News 18 বিশেষ | Conversion Into Christianity : মিথ্যাচাৰেৰে ৰাজ্যত ধৰ্মান্তৰকৰণৰ চক্ৰবেহু |

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ม.ค. 2025

ความคิดเห็น • 712

  • @BirenParja
    @BirenParja หลายเดือนก่อน +162

    যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।

    • @hunsonowal2012
      @hunsonowal2012 หลายเดือนก่อน +12

      Praise God

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน +8

      Reference Bible Matthew 5:-11,12.

    • @NIRGUN-NIRAKAR5983
      @NIRGUN-NIRAKAR5983 หลายเดือนก่อน +5

      এফালে স্কুল, চিকিৎসালয় নিৰ্মাণ কৰে আৰু আনফালে যীশুক পূজা কৰিলে সকলো বেমাৰৰ পৰা ৰক্ষা পৰে! এনে দুই নাওত দুই ভৰি কিয় ?

    • @j.kassam4508
      @j.kassam4508 หลายเดือนก่อน +9

      Jai isu..

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน

      ​​@@NIRGUN-NIRAKAR5983👉 Jisuwe jiman din prithvit asile, jiman rugi paisile, jenekuwa rug kiyo nohouk, sab rugik hustho korile, aur manuhok adhikaru dile, tewor namot rug hustho koriboloi. kintu Jisuwe kole, rug hustho huwat besi anondo kori lav nai, kintu amar nam je jivan pustokot likha ase, hei karne anondo koribo lage.

  • @martechungkong5407
    @martechungkong5407 หลายเดือนก่อน +167

    অনুগ্ৰহ কৰি এনেকুৱা মিছা বাতৰি প্ৰচাৰ নকৰিব । সকলো মানুহৰে ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতা আছে । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে কেতিয়াও ধৰ্ম লবলৈ কাকো যোৰ নকৰে । ধন্যবাদ।

  • @PromudDaimari
    @PromudDaimari หลายเดือนก่อน +58

    এই যি ঘটনা হৈ আছে, ইয়াৰ
    বিষয়ে আমি নাজানো কিন্তু খ্ৰীষ্টান আৰু যীশু খ্ৰীষ্টৰ বিষয়ে উল্লেখ কৰি
    বিভিন্ন যুক্তি দিয়া প্ৰশ্ন কৰা দেখা গৈছে।
    ঘটনা যিয়ে নহক কিন্তু যীশু খ্ৰীষ্ট পৰিত্ৰাতা , বাইবেল পঢ়ক বুজি বাবে।

  • @hunsonowal2012
    @hunsonowal2012 หลายเดือนก่อน +85

    “এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
    মথি 28:19-20

    • @jyotidoleyassam.5838
      @jyotidoleyassam.5838 หลายเดือนก่อน +3

      Amen praise the LORD 🙏💞

    • @Sambrah
      @Sambrah 29 วันที่ผ่านมา +1

      ❤❤

    • @raginidoley
      @raginidoley 20 วันที่ผ่านมา +1

      Amen

  • @rubihazarika9956
    @rubihazarika9956 หลายเดือนก่อน +85

    I m Christian so I proud feel
    Praise The Lord 🙏🙏

  • @BokologSangna
    @BokologSangna หลายเดือนก่อน +28

    11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।

  • @mrinmayrabha4326
    @mrinmayrabha4326 หลายเดือนก่อน +11

    মিছা কথা আৰু মিছা বাতৰি , খ্ৰীষ্টান লোকে কেতিয়াও তেনেকৈ নকৰে ৷

  • @attonghoro7914
    @attonghoro7914 หลายเดือนก่อน +62

    যিমানেই হাজাৰ বাৰ দোষাৰোপ কৰিলেও খ্ৰীষ্টানৰ একো হানি নহব কিয়নো বাক্যত লিখা আছে
    লোক 10:19 চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
    লূক 10:19

