#Bhagwat_Path

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 311

  • @name5041
    @name5041 หลายเดือนก่อน +1

    Krishna ❤❤❤

  • @lakhiborah4897
    @lakhiborah4897 4 หลายเดือนก่อน

    উসঃ কি অমৃত কথা শুনিবলৈ পালে বাপ আপোনাৰ শ্ৰীমুখে প্ৰণাম🙏🙏🙏🙏🙏🙏 , মোৰ মন মগজু সদায় যেন ৰাম নাম তে ৰমি থাকে প্ৰভূ ঈশ্বৰ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @nilimadas1784
    @nilimadas1784 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏নাৰায়ণ তুমি আমাক কৃপা কৰিবা ভগৱান কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @gakulchandranath4962
    @gakulchandranath4962 3 ปีที่แล้ว +1

    প্ৰণাম প্ৰভু ঈশ্বৰ । আপোনাৰ শ্ৰী মূখে অমৃত বানী বোৰ শুনি মই কৃতকৃত হৈছোঁ।🙏🙏🙏

  • @rupamdas1536
    @rupamdas1536 4 หลายเดือนก่อน

    Krishna Krishna Prabhu 🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 5 หลายเดือนก่อน

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @ranudas4561
    @ranudas4561 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়াইছো 🙏 । শিৱৰ শ্ৰীমুখে পৰমপুৰুষৰ মহৎ তত্ত্ব শ্ৰৱণ কৰি মহাপাপীও ধন্য হৈছো প্ৰভু 🕉️ 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @dimbeswari_patar
    @dimbeswari_patar ปีที่แล้ว

    Krishna. Krishna. Krishna. Oum. Santi. Om. Santi. Oum. Santi. 🙏🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 หลายเดือนก่อน

    Krishna Krishna Krishna prabhudev pronam to you.

  • @anjaliboro5855
    @anjaliboro5855 3 ปีที่แล้ว +1

    Bah ki xundar . Bovagot paths vag . Krishna Krishna Krishna Prabhu pronam 🙏.

  • @mainabordoloi2479
    @mainabordoloi2479 2 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 3 ปีที่แล้ว

    🙏 Krishna Oum santi santi santi 🙏

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 4 หลายเดือนก่อน

    প্রণাম গুৰু দেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @prodipgogoi6265
    @prodipgogoi6265 3 ปีที่แล้ว

    কৃষ্ণ বাপজনা, ধন্য হলো। ভগৱানে কুশলে ৰাখক

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว +1

    🙏🌺Krishna❤Ram🌺🙏Prnam Bap🙏🙏

  • @ritatalukdar7264
    @ritatalukdar7264 7 หลายเดือนก่อน

    Krishna Krishna 🙏🙏🙏💐🌺

  • @moromidevi9682
    @moromidevi9682 3 ปีที่แล้ว +1

    Krishna Krishna Krishna ram ram ram hori hori hori 🙏🙏🙏🙏🙏

    • @moromidevi9682
      @moromidevi9682 3 ปีที่แล้ว +1

      Suni bohut bohut Val lagil 🙏🙏🙏 ............... Krishna Krishna....

  • @ganeshborah7146
    @ganeshborah7146 3 ปีที่แล้ว +1

    Pronam probhu krishna krishna🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভুজনা 🙏🙏🙏

  • @minakshideka1470
    @minakshideka1470 2 หลายเดือนก่อน

    Krishna krishna ram ram

  • @pradipgogoi3182
    @pradipgogoi3182 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভু প্ৰণাম জনাইছো। সুন্দৰ লাগিল আপোনাৰ ভাগৱতৰ বাখ্যা শুনি।

  • @bhargavsaharia1957
    @bhargavsaharia1957 10 หลายเดือนก่อน

    Krishna provu ❤

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 3 ปีที่แล้ว +1

    Joy Sree Krishna 🙏🏻🙏🏻🙏🏻

  • @akhilburagohain381
    @akhilburagohain381 3 ปีที่แล้ว

    Krishna Krishna bapjan

  • @ajitdas9889
    @ajitdas9889 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏

  • @Kuldeep-v6k
    @Kuldeep-v6k 3 ปีที่แล้ว +3

    হে প্ৰভূ শতকোটি প্ৰনাম জনালো । কৃষ্ণ

  • @anuraggogoi4455
    @anuraggogoi4455 3 ปีที่แล้ว

    কৃষ্ণ !
    সেৱা জনালোঁ প্ৰভুজনা !

