Agninav Shiv Mandir Controversy | NEWS18AssamNE ৰ সৈতে শিখা মজিন্দাৰ বৰুৱাৰ সাক্ষাৎকাৰ ৷ N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ธ.ค. 2024

ความคิดเห็น • 372

  • @somnathsaikia7515
    @somnathsaikia7515 4 หลายเดือนก่อน +7

    হে বাবা অগ্নিনাভ দেৱতা আপোনাক ইয়াৰ পৰাই সেৱা জনাইছোঁ।।
    🕉️🕉️🕉️🔱🔱🔱🙏🙏🙏🙏🙏

    • @mukutdas2856
      @mukutdas2856 10 วันที่ผ่านมา

      Har. Har. MAHADEB हर हर महादेव अपना सारनाथ कोठीकोटि प्रणाम❤❤❤❤❤❤❤

  • @NishanChoudhury-nc
    @NishanChoudhury-nc 10 วันที่ผ่านมา +2

    JAI AGNINAV BABA❤❤❤
    JAI AGNINAV BABA❤❤❤
    JAI AGNINAV BABA❤❤❤

  • @mainudutta1519
    @mainudutta1519 9 หลายเดือนก่อน +34

    আপুনি সম্পূৰ্ণ শুদ্ধ কথা কৈছে। ভাল লাগিল বাইদেউ। আগবাঢ়ি যাওক, শুভভাবনা থাকিল।

  • @user-Kosturi
    @user-Kosturi 9 หลายเดือนก่อน +16

    বাইদেউ আমি বহুত সুখ অনুভৱ কৰো,কোটী কোটি সেৱা জনালো❤

    • @MadhabDas-e4n
      @MadhabDas-e4n 9 หลายเดือนก่อน

      🙏🙏🙏🙏🙏🙏🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺♥️♥️

    • @JogeswarDeka-no2wm
      @JogeswarDeka-no2wm 4 หลายเดือนก่อน

      Ma joy ma joy ma joy ma joy

  • @dalimichangmai8204
    @dalimichangmai8204 6 หลายเดือนก่อน +3

    জয় অগ্নিনাভ বাবা আশীৰ্বাদ কৰিব হৰ হৰ মহাদেৱ ঔম শান্তি

  • @nilamanidas40
    @nilamanidas40 วันที่ผ่านมา

    জয় অগনিনাভ বাবা মোৰ সেৱা গ্রহণ কৰিব সকলো আশা পুৰণ কৰিব ❤

  • @dhanirambhuyan1125
    @dhanirambhuyan1125 9 หลายเดือนก่อน +1

    বাইদেউ আপুনি আগবঢ়াই নিব আমি বাবা আশিশলৈআহিলো জয় অগ্ৰিনাভ বাবাজয়

  • @udasassamdas4499
    @udasassamdas4499 16 วันที่ผ่านมา

    মা শিখা ভগৱানৰ দ্বিতীয় ৰূপ , আপুনি মই বাবাক নামানিলে ও মাক যদি মানো শিৱই সেৱা পাব ৷ প্ৰথমে মই ও বিশ্বাস কৰা নাছিলো পাছত মই নিজেই প্ৰমাণ পাইছোঁ ৷ মা বহুত শক্তিশালী হয় ৷ মই সকলোকে এটা অনুৰোধ হে কৰিম মাৰ শৰীৰত বাবা বিৰাজমান , মাৰ ওচৰত শৰণাপন্ন হওক জীৱন উদ্ধাৰ হ’ব।