    • @MinuBania-s8x
      @MinuBania-s8x หลายเดือนก่อน +3

      REAL GOD MAHADEV

    • @ThanglongWancho
      @ThanglongWancho หลายเดือนก่อน

      😵😵😵😵@@attonghoro7914

    • @hunsonowal2012
      @hunsonowal2012 หลายเดือนก่อน +3

      Praise God ❤

    • @RanalRabha
      @RanalRabha หลายเดือนก่อน +3

      Jesus 👑🙏

    • @AbhijitNanda-l3i
      @AbhijitNanda-l3i หลายเดือนก่อน +1

      Amen ❤

  • @NiruNarzary-qb3ml
    @NiruNarzary-qb3ml หลายเดือนก่อน +26

    News bilakok jisur Naam christian dhormo prochar hoi ase. praise the lord amen

    • @RanalRabha
      @RanalRabha หลายเดือนก่อน +1

      Thik koisa 🎉

  • @Jayanta91
    @Jayanta91 หลายเดือนก่อน +40

    We are not Hindu we are tribal and our religion is not Hindu

    • @PhuraLung
      @PhuraLung หลายเดือนก่อน +2

      So tribal is christian? Tribal is hindu

    • @NIRGUN-NIRAKAR5983
      @NIRGUN-NIRAKAR5983 หลายเดือนก่อน

      HINDUISM includes a diversity of ideas on spirituality and traditions, but has NO ECCLESIASTICAL ORDER, NO UNQUESTIONABLE RELIGIOUS AUTHORITIES, NO GOVERNING BODY, NO PROPHET (s) nor any BINDING HOLY BOOK; Hindus can choose to be polytheistic, pantheistic, panentheistic, pandeistic, henotheistic, monotheistic, monistic, agnostic, atheistic or humanis.
      [wiki/Hinduism

    • @janaktanti3932
      @janaktanti3932 หลายเดือนก่อน +1

      Hindu is not religion hindu is only political propogenda

    • @jennienour4249
      @jennienour4249 หลายเดือนก่อน

      😂 tribal is hindu? ​@@PhuraLung

    • @rabin7080
      @rabin7080 หลายเดือนก่อน

      Hindu /Christian nijaor icha.

  • @TilakRabha-yj9wb
    @TilakRabha-yj9wb หลายเดือนก่อน +40

    প্ৰভু যীচু স্বৰ্গৰ পৰা এই পৃথিৱীত মানুহ হৈ জন্ম ল'লে । মানৱ জাতিৰ পাপৰ ভাৰ ক্ৰুচত ল'লে মৃত্যুৰ পৰা জী উঠিলে ।জী উঠি ৪০ দিন পৃথিৱীত জীয়াই থকিল ।আৰু যিদিনাখন প্ৰভু যীচুক পৃথিৱীৰ পৰা স্বৰ্গ লৈ নিয়া হ'ল সেই দিনাখনেই তেওঁ ক'লে মই আকৌ আহিম। ধাৰ্মিক বিলাকক নিবলৈ আমেন❤❤❤

    • @digantaanthony27
      @digantaanthony27 หลายเดือนก่อน +5

      আমেন

    • @SumiSwargiary-s8z
      @SumiSwargiary-s8z หลายเดือนก่อน +2

      Jesus is truth he is only one jinda god ...

    • @jintucreationxyz
      @jintucreationxyz หลายเดือนก่อน

      😂😂😂😂

    • @jintucreationxyz
      @jintucreationxyz หลายเดือนก่อน +3

      কোনে কলে 😂😂 যিছু ৰ নামত দুখীয়া মানুহক বুৰ্বক বনোৱা বন্ধ কৰা..

