Like 22👍 congratulations dear for 10k. Bohut bhal lagil. Tumar kothakhini huni bohut bhal lagil. Tumar bhontiku bohut bhal lage. Tai tumak kiman support diye moi buji pau video bur sai. U r lucky to have a sister like her. Anekoiye aagbarhi goi thaka. All the best.👍
Akebare xesholoi salo bor bhal lagil juri ba. Training life r kotha monot pori gol. Juri ba je amar khuwa luwa r pora xakaluke je care loisil. Miss u juri ba 😍😍
@@Mainuanddhruba ba apunar jibonr kisu ktha janibo pai vl lgl video Tu hompurno saloo bhut vl lgl. Kuhi bar hklo blk vdio sao. Kintu ktha ata hudhu apuni atia sakorit nai nki ne ghorr pra jai
hee hee...sob bur mnt pori gol...!!
mor karone 2mlke main...2mlk happy ....baas moi happy...❤️❤️
Nice
𝐇𝐢 𝐛𝐚𝐢
Tumi bhut vl..tumar nisina vnti thakile aru ki lage..
Kuhi ba apunar comment
মোৰো বহুত মন যায় পুলিচত যাব।ছোৱালীৰ কিমান বয়স লাগে
আপোনাৰ আৰু কুঁহি বা ৰ কথা বোৰে মোক বহুত সাহস দিয়ে, আৰু তাৰ ফলাফল স্বৰূপে এইবাৰ মই অসম পুলিচ ত পাছ কৰিছোঁ ,অলপ নম্বৰ কমিছে তথাপিও প্ৰথম interview এ পাছ কৰিছোঁ বাবে বহুত ভাল লাগিছে, একমাত্ৰআপোনাৰ আৰু কুঁহি বা ৰ প্ৰেৰণা।
Like 22👍 congratulations dear for 10k. Bohut bhal lagil. Tumar kothakhini huni bohut bhal lagil. Tumar bhontiku bohut bhal lage. Tai tumak kiman support diye moi buji pau video bur sai. U r lucky to have a sister like her. Anekoiye aagbarhi goi thaka. All the best.👍
বহুত ভাল লাগিল ..কষ্টৰ ফল সদায় মিঠা🥳
বহুত ভাল লাগিল।শুভেচ্ছা থাকিল।ভগবানে তোমাক সহায় কৰক।
কথা কেইটামানে মোৰ মনত বহুত সাহসী অনুভৱ কৰি তুলিছে বহুত ধন্যবাদ জনালোঁ
বহুত ধন্যবাদ।নিজৰ অভিজ্ঞতা share কৰিছোঁ।আপুনি ভালপোৱা বুলি জানিব পাৰি ভাল লাগিছে
লক্ষ্যপ্ৰাপ্তিৰ বাবে কৰা তোমাৰ সাধনা আৰু একাগ্ৰতাই হেজাৰজনক প্ৰেৰণা যোগাব । তোমাৰ কৃতিত্বত এগৰাকী দৰংজিলাবাসী হিচাপে গৌৰৱবোধ কৰিছো । ভগবানে তোমাক আৰু আগুৱাই যোৱাৰ বাবে সাহস অাৰু শক্তি দিয়ক । তোমাৰ উত্থানত প্ৰেৰণা যোগোৱা সকললৈ নমস্কাৰ যাচিলো ।
Best video ❤️❤️❤️ thank you so much dear ba 🥰
ভাল লাগিল ভিডিওটি🥰...Congrats 10k
Bor val lagil de. Congratulations 10k❤❤
বহুত ভাল লাগিল তোমাৰ কথা খিনি শুনি তুমি আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
Thank you
ভাল লাগিছে বা
Bhut val lagil sai.. Agurai jawk ba.apunalukr family tu bhut val lage mu. (Trishna) Bangalore.
Sai vl lagil baa
ধন্যবাদ... থাকিল আপোনাৰ অভিজ্ঞতাই মোক প্ৰেৰণা দিলে...
ধন্যবাদ
আপোনাৰ জীৱন নাটৰ বৰ্ননাই সকলোকে পেৰনা দিব |👍👍
ধন্যবাদ
Bhut val lagil baa..