  • @rupadehingia5595
    @rupadehingia5595 9 หลายเดือนก่อน +2

    Joy, agninav, baba, kripa, koriba, 🙏🕉️🌹🌹🌹💐💐💐

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous 9 หลายเดือนก่อน +3

    🙏🙏 জয় বাবা ।

  • @pulinsharma8826
    @pulinsharma8826 9 หลายเดือนก่อน +11

    ধন্যবাদ, মন্দিৰ ভাগিৰ প্ৰতি ইমানবোৰ বিতৰ্ক কিয় ।

  • @bikashborgohain3152
    @bikashborgohain3152 9 หลายเดือนก่อน +17

    🙏❤️🕉️জয় অগ্নিনাভ বাবা কৃপা কৰে যেন ঔম নম:শিবায়🕉️❤️🙏

    • @sabitribezbaruah7679
      @sabitribezbaruah7679 3 หลายเดือนก่อน

      Om....namaste shibaya ,o..m namaste Agninabh baba

  • @KaSiYali
    @KaSiYali 9 หลายเดือนก่อน +18

    সকলো ঠিকে আছে মন্দিৰভাগক লৈ ক'বলগা একো নাই কিন্তু আড়ম্বৰতাহে ভালনালাগে।মই যোৱাও নাই দেখাও নাই কিন্তু মোৰ ঘৰৰ দুটা পৰিয়াল গৈ আহি পোৱা অভিজ্ঞতা বৰ সুখদায়ক নহয়।

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 9 หลายเดือนก่อน +17

    ভগৱান..ভগৱানেই নামক লৈ বিতক নকৰাই ভাল৷আমি ভাল পাইছো৷আপুনি সাহসত কৰি যাওক ৷কাৰোলৈ কেৰেপ নকৰিৱ৷জয় অগ্নিনাভ বাবা৷

  • @monidaskalita2597
    @monidaskalita2597 9 หลายเดือนก่อน +2

    Om Namah Shivya ❤

  • @rupalisonowal2143
    @rupalisonowal2143 9 หลายเดือนก่อน +2

    Apunar kothabur bor vl lagil , asorit vgobanoku bitoko kore ne,, God bless you Baa ,, joy Agninath 🙏🙏🙏