    • @mnbcorner3871
      @mnbcorner3871 หลายเดือนก่อน

      Amen

  • @AnimaLogun
    @AnimaLogun หลายเดือนก่อน +12

    খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলক মিছা বদনাম নকৰিব কোনেও কাকো force কৰি কাৰো ধৰ্মত আনিব নোৱাৰে । praise the Lord 🙏

  • @brothersglobe5706
    @brothersglobe5706 หลายเดือนก่อน +10

    এইটো এটা সম্পূৰ্ণ Pre Planned making কৰি কৰা নিউজ। সঁচা খ্ৰীষ্টিয়ান মানুহে কাকো কেতিয়াও জোৰ জুলুম নকৰে।

  • @mintugogoi5156
    @mintugogoi5156 หลายเดือนก่อน +49

    Praise the lord 🙏✝️

  • @BirenParja
    @BirenParja หลายเดือนก่อน +38

    আমাৰ লখিমপুৰতো আহক নিউজ বনাবলে 😂😂 আমাৰ গাঁৱত 500+ খ্ৰীষ্টান পৰিয়াল আছো..

    • @HumenGogoi-y1u
      @HumenGogoi-y1u หลายเดือนก่อน +2

      Praise the Lord

    • @jugalk3954
      @jugalk3954 27 วันที่ผ่านมา

      ​@@HumenGogoi-y1u lord... Ki bhakha aitu... Nirlojjyo

    • @samual3827
      @samual3827 4 วันที่ผ่านมา

      Thank you ✝️✝️✝️✝️

  • @ভাস্কৰ-দত্ত
    @ভাস্কৰ-দত্ত หลายเดือนก่อน +28

    ইমান মিছা বাতৰি প্ৰচাৰ নকৰিব🙏🙏🙏

  • @najenamsi234
    @najenamsi234 หลายเดือนก่อน +45

    ঈশ্বৰৰ সমান কোনো নাই ।‌

    • @jwngsarbh1949
      @jwngsarbh1949 หลายเดือนก่อน +1

      Kei toka pale moha khoi🙌🏻🤣

    • @hunsonowal2012
      @hunsonowal2012 หลายเดือนก่อน

      Tumi dila

    • @hunsonowal2012
      @hunsonowal2012 หลายเดือนก่อน +1

      “এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
      মথি 28:19-20

    • @jyotidoleyassam.5838
      @jyotidoleyassam.5838 หลายเดือนก่อน +2

      God is not a religion,
      There is only one God, and his name is Jesus,
      Jesus is very coming soon,

    • @bkkhawbung6114
      @bkkhawbung6114 หลายเดือนก่อน

      ​@@jwngsarbh1949kiman toka lage tmr

  • @shyamamunda934
    @shyamamunda934 หลายเดือนก่อน +7

    খৃষ্টানৰ কি শক্তি আছে যে হিন্দুক খৃষ্টান কৰিছে। আৰু হিন্দুৱে খৃষ্টানক কিয় হিন্দু কৰিব পৰা নাই। ইয়াৰ কাৰণ টো কবনে

    • @jintucreationxyz
      @jintucreationxyz หลายเดือนก่อน

      কাৰণ হ'ল ভাল মানুহৰ সংখ্যা কমি আছে...

  • @pradeeptiru7815
    @pradeeptiru7815 หลายเดือนก่อน +12

    সচা কথাটো বিচাৰি উলিয়াওক এনেই মিছা বাতৰি পৰিবেশণ নকৰিব

    • @jugalk3954
      @jugalk3954 27 วันที่ผ่านมา

      Ki miss kole

  • @BilliumKashmar
    @BilliumKashmar หลายเดือนก่อน +31

    Prabhu yeshu mashi ki stuty aradhana Ho Amen ❤❤❤

  • @NATHNELKACHAP
    @NATHNELKACHAP หลายเดือนก่อน +10

    অসত্যৰ পৰা মানুহে সত্য লৈ গমন কৰিছে । সত্য ঈশ্বৰ যীশু খৃষ্টৰ মহিমা
    হওক।

  • @ChristjyotiImmanuel
    @ChristjyotiImmanuel หลายเดือนก่อน +9

    Dhanyawad Priyo darkhini baideu👍🏼. Apunar joriyote prabhu jisur mohima hoi ase. Enedore gutei Assam aru gutei bharat aru gutei biswat ghuri ghuri apuni Jesur mahimar news bonabo parino .

