Bhagwat Path || Riju Pathak || Video-55 (চতুৰ্থ স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে।০৩/০৭/২০২১

ความคิดเห็น • 278

  • @dipikagogoi2840
    @dipikagogoi2840 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো

  • @jintidas6948
    @jintidas6948 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ। বাপ।পুৱা সকলোৰে মঙ্গলৰ কাৰণে সেৱাহে জনালো কৃষ্ণ।

  • @ranjanarabha6619
    @ranjanarabha6619 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ আপোনাৰ দীৰ্ঘায়ু জীৱন হওঁক,ভবিষ্যত প্ৰজন্মৰ উন্নতৰ ও জ্ঞানী হওঁক এয়ে আমি অধমৰ পৰমাত্মাৰ ওচৰত সেৱা ও প্ৰাৰ্থনা ।কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jadavdas-gv8mx
    @jadavdas-gv8mx 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ মুখে কৃষ্ণ কথা শুনি বৰ আনন্দিত
    হৈছোঁ,অভাজনকো, আশীৰ্বাদ,কৰক, কৃষ্ণ নাম সদায় মুখত, থাকে

  • @lombitmoran4759
    @lombitmoran4759 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাৰ বাপ জনালৈ এই অভাজনে সেৱা জনালোঁ 🙏🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🙏

  • @LakhimiGohain
    @LakhimiGohain 3 วันที่ผ่านมา

    Krishna probhu Krishna Ram ❤❤❤❤

  • @kabitadas61
    @kabitadas61 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ কোটি কোটি প্ৰণাম জনালো ।

  • @pankajbora1978
    @pankajbora1978 3 ปีที่แล้ว

    Krishna pravu ponipat jonalu apunar path bekhyar majere kuwa kahini vage amar mon sporso kori goise bor val lagil apunar enedhoronor bekhyai noboprojonmok notun disor sondhan dibo pravu Vagawantoi kripa korok .... krishna

  • @harudragneel7357
    @harudragneel7357 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো ।

  • @anuraggogoi4455
    @anuraggogoi4455 3 ปีที่แล้ว

    কৃষ্ণ !
    সেৱা নিবেদিলোঁ প্ৰভুজনা !

  • @joyadevi2447
    @joyadevi2447 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ স্ববন কৰিলো লগতে শতকোটি পনিপাত নিবদন কৰিলো ।ৰাম কৃষ্ণ হৰি ।

  • @daisyrabha2343
    @daisyrabha2343 3 ปีที่แล้ว

    Krishna Krishna prabhu bhakti bhara sewa janaisu Krishna 🙏🙏🙏🙏

  • @bharatideka971
    @bharatideka971 2 ปีที่แล้ว

    Krishna prabhu Apunaloi Pranam Jonalo 🙏🙏🙏🙏🙏🙏🙏🙏🙏 .....

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 3 ปีที่แล้ว +5

    হৰি চৰণ চিন্তিও চিত্ত হৃদয়ে সৰ্বথা,
    মুখে বোলা ৰাম কৰ্ণে শুনা কৃষ্ণ কথা।
    প্ৰণাম বাপ। আশীৰ্বাদ কৰিব সকলো সময়তে ভগৱানক স্মৰণ কৰি থাকিব পাৰো।আপোনালোকৰ দৰে সন্ত মন্ত সকলৰ শ্ৰীমুখে কৃষ্ণ কথা অহৰ্নিষে শুনি থাকিবলৈ পাও।আপোনাৰ তথা পৰিয়ালটোৰ কুশল কামনা কৰিলো। কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @angshumalaborgohain3717
    @angshumalaborgohain3717 3 ปีที่แล้ว

    সেৱা জনাইছো 🙏পাঠ আৰু বাখ্য়া ভাল লাগিল ৰাম কৃষ্ণ

  • @jadavdutta658
    @jadavdutta658 2 ปีที่แล้ว

    বাপ সুন্দৰ ব্যাখ্যা শ্ৰৱণ কৰি আপ্লুত হ'লো।আন্তৰিক সেৱা ভাগ গ্ৰহন কৰিব।🙏

  • @sarajonisardar429
    @sarajonisardar429 3 ปีที่แล้ว +1

    Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @bhabanidas6326
    @bhabanidas6326 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ সেৱা জনালোঁ