  • @manshrikumar2885
    @manshrikumar2885 9 วันที่ผ่านมา

    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏

  • @duleswarboruah4390
    @duleswarboruah4390 9 หลายเดือนก่อน +2

    ❤❤shikha baa u r great

  • @MadhurimaSaikia-g1s
    @MadhurimaSaikia-g1s 4 หลายเดือนก่อน +1

    Kripa koriba baba🙏

  • @BimalaKonch
    @BimalaKonch 9 หลายเดือนก่อน +2

    Joy Agninav baba joy Muktinath baba 🙏
    অগ্নিনাভ শিৱবাবা মন্দিৰ আৰু
    পৰিচালিকা শিখা মজুমদাৰ এক
    বিৰ্তকৰ বিষয় চলি আহিছে।
    শিৱ বাবাক মোৰ ফালৰপৰা সকলোতকৈ বিশ্বৰ এক অদ্ভুত
    অবিস্মৰণীয় এক মহান শক্তি মই
    শক্তি মাজত পুৰুষ আৰু প্ৰকৃতিৰ
    এক একআত্মক শক্তি। আমি জনাত শিৱ অৰ্থ হল Satya
    আৰু সুন্দৰ তাৰ কোনো আকাৰ
    নাই।এক মহা জ্যোতি।শিৱ লিংগ
    আমি জনামতে সৃষ্টি এক প্ৰতীক।
    যি প্ৰতীকৰূপক পৰম ব্ৰহ্ম বীজ‌ সৃষ্টি আদি স্বৰূপ। মহাদেৱ বা শংকৰ পৰম ব্ৰহ্ম এক অৱতাৰ
    স্বৰূপ। মহাদেৱ অৱতাৰ শক্তিক সংহাৰ বিনাস
    আৰু ন্যায় প্ৰতিষ্ঠাপক হিচাপে মানি
    অহা হৈছে।
    আমাৰ ভক্তৰ সকলে মনৰ কামনা পূৰণৰ হেতুকে হওক পাৰিবাৰিক
    জীৱনৰ অশান্তিৰ দূৰ কৰিব বাবে
    নিজৰ নিজৰ সমস্যা সমাধানৰ বাবে
    বিষেশ উৎস বিচাৰি ফুৰে। মানুহ
    জাতিটো আটাইতকৈ আবেগ পৱন আৰু
    কৌতুহলী। সেয়েহে নিজৰ নিজৰ সমস্যা সমাধানৰ বাবে পূজা পাতল
    আৰু ধাতুৰ ৰত্ন আদি পৰিধান কৰি
    আহিছে । ৰত্ন পাথৰ অনুপাতে পাথৰ
    মূল্যৰো বহুত বেছি। সেয়েহে
    সমস্যাৰ সমাধানৰ বাবে পূজা অৰ্চনা আদি ওপৰত বিশ্বাস ৰাখে । বিশেষ কৈ পৰম ব্ৰহ্ম ৰুদ্ৰাৱতা মহাদেৱ খুব সহজেই ভক্তৰ আহ্বানত সন্তুষ্ট হৈ বুলি কথিত আৰু লোক বিশ্বাস চলি আহিছে । সেয়েহে সকলো ভক্ত প্ৰাণ ৰাইজে কপুৰৰ গৌৰম কৰুনা অৱতাৰম।
    সংসাৰ সাৰম ভূজগেন্দহাৰম।
    সদা বসন্তম হিদয়াৰ বিন্দম ভৱম
    ভৱানী সহিতম নমামি ।কৰুণা অৱতাৰ বুলি মানি আহিছে। গতিকে নাজিৰাত অনুষ্ঠিত অগ্নিনাভ মন্দিৰ
    ভাগ শিখা মজুমদাৰ বাইদেউৱে
    ঘৰুৱা ভাৱে প্ৰতিষ্ঠা কৰা অগ্নিনাভ মন্দিৰ ভাগলৈ যিসকল ভক্তই
    নিজৰ মনৰ কামনা আৰু বহু দিনীয়া সমস্যা সমাধানৰ পথ
    বিচাৰি অগ্নিনাভ শিৱবাবা মন্দিৰ ভাগত যি সকল ভক্তই পূজা
    অৰ্চনা কৰি শান্তি পাইছে বহুত ভাল
    কথা।