  • @sanatanhira7726
    @sanatanhira7726 หลายเดือนก่อน +7

    ঈশ্বৰে আশীৰ্বাদ কৰক ... সকলো ধৰ্মৰ ... সকলো বিষয়ৰ লোককে। প্ৰভু যিশুই সহায় কৰক ।আমেন।

  • @gopalchetry4349
    @gopalchetry4349 หลายเดือนก่อน +11

    মিছা কথা,,, ময়ো জাও গিৰ্জা,,,কুনেও 5,টকা এটা নিদিয়ে,,।মুক ভাল লাগে হেই কাৰণে জাও,,। আৰু এতিয়া পৰ্ব সময়ত কেলে এই বিলাক,,কাম কৰে,,হা,, আৰু বেলেগ সময় নাই হেই,, কিছুমান ফটকিয়া নিউজ বোৰৰ,,।

  • @benipegu2302
    @benipegu2302 หลายเดือนก่อน +6

    তোমাৰ কোনো দিন শান্তি,
    নহ'ব, তোমাৰ কথাত ধৰিব
    পাৰিছো যে, তোমাৰ মৰম নাই,
    আৰু জ্ঞান নাই, এই বাবে মানুহৰ
    মাজলৈ বিভাজন ঘটাই আছ, কথা
    ক'ব জানে, আৰু, কি কি বনায় কয়,
    জনা মানুহে তোমাৰ কথাত বিশ্বাস
    নলব, এই বাবে অনুৰোধ, ভৱিষ্যতে
    এনে বাতৰি প্ৰকাশ নকৰিব,

  • @JanilGogoi
    @JanilGogoi หลายเดือนก่อน +9

    এইবিলাক কিয় কৰিছে তোমাৰ ভাল নাইলগা নালাগে যাবলে, কাৰো নিন্দা নকৰিবা ,

  • @Broeditz55
    @Broeditz55 หลายเดือนก่อน +7

    আমিও আগতে হিন্দু ধৰ্মত আছিলোঁ আৰু এতিয়া খ্ৰীষ্ট ধৰ্মত। কিন্তু যিমান খিনি মই জানো খ্ৰীষ্ট বিশ্বাসী সকলে কাকো যুৰ কুৰি বা forcefully ধৰ্ম সলনি কৰিব নকয় ।জানেনে ??যদি নাজানে এনেকুৱা ভুৱা বাতৰি প্ৰস্তাৱ নাৰাখিব দেই।

  • @jesuschrist3367
    @jesuschrist3367 หลายเดือนก่อน +13

    বাইদেউ আপোনালোকক ঈশ্বৰে ক্ষমা কৰক কিয়নো আপুনি নাজানী অসত্যক কয় আছে সেই বাবে আপুনি জলদি হি সত্যক যানিব আৰু সেই সত্যয় হৈছে প্ৰভু যীচু খ্ৰীষ্ট আপোনালোকে যিমান এনেকৈ কব প্ৰভুৰ ৰাজ্য সিমানেই বৃদ্ধি হব

  • @IsahakBhumij-rh1ug
    @IsahakBhumij-rh1ug หลายเดือนก่อน +6

    প্ৰভু যীচু তোমাৰ আৰু মোৰ পাপৰ কাৰণে তেওঁ মৰিল তুমি যীচু ক বিচাক কৰিবা

    • @jugalk3954
      @jugalk3954 27 วันที่ผ่านมา

      Baal amar krne morisil. Ki illogical kotha.. ji koribi heiye pabi. Tur karone blg e aku krbo nuaru... Soku khuli sa hosa ki

  • @rahultube7978
    @rahultube7978 หลายเดือนก่อน +12

    Prabhu ehoty aku najane tar karny ankuwa kori ase ehotok maff kori debo Amen

  • @fulzenergu1150
    @fulzenergu1150 หลายเดือนก่อน +19

    Amar manob jatir sobotke dangor God hol jesus 🙏🙏

  • @prodipdaimari8722
    @prodipdaimari8722 หลายเดือนก่อน +6

    সকলো অভযোগ মিচা, মিচা কোৱা মহা পাপ ,
    পাপক ভয কৰিবা,জীৱনত সকলো পালেও নিজৰ
    জীৱন যদি হেৰোৱাই জীৱন মহা বিপদত পৰিব ,
    জীৱন এবাৰেই পাবা বাৰে বাৰে নহয়,
    গতিকে,সৱধান হোৱা পাপ নকৰিৱা