  • @rameshchandradas7530
    @rameshchandradas7530 3 ปีที่แล้ว

    হে কৃষ্ণ বাপ ভাগৱতৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছো। বাপ মই ভাগৱত পাঠৰ নিয়মীয়া শ্ৰোতা। আজি ভাদ মাহৰ ১১ তাৰিখে মোৰ ল'ৰা শ্ৰীমান শেখৰ জ্যোতি দাসৰ জন্মদিনত বাপ আপোনাৰ জৰিয়তে ঈশ্বৰৰ ওচৰত প্ৰণাম জনাব বিচাৰিছোঁ, কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ ল'ৰাৰ হৈ প্ৰণাম জনাইছোঁ ।

  • @upakhisivam5568
    @upakhisivam5568 3 ปีที่แล้ว

    বহুত শান্তি পালো বাপ ঈশ্বৰ কৃষ্ণ ই কৃপা কৰক কৃষ্ণ কৃষ্ণ

  • @jadavdutta658
    @jadavdutta658 3 ปีที่แล้ว

    সুন্দৰ ব্যাখ্যা শ্ৰৱণ কৰি আপ্লুত হ'লো।আপোনাক সশ্ৰদ্ধ প্ৰনাম।🙏

  • @back-bancher-gaming5606
    @back-bancher-gaming5606 3 ปีที่แล้ว +1

    Ram Krishna Nrarayan 🙏🙏🙏

  • @dambarusingh6973
    @dambarusingh6973 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @herambakumardas8243
    @herambakumardas8243 2 ปีที่แล้ว

    Krishna prabhu...

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +2

    প্রণাম প্রভু ঈশ্বৰ পুৱাৰ ভক্তি ভৰা সেৱা।।ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব।দিনে দিনে অতি গুরুত্বপূর্ণ গধুৰ অধ্যায়লৈ আগবঢ়াই নি আছে প্রভু। আপোনাৰ কৃপাতে বহুত নজনা কথা জানিবলৈ পাইছো। আপোনী কোশলে থকাটো ভগবানৰ ওচৰত সদায় প্রাথনা কৰো। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @prodipgogoi6265
    @prodipgogoi6265 3 ปีที่แล้ว

    প্ৰণাম প্ৰভুজনা,,,,, ভাগৱতৰ ৰস পান কৰি ধন্য হলো,,,,,, সকলোৰে মংগল কামনা কৰিলো।।।

  • @rubigogoi5227
    @rubigogoi5227 3 ปีที่แล้ว +1

    কৃষ্ণ🙏

  • @mridusmitamazumder4990
    @mridusmitamazumder4990 3 ปีที่แล้ว +1

    Jai shree krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Request_motivation
    @Request_motivation ปีที่แล้ว

    কৃষ্ণ বাপ🙏🙏🙏

  • @pradipsardar4416
    @pradipsardar4416 3 ปีที่แล้ว

    Krishna Krishna

  • @dipsikhabaruah3145
    @dipsikhabaruah3145 3 ปีที่แล้ว +1

    Rama Krishna Gopal Govinda 🙏🙏🙏

  • @ranunayak3161
    @ranunayak3161 3 ปีที่แล้ว +1

    Krishna bap pranam🙏🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 2 ปีที่แล้ว +1

    Ram Ram Ram.

  • @দিগন্তবৰদলৈ
    @দিগন্তবৰদলৈ 3 ปีที่แล้ว

    বাপ ঈশ্বৰ বহুত দিন হল ভাগৱত পাঠ দিয়ক কৃষ্ণ ৰাম ৰাম ৰাম ।

  • @debojitbora9152
    @debojitbora9152 3 ปีที่แล้ว +1

    কৃষ্ণ
    কৃষ্ণ প্ৰণাম প্ৰভূ ঈশ্বৰ প্ৰণাম। বাৰম্বাৰ প্ৰণাম আপোনাৰ শ্ৰীচৰণত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। 🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 2 ปีที่แล้ว

    কৃষ্ণ......🙏

  • @gopalchandradas4871
    @gopalchandradas4871 3 ปีที่แล้ว

    Krishna Hari Ram Hari Ramo Ramo Ram He Dayamoi Dandabad

  • @jintibhuyan8278
    @jintibhuyan8278 3 ปีที่แล้ว

    Krishna Krishna Prabhu

  • @sangitamedhi553
    @sangitamedhi553 3 ปีที่แล้ว

    প্রভূজন আপোনাক প্রনাম জনাইছো। আপোনাৰ শ্ৰী মুখে ভাগবতৰ অমৃত পান কৰিবলৈ পাই বহুত আনন্দিত হৈছো। প্রভূ বাখ্যা ৰ মাজতে গমপালো যে ভগবান শিৱ বহ্মাৰ পুত্র। এই প্রসঙ্গ তো ভালকৈ জানিব পৰিলে আনন্দিত হম। জনাব বুলি আশা কৰিলো। পুনৰ সেৱা জনালো

