি বিশেষ❤❤গীতটি সুন্দৰ হৈছে মৌচম দা
সুন্দৰ মৌচম দা❤ জুবিন দাৰ লগত লগ হৈ পুনৰ আগৰ বিহু গীত বোৰ ঘূৰাই আনা 🙏🌹❤
চেষ্টা কৰি আছো......ধন্যবাদ ।
আপোনাৰ গান সদায় প্ৰিয় মৌচুম দা❤
পুনৰ মনত পৰিল সোণালী শৈশৱৰ স্মৃতি বোৰ
ধন্যবাদ।
দাদা আপোনাৰ মন ফাগুনীৰ গানবোৰে দেহ মন জুৰ পেলাই দিয়ে my favorite
পগলা হোৱাদি হৈছো ঐ ককাই ইমান মিঠা ...আমাক যৌৱনৰ দিনবোৰ যেন কোনোবাই ওভোতাই দিছে তেনেকুৱা লাগিছে। মন ফাগুনীক সদায় ভাল পায় থাকিম।
ধন্যবাদ।
ইমান সুন্দৰ গান মৌচম গগৈ দাৰ নতুনকৈ যিখিনি গায়ক আছে সিহঁতৰ গান শুনিলে টিঙিছকৈ ধৰে মাঠাত
আকৌ 'মন ফাগুনী, জনী ঘুৰি আহিছে, উফ্ ❤❤
Hundor...... আকৌ মন ফাগুনী লাগে 🙏🙏
মৌচম দা বহুত দিনৰ মূৰত শুনিছোঁ
মৌচমদা চৰাই পুহনিয়া পোৱালী দৰে গান দুটামান লিখিব দেই, ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছো
আগৰ দিনবৰলৈ মনত পৰি গল।ভাল লাগিল
বৰ সুন্দৰ গীত মৌচম দা বহু দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ মন ফাগুনিৰ গীত কেতিয়াকৈ শুনিবলৈ পাম ভাল লাগিল দাদা 💖💖👍
বৰ সুন্দৰ।
আই লাভ ইউ মৌচম দা।
বুকু ভৰি,,,, আবতৰীয়া,,,,আৰু এতিয়া এই গানটো ❤️❤️❤️❤️❤️
সুন্দৰ প্ৰণামি বাইদেউ 🎉
মৌচম দাক বৰ ভাল লাগে ❤ হাঁহিটো আৰু ভাল লাগে ❤❤❤❤❤❤sonali from Rj
আকৌ সৰুতে ভাল লগা দিন সময় অহা যেন লাগিছে ❤ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ দাদা
আগৰ কন্ঠটো শুনিবলৈ পাই ভাল লাগিছে। ধন্যবাদ ককাইদেউ,
from চিলাপথাৰ জলকীয়া সূতিঁ
বহু বছৰৰ মূৰত সুন্দৰ বিহু গীত এটি শুনিবলৈ পালো।
আপোনাৰ বিহু সুৰীয়া গীতসমূহ বহুতো ভাল লাগে।
আগৰ মন ফাগুনীৰ দৰে গান বোৰ আকৌ শুনিব পাম বুলি আশা কৰিছো
Bahut dhunia lagil...gaan2r kotha gm poare porai apekhyat asilo ......