    • @GK-compititive_exams
      @GK-compititive_exams หลายเดือนก่อน

      Misa koa pap jodi 2malk misa koat ustat,, din dokait tohot,, eman a jodi tohotr dhormo pobitra tenehole engraje eman pobitra dhormo follow kori kio oityasari asil

  • @archanaborooah6323
    @archanaborooah6323 หลายเดือนก่อน +13

    প্ৰকৃত খ্ৰীষ্ট লোকে কাকো যোৰ কৰি ধৰ্ম পৰিৱৰ্তন নকৰে ।প্ৰভু ষীচুৰ জয় হওঁক । ঈশ্বৰৰ প্ৰশংসা হওঁক।

  • @RajdeepMohan-i4e
    @RajdeepMohan-i4e หลายเดือนก่อน +25

    Praise the lord

  • @biswajitekka986
    @biswajitekka986 หลายเดือนก่อน +5

    Dear Media Madam, please never play or go against any religion.... You are playing with God... God will have mercy on you... Remember.

  • @KRavi-cw3sn
    @KRavi-cw3sn หลายเดือนก่อน +10

    christanity is the bigest & peace full religion in the world you know?

  • @dhrubamili7551
    @dhrubamili7551 หลายเดือนก่อน +22

    Praise the lord!!❤❤❤

  • @pritikumar2154
    @pritikumar2154 หลายเดือนก่อน +4

    praise God... jesus is the light of the world....every knee shall bow and every tongue will confess that jesus is lord..He is the King of king

  • @MangalBaro-b7e
    @MangalBaro-b7e หลายเดือนก่อน +12

    Jisuk ,atmik bishas nohole kenekoi bhal hobo ,karon teyo bhal koribo.Amen.

    • @jugalk3954
      @jugalk3954 27 วันที่ผ่านมา

      Baal koribo . Nije bhal koribi bhal pabi

  • @jasminbegum5336
    @jasminbegum5336 หลายเดือนก่อน +3

    Kam nai aru hindu muslim christian kori thak.

  • @dolibosumatary3166
    @dolibosumatary3166 หลายเดือนก่อน +7

    I love Jesus amen

  • @RojitaDas
    @RojitaDas หลายเดือนก่อน +7

    Reporter joni pagoli hol..

  • @dipakrabha2866
    @dipakrabha2866 หลายเดือนก่อน +7

    আপোনালোকে কিয় ইমান মিছা কথা কয় আপোনালোকক ইমান মিছা কথা কবলৈ কোনে শিকায়

  • @frolinaDShira
    @frolinaDShira หลายเดือนก่อน +5

    Thanks to News 18 Assam. For letting us know many more worshiping place of Living God. Praise the Lord

  • @MerryDoleyVlogs
    @MerryDoleyVlogs หลายเดือนก่อน +4

    Praise the lord ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @BhanuRabha-i6p
    @BhanuRabha-i6p หลายเดือนก่อน +3

    সেই কাৰণে মই অসমৰ news টুৱে নাচায় আগৰ পৰাই ,

  • @christgyanpanging3726
    @christgyanpanging3726 หลายเดือนก่อน +7

    God is almighty he can do everything

  • @AlbanoKramsa
    @AlbanoKramsa หลายเดือนก่อน +7

    Press the Lord haliluya

  • @MrigenAssam
    @MrigenAssam หลายเดือนก่อน +4

    God bless you

  • @priyanshunag9163
    @priyanshunag9163 หลายเดือนก่อน +7

    মিছা অপবাদ দি লাভ নাই

  • @Mr.wilson88-b
    @Mr.wilson88-b หลายเดือนก่อน +9

    Missa kotha koba nalage apunalukor bhogoban nao sai ase missa kotha koi asa but aku nai Jishu preaching hoi ase praise the lord Jesus 🙏

