I have got into one of the topmost North Campus colleges of Delhi University through CUET, after getting the highest percentage in Commerce Stream in my district in AHSEC Board. These kind of sudden changes in the criteria after the publication of merit list is just not acceptable. If changes were to be made, why were they not made earlier?
Thousands of students getting 85+%and preparing for NEET/JEE will not get... whereas some other students getting 60%will get scooty waah mama.... mama is doing injustice not only with ordinary students but also with future Doctors and Engineers 😡😡
Jodi nede Ami o Sai lom ... Axat pakha melise ai sorkare ...atiyaloike vldore koi asilu eyr pisor podkhyap beleg hbo ami o students hoi , power amr o ase , xokolote politics nosolibo..Assam government 😡😡
Beleg popular news channel bor mone mone ase kio ? Tewloke mla, minister r pise pise ghuri thakotei jabo . Aji Assam r students khinir pora nijor prapyo karhi loi jabo dhorise atiyao tewlokor tupuni vongai nai nki ???
We want justice... 2 ta list ot naam ohar pisot o enekoi ami award keneke karhi koise government a ?? Jowa bosor keitat toh enekuwa kono Niyomavoli nasil dhuki powar babe .. amak amar prapyo khini lagibo
কেৱল এইকেইজনেই নহয় বহু হাজাৰ শিক্ষাৰ্থীয়ে মনত দুখ পাইছে 😢😢😢😢
hamare eha aisa hi hota hai😂😂😂
Haa
ধিক্কাৰ দিছোঁ এনেকুৱা চৰকাৰক যিয়ে নেকি নিজ ৰাজ্যৰ শিক্ষাৰ্থীৰ লগত এনেকুৱা কৰিছে । কোনোদিনেই আমি মানি নলও।
অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীক এনে কৰিলে মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক জীৱনত প্ৰভাব পৰিব।
We want our Award
We aren't labor
We want justice
অসমৰ শিক্ষা মন্ত্ৰী হ'ল এটা ৰবৰৰ stamp মুখ্যমন্ত্ৰীয়ে যি কয় তাকেই কৰে নিজস্ব বোলা একো নাই
Ekdom
@@Ustaad-d6u education minister k Chief minister a he appoint koree😁
ছাত্র ছাত্রীৰ আত্ম সন্মান ত আঘাত পাইছে।
We want justice 🙏 🙏🙏🙏⚖️
Scooty. Nopowa student are gargen bilake ahabar vot nidile hol
@@Rimpie.0 diboi nalage
I have got into one of the topmost North Campus colleges of Delhi University through CUET, after getting the highest percentage in Commerce Stream in my district in AHSEC Board. These kind of sudden changes in the criteria after the publication of merit list is just not acceptable. If changes were to be made, why were they not made earlier?
Agreed. Totally unacceptable
Agreed!
Eta kotha CM k kobo bisarim... COACHING=KOTA nhoiii.... heitu janibo sir ...
মুখ্যমন্ত্ৰী❌ মূৰ্খমন্ত্ৰী ✅
Fr
Brother agree 💯 mama will face consequences in upcoming elections
He will have to suffer@suvamsaha7064
Kio vl tu kio murkho ..islamok kiman vl politics kori ase.
স্কুটি বিতৰণৰ দুদিন আগত মুখ্যমন্ত্ৰী মহোদয়ে সাধাৰণ ভাৱে সংবাদমেলত মন্তব্য দিয়ে যে- "Dropper অথবা coaching কৰি থকা student ক স্কুটী দিয়া নহ'ব " আৰু সেই মন্তব্যটো দুদিনৰ ভিতৰতে আঁচনিৰ নিয়ম হৈ পৰিল,,
মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে যদি ইমান স্থায়ীত্ত নথকাকৈ আঁচনিখন পৰিকল্পনা তথা ৰূপায়ন কৰাৰ বাবে পদক্ষেপ লৈছে তেন্তে এইটো এক চিন্তনীয় বিষয় হোৱা উচিত। "Drop দিয়া ছাত্ৰ-ছাত্ৰীয়ে আঁচনিখনক ঢুকিয়ে নাপায়।"
তেন্তে বিগত বছৰ বোৰত এই আঁচনিৰ অন্তৰ্গত drop লোৱা শিক্ষাৰ্থীয়ে যি scooty লাভ কৰিলে সেইবোৰ কি আছিল । Scam !