  • @akakhsobarman5460
    @akakhsobarman5460 3 ปีที่แล้ว

    Krishna krishna bap eswar 🙏🙏🙏👏👌🏽👌🏽👌🏽👌🏽

  • @pradipkalita916
    @pradipkalita916 2 ปีที่แล้ว

    প্ৰভু সেৱা নিবেদিলো । সদাই যেন ঈশ্বৰৰ গুণ গান শুনি থাকিব পাৰোঁ ।

  • @sattriyadarpan7020
    @sattriyadarpan7020 3 ปีที่แล้ว

    প্ৰনাম বাপ , ৰাতিপুৱা আপোনাৰ অমৃত শ্ৰৱনেৰে দিনতো আৰম্ভ কৰো ৷ আপোনাক ধন্যবাদ

  • @manashidevi6721
    @manashidevi6721 2 ปีที่แล้ว

    Kishno kishno joi guru sankar 🙏🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 3 ปีที่แล้ว +1

    হৰি ৰাম কৃষ্ণ

  • @dambarusingh6973
    @dambarusingh6973 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @gunamaidevi4570
    @gunamaidevi4570 2 ปีที่แล้ว

    Krishna Krishna 🙏🏿 prabhu

  • @probhawati8478
    @probhawati8478 3 ปีที่แล้ว +5

    কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিলো ।গ্ৰহণ কৰিব।আপোনাৰ শ্ৰীমুখে বেকত হুৱা নাৰায়ণ বানীয়ে সঁচাকৈ আমাৰ চিত্ত কয়া শুদ্ধ কৰিছে প্ৰভূ।আপোনাৰ জন্মৰ সাৰ্থক।আমিয়ো যেন জনম জনম আপোনাৰ দাসীহৈ থাকিব পাওঁ।আপুনি চীৰঞ্জিবী হওক ।সপৰীয়াল কুশলে মঙ্গলে সৰ্বদা সুখীহৈ থাকক।এয়েআমাৰ শুভ কামণা কৃষ্ণ।

  • @padminikonwar34
    @padminikonwar34 3 ปีที่แล้ว

    Krishna baapjona shaxrodha pranam..mongole rakhok dirghaiu korok bhagwantoi apunak.xuva rattri

  • @amritsonowal7882
    @amritsonowal7882 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ranudas4561
    @ranudas4561 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 3 ปีที่แล้ว

    Ram Ram Krishna Ram Ram Krishna.

  • @parasmanidas0791
    @parasmanidas0791 2 ปีที่แล้ว

    কৃষ্ণ ৰাম গোপাল গোবিন্দ মাধৱ ৰাম ❤️

  • @champawatidekadeka336
    @champawatidekadeka336 3 ปีที่แล้ว

    প্ৰনাম প্ৰভূ কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 3 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ,পুৱাৰ ভক্তি পূৰ্ণ সেৱা আপোনাৰ চৰণত আগবঢ়ালো । সেৱা গ্ৰহণ কৰিব প্ৰভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @manjulabora8219
    @manjulabora8219 3 ปีที่แล้ว

    ধন্যবাদ। ধুনীয়া কৈ বুজাই দিয়াৰ বাবে 🙏🙏

  • @Statusking-ur9gd
    @Statusking-ur9gd 9 หลายเดือนก่อน

    Krishna Krishna Krishna prabhu

  • @rinahaloi2198
    @rinahaloi2198 3 ปีที่แล้ว

    ইমান সুন্দৰ বাক্খা। বৰ ভাল লাগিল।

  • @elimonidas3557
    @elimonidas3557 2 ปีที่แล้ว

    Krishna Krishna Bap 🙏 🙏 Pranam

  • @junumech653
    @junumech653 3 ปีที่แล้ว +15

    কৃষ্ণ প্ৰভূ ঈশ্বৰ কৃপালু গুৰুজনাৰ অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ অতি সুন্দৰ ভাগবত পাঠ ভাল লাগিছে প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি কৃষ্ণ

    • @jurumatalukdar5338
      @jurumatalukdar5338 3 ปีที่แล้ว

      কৃষ্ণ প্ৰভু সেৱা জনালো ।গ্ৰহণ কৰিব।

    • @rajdeep3368
      @rajdeep3368 3 ปีที่แล้ว +1

      In

  • @tulumonihazarika4090
    @tulumonihazarika4090 3 ปีที่แล้ว

    Kirshna 🙏provu .