  • @DevojitChintey
    @DevojitChintey หลายเดือนก่อน +17

    Praise the lord jay mashi i love jesus ❤❤❤

  • @hopeofgod6282
    @hopeofgod6282 หลายเดือนก่อน +7

    Amen praise the lord 🙏✝️✝️✝️✝️ যীচু খ্ৰীষ্ট নাম মহান হয়

  • @Yukta5623
    @Yukta5623 หลายเดือนก่อน +2

    Praise God, I request you to please read the Bible once sister, God bless you 🙏I pray for u that my Lord touches your heart too❤, Amen 🙏

  • @Borokha1481
    @Borokha1481 29 วันที่ผ่านมา +1

    Jesus says I'm the way the Truth and the life John 14:6

  • @nondeswarkaman4407
    @nondeswarkaman4407 หลายเดือนก่อน +6

    Iam a Christian.I love Jesus Christ.Real True God Jesus Christ 🙏🙏

  • @DeepTaw-kr4gj
    @DeepTaw-kr4gj หลายเดือนก่อน +3

    ঈশ্বৰৰ বিষয়ৰ কথা আত্মাৰেহে বুজি পাব

  • @fs.alipkandulna7813
    @fs.alipkandulna7813 หลายเดือนก่อน +4

    Christian dhormo luke ketyau proluvon nidiye jun manuhe Jesus k buji pai tai Christian dhormo loi ahise kuneu kaku proluvon nidiye.Amen⛪️

  • @firoudekka2913
    @firoudekka2913 หลายเดือนก่อน +2

    যীশুৱে স সত্যৰ কথা শিকাই, আৰু সত্যক বহুতে ভালো নাযায় ।

  • @LabanyaKalita-i6m
    @LabanyaKalita-i6m หลายเดือนก่อน +6

    Praise The Lord 🙏🙏

  • @RenfiaSangma
    @RenfiaSangma หลายเดือนก่อน +2

    I am kristian ,i love my jisus amen,

  • @nirmalipradhan967
    @nirmalipradhan967 หลายเดือนก่อน +2

    মিছা অপবাদ দিয়া কেইজনৰ বিচাৰ জীৱিত ঈশ্বৰে কৰিব, আৰু ঈশ্বৰে বেমাৰ ভাল কৰাৰ লগতে, আন কিমান কাম কৰিছে ভালকৈ চালে সকলোৱে জানিব পাৰিব, এটা কথা মনত ৰাখিব যীশু সৰ্বোপৰি ঈশ্বৰ তেৱেঁই সকলোৰে বিচাৰ কৰিব। অপবাদ অত্যাচাৰ চলি আহিছে, চলি যাব। কিন্তু ঈশ্বৰৰ ৰাজ্য কেতিয়াও শেষ হোৱা নাই আৰু শেষ নহব প্ৰতিফল দিউতা জীৱিত ঈশ্বৰে সকলোকে উছিত সময়ত প্ৰতিফল দিব।

  • @prodipsanga3807
    @prodipsanga3807 หลายเดือนก่อน +4

    Thanks for the gospel given by the 4th pillar of the state news channels.

  • @bklifevlogs
    @bklifevlogs หลายเดือนก่อน +5

    Sstr god sai Ase kune Ki kori Ase,,, 1/scientist fast Christian manu,..2/holder doni manu hol Christian,,3/population 1 Nambar t Christian manu,,4/ Babel kitab kina hoi besi,,,,,5/Nambar 1 footballer hoi Christian,,, TH-cam besi ke following thoka manu to hol Christian,,,, popular singer hol Christian,,,aru besi ke sidha sadha manu hol Christian,,,,ato hoi se Jesus Christ r morom,,,,aru school college hospital to ase,,, amen ✝️ God bless you

  • @paulrao585
    @paulrao585 หลายเดือนก่อน +3

    Religion divides, love unites. Jesus Christ didn't come to introduce religion but to show us the path of truth, love, redemption, salvation. Jesus Christ says,"I am the Truth, Way and Life."

