ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
দাদা আপুনি যি ধৰনেৰ অসমীয়া ভাষা কয় অৰ্থাৎ যেনেকৈ কয় কথাবোৰ শুনিয়েই ভাল লাগে great 👍
তুমি সদায়ে এটি সুন্দৰ অসমীয়া ল'ৰা হৈ থাকিবা দেই... Best wishes from Sibsagar ... ❤❤❤
Tumar deuta aaijon mane❤❤❤❤❤...moi aji he gom paisu so sweet ❤❤❤
Moiu aji gom paisu ,, very nice ,, I just found out today that it's nice to know that father is son 👍🙏👌
@@purnimasaika8249 ❤️❤️❤️
Same
তোমাৰ কথাখিনি হৃদয়ৰ কোনোৱাটো কোনত বৰ বেয়াকৈ চুই গোল। পিতা পুত্ৰ সদায় ভালে থাকা।দেউতাৰ সুস্বাস্থ্য কামনাৰ কৰিলোঁ।
দেউতা এনে এজন ব্যক্তি যাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি,আমাৰ বাবে দেউতাই কৰি যোৱা কাম বোৰ এক শতাংশ আমি পৰিশোধ কৰি শেষ কৰিব নোৱাৰোঁ।তুমি বহুত ভাগ্যবান তোমাৰ দেউতা তোমাৰ হতে আছে, সুখ দুখৰ কথা পাতিবলৈ,খুব মনত পৰে দেউতা লৈ😢দেউতা শব্দ টো শুনিলে বুকুত কিবা এটাই হেঁচা মাৰি ধৰে।ভালে থাকক পৃথিৱীৰ সকলো দেউতা❤
Oi bengri advertising hoi aito😂 olop brain use koribi
Teuluk hosakoi bapek putek hoi aitu only advertising nohoi
@@BhabiLover-i4q🤣🤣🤣
Real life❌Reel life Drama✅Main motive, promotion, views, money,✅
তুমি মানে ভূঞা ডাঙৰীয়াৰ ল'ৰা! সুন্দৰ দেই;দেউতাৰাৰ দৰে হোৱা💕💕
ভাল লাগিল
অহঃ 😯 আপোনাৰ দেউতা অতনো চাৰ নেকি 😊 মোৰ আটাইতকৈ প্ৰিয় মানুহ 🙂 নিৰ্ভয় , সাহসী বহুত ভাল লাগে তেওঁৰ কথাবোৰ 💛💛 আল্লাহে তেওঁক সদায় সুখী আৰু সুস্থ ৰাখক 😇🤲
অৱয়ব তোমাৰ কথাখিনিয়ে বুকুৰ কোনোবাখিনিত বৰ বেমাকৈ চুই গ'ল।তুমি সৌভাগ্যবান,তোমাৰ পিতৃ তোমাৰ কাষত আছে।
😂
তোমাক কিয় বাৰু চাপৰি যেন লাগে, অলপ ভালকৈ থাকিবা দেই।।
😂😂😂😂
Xt 😂😂
Teu u thike ase baki buru thike ase but ei useless commen mora jen he asol dangoriya jen lagile 😂😂😂😂
Chapri hoi karone chapri lage. Wannabe chapri
😂😂😂😂😂
Tumar deuta akhet niki ❤❤
বহুত ভাল লাগে তোমাৰ ভিডিঅ'চাই অজয় দাৰ বৌ
Tmr deota bht great hoi tmr Deuta k bht bht selute ❤❤❤ ru tmk j bht mrm lge krn tmr kthablk bht mrmlga
আজি হে গম পাইছে আপোনালোকৰ সমন্ধ❤
মইও
দেউতাৰ লগত কটোৱা সময় কন বৰ মধুৰ। 🙏🙏 কিন্তু এইবোৰ সময় আমাৰ বাবে যেন এতিয়া সপোন😢
ধুনীয়া লাগিছে❤ Love you Papa
তেখেত তোমাৰ দেউতা ,মোৰ অতি কৈ প্ৰিয় ব্যক্তি ,মই তেখেতৰ কথা বাৰ্তা বোৰ বৰ ভাল পাওঁ ❤❤❤ ভাল লাগে তেখেতৰ ব্যক্তিত্ব
Advertising hoi aito😂😂 use your brain
@@anamikasaikia7225 bapek putek tu hoi kintu advertising o hoi aitu details nusua kio
Myar dalal sanghatik.😂
Bht vl lage apunr family tok❤
Ajihe gom palu tumar deuta buli❤❤❤❤
Ajihe gom palu dei bro apunar deuta buli🎉🎉🎉
Keep it up bhaiti 👍 জীৱনত ভাল আৰু সঁচা কাম কৰি যাবি ... সুখী অনুভব কৰিবি । ভয় নকৰিবি কাকো কেতিয়াও ...
