गण मन अधिनायक असे पाहुणे आले की ती म्हणजे काय असतं ते या या काळात आपल्या देशात अजूनही ती म्हणजे गंगापूर रोड अकोला अमरावती येथील अनेक नवीन वर्षाच्या हार्दिक अभिनंदन आणि ते म्हणजे गंगापूर फाट्याच्या आहे की नाही ते दहा तास अभ्यास आणि संशोधन केले जाते ते पाच वर्षांच्या इतिहासात
Frm the Eve Srikrishna the world of character edge to the mtm to see you say you sir in Thailand Saturday and Sunday is intended to the mtm in Eve Srikrishna Rakh and I am in Thailand a beautiful 😍🤩😍😍 don't have to wait for your
गण गण मन अधिनायक असे पाहुणे आले की ते या तीन दिवस तरी ते पाच वर्षांच्या आत आला आहे असे पाहुणे आले आहे असे पाहुणे आले की नाही आणि ते ही अशी मागणीही करण्यात आला असून या दोन गोष्टीचा आनंद होतो ते ही या काळात त्यांनी आपल्या समाधीवर शिवाजी आणि आपल्या बॅगमध्ये आहे असे मत व्यक्त केली आहे असे पाहुणे आले आहे की ते ही अशी जगावेगळी नरन आहेत आणि आपल्या पदाचा राजीनामा द्यावा अशी मागणीही त्यांनी
Bohu bosor r pisot baputi khahun Rongali bihutik jen original rup t dekha palu..akebare bihu bihu lagi hoise😍😍. Sinaki manuh hokolok dekha pai aru besi Val lagise,..... ☺☺☺❤❤❤onagoto din burotu jen anekoi amak dhunia dhunia geet r upohar di jabo buli akha korilu☺☺
@@nituldutta4905 ণল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ উৰঙল এই নথিৰ লক্ষ্য আৰু ইয়াৰ পাছত তেওঁ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই তছৈঈদ হৈছিল দমন কৰিবলৈ উপায় আছে আহোম ৰজা ৰঙৰ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস
💗Axmya Xonskritik anedore xojib kri rakhat Bht vll lgsee💗🥳
❤❤❤
আজি গোটেই দিনটো ৰৈ আছো... কেতিয়া শুনিবলৈ পাম বুলি....একদম বিহু বিহু লাগি গৈছে 😍😍❤️
ধন্যবাদ
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
মন চুই গ'ল.. খুবেই সুন্দৰ.. আগলৈও যেন অসমীয়া বিহুটিৰ ভঁৰাল এইদৰে চহকী কৰে.... 🙏🙏
বহুত সুন্দৰ পৰিকল্পনাৰে তৈয়াৰ কৰা হৈছে vdoটো.. সম্পূৰ্ণ অসমীয়া হুচৰি যোৱাৰ হুবহু ভাবে দেখোৱা হৈছে.. জাতিৰ সংকটৰ সময়ত এনেবোৰ vdo বহু প্ৰয়োজনীয়
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
খুব সুন্দৰ উপস্থাপনশৈলী,,নানাচি নোৱাৰি এনেকুৱা খাতি বিহুগীতত।
এতিয়ালৈ কমেও 30 বাৰ মান চালো.... তথাপিও আমনি নালাগে.......ইমান সুন্দৰ হুঁচৰি আজিৰ যোগত খুব কমেই দেখা যায় 😍😍😍😍😍...........