  • @Himangshu12310
    @Himangshu12310 2 ปีที่แล้ว

    Krishna prabhu 🙏🙏🙏

  • @purnanandasaikia3278
    @purnanandasaikia3278 3 ปีที่แล้ว +1

    Krishna probhu pronam

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 3 ปีที่แล้ว

    Ram Krishna sewa jonalu🙏

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 3 ปีที่แล้ว

    Joy Sree Krishna 🙏🏻🙏🏻🙏🏻

  • @pritilekhachoudhury5517
    @pritilekhachoudhury5517 3 ปีที่แล้ว

    বাপ🙏🙏🙏আপোনাৰ পাঠ শুনি বহুত সাহস পালো 🙏🙏🙏

  • @bhabitachoudhury5531
    @bhabitachoudhury5531 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত সহস্ৰ প্ৰনাম

  • @sarumaibora6873
    @sarumaibora6873 3 ปีที่แล้ว

    কৃষ্ণ
    প্ৰণাম প্ৰভূ প্ৰণাম বাৰম্বাৰ প্ৰণাম আপোনাৰ তযু চৰণত। প্ৰভূ দয়া কৰি কৃপা কৰিব। 🙏🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏

  • @gopalchandradas4871
    @gopalchandradas4871 2 ปีที่แล้ว +1

    Dandabad prabhu

  • @rajenchetia869
    @rajenchetia869 3 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা প্রণাম নিবেদিলো কৃষ্ণ কৃষ্ণ

  • @bharatibaruah4882
    @bharatibaruah4882 3 ปีที่แล้ว

    Uttambyakhya.pranam janalu,Krishna

  • @jintibhuyan8278
    @jintibhuyan8278 3 ปีที่แล้ว

    Krishna Krishna Prabhu

  • @prabantisaikia4353
    @prabantisaikia4353 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @basundharikakati2310
    @basundharikakati2310 3 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা গ্ৰহণ কৰিব ।পুৱাভাগতে আপোনাৰ শ্ৰীমূখে কৃষ্ণকথা শুনিবলৈ পাই ভাল লাগিল । জয় গুৰু শঙ্কৰ ।

  • @mnath7444
    @mnath7444 3 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , ভক্তি ভৰা সেবা জনালোঁ , 🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna'ram 🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ🙏

  • @rinalahkar8437
    @rinalahkar8437 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ সেবা গ্ৰহণ কৰিব🙏🙏

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 3 ปีที่แล้ว

    Krishna Krishna Krishna Krishna Bap

  • @ranunayak3161
    @ranunayak3161 3 ปีที่แล้ว

    Krishna bap 🙏🙏

  • @surenbaruah1770
    @surenbaruah1770 3 ปีที่แล้ว

    কৃষ্ণ, কৃষ্ণ ,🙏🙏

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @tilakdas139
    @tilakdas139 2 หลายเดือนก่อน

    🙏🙏🙏

  • @taralanath3876
    @taralanath3876 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম

  • @pradiphandique7872
    @pradiphandique7872 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ৷৷

  • @khargeswarkalita3502
    @khargeswarkalita3502 3 ปีที่แล้ว

    কৃষ্ণ। প্ৰণাম গুৰু দেৱ ভক্তিভৰা সেৱা ভাগ গ্ৰহণ কৰিব। কৃষ্ণ।

  • @mridulbaruah4072
    @mridulbaruah4072 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ
    ৰাম ৰাম

  • @pranatisaikia2424
    @pranatisaikia2424 3 ปีที่แล้ว

    Pranati saikia Prabhu Essar apunar bhagawatar kotha huni bar ananda paesu,. apuner saranat koti koti parthana jonjesu?

  • @minatideka7551
    @minatideka7551 3 ปีที่แล้ว

    Prabhu eswar bhakti vara pronipat jonalo❤❤

  • @animabayan9402
    @animabayan9402 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 2 ปีที่แล้ว +1

    Ram Ram Ram.

  • @monikahazarika6506
    @monikahazarika6506 3 ปีที่แล้ว +3

    Krishna ,bap iswar saront pronipat jonalu. Krishna. ............