💯 Right 👍 ,, hosa kmt alp Kosta hbo pare but aku voi nai ru hukh r kmi nai ,, whatever you said was very good n whatever your son said was also very good 👍🙏
Tumi aguai jua .❤
আমাৰ ঘৰত আজিও এনেকৈয়ে আছে । চাৰিজনে বহো পুৱাৰ আৰম্ভণিত আৰু দিনটোৰ শেষত ❤️😍
দাদা কথা খিনি বহুত ভাল লাগিল তোমাৰ ❤️😘
Really ajihe moi gom palu apuni je sirr son ❤
1:09 PM Thankyou Universe ❤ Hare Krishna
Tumi bahut lucky.tumi bahut vall ma deowta paisa...khodai respect koriba
Your talking style❤
Your talking styles are really amazing . I respect you and follow your talking style.
Emotional kotha koi sofa r ad di dila Bappoi 😄😛
Assorit moi kandiboi loisilu 😂
😂😂😂
Bahut val lage tumak. Hodai neke thakiba de ma aru deutak hodai morom kariba.
Tumar papa ni... Bohut val lagea tewk❤❤
@UNTOLDbyAboyobBhuyan 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' short filmখন চাইছিলো। হয়... খুব গভীৰ কথাখিনি খুব সুন্দৰকৈ দেখুওৱা হৈছে।
Aji he gom palu dada tumar deuta eijon buli ❤
গম পাই ভাল লাগিল আপোনাৰ দেউতা মোৰ বৰ ভাল লাগে
ভাল লাগিছে চায় তোমাৰ আৰু দেউতাৰ এনে সময় খিনি চায়
পাৰিবি । ভাঙি নপৰিবি চেষ্টা কৰিছ কাৰণে চিন্তা আহিছে । মনৰ পৰা সদায় নিজকে সাধাৰণ মানুহ বুলি ভাবিবি বহুত দূৰ যাব পাৰিবি । মানুহৰ লগত যিমান চিনাকী বাঢ়াবি সিমান সাহস বাঢ়িব প্ৰমান চব পাৰ এবাৰ ।। । সেই সকলৰ লগতো চিনকী হবি যাক মানুহে সৰু সৰু সাধাৰণ বুলি ভাবে । ওচৰৰ চাহ দুকানী, বাছ চালক , মুচি ,দৰ্জী,মটৰ মেকানিক । সিহতৰো কথা কবলৈ মন যায় । সিহতৰো পৰিয়াল আছে । জীৱনৰ অকথ্য কাহানী আছে ।।
আদৰণীয় চিন্তাধাৰা । পিতা-পুত্ৰৰ মিলনে এখন ঘৰৰ সুস্থ বাতাবৰণৰ লগতে সমাজখন সুস্থ হ'বলে শিকায়
আজি গম পালোঁ তুমি অতনু ভূঞা দেৱৰ পুত্ৰ। আগন্তুক বছৰত ভাল কামৰ আশা কৰিলোঁ।
কথা কোৱাৰ শৈলীবোৰ বহুত ভাল লাগে আপোনাৰ
আপোনাৰ দেউতা ❤
Hdai vle thka ....apunar kothabur huni bht vl lge.. love from tinsukia ❤
Real son you.❤❤❤ love this time 🥰🥰🥰
Mur bhal loga manuh jon❤
সুন্দৰ এডভাৰটাইজ 😅দামী চোফাৰ পৰা বোন্দিঙলৈ সুন্দৰকৈ প্ৰকাশ পাইছে 😅
Dna....test... undoubtedly 😮😮❤
Val lagil ❤❤❤
Dewtar dre hdai hosar lgot thakiba......mur Piya manuh hor ajon tew.
Tumi Atonu dar Lora ajihe gom palu. Bhal lagil. Agbarhi juwa.
