Dada, mor ghar East facing ghar r NW t east facing kitchen 10 feet t difference between gas slep NW. GAS slep red colour floor colour wooden wall colour light red. But kitchen 6 inch high from another room. It is good or bad plzzz reply
চাৰ আমাৰ বাৰিখন তেনেই সৰু হয় ।দক্ষিণ ফালে পদূলিটো আছে ।কিন্তু মাটিখিনি কম হোৱাৰ বাবে আমাৰ আমি শুৱা ৰুমটো দক্ষিণ পশ্চিম কোনত আছে কিবা অসুবিধা হ'ব নেকি জনাবচোন
Bohut val lagise
ভাল লাগিল চাই।
সুপ্ৰভাত ,দিনটোৰ শুভ হওঁক তাৰ কামনাৰে।
Bohut bohut dhoynabad ma'am sir
Dakhin pub extension hole kiba akhubidha hoboneki ? Janabobosun dhanyabad...
Dada ghor pub mukhi ghorot gilot ki rong logam
West side t violet thakile val hoi ne?
Thanks a lot
Dada, mor ghar East facing ghar r NW t east facing kitchen 10 feet t difference between gas slep NW. GAS slep red colour floor colour wooden wall colour light red. But kitchen 6 inch high from another room. It is good or bad plzzz reply
ঘৰৰ কোনটো দিশত ভৰাল আৰু গোহালি ঘৰ হ'লে ভাল জনাবচোন 🙏
🙏❤️
ধন্যবাদ 🙏
মোর ঘরর উওরর রুমটো গুলপীয়া। আরু টয়লেট আছে। ভাঙি দিব পরা নাযায়। সনচয় 0.সমাধান দিব বুলি আশা রাখিলো।
মই মোৰ ঘৰৰ বিষয়ে চাব বিচাৰো কাৰণপুৰণা ঘৰ আুপোনাৰ বহুমূলীয়া পৰামৰ্শৰ এটা পাম বুলি আশাৰে বাট চাম ৷
আপোনাৰ অফিচৰ add to দিব
অৰ্পনদা মই হাজৰ পৰা সৰলা দাসে কলো মোৰ পাগঘৰত কলা গ্ৰেনেইদ লগোৱা আছে ভালনে বেয়া কবচোন
বাৰীত লিচু গছ থাকিলে কি হয় জনাবচোন। মোৰ ৪ জোপা লিচু গছ আছে।
আমাৰ ঘৰটো দক্ষিণ ফালে বাৰণ্ডা কিবা প্ৰব্লেম হব নেকি
Mo
মই চফৰাই পৰা কৈছো মই মাতি অকন ঘৰ বনাব কিনিছো দাতিতে পঞ্চায়তৰ ঘৰতো আছে মাতি ডোখৰ উত্তৰে পশ্চিমে ৰাষ্টাচোকত ভালনে বেয়া জনাবছোন।
দক্ষিণ মুৱা ঘৰৰ বগা ৰং দিছো গোটেই ঘৰত কিবা অসুবিধা?
চাৰ আমাৰ বাৰিখন তেনেই সৰু হয় ।দক্ষিণ ফালে পদূলিটো আছে ।কিন্তু মাটিখিনি কম হোৱাৰ বাবে আমাৰ আমি শুৱা ৰুমটো দক্ষিণ পশ্চিম কোনত আছে কিবা অসুবিধা হ'ব নেকি জনাবচোন
ৰুমটোৰ দুৱাৰ খন পূৱৰফালে আছে
হাউন মাহত ঘৰ লোৱা দিন আছে নে
আমাৰ ঘৰ খন দক্ষিণ মুখী দক্ষিণ পিনে পুখুৰী আছে পতিকাৰ জনাব
70/80man মাহত পাও কিন্তু সকলো গুছি যায় sir জনাব
মোৰ দক্ষিণ ফালে মোৰ পদুলী আৰু PWD ৰাস্তা ৰাস্তা
প্ৰশ্ন সমুহ ক'ত দিম
ইয়াত দিব
Dakhin mukhi gharot letrine toilet bathroom kon dikhot hole Val hobo kobosun sar
ৰঙ কেইটা অসমীয়াতে কবচোন
Sir aponar contact number to kot pam