ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Hundor❤️
বহুত বহুত ধন্যবাদ।
Bohut. Bhal. Làgil Dada
বহুত বহুত ধন্যবাদ
ভাল লাগিল ভিদিঅ' টো চাই ।ফল ধৰাৰ সময়ত আপদেট দিব বুলি আশা কৰিলোঁ ।
ধন্যবাদ।
Madhuriaam bur puroth hobo dharile bhitarat posibole dhare. Nursery pora puli ani ruisilu. Ekutar weight 500-600 g man hoi kintu sob posi jai. Ki karile hufol pua jabo baru?
সাধাৰণতে একধৰণৰ মআখইয়এ বিন্ধিলে ভিতৰত সৰু সৰু বগা পোক হৈ পচি যায়।কলি ধৰিবলৈ আৰম্ভ কৰোঁতে ভাল নিমৰ তেল ৪/৫দিনৰ অন্তৰে অন্তৰে ছটিয়ালে ভাল। লগতে 5mg saff fungicide 1লিটাৰ পানীত মিলাই ফুলাৰ সময়ত গছৰ গুৰিত দিব লাগে। ধন্যবাদ।
@@borahskitchengarden2487 ধন্যবাদ 🙏
DAP tuei bonmil neki dada
দাদা,বৰাস্ক আৰু মেগনেছিয়াম ছালফেড নিদিলে নহ'ব নেকি, এইবিলাক দৰৱ ক'ত পোৱা যাব
নিদিলেও হ'ব। কিন্তু দিব পাৰিলে ভাল। এই বোৰ ডাঙৰ নাৰ্চাৰীৰ দোকানত পোৱা যায়। ধন্যবাদ।
D A P tukei bonmil buli koi neki dada
নিমতেল কেনেকৈ দিয়ে
নিম তেল 5ml 1লিটাৰ পানীৰ লগত মিহলাই spray কৰিব লাগে। ধন্যবাদ।
Sir bohut vl lgil, sir apunak Facebook ot phn no bisari msg korislu sabo sir msg
Message পোৱা নাই। Benudhar Borah ত Message নতুনকৈ কৰিবা। ধন্যবাদ।
DAP, bone meal নহয়। bonemeal জন্তু ৰ হাড়ৰ পৰা বনায়। DAP ৰাসায়নিক সাৰ। আনহাতে bonemeal জৈৱিক সাৰ। ধন্যবাদ
@@RitamoniDoimari নহয় নহয়।DAP হল ৰাসায়নিক সাৰ।bone meal জৈৱ সাৰ। জন্তুৰ হাড় গুৰি কৰি বনোৱা হয়। ধন্যবাদ।
DAP bone meal নহয়।bonemeal জন্তুৰ হাড় গুৰি কৰি বনোৱা হয়। ইয়াত যথেষ্ট পৰিমাণে ফচফৰাচ থাকে বাবে ফলমূল বেছিকৈ লাগে। ধন্যবাদ।