Moi sagae 100 bar man hunilu
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
🙏🙏🙏🙏
মই ও ১০০+ বাৰৰ ওপৰত চালোঁ ।।।
@Axmor sanjib ++$)%+?*-
এনেকুৱা বিহুগীত, হুঁচৰি যে অসমীয়া বিহু সংস্কৃতি ক আগুৱাই নিব। লগতে বৰ্তমান উঠি অহা নৱ প্ৰজন্মক পুৰণি বিহুৰ মাদকতা দিব আৰু প্ৰেৰণা দিব।। ধন্যবাদ পংকজদা ❤️অনুপম দা❤️
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
বৰ ভাল লাগিল ❤️👌 অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰো এনেধৰণৰ মূল্যবান সম্পদৰ গৰাকী আমি 😊 জয় আই অসম ✊
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
মৰম দিব লাগে ❤️❤️❤️❤️❤️
মজা ভাল লাগিছে
The real Assamese Bihu.. ultimate.. awesome voice♥️♥️ one assamese from Singapore
Thank you so much
জাতিৰ সংকটৰ সময়ত এনেকুৱা এটি বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ বৰালৈ বহুতো ধন্যবাদ জনালোঁ।মনটো ভৰি পৰিল।😊😊😊😊😊
ধন্যবাদ ধন্যবাদ
❤️
প্ৰকৃত বিহুৰ সোৱাদ দিয়াৰ বাবে অন্তৰৰ পৰা ধন্যবাদ। সচাই চকু দুটা সেমেকি উঠিল।। আজিকালি বিহুৰ বিকৃত ৰূপ লোৱাৰ সময়ত আপোনালোকৰ এই প্ৰচেষ্টাত আদৰণি জনাইছোঁ । আমি আমাৰ ভৱিষ্যত প্ৰজন্মক অসমীয়াৰ বিহুৰ কথা বুজাবলৈ আপোনালোকৰ এই প্ৰচেষ্টাই বহু সহায় কৰিব । আশা কৰোঁ এনেবোৰ পুৰণি প্ৰকৃত বিহু আপোনালোকে যাতে অনাগত দিনতো আগবঢ়াই আৰু আমাৰ এই বৃহৎ অসমীয়া সংস্কৃতি ৰক্ষা কৰাত সহায় কৰে যেন । আমি আমাৰ বিহুক জীয়াই ৰাখিব লাগিব। শেষত পুনৰ বাৰ ধন্যবাদ জনালো ।
Dhulor sapor kintu marise dei I love it
মৰম দিব লাগে ❤️❤️❤️❤️❤️
गण मन अधिनायक असे पाहुणे आले की ती म्हणजे काय असतं ते या या काळात आपल्या देशात अजूनही ती म्हणजे गंगापूर रोड अकोला अमरावती येथील अनेक नवीन वर्षाच्या हार्दिक अभिनंदन आणि ते म्हणजे गंगापूर फाट्याच्या आहे की नाही ते दहा तास अभ्यास आणि संशोधन केले जाते ते पाच वर्षांच्या इतिहासात
Frm the Eve Srikrishna the world of character edge to the mtm to see you say you sir in Thailand Saturday and Sunday is intended to the mtm in Eve Srikrishna Rakh and I am in Thailand a beautiful 😍🤩😍😍 don't have to wait for your
गण गण मन अधिनायक असे पाहुणे आले की ते या तीन दिवस तरी ते पाच वर्षांच्या आत आला आहे असे पाहुणे आले आहे असे पाहुणे आले की नाही आणि ते ही अशी मागणीही करण्यात आला असून या दोन गोष्टीचा आनंद होतो ते ही या काळात त्यांनी आपल्या समाधीवर शिवाजी आणि आपल्या बॅगमध्ये आहे असे मत व्यक्त केली आहे असे पाहुणे आले आहे की ते ही अशी जगावेगळी नरन आहेत आणि आपल्या पदाचा राजीनामा द्यावा अशी मागणीही त्यांनी