  • @reandomsaikia2307
    @reandomsaikia2307 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰনাম জনালো

  • @mnath7444
    @mnath7444 3 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , শতকৌটি প্ৰণাম জনালোঁ । সুখী হ'লো , উপলব্ধি হৈছে মেন দেহ-মনৰ অসুস্থতা কিছু পৰিমাণে আৰোগ্য পাইছো । বাপৰ সুশ্ৰী আৰু কুশল -মংগলাৰ্থে ঈশ্বৰ পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।🙏🙏🙏

    • @mnath7444
      @mnath7444 3 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , বহু অপেক্ষাৰে বাট চাইছো পৰবৰ্তী ভিডিও লৈ । ঈশ্বৰৰ কৃপাত ভালে আছে নিশ্চয় তাৰেই প্ৰাৰ্থনা তেৰাৰ ওচৰত । পুণৰ সেৱা নিবেদন কৰিছো ।🙏🙏🙏

    • @kalpanamalia8867
      @kalpanamalia8867 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @laksheswarkalita192
    @laksheswarkalita192 3 ปีที่แล้ว

    KRISHNA Prabhu eeswar path bhaghi suni bhal lagise Prabhu eeswar KRISHNA

  • @indranibhuyan5563
    @indranibhuyan5563 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভুজনাৰ চৰণত সেৱা জনালো।🙏🙏

  • @bijoypawandas4034
    @bijoypawandas4034 3 ปีที่แล้ว +1

    কৃষ্ণ🙏🙏 🙏প্রনাম প্রভু ইশ্বৰ অধমৰ সেৱা গ্রহণ কৰিব। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💝

  • @prasantadas3427
    @prasantadas3427 3 ปีที่แล้ว

    প্ৰণাম প্ৰভূ গুৰুদেৱ

  • @purnanandasaikia3278
    @purnanandasaikia3278 3 ปีที่แล้ว +1

    Krushna probhu pronam

  • @monishasonowal6754
    @monishasonowal6754 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা গ্রহণ কৰিব।ইমান সুমধুৰ ব্যাখ্যা আপোনাৰ শুনি থাকিলে জীৱন ধন্য হৈ যোৱা যেন লাগে।( য'ত কেনে অধমে ডিচলাইক কৰে , ৰাম ৰাম...সিহঁতক সুমতি দিয়ক ঈশ্বৰে।)

  • @gunamaidevi4570
    @gunamaidevi4570 3 ปีที่แล้ว +2

    Krishna Krishna 🙏🏿 prabhu. Seya. Janalu. Guaruay. Kopa karak Krishna Krishna 🙏🏿

  • @krishnatamang7248
    @krishnatamang7248 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ গ্ৰহণ কৰিব বাপ কৃষ্ণ। অতি সুন্দৰ ৰসাল পাঠ ব্যাখ্যা, আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথামৃত পান কৰিব পায় পৰম কৃতাৰ্থ হলোঁ ।এনেদৰেই যেন ভগৱন্তৰ গুণ নাম কীৰ্ত্তন কৰিবলৈ কুশলে ৰাখক ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @rinalahkar8437
    @rinalahkar8437 3 ปีที่แล้ว +1

    কৃষ্ণ বাপ 🙏 সেবা গ্ৰহণ কৰিব। সদায় আপোনাৰ এই ভাগবত পাঠ শুনি থাকিবলৈ পাও 🙏 কৃষ্ণই সকলোকে ভালে ৰাখক এইটোৱে ঈশ্বৰৰ চৰণত প্ৰাথনা 🙏 কৃষ্ণ কৃষ্ণ

  • @jintidas6948
    @jintidas6948 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ।।

  • @ajitkalita5472
    @ajitkalita5472 3 ปีที่แล้ว

    Krishna Krishna Krishna.