এনেধৰণৰ অযুক্তিকৰ মন্তব্য দিয়াৰ আগত নিচ্ছয়কৈ মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰা উচিত । আঁচনি মুকলি কৰাৰ আগতে যদি তেখেতে এই নিয়মাৱলী সমূহ স্পষ্ট কৰি দিলে হয় , হয়তো আজি এনেধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি নহ'ল হয়।
ৰাজ্য চৰকাৰৰ এই নিয়মাৱলী পৰিপূৰ্ণ কৰিবলৈকে অৰ্থাৎ কেৱল স্কুটী এখন পাবৰ কাৰণে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো যিকোনো comepitive exam তথা ভাৰতৰ অন্য আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সলনি কেৱল অসমৰ এখন কলেজত, য'ত নেকি শিক্ষাৰ মানদণ্ড একেবাৰে পয়াঁ লগা, তাত ডিগ্ৰী পঢ়িব লাগিব । অৰ্থাৎ এখন স্কুটিৰ নিমিত্তে শিক্ষাৰ্থীসকলে ডাক্তৰ , ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া হোৱাৰ সপোন বা লক্ষ্য এৰিব লাগিব । ইয়াৰ পৰা দেশৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকল তথা সমাজে কি বাৰ্তা পাব ?
যে, যদি অসম চৰকাৰৰ আঁচনিৰ অধীন হ'বলৈ ছাত্ৰ-ছাত্ৰী সকল কেৱল অসমতে সীমাবদ্ধ হ'ব লাগিব । তেন্তে এই কথা নিশ্চিত যে অসম চৰকাৰৰ এই আঁচনিয়ে শিক্ষাৰ্থীসকলক কেৱল নিৰুৎসাহহে যোগাব ।
এই কথা সদৌ অসমবাসীৰ বাবে এটা লাজৰ বিষ়য়।
--০--
nice
আজি মূখ্যমন্ত্ৰী মহোদয়ে কোৱা গোটেইকেইটা কথাতে দূখ পাইছোঁ কিয়নো আমি কোনো "ধনী" ঘৰৰ ল'ৰা ছোৱালী নহয়..মা দেউতাই আমাক বহুত কষ্ট কৰি পঢ়াই আছে..আজি এজন ভাল doctor বা engineer হোৱাৰ সপোনো সেই বাবেই দেখিছোঁ যাতে বিগত দিনবোৰত মা দেউতাক ভালদৰে ৰাখিব পাৰো আৰু নিজৰ লগতে অসমৰ ৰাইজকো সহায় কৰিব পাৰোঁ..
যাতায়তৰ বাবে অসুবিধা আমাৰো হয় কিন্তু এখন scooty কিনিব পাৰা ক্ষমতা আমাৰ নাই..
Higher secondary পৰিক্ষাত ভাল নম্বৰৰে পাছ কৰি সোবেই আনন্দিত হৈছিলো..scooty খন পোৱাৰ আশাতো আছিলো.. যিহেতুকে আমাৰ বহুখিনি সুবিধা হ'ল হয়...
আশাকৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো আকৌ এবাৰ ভাৱি চাব...
#scootyforall
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কথাখিনি এবাৰ ভাবি চাব।
অসমত সপোনৰ মূল্য নাই। এইটো আচলতে "বাণীকান্ত কাকতি মেধাৰ বঁটা" হ'ব নোৱাৰে, এইটো "স্নাতক মহলাৰ পৰিবহণ বঁটা"। এইটোক মেধাৰ নাম নিদিব। এজন শিক্ষাৰ্থীয়ে দিনে নিশাই কষ্ট কৰি সপোন পূৰণৰ পণ খেদিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণও হৈছে , অথচ অসম চৰকাৰৰ চকুত সেইটো মেধা নহয়।
৬০% অথবা ৭৫% নম্বৰ পাই কলেজৰ পৰা স্নাতক কৰাই মেধা নেকি? চিকিৎসক অথবা অভিযন্তা হোৱাৰ সপোনক বাস্তৱত পৰিণত কৰাটো কি একো নহয়?