Is that Tissot PRX?
Nice way to promoting royal living .I like this type of advertising.
Sofa r ad😂😂😂
Wao emn vl lgise vdo tu ...❤tumr deuta aji he gom plu ..happy family
আজিহে গম পালো পিতা পুত্ৰ বুলি.... ❤ভাল লাগিল জানিব পাৰি... ভালে থাকক😊
Begri advertising itu😂 use kor matha tu olop
@@BhabiLover-i4qgoru toi nije agot jani loi belegok hikha dibi…advertise krilew nijor bapek hoi brainless 😂
Jai Shree Ram Hanuman 🙏❤️🌺
He is best ❤😮
Wow atanu bhuyan is a legend
Miss you deuta 😔🙏
মই ভাবো আপুনি আপোনালোকৰ চোফাৰ বিজ্ঞাপন দিয়া যেন লাগিল।
Apunar deotae tv news chennelt bar hundarkoi Katha koi❤❤
Dada tumi aur lora 😮moi xorur porae au news kole Sai thaku ❤❤❤
❤
Ooou🙂 ajihe gom palu😊
তোমালোক দুয়োকে কওঁ, মানুহ এজনৰ Podcast কৰাৰ আগতে মানুহজনৰ background চাই ল'বা ।
❤❤
Atanuda lots of love from tezpur
❤❤❤❤❤
এইয়া তো নহয় জানো -- পিতৃৰ আশাৰ সপোন -- সন্তানৰ মুখৰ -- এখাৰি পুত্ৰ ৰ মিঠা মাতে --- পিতৃক দিয়ে আশাৰ ৰেঙনি পিতৃ হলে তুমিও এদিন -- অনুভৱ কৰিবা -- অনুভৱ যে শি হ ৰনি --- ভাবি লৈ আশা মোৰ --- নিতৌ বাঢ়ি আহে -- নব নব হেঁপাহৰ আকৰ --
Right brother🥺❤️
Ma kosom kene promotion bhai khtrnak 😂
Tumar kotha bor buji poa tu alop taan .
Ohh atia he bujilu ..... Ake pukhurir mas
Tumi sar lora hoi mur piyo manuh jon val k thakiba bhaiti❤❤❤
Sumi r big fan bapak putek 😂😂
ভাল লাগিল 👌❤
Tmr deutar newsr video bur je dye tat coment bur open kori dibo kobasun ..raijye kimam ashirbad dibo gom paba dada
❤️🌹👌
Mojja👍
অতনু পাগল তোমাৰ দেউতা নেকি তোমাক বহুত ভাল পাও কিন্তূ
Bro , uncle a kun khon Newspaper pohise???
❤❤😊
😊
আমাৰো যদি থাকিল হৈ 😢😢😢
স্মাৰ্ট মিটাৰৰ ওপৰত নিউজ বনাব বুলি আশা থাকিল
Duniya kothare duniya lora jon
Baa tumar age kimn hoise
Aponar deuta Akhet buli Vobai nasilo aji video tu di Val Krile Sinaki hoi gol bht Val pau atanu sir k
Vhal lagil
Ghu eswar 😊
Moi u bohu vl lage ❤❤ I love papa
Atanu sirok val lage
Oh ho pahrilua ihteu mama priwar hai 😂
Ghoror interior kintu kuutir ghoror jen lagise.... Kenebaaakkee aakkoo.... 😂😂😂😂
Guneswar kot ase da
Tumi amar dore ji suwa ghor khonor sinta nijor sinta bor kosto oo bor akolhoriya ami😊
Atanu da r lora he 👍🔥
❤🌸
Tumar deutai xodai Val reporting kore ,kunu jati bhed nasai ata Val reporting koratuye hol reporter r asol dharmo. God bless you and your family 😊
মই ও দেউতা অফিচ যোৱাৰ আগত একেলগে ৰাতিপুৱা বহো।
দাদা আপুনি যি ধৰনেৰ অসমীয়া ভাষা কয় অৰ্থাৎ যেনেকৈ কয় কথাবোৰ শুনিয়েই ভাল লাগে great 👍