Pranami tumar kontho bahut dhuniya 😍 .. mousam da xadai a great 🙏❤️
বহুত দিনৰ মূৰত আপোনাৰ বিহু গীত শুনি আগৰ দিনবোৰলৈ ঘূৰি গ'লো
মৌচম গগৈ মানেই এক মিঠা সুৰীয়া আবেগ আপোনাৰ প্ৰতিটো গীতেই খুব প্ৰীয় আৰু সুন্দৰ গীত আমাক দি যাওক। ধন্যবাদ😂
মৌচম দা আপোনাক বহুত ধন্যবাদ। ইমান ধুনীয়া বিহু গান এটা আমাক উপহাৰ দিয়াৰ বাবে। আজৈ বিহু বিহু লাগি গল।
ধন্যবাদ।
বহুত দিনৰ মূৰত দাদাৰ মৰম লগা বিহু গীত শুনিবলৈ পাই বহুত সুখী
ধন্যবাদ।
Ajoi Mon monfaguni, bohut val lgesai
অৱশেষত অপেক্ষাৰ অন্ত পৰিল । নতুন বছৰ মানেই "মনফাগুণী "ৰ মন জুৰুৱা বিহুগীত । বহুত ধন্যবাদ ককাইদেউ ইমান ধুনীয়া এটি বিহুগীত অসমীয়া ৰাইজক উপহাৰ দিয়া বাৱে ,সৰুৰে পৰা আপোনাৰ মনফাগুণী শ্ৰব্য কেছেটৰ গীত কেইটিলৈ অধীৰ অপেক্ষা কৰোঁ,আজিও এই অভ্যাস সলনি হোৱা নাই 😊। মনফাগুণীৰ এই যাত্ৰা, অন্তহীন যাত্ৰালৈ পৰিণত হওঁক তাৰেই কামনা কৰিলোঁ 🙏
বহুদিনৰ মূৰত মৌচুম দাৰ মন ফাগুনীৰ এটা সুন্দৰ নতুন বিহুগীত শুনিবলৈ পাই মন প্ৰাণ শীতল পৰি গ'ল।বহুত ধুনীয়া লাগিল গানটো মৌচুম দা❤❤❤❤
আপোনাৰ voice2 বহুত ভাল লাগে happy new 3
দাদা ধুনীয়া লাগিছে গীতটো , আমাৰ নাওকাটা নিজঝাৰগাওঁত সেইদিনা আপুনি গীত গাই যোৱাৰ পৰা এতিয়ালৈ ১০ বাৰ শুনিলো ❤
ধন্যবাদ ভাই।
মন ফাগুনীৰ গান বুলি ক'লে সদায় বিশেষ
Super mousam da🤗🤗
আপোনাৰ গানৰ কথা সুৰ বৰ ধুনীয়া❤
বহুত ভাল লাগিল মৌচম দা
বহুত ভাল লাগে। আপোনাৰ গান বোৰ mousam দা
ধেমাজিৰ গৌৰৱ, আমাৰ মৌচুম দা ।।
ধুনীয়া হৈছে 👌👌 পুৰণি দিনৰ চিৰসেউজ নিভাঁজ বিহুগীত শুনিবলৈ পালোঁ যেন অনুভৱ হৈছে ❤
সুন্দৰ মৌচম দাদা ❤❤
2000/10 sonole mnt pori goise bht dhunia lgse geet Tu😍❣️💕pronami tumi aagbarhi juwa❤
সূন্দৰ বিহু আমাৰ নিৰঞ্জন ছাৰৰ❤ আৰু মৌচম দাদাক ধণ্যবাদ জনাইছোঁ ইমান সূন্দৰকৈ গাইছে ।।
এতিয়াহে বিহু বিহু লাগিছে... 👍👍❤️❤️❤️
বৰ ধুনীয়া লাগিল গানটো মৌচম দা ❤। প্ৰণামীৰ বিহুৰ কণ্ঠও ভাল লাগিছে ।❤
আমাক এনেকুৱাই গীতৰ উপহাৰ দি থাকিব বুলি আশা থাকিল ।
তাহানিৰ দিনবোৰলৈ চেৰেংকৈ মনত পৰি যায়!১ ডিচেম্বৰ দিনটোত কেছেট কিনিবলৈ দোকানে দোকানে ঘুৰি ফুৰা।বৰ ভাল হৈছে।নিৰঞ্জন গোস্বামীদেৱৰ গান সদায় মজা। গোলাঘাটৰ পৰা শুভেচ্ছা জনালোং❤
ভিডিঅ' এটাও কৰক।(শব্দটো শ্বদ হৈ আছে) ।
❤❤ মৰম মৌচুম দা দা
ককাই আপোনাৰ কণ্ঠত বিহু শুনি আগতীয়াকৈ বিহু বিহু লাগিছে।❤❤❤❤
আপোনাৰ বিহু শুনিলে সেই আগৰ অঞ্জনা জানমণিৰ দিনলৈ মনত পৰি যায় ❤️❤️❤️
বহুত দিনৰ মূৰত আপোনাৰ গান শুনি বহুত বহুত ভাল লাগিল ❤❤
বহুত দিন পিছত শুনিব পালো । ভাল লাগিল❤️❤️