  • @prafullabora5386
    @prafullabora5386 3 ปีที่แล้ว +3

    হে প্রভু জন, শ্রৱণ কৰি পৰম আনন্দিত হলো।। কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ

  • @lakhiborah4897
    @lakhiborah4897 13 วันที่ผ่านมา

    প্ৰণাম🙏🙏🙏🙏🙏🙏🙏

  • @moheswarmoheswar3028
    @moheswarmoheswar3028 11 หลายเดือนก่อน

    Krishna Krishna bap .🙏🙏🙏🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 19 วันที่ผ่านมา

    Apuni bhogaban❤❤pronam probhu

  • @debadash7047
    @debadash7047 3 ปีที่แล้ว +1

    Rahila Bala Das
    Krishno Bap Pronam

  • @ratnarayray5094
    @ratnarayray5094 3 ปีที่แล้ว

    🙏 , krishna bap bohut val lagil

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 3 ปีที่แล้ว

    বাপ ঈশ্বৰৰ কি মতে ভক্তি কৰিম কৰযোৰে সেৱা আগবঢ়ালো । কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ

  • @binadeka9674
    @binadeka9674 2 ปีที่แล้ว

    Krishna Krishna Bap.

  • @haricharandeka1373
    @haricharandeka1373 3 ปีที่แล้ว

    Dhanyabad pravu

  • @AnupSaikia-g9b
    @AnupSaikia-g9b 5 หลายเดือนก่อน

    Jai Shree Krishna

  • @animadutta4133
    @animadutta4133 3 ปีที่แล้ว

    Krishna pronam probhu.

  • @DO____LEY
    @DO____LEY 2 ปีที่แล้ว

    Hare Krishna 💙

  • @pareshbora816
    @pareshbora816 3 ปีที่แล้ว

    Krishna krishna🙏

  • @nilimapathak6714
    @nilimapathak6714 3 ปีที่แล้ว

    Krishna pravu 🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা, শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক।
    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏

  • @tribeniborah1368
    @tribeniborah1368 4 หลายเดือนก่อน

    🙏

  • @subornaroy9303
    @subornaroy9303 3 ปีที่แล้ว

    Prabhu hewa janalu krishna krishna mur anta atma

  • @anjalibaruah7669
    @anjalibaruah7669 3 ปีที่แล้ว

    কৃষ্ণ🙏🙏 সেৱা ভাগ গ্ৰহণ কৰিব বাপ🙏🙏

  • @jadavdutta658
    @jadavdutta658 2 ปีที่แล้ว

    বাপ সশ্ৰদ্ধ প্ৰনাম🙏

  • @dilipbaishya6955
    @dilipbaishya6955 3 ปีที่แล้ว

    Krishnamoy Tanay. ,🙏🙏🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 3 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সকলোকে ভগৱানে ভালে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো কৃষ্ণ!

  • @gitalineog930
    @gitalineog930 4 หลายเดือนก่อน

    Krishna 🙏🙏🙏

  • @bibhamedhi6490
    @bibhamedhi6490 3 ปีที่แล้ว

    কৃষ্ণ বাপ🙏, ৰাতি পুৱা আপোনাৰ ভাগৱত শ্ৰুতিৰে দিনতো আৰম্ভ কৰোঁ,মনতো বৰ ভাল লাগে। যোৱা কালী চতুৰ্থ স্কন্ধৰ ৫৫ভিডিঅতো বিচাৰি আছিলোঁ,আজি শুনিব পায় বৰ ভাল লাগিল 🙏 কৃষ্ণ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো,।

  • @dipalidas8073
    @dipalidas8073 3 ปีที่แล้ว +5

    কৃষ্ণ ৰাম হৰি ৰাম সেৱা জনালো কৃষ্ণ

    • @kusumkalita828
      @kusumkalita828 3 ปีที่แล้ว

      Provu Amrit pun korisu xeyhe krisna;; madhobo

  • @rupasaikia7513
    @rupasaikia7513 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু,আজি সজল পুৱাতো আপোনাৰ শ্ৰীমুখে ব্যক্ত হোৱা ভক্তি ৰসমুক্ত ভাগৱত পাঠেৰে আৰম্ভ কৰি নিজকে ধন্য মানিছো।ঈশ্চৰ পুৰুষে আপোনাক অবিৰাম কৃষ্ণ কথা কবলৈ শক্তি দি কুশলে ৰাখক।🙏🙏🙏🙏

  • @pramudnath2228
    @pramudnath2228 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ ।

  • @joontibordoloi9396
    @joontibordoloi9396 3 ปีที่แล้ว

    Krisna

  • @rimaborah6457
    @rimaborah6457 3 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ পুৱাই অমৃত পান কৰালে আপোনাক শতকৌটি প্ৰনাম জনালো৷

    • @purnabora8200
      @purnabora8200 3 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ ৰাম