    মন্দিৰ ভাগৰ দক্ষিণাক লৈ ইমান ডাঙৰ বিৰ্তকৰ হ'ব লাগে বুলি মোৰ ফালৰপৰা নাভাবো।কাৰণ বাবা ওচৰত সকলো ভক্তই বহুত
    ডাঙৰ ডাঙৰ কামনা কৰে। অন লাইন হওক অফ লাইন হওক সকলো ভক্তই নিজৰ ইচ্ছা অনুসৰি
    আহিছে বা কৰিছে। কোনো ভক্তই
    নিজক ধংস কৰি দক্ষিণা দিয়াৰ নাই। মন্দিৰ ভাগত যিদান দক্ষিণা
    উঠিছে সেয়া নিশ্চয় পৰিচালিকা
    বাইদেউ গৰাকীয়ে মন্দিৰ ভাগক লৈ
    পৰিকল্পনা কৰি ৰাখিছে।
    মূল কথা হ'ল ভাৰতবৰ্ষৰ সকলো
    ৰাজ্যতে পৌৰাণিক মঠ মন্দিৰ আছে।‌তেতিয়াৰ পৰা বৰ্তমানলৈকে
    মন্দিৰ দান দক্ষিণা কত কোনে কিমান দি আহিছে বা সেই পৌৰাণিক মন্দিৰ সমূহৰ পৰিচালনা
    সমিতিয়ে কিমান অংশ মন্দিৰৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে তাৰ
    হিচাপ কোনে কিমান ৰাখিছে।
    আজি কেৱল অগ্নিনাভ শিৱবাবা মন্দিৰ শিখা‌ মজুমদাৰ বাইদেউ ক
    সমালোচনা কৰিলে সকলো সমস্যা সমাধান নহয়।
    আজি সকলো ভক্তই ভক্তিয়ে অগ্নিনাভ শিৱবাবা মন্দিৰত বাবা
    আশীৰ্বাদ বিচাৰি শৰাই আৰু দক্ষিণা দিছে।
    বাকী ভাল বেয়া বাবাই বিচাৰ লৱ
    অনাহক মন্দিৰ ভাগক লৈ শিখা
    মজুমদাৰ বাইদেউ ক লৈ চচিয়েল মিডিয়াত বিৰ্তকৰ হোৱাতো কিমান
    ভাল হৈছে সকলোৱে ভালদৰে ভাৱি
    চাব লাগে।
    চচিয়েল মিডিয়াত বিৰ্তকৰ মূলক
    কোনো কথাত লিখা ইচ্ছা নাছিল।
    বহুত কিবা জানো বুলিও নাভাবো সেই ভাবি লিখাও নাই।মোৰ ফালৰপৰা পৰা বাহিৰৰ ৰাজ্যৰ কথা কবলৈ নযাও ।
    গোটেই অসমতে বহল ভাৱে প্ৰচাৰ
    হৈ থকা অগ্নিনাভ মন্দিৰ ভাগ‌ বহুতো ভক্তপ্ৰাণ ৰাইজৰ
    আস্থা আৰু বিশ্বাসৰ স্থল হৈ পৰিছে। অগ্নিনাভ মন্দিৰৰ পৰিচালিকা
    শিখা মজুমদাৰ বাইদেউ ওপৰত বহুত বেছি কৈ কিছুমান বেয়া ভাষায়ো মন্তব্য কৰা বাবে লিখিবলৈ বাধ্য হলো।
    যদি কিবা ভুল হৈছে সকলোৱে ওচৰত ক্ষমা বিচাৰিচো। লগতে মোৰ ফালৰপৰা অগ্নিনাভ নাম টো ওপৰত বিৰ্তকৰ হোৱাতো উচিত হৈছে বুলি মোৰ ফালৰপৰা নাভাবো কাৰণ মহাদেৱৰ অৱতাৰ সো হাতৰ তলৰ ভাগৰ‌ হাত খনে বাবাই অগ্নিক
    দমন কৰি ৰাখিছে। একমাত্ৰ দেৱাদিদেৱ মহাদেৱেই হ'ল সৃষ্টি
    আৰু ধংস মূল কাৰক । সেই মহান শক্তি ওচৰত শতকোটি ভূলৰ ক্ষমা বিচৰাৰ লগতে কোটি কোটি নমস্কাৰ 🙏 জনাইছো। সাধাৰণ
    মনুষ্য হৈ তেওঁৱা নামত মন্তব্যৰ দিবলগীয়া হোৱা বাবে পৰম ব্ৰহ্ম চৰণত শতকোটি ক্ষমা বিচাৰিচো।
    ধন্যবাদ 🙏🙏🌺🌺🙏🙏