  • @japanidas6859
    @japanidas6859 3 ปีที่แล้ว

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @চন্দন-হ২ধ
    @চন্দন-হ২ধ 3 ปีที่แล้ว +1

    অখিল জীৱৰ আত্মা কৃষ্ণ কৃপাময়।
    জগতৰ কাৰণ কৃষ্ণ দেৱ ভগৱন্ত।।
    স্থাৱৰ জঙ্গম সবে ৰূপ মাধৱৰ।
    কৃষ্ণ বিনে আন নাহি জানা নৃপবৰ।।
    সিটো কৃষ্ণ কাৰণৰো কাৰণ নিশ্চয়।
    এতেকে সে কৃষ্ণ বিনে বস্তু নাহি কয়।।
    🙏🙏🙏🙏
    প্ৰণিপাত প্ৰভু ঈশ্বৰ।
    প্ৰভু আপোনাৰ কৃপাত আমি মূঢ়মতিয়ে ঈশ্বৰমুখী পথটি দেখাছো, প্ৰভু ভগৱন্তৰ প্ৰীতিৰ বাবে প্ৰতেকটি সময় অতিবাহিত কৰিবলে অনুপ্ৰাণিত হওঁ। আমি এই কলিৰ অধম দুৰাচাৰীৰ প্ৰতি আপোনাসবে যেন কৃপা দৃষ্টি কৰি থাকে। 🙏🙏🙏🙏

  • @manjulabhuyan5676
    @manjulabhuyan5676 3 ปีที่แล้ว +1

    Krishno 🙏🙏🙏🙏

  • @mahadevsutradhar2923
    @mahadevsutradhar2923 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 ปีที่แล้ว +1

    🙏ৰাম কৃষ্ণ ৰাম 🙏 কোটি কোটি প্ৰণাম

  • @binadeka9674
    @binadeka9674 3 ปีที่แล้ว

    Krishna Krishna Bap.

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 3 ปีที่แล้ว +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ বাপ সেবা জনাইছো 🙏🙏🙏🙏

  • @laksheswarkalita192
    @laksheswarkalita192 3 ปีที่แล้ว

    KRISHNA Prabhu eeswar KRISHNA

  • @dulugogoi2350
    @dulugogoi2350 3 ปีที่แล้ว

    বহত আনন্দ প্ৰাপ্তি হলোঁ

  • @suren1974
    @suren1974 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।
    আপোনাৰ চৰণত কোটি কৌটি প্ৰনাম জনালো ।

  • @binandadas9675
    @binandadas9675 3 ปีที่แล้ว +3

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ পূবাৰ সেৱা জনালোঁ🙏🏼🙏🏼🙏🏼🙏🏼 কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু অতি মনোৰম ।।

  • @rupamoni2043
    @rupamoni2043 3 ปีที่แล้ว +2

    Krishna krishna bap pranam.

  • @mantukalita7052
    @mantukalita7052 3 ปีที่แล้ว

    Krishna krishna krishna ram

  • @deepaborah3013
    @deepaborah3013 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু শতকৌতি প্ৰণাম জনালো

  • @pranatibaishya4614
    @pranatibaishya4614 3 ปีที่แล้ว +1

    কৃষ্ণ.বাপ প্ৰনাম.

  • @basundharikakati2310
    @basundharikakati2310 3 ปีที่แล้ว +1

    Krishna Krishna Prabhu ptonam......

  • @abanikalitaentertainment5448
    @abanikalitaentertainment5448 3 ปีที่แล้ว +1

    Krishna🙏🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏 আপোনাৰ মুখে ভাগৱত শ্ৰৱণ কৰিৱলৈ অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছো।

  • @moyuri85
    @moyuri85 3 ปีที่แล้ว

    বাপ জন আপোনাৰ ভাগৱত ব্যাখ্যা আমি মদায় শুনি থাকো। আপোনাক সেৱা জনালো

  • @probhawati8478
    @probhawati8478 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শতকোটি প্ৰণাম।কেইবাদিন বিৰতিৰ অন্তত আজিৰ মধু অত্যন্ত সুৱাদ পালো প্ৰভূ।জীয়াই থকা দিনকেইটা আপোনাৰ শ্ৰীমুখে বেকত হুৱা সুমধুৰ ভাগৱত ত্ত্বত্ত শুনি বহুত শান্তি পাওঁ। যাহওক কুশলে থাকক প্ৰভূৰ গুণানু কীত্তনে নিজেও সমিদ্ধহৈ আমাকো প্ৰভূৰ প্ৰীয়পাত্ৰ হবলৈ দিয়ক।কৃষ্ণ