তুমি সদায়ে এটি সুন্দৰ অসমীয়া ল'ৰা হৈ থাকিবা দেই... Best wishes from Sibsagar ... ❤❤❤
Tumar deuta aaijon mane❤❤❤❤❤...moi aji he gom paisu so sweet ❤❤❤
Moiu aji gom paisu ,, very nice ,, I just found out today that it's nice to know that father is son 👍🙏👌
@@purnimasaika8249 ❤️❤️❤️
Same
তোমাৰ কথাখিনি হৃদয়ৰ কোনোৱাটো কোনত বৰ বেয়াকৈ চুই গোল। পিতা পুত্ৰ সদায় ভালে থাকা।দেউতাৰ সুস্বাস্থ্য কামনাৰ কৰিলোঁ।
দেউতা এনে এজন ব্যক্তি যাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি,আমাৰ বাবে দেউতাই কৰি যোৱা কাম বোৰ এক শতাংশ আমি পৰিশোধ কৰি শেষ কৰিব নোৱাৰোঁ।তুমি বহুত ভাগ্যবান তোমাৰ দেউতা তোমাৰ হতে আছে, সুখ দুখৰ কথা পাতিবলৈ,খুব মনত পৰে দেউতা লৈ😢দেউতা শব্দ টো শুনিলে বুকুত কিবা এটাই হেঁচা মাৰি ধৰে।ভালে থাকক পৃথিৱীৰ সকলো দেউতা❤
Oi bengri advertising hoi aito😂 olop brain use koribi
Teuluk hosakoi bapek putek hoi aitu only advertising nohoi
@@BhabiLover-i4q🤣🤣🤣
Real life❌
Reel life Drama✅
Main motive, promotion, views, money,✅
তুমি মানে ভূঞা ডাঙৰীয়াৰ ল'ৰা! সুন্দৰ দেই;দেউতাৰাৰ দৰে হোৱা💕💕
ভাল লাগিল
অহঃ 😯 আপোনাৰ দেউতা অতনো চাৰ নেকি 😊 মোৰ আটাইতকৈ প্ৰিয় মানুহ 🙂 নিৰ্ভয় , সাহসী বহুত ভাল লাগে তেওঁৰ কথাবোৰ 💛💛 আল্লাহে তেওঁক সদায় সুখী আৰু সুস্থ ৰাখক 😇🤲
অৱয়ব তোমাৰ কথাখিনিয়ে বুকুৰ কোনোবাখিনিত বৰ বেমাকৈ চুই গ'ল।তুমি সৌভাগ্যবান,তোমাৰ পিতৃ তোমাৰ কাষত আছে।
😂
তোমাক কিয় বাৰু চাপৰি যেন লাগে, অলপ ভালকৈ থাকিবা দেই।।
😂😂😂😂
Xt 😂😂
Teu u thike ase baki buru thike ase but ei useless commen mora jen he asol dangoriya jen lagile 😂😂😂😂
Chapri hoi karone chapri lage. Wannabe chapri
😂😂😂😂😂
Tumar deuta akhet niki ❤❤
বহুত ভাল লাগে তোমাৰ ভিডিঅ'চাই অজয় দাৰ বৌ
Tmr deota bht great hoi tmr Deuta k bht bht selute ❤❤❤ ru tmk j bht mrm lge krn tmr kthablk bht mrmlga
আজি হে গম পাইছে আপোনালোকৰ সমন্ধ❤
মইও
দেউতাৰ লগত কটোৱা সময় কন বৰ মধুৰ। 🙏🙏 কিন্তু এইবোৰ সময় আমাৰ বাবে যেন এতিয়া সপোন😢
ধুনীয়া লাগিছে❤ Love you Papa
তেখেত তোমাৰ দেউতা ,মোৰ অতি কৈ প্ৰিয় ব্যক্তি ,মই তেখেতৰ কথা বাৰ্তা বোৰ বৰ ভাল পাওঁ ❤❤❤ ভাল লাগে তেখেতৰ ব্যক্তিত্ব
Advertising hoi aito😂😂 use your brain
Teuluk hosakoi bapek putek hoi aitu only advertising nohoi
@@anamikasaikia7225 bapek putek tu hoi kintu advertising o hoi aitu details nusua kio
Myar dalal sanghatik.😂
Bht vl lage apunr family tok❤
Ajihe gom palu tumar deuta buli❤❤❤❤
Ajihe gom palu dei bro apunar deuta buli🎉🎉🎉
Keep it up bhaiti 👍 জীৱনত ভাল আৰু সঁচা কাম কৰি যাবি ... সুখী অনুভব কৰিবি । ভয় নকৰিবি কাকো কেতিয়াও ...