  • @RimaPayeng-u5z
    @RimaPayeng-u5z 2 หลายเดือนก่อน

    জয় অগ্নিনাভ বাবা কৃপা কৰিবা ❤🙏🙏🙏🔱🕉️📿🪔

  • @stayyyyyi
    @stayyyyyi 9 หลายเดือนก่อน +2

    Jai Agninav Baba ♥️🙏 Kripa koriba Baba 🙏🙏🙏

  • @khushighosh8907
    @khushighosh8907 9 หลายเดือนก่อน +1

    Baidew apuni agg barhi jaok ❤Jay baba agninav

  • @goutambhattacharyya4742
    @goutambhattacharyya4742 9 หลายเดือนก่อน +3

    মন্দিৰ লৈ যাম বুলি তামোলপাণৰ টোপোলা বান্ধি গোসাঁই ঘৰত থৈ দিছো। কেতিয়া বাবাই নিমন্ত্রণ দিৱে । জয় অগ্নিনাভ বাবা। 🙏

    • @subhankshipuzari827
      @subhankshipuzari827 9 หลายเดือนก่อน

      Omm nilambar dev..... Omm bagavati bashudeva namah🙏

  • @jitultalukdar1726
    @jitultalukdar1726 9 หลายเดือนก่อน +1

    Joi aganinav baba❤❤🙏🙏❤

  • @bharatibarkataki7592
    @bharatibarkataki7592 9 หลายเดือนก่อน +19

    বাইদেউৰ কথাখিনি ভাল লাগিল ৷ তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ ৷ দুষ্টচক্ৰ অতি সোনকালে যেন বাবাই দমন কৰে ৷

  • @BhabakantaBaishya-k5b
    @BhabakantaBaishya-k5b 6 หลายเดือนก่อน +1

    Jai Baba Agninav.

  • @pankajgogoi5395
    @pankajgogoi5395 9 หลายเดือนก่อน +2

    Om namah shivay ❤❤❤❤❤❤❤❤ Jay Agni nav Baba ki Jai ❤❤❤❤❤❤❤❤

  • @madhabidas3142
    @madhabidas3142 10 วันที่ผ่านมา

    Joi agninav baba kripa kora🙏🙏🙏

  • @bhanubora2614
    @bhanubora2614 9 หลายเดือนก่อน +2

    অতি সুন্দৰ ভাৱে উত্তৰ দিছে।

  • @MatuMohan
    @MatuMohan 9 หลายเดือนก่อน +2

    Joi Baba mur Val Laga bohut

  • @PorimahantaPori
    @PorimahantaPori 9 หลายเดือนก่อน +3

    Joi agninav baba ...🙏🙏🙏

  • @BabitaKalita-m3r
    @BabitaKalita-m3r 9 หลายเดือนก่อน +2

    Joi agninav baba❤❤

  • @lohitsaikia1915
    @lohitsaikia1915 9 หลายเดือนก่อน +1

    জয় অগ্নিনাভ বাবা 🪔🙏🕉️

  • @BitapiBorah-ek7si
    @BitapiBorah-ek7si 9 หลายเดือนก่อน +1

    জয় অগ্নিনাভ বাবা🙏🙏🙏
    সত্যৰ সদায় জয়

  • @kaberideka4220
    @kaberideka4220 9 หลายเดือนก่อน +1

    জয় অগ্নিনাভ বাবা..।।🙏

  • @PadumiBasumatary-r7d
    @PadumiBasumatary-r7d หลายเดือนก่อน

    Jai Baba Agninav 🙏🙏🙏🙏🙏

  • @rashmidas6538
    @rashmidas6538 9 หลายเดือนก่อน +1

    Bahut val lagil kotha khini huni...moi eta live sai a buji paisilu apunar kormo khub hundor...

  • @kuntideka5390
    @kuntideka5390 9 หลายเดือนก่อน +1

    Jai agninav shiv mandir 🪔🪔🌷 Sosa antorr manu burak manu bure hirkha kore...apuni mohan baideo ❤❤❤

  • @HimashriSingha
    @HimashriSingha 9 หลายเดือนก่อน +1

    Jai Agninav baba❤

  • @NilakhiGogoi-b8j
    @NilakhiGogoi-b8j 9 หลายเดือนก่อน +1

    Jai Agninav baba kripa kora 🙏❤️

  • @rumibarman8007
    @rumibarman8007 9 หลายเดือนก่อน +1

    বিতৰ্ক ভাল নালাগে। বাইদেউ আপুনি বহুত বেছি সহজ সৰল সেইবাবে কিছুমানে সুবিধা লৈছে সেইবিলাক কান মন নিদি নিজৰ কামত আগবাঢ়ি যাওক। মই কিন্তু আপোনাৰ অগ্নিনাভ মন্দিৰত যোৱা নাই বাবাই যিদিনানিব যাম বুলি আশা থাকিল। জয় অগ্নিনাভ বাবা 🙏🙏🙏 হৰ হৰ মহাদেৱ ❤❤❤