  • @travelkan2331
    @travelkan2331 3 ปีที่แล้ว +1

    Ram Ram Ram 🥰

  • @daisyrabha2343
    @daisyrabha2343 3 ปีที่แล้ว

    Krishna prabhu satakuti pranam janaisu🙏🙏 Krishna🙏🙏

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 ปีที่แล้ว +1

    Pranam Baap Ishwar🙏 path- byakhya bhagi huni bhut xantux lobhilo,Krishna🙏

  • @rumiboruah3929
    @rumiboruah3929 3 ปีที่แล้ว +2

    Krishna bap pranam jonalu

  • @manjulabora8219
    @manjulabora8219 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু পৰমপিতা পৰমেশ্বৰে আপোনাসৱক কুশলে ৰাশক আমিও আপোনাৰ পৰা কৃষ্ণ কথা শিকিব পাৰোঁ বুজিব পাৰোঁ এতিয়া হে জীৱন ধণ্য হৈছে 🙏🙏🙏 প্ৰভু ❤️❤️❤️❤️

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ জয় শ্ৰীশঙ্কৰগুৰু হৰি ৰাম ৰাম অভয়চৰণত শীৰণত হৈ প্ৰসন্ন হৃদয়েৰে প্ৰভূঈশ্বৰৰ শ্ৰীচৰণত সেৱাঞ্জলী নিৱেদিছোঁ প্ৰভূ'অতি তাত্ত্বিক ব্যাখ্যাৰে আমাক কৃতাৰ্থ কৰিলে লগতে পৱিত্ৰ ভাদ মাহলৈ সেৱা আগবঢ়াইছোঁ ৰাম কৃষ্ণ হৰি

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 ปีที่แล้ว +1

    হে প্ৰভূ আপোনিৰ ধাৰাবাহিক ভাগৱত পাঠ শ্ৰবণ কৰি বহু নিজকে ধন্য মানিছো। ভগবানে আপোনাক কুশলে ৰাখক আৰু আমাকো যেন কুশল কৰক তাৰ কামনাৰে ওম শান্তি কৃষ্ণ ৰাম ।

  • @mukuldeka98
    @mukuldeka98 3 ปีที่แล้ว +3

    Krishna baap🙏

  • @sarbanandasingh269
    @sarbanandasingh269 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pranatisaikia2424
    @pranatisaikia2424 3 ปีที่แล้ว

    Pranati saikia Prabhudew koti koti Namosker,

  • @apurbabhagawati4288
    @apurbabhagawati4288 3 ปีที่แล้ว +2

    Nice 👍

  • @surenbaruah1770
    @surenbaruah1770 3 ปีที่แล้ว +1

    কৃষ্ণ। কৃষ্ণ। ,🙏🙏

  • @dipalidas8073
    @dipalidas8073 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু সেৱা জনালো ।প্ৰভু আগন্তুক পবিত্ৰ ভাদ মাহৰ পবিত্ৰ কাৰ্য্যসুচি সমুহ তথা ঈশ্বৰৰ কৰ্ম সমুহ সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ প্ৰভু ভগৱন্তই আপোনাক সু স্বাস্থ্য পদান কৰক ,যাতে আপোনাৰ লগতে সহস্ৰ সহস্ৰ ভক্ত কৃত্য কৃত্য হয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম

  • @kamalkakoti8378
    @kamalkakoti8378 3 ปีที่แล้ว

    নিৰ্গুন কৃষ্ণৰ নাম শ্ৰৱন কৰি পৰম কৃতাৰ্থ লাভ কৰিছো।কৃষ্ণ।

  • @bhogramnath6500
    @bhogramnath6500 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু বাপ ইশ্বৰ । ইশ্বৰৰ গুণ শ্ৰৱণ কৰি পৰম তৃপ্তি পালোঁ । সকলো লোকৰ শান্তি আশিবাদ বিচাৰি ভগৱান ক প্ৰাৰ্থনা কৰিছোঁ । নমস্কাৰ কৃষ্ণ ।

  • @runumikakati4335
    @runumikakati4335 3 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ ,হে ৰসসিন্ধু বাপজনা শিৱৰ শ্ৰীমুখে ঈশ্বৰ স্তুতি শুনি আপ্লুত হ'লো ।কৃষ্ণ ।

  • @shenindrasaikia4495
    @shenindrasaikia4495 3 ปีที่แล้ว +3

    Krishna krishna bap .

  • @nilimapathak6714
    @nilimapathak6714 3 ปีที่แล้ว

    Krishna pravu 🙏🙏