মেধাৰ বঁটা পাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ নকৰা আৰু সপোন পূৰণৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰা সঁচাই বহুখিনিয়ে পৃথক ।
মামাই ভাল অংক খেলিলে কিন্তু। অহাবাৰ 80% cutoff কৰিব স্কুটাৰ পাবৰ বাবে, আৰু অধিক সংখ্যক 80% above পোৱা ছাত্ৰ ছাত্ৰীয়েই minimum 1 year drop দিয়ে NEET, JEE national level examৰ preparationৰ বাবে, যিহেতু এবাৰত পোৱাটো সম্ভৱ নহয় কাৰণ regular candidates এ যোৱাবছৰ drop লোৱা studentsৰ লগত compete কৰিব লগা হয়, so the cycle continues. গতিকে মামাই এপাৰ্চী শাকত এটা জালুক দিয়াৰ দৰে স্কুটাৰ বিলোৱা বুলি বাঁহ বাঁহ লব আৰু 🤣🤣😂 বিৰোধী বোৰে এনেই লাইটৰ বিল বিল বুলি চকী মেজ ভাঙি থাকে, কিন্তু এনেকুৱা প্ৰকৃত সমস্যা বোৰত মাত নামাতে। ভাল মিলিছে ।
আমি সকলোৱে একেলগেওলাই আহিবলাগিব😡😡😡😡
Thousands of students getting 85+%and preparing for NEET/JEE will not get... whereas some other students getting 60%will get scooty waah mama.... mama is doing injustice not only with ordinary students but also with future Doctors and Engineers 😡😡
ছাত্র ছাত্রী সকলৰ কুমলীয়া জীবনত কৰা আশা, কুলিতে আঘাত পাইছে।
Justice for us
last t mama ee dibo buli koi dibo aru sobe appreaciate koribo vote dibo . MAMA mastermind
Xenuka hleo val e....at least scooty khn milibo😞.....karon vote tu eneo dya keitai dbo i
😂
We want justice ⚖️
CM sir, please give us justice
We want justice ⚖️⚖️⚖️🙏🙏 for coaching students 😢😢😢😢
ভণ্ডামি বহু হ'ল । অসমৰ অতি মেধাৱী ছাত্ৰ ছাত্ৰ-ছাত্ৰী খিনিৰ লগত অন্যায় কৰা হ'ল ।
Right 👍🏾
মাননীয় মুখ্যমন্ত্রী মহোদয়ে যাতে ল'ৰাছোৱালী খিনিয়ে মেধাৰ ভিত্তিত লাভ কৰা বটাৰ পৰা বঞ্চিত নকৰে । তেখেতৰ ওচৰত কাতৰ অনুৰোধ জনাইছো ।
We want justice ... Government should give us scooty
দূখ দিব নেপাই। চৰকাৰে বিবেচনা কৰক।
এই বিষয়ত কথা চলাটো উচিত আৰু বিচাৰো সকলোৱে পোৱাটো। ইমান কষ্ট কৰি পঢ়া হয় সেয়ে পোৱাটো উচিত। কিন্তু এটা কথা লক্ষ্য কৰিব যে ছোৱালীক ৬০% পালে দিয়ে আৰু লৰাক ৭৫% পালে দিয়ে। এই বিষয়টো আলোচনা চলিব লাগিছিল বুলি ভাবো। কাৰণ পৰীক্ষাত লৰা ছোৱালী বুলি প্ৰশ্ন কাকত বেলেগ বেলেগ নহয়।
শুনিছোঁ অহবছৰৰ পৰা ৮০% পোৱা লৰা ছোৱালীক দিব বাৰু । মই এইটো কোৱা নাই যে ছোৱালীৰ শতাংশটো বঢ়ায় দিব লাগে। কিন্তু এইটো কৈছোঁ যে সমান সমান হব লাগে।
কাকত খন সকলোৰে বাবে সমান আছিল সেয়েহে উপহাৰ দিওঁতে সমান কৰি দিব লাগে।
(মোৰ কৰবাত ভূল হৈছে যদি জনাব)
Thanks mama. Good dicition 🎉❤
Assamr Dr and ingeenier nalage neki
We want justice 😢🙏
We want justice
Justice 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মামা এনেকা কৰিব নালাগে 😢
We went justice
Well said RJCians...
We want justice 😠
Jodi nede Ami o Sai lom ... Axat pakha melise ai sorkare ...atiyaloike vldore koi asilu eyr pisor podkhyap beleg hbo ami o students hoi , power amr o ase , xokolote politics nosolibo..Assam government 😡😡
Media people I request you that plz support the students
We want justice....
Amar scooty keita ahi gal dilar t atia scooty keita ki koribo
JUSTICE JUSTICE WE WANT JUSTICE🤬
Right
I am a dropper student my name comes in merit list but deler refused to get me scooty. I need scooty, I deserve scooty. We need justice. 🙏🙏🙏🙏🙏
#scootyforall
We want justice⚖ ✊amr scooty lagiboi
অসমীয়া ভালকৈ ক'ব শিকি ল আগত ।
@theviralclips8659 kiyo wrong kot hol mor koson .. 🧐
@@theviralclips8659 অসমীয়া শিকিলোঁ এতিয়া দিবনে JUSTICE?