  • @nirupamasaharia7876
    @nirupamasaharia7876 9 หลายเดือนก่อน +2

    Joi agninav Baba 🙏🙏 sakaloke santit rakhiba pravu

  • @luhitigohain8460
    @luhitigohain8460 9 หลายเดือนก่อน +1

    বাইদেউ আপুনি নিজৰ কাম কৰি থাকক জয় শিৱ বাবা

  • @dupitorakhaklari
    @dupitorakhaklari 9 หลายเดือนก่อน +3

    She is absolutely right.

  • @DibyajyotiDeka-d3v
    @DibyajyotiDeka-d3v 9 หลายเดือนก่อน +1

    Joy agninav baba

  • @jayramnath9887
    @jayramnath9887 9 หลายเดือนก่อน +1

    Joy Baba Agninav.

  • @rashmirekhadutta8228
    @rashmirekhadutta8228 9 หลายเดือนก่อน +4

    হৰ হৰ মহাদেৱ 🙏

  • @labanyagogoi1426
    @labanyagogoi1426 9 หลายเดือนก่อน +1

    জয় শিৱ বাবা,

  • @Tgrplayz-n5q
    @Tgrplayz-n5q 9 หลายเดือนก่อน +1

    Jai agninav Baba 🙏🙏🙏 Amak kripa koriba Baba 🪔🙏

  • @toraligogoi5754
    @toraligogoi5754 9 หลายเดือนก่อน +2

    মই অগ্নিনাভ বাবাক প্ৰতিটো কথাত বিশ্বাস কৰো।

  • @hiranyagogoi8118
    @hiranyagogoi8118 9 หลายเดือนก่อน +1

    ❤❤ Baba aponar hohai hauk ❤❤

  • @shortspikegaming9496
    @shortspikegaming9496 9 หลายเดือนก่อน +2

    Har har mahadev

  • @kaberiborah9534
    @kaberiborah9534 9 หลายเดือนก่อน +1

    Jai agninav baba🌸🙏 🔱

  • @Shinebaby-j6i
    @Shinebaby-j6i 9 หลายเดือนก่อน +1

    Jai agnivav baba 🙏

  • @binapaniboruah416
    @binapaniboruah416 5 หลายเดือนก่อน

    ওঁম নমঃ শিৱায়

  • @namitadeka268
    @namitadeka268 28 วันที่ผ่านมา

    অগ্নি নাভ বাবা কৌটিবাৰ প্ৰনাম জনাইছো মোৰ মনৰ কামনা সফল হ'ব ।প্ৰনামতোমাক

  • @saanvi3056
    @saanvi3056 4 หลายเดือนก่อน

    Agninav baba darshan kori mur bht val lgil ❤😊

  • @Papu-zy1yr
    @Papu-zy1yr 9 หลายเดือนก่อน +2

    Joi Shiv aginat baba mur monar duk mukto Kori Diya joi aginath baba

  • @BimalaKonch
    @BimalaKonch 9 หลายเดือนก่อน +2

    Joy Agninav baba joy Muktinath baba 🙏🙏🌺🌺🌺🙏🙏

  • @jyotismitasaikia4479
    @jyotismitasaikia4479 9 หลายเดือนก่อน +1

    Jai agninav baba 🙏 kripa koriba

  • @_ranju_das
    @_ranju_das 9 หลายเดือนก่อน +2

    Joi agani nav baba joi shiva baba 🙏🙏🌼🙏🙏❤❤hor hor mohadev 🌷🌷🌺🌺🙏🙏

  • @sagarboruah2484
    @sagarboruah2484 9 หลายเดือนก่อน +1

    জয় অগ্নি নাভ বাবা 🙏🙏🙏

  • @Ipsanubahubali
    @Ipsanubahubali 9 หลายเดือนก่อน