Ba bohut dhuniya lagice ktha khini xuni... বা অনুপ্ৰেৰণা যোগোৱা কথা কৈছা।।।
Thank you so much
Xundor vl lagil kotha khini jani aag badhi juwa
Apunar ktha khini xuni bht vl lagil aru inspirational video hoi tq mem
Good motivation 🙏🙏
ধন্যবাদ
বহুত ভাল লাগিল বা আপোনাৰ কথা খিনি।। সদায় ভালে থাকক কুঁহি বা আৰু আপোনালোকৰ বা ভনী কেইজনী বহুত ভাল লাগে সদায় এনেকৈ থাকক মৰম বোৰ😘😘😘😍😍😍
ধন্যবাদ
বহুত মৰম আকৌ এবাৰ😘😘😘
Aji pratham saisu jani bahut val lagise,vale thakak hurakhit hoi, Dhanyabad;
Bor hundor jibon
বাইদেউ আপোনাৰ কথাবোৰ শুনি বহুত বেছি ভাল লাগিল ।আপোনাৰ প্ৰতিটো কথা প্ৰতিটো শব্দ বহুত প্ৰেৰণাদায়ক।
ধন্যবাদ
Hundar... ❤❤❤❤❤
ধন্যবাদ
সুন্দৰ হৈছে ভাল লাগিল ।
Bhut vall lagil😍😍
Akebare xesholoi salo bor bhal lagil juri ba. Training life r kotha monot pori gol. Juri ba je amar khuwa luwa r pora xakaluke je care loisil. Miss u juri ba 😍😍
ধন্যবাদ সংগীতা, সেইবোৰ দিন বৰ মনত পৰে সঁচাকৈ
Inspiration 😘💕first tym salu bohut besi vl lagil baa... 😘😘
ধন্যবাদ
ভাল লাগিল ভিডিও টো চাই। অনুপ্ৰেৰণা পালোঁ
Good বাইদেও বহুত ভাল লাগিছে good যব
Bohut val lgil baa... Love you❤❤❤❤❤😘😘😘😘😘
ধন্যবাদ
Dhuniya lagil dei ❤
Thank you
Val lagil life story huni
Bohut val lagil
বহুত ভাল লাগিল বিডিওটি চায় ❤️
Thank you
❤️❤️
Khub.xundor
Val lagil video to sai
Bhut vl lgse baa...
ধন্যবাদ
Vl lgl ❣️
ধন্যবাদ
Vll lagil ba
Bohuto bhal kotha
Bahut Val lgil baa ❤️
Apuni lifer real hero
ব উত ভাল লাগে বায় আপেনাক ❤️❤️
ধন্যবাদ
Bhtt bhtt val lagile❤
Bohut dhuniya lagil ba kotha khini.
চেম কাহিনী দে মোৰ লগত,,,,,,
ভাইটিক মই মনে মনে এপ্লাই কৰি দিছিলো,,,,
ভাইটি হলে মোৰ নহলে।।।
ভাইটি আৰু মোৰ ইন্টাৰভিউ ১ এপ্ৰিল ত আছিল,,, ।।। কিন্তু মোৰ ভাগ্য বেয়া আছিল মই ইন্টাৰভিউ কিবা কাৰণত দিবা নাপালো।।।
আৰু ভাইটিৰ এডমিট প্ৰিন্ট আউট কৰাৰ পিছত ভাইটি গালি দিছিল কৰ কি আনিছা মই নিদিওঁ যা।।।।
তাৰ পিছক ভাইটি ক মই কৈছিলো মোৰ বেগ টু লব পাৰিবা বোল,,, সেই বুলি কৈ নিছিলো,,,, আৰু ভাইটি ৰ ডকুমেন্ট খিনি মই মনে মনে মই নিছিলো বেগত,,, যেতিয়া নলবাৰী SP অফিচ পোৱা ৰ পিছত ভাইটি ক কৈছিলোঁ একো নহয় দে ইন্টাৰভিউ দি একো নহয় দে মোৰ লগৰ বন্ধু কেইজনে ইন্টাৰভিউ ত পৰিছে,,,,
যেতিয়া ১৬০০ মিটাৰ ৰানিং পাছ কৰাৰ পিছত ১০০ মিটাৰ দৌৰি ব যোৱা নাছিল তাৰ পিছত মই বহু বুজাই বুজাই ১০০ মিটাৰ দৌৰিবলৈ দিলো।।।। চোব পাছ কৰিলে।।।
২০১৫,,,,
আপোনাক দেখিছিলো আমাৰ গাঁৱত ট্ৰেনিং কৰাৰ সময়ত।।।
14th APBN ত
আকৌ দিবা যদি বয়স মিলে, এইবাৰ নিশ্চয় success হবা
@@Mainuanddhruba অ মিলিব পাৰে,,,,
এপ্লাই কৰা আছে।।
মাই কৈ থাকে যেতিয়া লৈকে বয়স মিলিব তেতিয়ালৈকে দি থাকিবি।।।
মই যিমান পাৰো চেষ্টা অব্যাহত ৰাখিছোঁ আৰু বাকি খিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা।।।
Mainu baa aponarlkor gotei keijonike buhut val lage kuhi ba to koboe nalage
Bht besi vl lagil ba ktha khini xuni
সুন্দৰ আগবাঢ়ি যোৱা
Bhut Vl lagil ba 😍😌
ধন্যবাদ
Vaal laagil vdo tu sai 👌👌👌👌
Apunar jibonr kothabur huni bht vl lagil
👍👍🌹 very nice
Thank you
khub xundor ❤️
Ba tumer video saiu bohut val lage ❤️
Really so nice
Bohut vl lagil baa aponar kotha bilak huni
Bahut val lagil ba
বহুত ভাল লাগিল ❣️
সুন্দৰ বা....
