Bibhabori - Soulful cover | Arundhati Bhanupriya | Poran Borkatoky (Jojo) | Diganta Bharati

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • কৌশিক নন্দন বৰুৱা... নৱ প্ৰজন্মৰ এটি চিনাকি নাম I যিজন সকলোৰে প্ৰিয় যদিও মই তেওঁৰ বাবে প্রিয় হোৱাৰ লগতে মোৰ গীতে তেঁওক অনাবিল সুখ দিয়ে ... ভাবি আচৰিত লাগে ! বুকুখনি সুখত ভৰি পৰে । মই যেতিয়াই লগ পাঁও বা ফোনত কথা পাতো , তেঁও প্রায়ে মোক কয় " অৰু বা মোৰ বাবে তুমি বিভাবৰীয়া গীতটি গাই দিবাচোন "... আজি তোমাৰ জন্মদিন হেতুকে তুমি ভালপোৱা গীতটি তোমালৈ উপহাৰ হিচাপে আগবঢ়ালোঁ । বহুত বহুত মৰম তোমালৈ ....
    #kaushiknanadanbarua
    #niribili
    #xoraful
    Cover
    Vocal- Arundhati Bhanupriya
    Music Rearranged by Poran Borkatoky (Jojo)

ความคิดเห็น • 76