exclusive Dr. Pitambor Deva Goswami# majuli

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 8

  • @dipakborah1152
    @dipakborah1152 ปีที่แล้ว

    🙏🌺Krishna🌺🙏

  • @junmoni3573
    @junmoni3573 2 ปีที่แล้ว

    শ্ৰীগুৰুৱে নমঃ

  • @Khagengogoi123
    @Khagengogoi123 ปีที่แล้ว +2

    কথা আৰু কামৰ মাজত প্ৰাৰ্থক্য থকাতো নিবিচাৰো।নিজেই আদৰ্শ হৈ থিয় দিলেই সকলো ঠিক হৈ যাব।সমাজত থকা অস্পৃশতা আৰু বিভিন্ন সত্ৰৰ বিভিন্ন নিয়ম নীতি নাইকীয়া কৰিব লাগিব।সত্ৰসমুহে এইক্ষেত্ৰত কি ব্যৱস্থা লব সেইটোহে আচল কথা।মাত্ৰ শৰণ ভজন দি থাকিলেই নহ'ব।ধৰ্মৰ নামত আমাৰ সমাজখনত বিভেদকামী কাম কিছুমানহে চলি থকা দেখিছো।এইক্ষেত্ৰত সত্ৰসমুহৰ ভুমিকা আমি তেনেধৰণৰ দেখা নাই।সমাৰোহ আদি পাতি থাকিলেই সম্ভৱ নহয়
    ।ভাগৱত ধৰ্মৰ মাধ্যমেদিহে এইক্ষেত্ৰত সম্ভৱ বুলি ভাৱো।সংস্কৃত ভাগৱত ব্যাখ্যা দিবলৈ যোৱাতকৈ গুৰু জনাই
    বাকী দহজন পণ্ডিতসহিতে অনুবাদ কৰি যোৱা ভাগৱতৰ মাধ্যমেদি ভাগৱত ব্যাখ্যা কৰিলে ভাল হয়।

  • @BobyboruahBobyboruah-jr8nv
    @BobyboruahBobyboruah-jr8nv 3 หลายเดือนก่อน

    Krishna Krishna

  • @durgeswarphukan8498
    @durgeswarphukan8498 2 ปีที่แล้ว

    অতি উচ্ছ চিন্তা সিদ্ধান্ত। প্ৰণাম গুৰুদেৱ

  • @krishnakakaty2624
    @krishnakakaty2624 ปีที่แล้ว +1

    Xewahe. Jonaisu krishna😊

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว

    অসমত প্ৰথম আনুস্থানিক সত্ৰ সত্ৰানুস্থান প্ৰতিস্থাপক সত্ৰৰ জনক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰু জনাৰ প্ৰধান শিষ্যৰ প্ৰশিষ্যৰ দ্বাৰা প্ৰতিস্থাপিত সত্ৰত সত্ৰৰ গুৰু দেৱ দামোদৰদেৱ বৰ্জিত অবহেলিত অনাদৃত উপেক্ষিত হল আৰু গুৰু দামোদৰদেৱৰ অবদান অৰিহনা কৃতিত্ব নোহোৱা কৰা হল ।

  • @krishnakakaty2624
    @krishnakakaty2624 2 ปีที่แล้ว

    Xewahe. Jonaisu. Krishna