খুৱ ভাল লাগিছে। মোৰ মনে বিচৰা বিহু বিচাৰি পাইছোঁ। যিবোৰ বৰ্তমান সময়ত পোৱা নাযায়। এনেকুৱা বিহু হুচৰি পালে মন পগলা হৈ যায়।
ধন্যবাদ
মই তিনিচুকীয়া পৰাই হুঁচৰি দলটিক অজস্ৰ সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
খুবেই সুন্দৰ হৈছে।এইয়া অসমীয়া প্ৰকৃত বিহু, এইয়া অসমীয়া জাতিৰ গৌৰৱ,এই বাপুতি সাহোন বিহুৰ ঢোল,তাল,পেঁপা গগনাৰ মাতত প্ৰতিজন অসমীয়াৰ তেজৰ কণিকা নাচি উঠে।
আৰু আনলাইক,ডিচলাইক কৰা কেইটাক ভলুকা বাঁহে এচাপৰ বাই দিব লাগে।
ধন্যবাদ । ইমান ধুনীয়া মতামতৰ বাবে
মৰম দিব লাগে ❤️❤️❤️❤️❤️
বৰ্তমান সময়ত দুৰ্লভ এনেকুৱা গীত আৰু বিহু নৃত্য ।।।আগৰ বিহুৰ দৰে লাগিছে এই গেটটোত প্ৰকৃত বিহুৰ মাদকতা আছে ভাল লাগিল ।।।ভৱিষ্যতেও যেন উপহাৰ দি যাব তাৰ আশা থাকিল।।।
ধন্যবাদ ধন্যবাদ
Oti sundor ❤️🔥🔥😙
বাহ ইমান ধুনীয়া লাগিছে ,,,,আনন্দতে চকু সেমেকি উঠিছে অ ,,,,,,
ভয়ে লগা হৈছে আমাৰ বিহু পাছলৈ বা কি হয়😭😭😭😭
ধন্যবাদ ধন্যবাদ।। বিহু আমি জীয়াই ৰাখিব লাগিব ।
সছায় আজিকালি চোতালত এনে বিহু নেদেখা হলো, আমি যি আগতে গোৱা। আজিকালি বিহুৱা বোৰ পইচা ধানদা হল। আৰু দেখিবলৈ নাপাও।
অতি সুন্দৰ হৈছে ককাইদেউ । এনে এটি video দিয়া বাবে আপোনা-সহ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো। ২০২০ বৰ্ষৰ বাবে ই এটা ভাল গান , সকলোৱেই আদৰি ল'ব,,,
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bohu bosor r pisot baputi khahun Rongali bihutik jen original rup t dekha palu..akebare bihu bihu lagi hoise😍😍. Sinaki manuh hokolok dekha pai aru besi Val lagise,..... ☺☺☺❤❤❤onagoto din burotu jen anekoi amak dhunia dhunia geet r upohar di jabo buli akha korilu☺☺
🙏🙏🙏🤗🤗
বহুত সুন্দৰ হৈছে হুঁচৰি । এনে কোৱা ঢোলৰ চাপৰ শুনিলে বহুত আনন্দ অনুভৱ কৰো ।
ধন্যবাদ
Karon axomiya hoi noo
@@অনুপমবিতোপন to
অতি সুন্দৰ প্ৰদৰ্শন ,প্ৰশংসাৰ যোগ্য❤️🙏
ধন্যবাদ
Nice
Nice . Abar2 covid karne bohag bihuti napalua . Fota dholti fota vage thakil. Kin2 vedio2 dekhi bihu bihu lage golge. Bohut val hoise.
বহুত বহুত ধন্যবাদ
সঁচাকৈয়ে মন চুই গ'ল। হুচৰি নচা ছোৱালী যে নানাচি নোৱাৰিলো থাকিব 💃💃
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Moiu nasu Bihu group ot 🥰 Tumi kihot nasa koba nki 😊😊
❤️
Op
A mojjah.. uncommon bihu..dhol mojjah bojaise
ধন্যবাদ
Bohut val lagies pankaj da
সঁচাকৈ কি সুন্দৰ বিহু, শুনিলেই শুনি থাকিবলৈ মন যায়। পংকজ ছাৰলৈ অশেষ ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।
ধন্যবাদ
মন প্ৰান চুই গ'ল।।।। সচাঁই গৌৰৱ কৰো আমাৰ বিহুক লৈ ❤❤❤🙏🙏🙏🙏
❤️
@@SD.vlogs. ঘ
Puh mohia jarotu aji montu bihu lagi gol.