    Jai agninav baba ❤❤❤❤❤ thank 👏👏👏👏👏🙏🙏🙏🙏❤❤❤❤❤ 🌹 🌹 🌹 🌹 🌹 ❤❤❤❤❤❤👏👏👏👏👏

  • @modhumitadutta2028
    @modhumitadutta2028 3 หลายเดือนก่อน

    Amar Xokolure Mangal Kariba Baba 🌺

  • @parishmitachoudhury930
    @parishmitachoudhury930 9 หลายเดือนก่อน +11

    Apunar uporat bissakh ase baideu....joi Baba Agninav 🙏♥️

  • @dilipsaikia2179
    @dilipsaikia2179 9 หลายเดือนก่อน +3

    ওম অগ্নি নাভ বাবা।সকলোকে কৃপা কৰা

  • @sagarikadas6835
    @sagarikadas6835 9 หลายเดือนก่อน

    জয় agninav baba🙏🙏🙏

  • @swarnakalita7187
    @swarnakalita7187 9 หลายเดือนก่อน +2

    Shikha baa Kune ki koi aibur nuxunibo moiu jam abar. moi bohut biswas koru babak.
    Joi agninav baba ❤❤

  • @karabideka7875
    @karabideka7875 9 หลายเดือนก่อน +2

    Om Namah Shivaya

  • @karabiburman1789
    @karabiburman1789 9 หลายเดือนก่อน +1

    ধন্যবাদ, আমাৰ কবু চাপৰিলৈ সহায় আগবঢ়াইছিল।

  • @bhagyashreenath5819
    @bhagyashreenath5819 9 หลายเดือนก่อน +1

    Joy agninav baba 🙏🙏🙏

  • @abhisekhrai6706
    @abhisekhrai6706 9 หลายเดือนก่อน

    Om Namah Shivay🕉🕉🕉

  • @ritamoniborah3936
    @ritamoniborah3936 9 หลายเดือนก่อน +2

    আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল

  • @gukkielistic
    @gukkielistic 9 หลายเดือนก่อน +1

    Jai Agninav baba

  • @irenicc223
    @irenicc223 9 หลายเดือนก่อน

    সকলো ঠিকেই আছিল,,, টকাৰ দাবী কৰিয়েই বিতৰ্কৰ সৃষ্টি হ'ল,,,ঔম নমঃ শিৱায়🙏

  • @barnalibora7974
    @barnalibora7974 9 หลายเดือนก่อน +1

    Sikha baa apuni bohut mohan.❤

  • @Pahi1111
    @Pahi1111 4 หลายเดือนก่อน

    Baba 🙏🔱🌺🙏🏻🙏🏻🙏🏾🙏🏾🙏🏾💕💞

  • @devasaikia1634
    @devasaikia1634 9 หลายเดือนก่อน +1

    Shikha বাই কোৱা কথা বোৰ শুদ্ধ হয়

  • @AsaUpn-dx9wf
    @AsaUpn-dx9wf 9 หลายเดือนก่อน +1

    Hotyor hodai joi baidew 🙏🙏🙏

  • @bhabanideka8184
    @bhabanideka8184 9 หลายเดือนก่อน +1

    Om namaha shivaya🙏🌄🌹🌅🌞🙏pronama

  • @himakshidaskalita2572
    @himakshidaskalita2572 9 หลายเดือนก่อน +2

    Jai agninav baba... Karu katha care nkbo baa ... G bure bea koi ktha uliyai se teulukak babai sabo baa sinta nkrba... Om namah shivay 🙏🙏🙏🙏

  • @pabitrataid7538
    @pabitrataid7538 9 หลายเดือนก่อน +1

    Jai agninab baba mur monor akha purna koridiba.