  • @BhaitiDoley-xe2wh
    @BhaitiDoley-xe2wh หลายเดือนก่อน +7

    I love Jesus.....❤........❤............❤

  • @simaksheechaulkara1842
    @simaksheechaulkara1842 หลายเดือนก่อน +3

    Praise the lord amen amen amen ❤ ❤❤

  • @BallodevRabha
    @BallodevRabha หลายเดือนก่อน +1

    আমাৰ ঈশ্বৰৰ মানুহৰ কমেণ্ট চাই ভাল লাগিল যাতে বেয়া কথা আমাৰ মাজত কয়। তিয়া মাত মতা ভাল।

  • @tartiusbarlaofficial510
    @tartiusbarlaofficial510 หลายเดือนก่อน +16

    Praise the Lord 🙏

  • @SURADHRABHA-c2m
    @SURADHRABHA-c2m หลายเดือนก่อน +4

    Media vanti trible manuh bilak hindu dhormor manuh nohoy, jonojati manuhkhini songsarik lokhe

  • @ThanglongWancho
    @ThanglongWancho หลายเดือนก่อน +1

    From 30 years I study all religious Book,I feel Holly Quran is true and scientific prove.and also feel Muslim is true religion

  • @hiranyaboro9061
    @hiranyaboro9061 หลายเดือนก่อน +6

    Jisu e papor pora aru norokor pora bosabo ahise,,,pisot jen norokot jabo loga nohoi,,, logote hangbadik biilakewo

  • @sangitasaikia5374
    @sangitasaikia5374 หลายเดือนก่อน +2

    Jisus is my king , my lord almigjty God

  • @JuliKgdas
    @JuliKgdas หลายเดือนก่อน +7

    Apunaluke news napai niki ai khan dharma niropoikha desh

  • @georgesoreng458
    @georgesoreng458 หลายเดือนก่อน +16

    I am proud of Christian

    • @ThanglongWancho
      @ThanglongWancho หลายเดือนก่อน

      🤮🤮🥱🥱🥱

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน +2

      Nijor dhrormok proud nokora kunu nathake, kintu ji jone manuhor papor var uthai, nij tejere manuhor pap dhui diye, hei Jisuk hokoluwe ekdin atmare proud koribo.

    • @ThanglongWancho
      @ThanglongWancho หลายเดือนก่อน

      🥱🥱🥱@

  • @KongariBilson
    @KongariBilson หลายเดือนก่อน +4

    Praise the lord, gospel tu media yai prosar korise vl lagil

  • @panchidaimary7467
    @panchidaimary7467 หลายเดือนก่อน +3

    Praise the lord, Hallelujah Amen!!

  • @EmmanuelTaid
    @EmmanuelTaid หลายเดือนก่อน +7

    Himanta mama potiyaise mane tohotok😅😅😅😅😅

  • @Intelligentmarak-jj9tp
    @Intelligentmarak-jj9tp หลายเดือนก่อน +13

    Christian's like here 😂✝️

  • @surajskorea8897
    @surajskorea8897 หลายเดือนก่อน +2

    Thank you, media, for proclaiming the good news on behalf of Christian faith 🙏

  • @ANJALIHERENZ-p1m
    @ANJALIHERENZ-p1m หลายเดือนก่อน +2

    Jesus is powerful Jesus is True so Thank you Jesus Hallelua, Amen.

  • @silbisterlohar2933
    @silbisterlohar2933 หลายเดือนก่อน +4

    Amen

  • @SSang550
    @SSang550 หลายเดือนก่อน +11

    False News

    • @ThanglongWancho
      @ThanglongWancho หลายเดือนก่อน

      Chistrain ban gaya ka

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน

      ​​@@ThanglongWancho👉 Christian ka matlab hota he, moksh aur ananta jivan ka pratigya paya huwa log, reference (Bible John 5:24).

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน

      ​​​@@ThanglongWancho👉Christian ka matlab hota he, moksh aur ananta jivan ka pratigya paya huwa log, reference (Bible John 5:24).