@@Its_Panda-b9g baad de Bhai aku najanake comment dibo ahee aimukha
@@Ice_bear09 hosai koise 👍🏻
We want justice ⚖️⚖️⚖️
We went justice 😢
We want justice💔
Coaching students also deserve the scooty award
justices for coaching students
We want justice. A cm can't be this irresponsible.
100% correct vonti
Mama plz provid student for all coaching student
Coaching student also deserve scooty
Beleg popular news channel bor mone mone ase kio ? Tewloke mla, minister r pise pise ghuri thakotei jabo . Aji Assam r students khinir pora nijor prapyo karhi loi jabo dhorise atiyao tewlokor tupuni vongai nai nki ???
Ekdom hsake teuluke atia aibur ot mat namate lora swalir hoke
News live main bhaii eitut nu CM or against jbo ne
Amak justice lage🙏🙏
Justice needs to be served
1:53 best 🎉🎉🎉🎉 kudos 🔥🔥🔥
💯
Bhai xihote nje scooty nidiye amar a tax loi diye. Award mne nubuje nk xihote?
#justicefordroppers #injusticedone
Jodi doctor engineer nalage e tente bemar hole doctor r usart najabo.... degree porhi thoka students r usart jabo bemar dekhabo loi
Right 👍
AND I ALSO REQUEST YOU TO MAKE THESE NEWs NATIONAL NEWS
Scooty দিয়াতকে B.Ed কৰা ছাত্ৰ-ছাত্ৰীবোৰৰ নামভৰ্তি বিনামূলীয়া কৰি দিব লাগে। বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকতা হোৱাৰ সপোন দেখে কিন্তু লাখ টকা খৰচ কৰি পঢ়িব নোৱাৰাৰ বাবে তেওঁলোকৰ সপোন বাস্তৱায়িত নহয় ।
100% দিব লাগে
Moi ₹6k Pw yakeen batch loi asu 😢 mama amake scooty deok. Ami 1.5 lakh diye admission loa na paru. 🙏🏽
Assam government ko doctors aur engineers nahi chahiye 😢
Student e je korise next year r pora scooty diai bondho kori devo চৰকাৰে 😓😓😓😓
WE WANT JUSTICE 🙏
Real real Scooty needed :))
*we all are deserving*
Justice is due!!!!
Nice
WE WANT JUSTICE
Next year jate notun niyom ulale agote koi jen..... distribution kra timet jate nokoi tare kamona
We want scooty we deserve scooty ❤😢
All students are right
Justice for coaching students 💪
We need justice amak lgiboy scooty
Jio ata helpline number dile call korile switch off a paw
Raise voice against #scootyscam
Atia bota bonabo..Cm sir a
We want justice... 2 ta list ot naam ohar pisot o enekoi ami award keneke karhi koise government a ?? Jowa bosor keitat toh enekuwa kono Niyomavoli nasil dhuki powar babe .. amak amar prapyo khini lagibo
We want justice 👍
justice for neet jee students
Justice for RECHAKING RESULT student 🙏🙏🙏
There should be protest , we really support that . We are also trying through online
Bhali hoise de nidiai
Amak scooty Lagibo 😢❤
Nidiye aru confirm😢 ....etiya amr exam ahi gol eibilakt lagi thakile amr e luksaan hobo ....
We want justice 🙌
স্কুটিখন দিয়া হৈ আছে মেধাৱী ছাত্ৰছাত্ৰীৰ পাৰদৰ্শিতাৰ পুৰস্কাৰ হিচাপে। পুৰস্কাৰ প্ৰাপকজন ধনী নে দুখীয়া সেইটো কেনেকৈ বিচার্য বিষয় হব পাৰে? আৰু পুৰস্কাৰটি লৈ কোনে কি কৰিব সেইটো তেওঁৰ ব্যক্তিগত কথা। পুৰস্কাৰ দাতাই সেয়া নির্ধাৰণ কৰি দিয়াটো কেনে কথা?
BJP Bajet nai maina 😅😅😅
We need to go court for justice
Hoii Assam oot porii scooty loiii, graduation koriboo beleg state oot jaboo 😂
Mama akdom thik koisay ✅
Dibo buli koi document sai meli atiya koise nidiye 😢
আমি নতুন প্ৰজন্ম
ইচ্ছা কৰিলে দেশ চলাবও পাৰো
সলাবও পাৰো , আৰু জ্বলাব ও পাৰে sir
Akdom right 👍 amk lagibo scooty 😢