  • @PriyankaPegu-xv2oz
    @PriyankaPegu-xv2oz 5 หลายเดือนก่อน

    Har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev har har Mahadev 🙏🙏🙏

  • @abhisekhrai6706
    @abhisekhrai6706 9 หลายเดือนก่อน

    Jai agninaav vagwan om namah shivay🕉🕉🕉 om namah Shivay🕉🕉🕉

  • @chitradevi2464
    @chitradevi2464 9 หลายเดือนก่อน +3

    Om namh Shibaya. 🙏🙏🙏joy baba Agninav

  • @JonaliKalita-jx3fg
    @JonaliKalita-jx3fg 4 หลายเดือนก่อน

    Jai. Agninave baba

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 9 หลายเดือนก่อน +19

    Jai Agninav Baba.
    Very good speech . Thank you so much Sikha Ba. Baba kripa kora.

  • @ayushboro5440
    @ayushboro5440 9 หลายเดือนก่อน +1

    🙏🙏🙏🙏🙏🙏🙏

  • @namitadevi1537
    @namitadevi1537 9 หลายเดือนก่อน +1

    Joy Baba Agninav

  • @binagogoi8133
    @binagogoi8133 9 หลายเดือนก่อน

    Om namah shivay 🙏🔱🕉️

  • @trishnapriyanath196
    @trishnapriyanath196 9 หลายเดือนก่อน +11

    বাৰ কথা বোৰ ইমান ৰসাল সঁচাকৈ মৰমিয়াল মানুহ গৰাকী😊😊আৰু ইমান ধুনীয়াকৈ কথা বোৰ কৈছে ভাল লাগিল বা । আপুনি আপোনাৰ কাম কৰি যাওক বা কুকুৰৰ দৰে ভুকা বোৰে ভুকি থাকক🙏🙏

    • @bharatibarkataki7592
      @bharatibarkataki7592 9 หลายเดือนก่อน

      সচাঁকৈ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় ৷ ইমান সুন্দৰ কথনশৈলীৰ পিছতো এগৰাকী ফটুৱা ইউটিউবাৰে (ইউটিউবাৰৰ নামত কলঙ্ক ) বাইদেউৰ কথা কোৱাকলৈ ঠাট্টা কৰি ভিডিঅ’ বনাই আছে ৷ ইমানেই হিংসা ৷ বৰ বেয়া লাগে দেই ৷

  • @abhisekhrai6706
    @abhisekhrai6706 9 หลายเดือนก่อน

    jai shree ram jai shree krishna om namah shivay🕉🕉🕉

  • @logical_shorts_
    @logical_shorts_ 9 หลายเดือนก่อน +1

    Baideu voi nokoribo apuni babak dhuniya koi rakhibo .joi agninav baba.

  • @keshabgogoi5974
    @keshabgogoi5974 9 หลายเดือนก่อน +4

    Om namah shivay 🙏🙏🙏

  • @Shinebaby-j6i
    @Shinebaby-j6i 9 หลายเดือนก่อน +1

    Hompurno bisakh baba apunr uport ru maa apuni bohut val km korise aguai jauk babai hokti diok ru

  • @Priivlogs143
    @Priivlogs143 9 หลายเดือนก่อน +1

    Jai agninav baba🕉️🔱

  • @lohitsaikia1915
    @lohitsaikia1915 9 หลายเดือนก่อน +1

    যাব বহুত মন আছে অগ্নিনাভ বাব মন্দিৰত

  • @SumigohaiGohain-dy2il
    @SumigohaiGohain-dy2il 9 หลายเดือนก่อน

    🙏🙏🙏🙏🙏ommh namh siva

  • @sumkowar2200
    @sumkowar2200 9 หลายเดือนก่อน +1

    Jay Agninav Baba 🙏🙏🙏