    • @punarutthan23
      @punarutthan23 หลายเดือนก่อน +2

      👉Christian ka matlab hota he, moksh aur ananta jivan ka pratigya paya huwa log, reference (Bible John 5:24)

  • @SwmkwrMushahary-u4l
    @SwmkwrMushahary-u4l หลายเดือนก่อน +8

    Assamese mani misa kota koa manu

    • @rabin7080
      @rabin7080 หลายเดือนก่อน

      Jai jisu. Apuni bidekhir neki?

  • @UNKNOWN08910
    @UNKNOWN08910 หลายเดือนก่อน +2

    Merry christmas mam🎉

  • @christgyanpanging3726
    @christgyanpanging3726 หลายเดือนก่อน +4

    God is truth.

  • @RanajBasumatary
    @RanajBasumatary หลายเดือนก่อน +4

    Fake news

  • @juliushbaglari
    @juliushbaglari หลายเดือนก่อน +9

    Sob misa kotha naipai teneke koba

  • @biswajitdaimari719
    @biswajitdaimari719 หลายเดือนก่อน +3

    GOD bless u God is Great

  • @BadalKishan-ne5iu
    @BadalKishan-ne5iu หลายเดือนก่อน +3

    Hallelujah amen

  • @anjubarda2040
    @anjubarda2040 หลายเดือนก่อน +1

    News tu babod kiman toka pale baa baideuye😂

  • @Welsanbloge
    @Welsanbloge หลายเดือนก่อน +2

    Isoror gowrob hok . Amen Amen Amen Isoror Prem apunar logot hodai thakok God bless you ✝️

  • @MoneshLagasu
    @MoneshLagasu หลายเดือนก่อน +1

    Misake manubure koi purise

  • @dxvlog529
    @dxvlog529 หลายเดือนก่อน +2

    Bajinder sing or video sabo

  • @DorponBaching
    @DorponBaching หลายเดือนก่อน +2

    Praise the lord Amen

  • @albertsangma4627
    @albertsangma4627 หลายเดือนก่อน +2

    মিচা বাতৰি, মন্তব্য দিয়া বোৰ সকলো মিচা

  • @dibyajyotibounia6988
    @dibyajyotibounia6988 หลายเดือนก่อน +3

    Christian Luke ketiau enekoi nokore misake enekoi news nobonabo

  • @vijayboro5261
    @vijayboro5261 หลายเดือนก่อน +1

    Anchor jon educated jen lagisil kintu ai news tu sai Quality gom pua gol je Tai Aaru bohut khikobo baki aase.
    Aibur kiba news hol ne?

  • @ABentertainment-
    @ABentertainment- 26 วันที่ผ่านมา

    ঈশ্বৰৰ নাম তথা প্ৰভু যীচু নাম ধন্য হওঁক! প্ৰথমে নিজকে শুদ্ধ আৰু পবিত্ৰ কৰক তাৰ পিছত নিশ্চয় আপোনাৰ সকলো সমস্যা সমাধা হ'ব! বিশ্বাসমূলক প্ৰাৰ্থনাই আপোনাক ৰক্ষা কৰিব ! আপোনালোকে ধৰ্ম্ম ল'ব নালাগে কিন্তু বাইবেলখন ধ্যান দি পঢ়ক কিয়নো বাইবেলত থকা বাক্যসমূহ সবাটোতকৈ শক্তিশালী! কেৱল আপুনি তাৰ পাছত চলিবলৈ যত্ন কৰক!

  • @wavemelodine1115
    @wavemelodine1115 หลายเดือนก่อน +1

    Sob misa. Ami tribal manuh agoteu hindu nohou atiau nohou. Amar tribalor nijosho dhormo ase. Xei dhormo porityag kori christian hoisu, tohotor ki lage eyat ? Ground levelot goi prosno kori hosa kothatu xunar pisotu ki aje baje prosno kori ase. Amar eyat hazarotkoi christian porial ase eyat ahi amak prosno korok. Tohotor hindu dhormo Americat, londonot kiman ase kiman mondir ase kio kobor lobo najai ?