Bohu Dinor Murot Hunibo Py Bohut Val Lagile Mousam Da
নিঁভাজ অসমীয়া বিহুগীত তো ভাল লাগিছে পুৰণি দিনলৈ মনত পৰি গ'ল
Bahut dhunia. Apunar pratitu geet Val lage
Mausam da is back I proud of you he is a legend in our Assam for music industry ❤❤❤❤❤❤
মৌচমদা আপোনাৰ প্রতিতো গান মোৰ খোবেই বেচি ভাল লাগে | ❤❤❤
আপোনাক আকৌ লাগে আমাৰ মাজত। বহুত ভাল লাগে আপোনাৰ গান বোৰ। আপুনি প্ৰিয় গায়ক হৈ ৰব মোৰ। ভাল লাগিল গান টো। মৰম যাচিলোঁ গোলাঘাট বৰপথাৰৰ পৰা ❤️❤️❤️❤️❤️❤️❤️
বহুত বেছি ধন্যবাদ।
বহুত ভাল লাগিল মৌচম দা❤
আগৰ মন ফাগুণী দৰে গীত আকৌ বনাওঁক ভাল লাগিব
ভাল লাগিল দাদা আকৌ 2005 চন যেন লাগিল ।
Bht bar xunisu.... khub dhunia hoise geet tu
Bht bht dhuniya hoise gaan tu bht br xunilo ru xuni thkibo mn jai
সুন্দৰ বিহু গীত এটি উপহাৰ দিলে দাদা।। ধন্যবাদ।। আপোনাৰ বিহু গীত শুনি বহুত ভাল পাওঁ
অতি সুন্দৰ❤
তোমাৰ বিহুবোৰ ঘূৰাই আনা অ মৌচম দা ❤❤❤❤ । এনেকুৱা বিহু লাগে আমাক ককাইদেউ
বহুত ভাল লাগিল মৌচুম দা ❤
কিনো কম আৰু ভাষা নাই অ কবলৈ মজা❤ বহু দিন পাছত ভাল বিহু গান এটা সোনিলো
Val lagil....agor din burle ubhoti jua jen lagil....
সুন্দৰ ককাই ❤️❤️
মৌচম দা আপুনি মোৰ আগৰ পৰাই বহুত প্ৰিয়।আজি গীতটো শুনি বহুত ভাল লাগিল ।
Mja লাগিছে দাদা
বিহুৰ সেই সোণালী দিনবোৰ আপোনালোকে হে ঘূৰাই আনিব পাৰিব দাদা।
বহুত দিনৰ মূৰত আপোনাৰ গীত শুনি ভাল লাগিল ❤️
ধন্যবাদ।
bohut bohut dhunia hoixe hundor koi hojai porai tulixe mur favourite singer mousam dae..
অসমবাসীয়ে উপহাৰ পালে এটি চিৰনতুন গীত ৷ অজস্ৰ শুভেচ্ছা জনাইছোঁ ৷ ❤❤❤
Mojjahh... Bor xundor hoise Mousam da... Xuni bhal lagil 👏👏👌👌
Zubeen দাৰ পিছত মোৰ favourite mousam দা
Dada Dhuniya hoixa 🥰❤️🤗👌
বহু বছৰৰ মূৰত আপোনাৰ বিহু গীত শুনিছোঁ মৌচম দা। আৰু আপোনাৰ গীত বুলিলে তো মই ৰবই নোৱাৰোঁ।❤
সুন্দৰ দাদা ❤
ধুনীয়া ❤
আজিকালি বিহু শুনিবলৈ নোপোৱাই হ'লো আৰু । সকলো আধুনিক কৰি পোলালে । কিন্তু আপোনাৰ বিহুগীত বোৰ শুনি বহুত ভাল পাওঁ । বহুত সুন্দৰ হৈছে ❤️
ধুনীয়া ❤️❤️❤️
বৰ সুন্দৰ হৈছে গগৈ দা, আগৰ মনফাগুনী লৈ মনত পৰে দেই, “অ’ মনফাগুনী অ’ নেখেলিবি মোৰে হিয়াক লৈ❤“ কিযে সুন্দৰ আছিল আপোনাৰ গীতৰ সুবাস
খুবেই সুন্দৰ
বহু দিনৰ বিৰতিৰ পাছত গীতটো শুনি ভাল লাগিল। শুভেচ্ছা জনালোঁ।
মৌচম দা, আপোনাৰ গানবোৰ সদায় মোৰ বাবে প্ৰিয় ❤❤🎧🎵🎶🎼🎸
বহুত সুন্দৰ হৈছে গানটো ❤️🩹❤️🩹💓🫂
বহুত ভাল লাগিল দাদা gan tu শুনি
ধুনীয়া হৈছে মৌচম দাদা । ভাল লাগিল ❤❤