💯 Right 👍 ,, hosa kmt alp Kosta hbo pare but aku voi nai ru hukh r kmi nai ,, whatever you said was very good n whatever your son said was also very good 👍🙏
Tumi aguai jua .❤
আমাৰ ঘৰত আজিও এনেকৈয়ে আছে । চাৰিজনে বহো পুৱাৰ আৰম্ভণিত আৰু দিনটোৰ শেষত ❤️😍
দাদা কথা খিনি বহুত ভাল লাগিল তোমাৰ ❤️😘
Really ajihe moi gom palu apuni je sirr son ❤
1:09 PM Thankyou Universe ❤ Hare Krishna
Tumi bahut lucky.tumi bahut vall ma deowta paisa...khodai respect koriba
Your talking style❤
Your talking styles are really amazing . I respect you and follow your talking style.
Emotional kotha koi sofa r ad di dila
Bappoi 😄😛
Assorit moi kandiboi loisilu 😂
😂😂😂
Bahut val lage tumak. Hodai neke thakiba de ma aru deutak hodai morom kariba.
Tumar papa ni... Bohut val lagea tewk❤❤
@UNTOLDbyAboyobBhuyan 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' short filmখন চাইছিলো। হয়... খুব গভীৰ কথাখিনি খুব সুন্দৰকৈ দেখুওৱা হৈছে।
Aji he gom palu dada tumar deuta eijon buli ❤
গম পাই ভাল লাগিল আপোনাৰ দেউতা মোৰ বৰ ভাল লাগে
ভাল লাগিছে চায় তোমাৰ আৰু দেউতাৰ এনে সময় খিনি চায়
পাৰিবি । ভাঙি নপৰিবি চেষ্টা কৰিছ কাৰণে চিন্তা আহিছে । মনৰ পৰা সদায় নিজকে সাধাৰণ মানুহ বুলি ভাবিবি বহুত দূৰ যাব পাৰিবি । মানুহৰ লগত যিমান চিনাকী বাঢ়াবি সিমান সাহস বাঢ়িব প্ৰমান চব পাৰ এবাৰ ।। । সেই সকলৰ লগতো চিনকী হবি যাক মানুহে সৰু সৰু সাধাৰণ বুলি ভাবে । ওচৰৰ চাহ দুকানী, বাছ চালক , মুচি ,দৰ্জী,মটৰ মেকানিক । সিহতৰো কথা কবলৈ মন যায় । সিহতৰো পৰিয়াল আছে । জীৱনৰ অকথ্য কাহানী আছে ।।
আদৰণীয় চিন্তাধাৰা । পিতা-পুত্ৰৰ মিলনে এখন ঘৰৰ সুস্থ বাতাবৰণৰ লগতে সমাজখন সুস্থ হ'বলে শিকায়
আজি গম পালোঁ তুমি অতনু ভূঞা দেৱৰ পুত্ৰ। আগন্তুক বছৰত ভাল কামৰ আশা কৰিলোঁ।
কথা কোৱাৰ শৈলীবোৰ বহুত ভাল লাগে আপোনাৰ
আপোনাৰ দেউতা ❤
Hdai vle thka ....apunar kothabur huni bht vl lge.. love from tinsukia ❤
Real son you.❤❤❤ love this time 🥰🥰🥰
Mur bhal loga manuh jon❤
সুন্দৰ এডভাৰটাইজ 😅
দামী চোফাৰ পৰা বোন্দিঙলৈ সুন্দৰকৈ প্ৰকাশ পাইছে 😅
Dna....test... undoubtedly 😮😮❤
Val lagil ❤❤❤
Dewtar dre hdai hosar lgot thakiba......mur Piya manuh hor ajon tew.
Tumi Atonu dar Lora ajihe gom palu. Bhal lagil. Agbarhi juwa.
Is that Tissot PRX?
Nice way to promoting royal living .I like this type of advertising.
Sofa r ad😂😂😂
Wao emn vl lgise vdo tu ...❤tumr deuta aji he gom plu ..happy family
আজিহে গম পালো পিতা পুত্ৰ বুলি.... ❤
ভাল লাগিল জানিব পাৰি... ভালে থাকক😊