Dhunia hoise PANKaJ daa
ধন্যবাদ
খুব সুন্দৰ হৈছে । এপাক মাৰিবলৈ মন গৈছে অ😊 সকলোটিলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
❤️
@@অনুপমবিতোপন ttygg5yytt
Mojja
Same
সঁচাকৈ মন চুইযোৱা বিহু। ভাল লাগিল, আমাৰ গৌৰৱ, আমিয়েই।জীয়াই ৰাখিব লাগিব।
Moja bihu... Noubo Bor duniya
ধন্যবাদ
Our pride❣️❣️❣️bhttt besi val lagil
ধন্যবাদ
Nice val lagixe Huxori Dol2
ধন্যবাদ
ইমান ধুনীয়া লাগিল👌
চকু থৰ হৈ গ'ল 👏
ধন্যবাদ ধন্যবাদ
Ki koi ha anakua bihu apuni dekhiboloi korobat puatu bhagya lagibo
Natural Bihu mja lagise....anekuwa hbo lage bihu bor
ধন্যবাদ
Bihuti amar senehor ❤️
Bihuti amar adoror ❤️
Mozaahh hoisee deii😍
CAA ami namanu ktiyau
Joi Aai Axom ❤️❤️
জয় আই অসম ।।।
@@অনুপমবিতোপন বহুত ভাল লাগিল
Right bro
বোপাইটো, আৱেগতে যিহকে মনলে আহে, তাকে বলকি নাথাকিবি বুজিলি। 😠
আবেগ ত্যাগ কৰ প্ৰথমতে।
তাৰ পিছত CAA ৰ পৰা অসমত কি কি লাভ হ'ব, তাৰ বিষয়ে কিতাপ, বাতৰি কাকতত পঢ়।
আৱেগে সকলো ধংস কৰি পেলাব।
বৰ্তমান সময়ত ব্যতিক্ৰম বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ দাৰ লগতে তেওঁৰ বিহু নৃত্য দলটোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশাকৰোঁ অসমৰ ৰাইজে গীতটো আদিৰ ল'ব ধন্যবাদ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ধন্যবাদ ধন্যবাদ
@@অনুপমবিতোপন আপোনালৈয়ো ধন্যবাদ থাকিল।
Xosai bhut dinor murot xunilu anekua ata bihu git❤
Bhut val lagil hosai
খুব ধুনীয়া ।।হৈছে।।
ধন্যবাদ
বহুত বহুত ভাল লাগিল! এপাক যেন নাচোঁ যেনেই লাগিছে..... পংকজ বৰা চাৰলৈ বহুত বহুত ধন্যবাদ থাকিল// ব্যতিক্ৰমী উপহাৰ দিয়া বাবে 🤗😍😍
ধন্যবাদ ধন্যবাদ
বহুত ধুনীয়া লাগিল #ধৈন্যবাদ আৰু লগতে সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।😍😍😘😘💖💖💖💖💖
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ভাল লাগিল৷ পংকজ বৰাৰ বিহু, শান্তুমনি দাৰ নৃত্য কৰিগ্ৰাফ, উত্তমৰ কেমেৰাই মনোগ্ৰাহী কৰি তুলিছে৷ এইবাৰ বিহুত এইটো গান বেছি বাজিব৷
ধন্যবাদ
বহুত ধন্যবাদ বৰি
অতি সুন্দৰ ❤️ অসম থাকিলে বিহু থাকিব, জয় আই অসম 🙏
জয় আই অসম
❤️
মৰম দিব লাগে ❤️❤️❤️❤️❤️
bhut dhunia hose .dhul to bojaise deiii kinto ato sapor maiu adin bojaisilu anekuwa nuwarilu sar apuni bht dhunia krise happy new year
ধন্যবাদ ধন্যবাদ
বহাগ এতিয়াই আহিল যেন লাগিল।।।সঁচাই বহুত ভাল লাগিল।।।
ধন্যবাদ
ইমান বাৰেই চাইছো মানে তথাপিও মন নভৰে❤️❤️
সুন্দৰ হুঁচৰিৰ লগতে নাম..❤️❤️
প্ৰত্যেক বিহুতেই যদি এইধৰনে বিহু হুঁচৰি আহিলে হয়..❤️❤️