পুলিছৰ পৰীক্ষাত কিমান নম্বৰ পাইছিল বা....(আশাকৰো কথাষাৰ জনাব বুলি)
Mainu baa kothakhini janiboloi buhut essa asil
Val lagil vedio to.Baa
Val lagil ba kathabur jani
বৰ ভাল লাগিল কথাখিনি জানি |
ধন্যবাদ
বাইদেউ আপুনি 🔥🔥 পঢ়াই-শুনাই ,খেলাই-ধূলাই ঝিয়াএকদম 🔥🔥। এইবাৰ প্ৰথম বাৰৰ বাবে অসম পুলিচত ইন্টাৰভিউ দিছিলো কিন্তু ৩ ছেকেণ্ডৰ কাৰণে ফেইল কৰিলো 😭।
আকৌ দিবা ভালকৈ প্ৰেক্টিছ কৰি
Bohut vall lagil baa 👍👍
Bahut bhal lagil kothakhini
Ba tumalukok moi bohut vhl pau ❤️😘
ধন্যবাদ
জীৱন বাটৰ কাইট ডাল আঁতৰাই ইমান দূৰ সাহসেৰে আগ বাঢ়ি গৈছা ,,আতাইকেইজনী বাই-ভনীকে মোৰ বহুত ভাল লাগে 🥰মোৰো দুজনী ছোৱালী ময়ো সাহস পাওঁ।
ধন্যবাদ
Sai vl lgise baa
Bhut val lagil vidio2 sai baideo, prothom bar saisu, aru agoloyo sai thakim and mor misstaro assam policy, bhut bhut val lagil
Adin 5 sis mili anekoi olabo mam
নিশ্চয়
My drem crpf
AR try kora crpf koi olp val
Bhut vl lagil ba sai
Bahut vl kotha kole
Baaa mur fvrt subject Tu economics ,,moi degree economic s hnr llu,,,,❤️❤️❤️❤️love from mangaldai, Outala ❤️
ধন্যবাদ, বহুত ভাল বিষয়
You are a Ideal women
Waww thank you
@@Mainuanddhruba ba apunar jibonr kisu ktha janibo pai vl lgl video Tu hompurno saloo bhut vl lgl. Kuhi bar hklo blk vdio sao. Kintu ktha ata hudhu apuni atia sakorit nai nki ne ghorr pra jai
Bhut vl lga
Val lagil kotha bur xuni ba😍
বাইদেউ মোৰও এইবাৰ ভাল হৈছে ইনটাৰ ভিউ পৰীক্ষাতো হবলে আছে...আপুনি কেনেকৈ পৰীক্ষাৰ কাৰনে পিপাৰেচন চলাইছিল কব নেকি অলপ যদি বেয়া নেপাই...মোৰ ঘৰ আপুনালোকৰ ওচৰতে কটাহীত...
@Jonmani cooking vlogs ok
বা মইও পুলিচ ত জাবলে বহুত ইচ্ছা আছে কিন্তু মোৰ বেবী আছে চিজাৰিন (caeserean) হৈছল পাৰিম নে মই, মানে চিজাৰীন মহিলা ৰে পাৰিব নে বাৰু। জনাবচোন মোক please
Bohut val lagil kathabur huni baa
Mja baa huni bl lge🥰❤️❤️
𝐤𝐮𝐡𝐢 𝐛𝐚𝐤 𝐦𝐨𝐢 𝐛𝐨𝐡𝐮𝐭 𝐯𝐚𝐥 𝐩𝐚𝐮😍😍😍😍😍😍😍😍😍😍😍😍😍
Thank you
wellcome
পুলিচত ভৰ্তি হবলৈ ছোৱালীৰ কিমান বয়স হব লাগে জনাবচোন বা
18
27 hole xumabo nuwari neki...plz jonaba sun.
Bahut vl Lagil sai baa
বা অসম আৰক্ষীৰ পদ ওলাইছিল । Online apply হৈ আছে নেকি । plz কবা বা । ভালে থাকা
Oo.. online howa nai neki. Assam police'r home page t saba
Apunar family tu bohut Val lage.
Good solution,
ভাল লাগিল
Bor bhal lagil baa video tu sai ....god bless you and your family ❤️
Val lagil baidu apunar ktha hni
Vl lagil
বা video টো চাই সঁচাই বহুত ভাল লাগিল ❤️
Bihut vl lagil ba video 2 sai
Val lagil baa video tu❤❤❤❤
Bohut val lagil ba. apunar kotha bor
Interesting story ba 👍
Nice bhaideo apunar jibon history huni val lagil. ..moi apply korisu aro practice kori asu apuni duwa koribo jate mok medical t jate feet hbo paro
Guteikhini ktha jani khubei vlll lagil baaa ❤️❤️❤️❤️