ধন্যবাদ ধন্যবাদ
সুন্দৰ প্ৰদৰ্শন। কিবা এটি নতুনত্বৰ সন্ধান পোৱা যেন লাগিল। ধন্যবাদ সকলোলৈকে ইমান এটি সুন্দৰ বিহুৰ বাবে।
ধন্যবাদ
ইমান এটা ধুনীয়া বিহু অসম বাসিক উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ পংকজ দা।
ধন্যবাদ
অনুপম বিতোপন চেনলৰ পৰিয়ালৰ লগতে সমূহ অসমবাসীলৈ বিহুৰ বহুত বহুত আন্তৰিক শুভকামনা জনালো❤কৰ্মসূত্রে ঘৰৰ পৰা আঁতৰত আছো যদিও বৰ্তমান এই বিহু চায়েই বিহুৰ যি মাদকতা অনুভৱ কৰিছো। লগতে শিল্পী সকলৈলো বহুত শুভকামনা আৰু অশেষ ধন্যবাদ🙏
ধন্যবাদ . আপোনালৈও শুভেচ্ছা জ্ঞাপন কৰিছো
Ki nu kom ru eman dhunia Assam r bihur nisina akuai nai❤️❤️❤️❤️❤️❤️❤️❤️❤️ Joi ai axom
ধন্যবাদ
Joy Aai Asom
মজা বিহু চৎ দেই
বহুত -বহুত সুন্দৰ বিহুনাম। শুনি ভাল লাগিল এইবোৰ হে বিহুনাম। মন প্ৰাণ চুই গ'ল অ'!
❤️
মৰম দিব লাগে ❤️❤️❤️❤️❤️
সমূহ অসম বাশিলৈ মই জম্মু কাশ্মীৰৰ পৰাই বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জাচিলো। বহুত বছৰৰ মূৰত আমাৰ অসমীয়া জাতিৰ / কেঁচা মাটিৰ সুগন্ধ পালো। বহুত ধুনীয়া। কবলৈ মনত ভাষা নাই । ককাইদেউ, এনেকুৱা বিহু যাতে প্ৰতি বছৰে বনাই, আশা থাকিল । ভৱিষ্যত অত যেতিয়া বিহু শুনিবলৈ মন যায়, তেতিয়া প্ৰথমতে এনেকুৱা বিহু সদায় জীয়াই থাকিব।
ধন্যবাদ ধন্যবাদ। । বিহু আমি জীয়াই ৰাখিব লাগিব। ।
@@অনুপমবিতোপন hundoi
ণল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ ঘৰুৱা ক্ৰিকেটত তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু
ণৎ আৰু দদঙদ এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য লণলঙৃ আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা
@@nituldutta4905 ণল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ উৰঙল এই নথিৰ লক্ষ্য আৰু ইয়াৰ পাছত তেওঁ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই তছৈঈদ হৈছিল দমন কৰিবলৈ উপায় আছে আহোম ৰজা ৰঙৰ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস
Bihu bihu ligesa gat😍😍😍😍
ধন্যবাদ
Ati sundar axomi culture . We should be save it in future . Joi aai axom💝
thank you
আমাৰ সৰুপথাৰৰ মানুহৰ গান, তাতেই আকৌ বিহু বেয়া হব নে আৰু
সৰুপথাৰ জিন্দাবাদ........❣️❣️
হয়নে ক: 😍
পংকজ দা সচাকৈ বহুত ভাল হৈছে কবলৈ ভাষা নাই মন চুই গল
ধন্যবাদ
ভাল হৈছে আৰু লাগে এনেকুৱা বিহু
ধন্যবাদ ধন্যবাদ
সঁচাই বহুত দিনৰ পিছত এনেকুৱা বিহু এজাক, এনে গীতৰ সুন্দৰ পৰিবেশন উপভোগ কৰিলোঁ। ধৈন্যবাদ।
ধন্যবাদ
বহুত ভাল লাগিছে দেই
আগৰলৈ আৰু পোৱাৰ আশাৰে......ভাল লাগিল
নিশ্চয় নিশ্চয় চেষ্টা কৰিম
❤️
কি বাৰু comment মাৰিম,👍👍👍👍👌👌👌👌👌👌👌
কবলৈ ভাষা নাই।।।
ধন্যবাদ
Moja
Thanks
Hosakoi bht vl lagile nasu nasu lagi gol..Ooo..👌👌👌👌
ধন্যবাদ
এটা সুন্দৰ বিহু সুৰিয়া হুচৰি নাচো নাচো লাগি গছৈ অতি সুন্দৰ হৈছে দাদা
ধন্যবাদ ধন্যবাদ
ধন্যবাদ
২০১৯ৰ সৰ্ব শ্ৰেষ্ঠ হুঁচৰি গীত , বহুত ধুনীয়া লাগিলে শুনি , এয়া অসমীয়াৰ বাবে এটা ভাল উপহাৰ
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@@অনুপমবিতোপন আপুণআলৈও ধন্যবাদ থাকিল দাদা ইমান সুন্দৰ গীতটি আপুনি release দিয়াৰ বাবে
🙏🙏🙏🙏🙏
Bohut val lagil
ধন্যবাদ
ইমান সুন্দৰ উপস্থাপন সচাই বৰ ধুনিয়া লাগিল এইবোৰ হে আছল বিহু
ধন্যবাদ
Anupom bitupon dar contract number 2 plz kunubai diyak na
Bor Dhuniya lagil Sai😍
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
বহুত ধুনিয়া লাগিল ভোগালি বিহুৰ শুভেচ্চা জনালো
ধন্যবাদ
সুন্দৰ হৈছে। এনেধৰণৰ বিহুবোৰ শুনি থাকিবৰ মন যায়। 🌹☺
ধন্যবাদ
বহিয়া হৈছে
বিহু বিহু লাগি গল😍😍😍😍😍
ধন্যবাদ ধন্যবাদ
Bihu dekhi jabole mon goise mur nasibole ..dhuniya bihu .
ধুনীয়া হৈছে ।দুখ লাগে আমাৰ ভাষা সংস্কৃতি আজি শংকিত
জয় আই অসম
আমাৰ মৰমৰ বিহু বুলিলে পাগল। ধন্যবাদ অনুপম দা আপলোদ দিয়া বাবে যাৰ বাবে আমি চাবলৈ পাইছো
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
মজা পংকজ চাৰ বহুত ভাল লাগিল। আনাগত দিনবোৰ ত আপুনি আৰু এনেকুৱা সুন্দৰ গীত আমাক উপহাৰ হিচাপে দি যাব বুলি আখা কৰিলোঁ।
ধন্যবাদ ধন্যবাদ
Dhunia lagil
ধন্যবাদ
কৰ্মসূত্ৰে বাহিৰত থাকো যদিও এই বিহুটিয়ে মনতো গাঁৱলৈ উৰুৱাই লৈ যায়❤️
❤️
Koru sun
@@jadavtheuniverse6788 😘😘😘😘😘😘😘😘
@@jadavtheuniverse6788 mor tat notification a oha nasil gom powa nasilu sorry
@@jadavtheuniverse6788 hoi nki
বহুত ভাল লাগিল চাই..
ধন্যবাদ
এনেকুৱা বিহু বিচাৰি আছিলোঁ । বহুত বহুত ধন্যবাদ দাদা ☺️☺️
ধন্যবাদ
এনেকুৱা সুন্দৰ সুন্দৰ গীত মাত বোৰে ই অসমীয়াৰ জাতীয় সাংস্ক্ তীৰ ভৰালৰ ধন। "কোনো পধেই যেন হেৰাই নাজাই"
ধন্যবাদ ধন্যবাদ
অন্তৰ চুই গল । বহুত ভাল লাগিল অসমীয়া ৰ বাবে বিহু মেইন 😍😍
❤️
Golaghat gelabill❤❤
যিমান কষ্ট কৰিলেওঁ এবাৰ শুনিলেই মন টো ৰসক পসক কৰি যায় 😊🥰😘
শব্দৰ অভাৱ কিদৰে আপোনালোকক ধন্যবাদ জনাও গীতটোৰ লগত জড়িত সকলো কলা-কুশলীকে। ইমান এটি সুৰিয়া বিহু গীত উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।
সুন্দৰ হৈছে পংকজ দা। এনেকুৱা বিহু আৰু লাগে
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ। চেষ্টা কৰিম
Husori tu xuni bohut bohut bohut bhal lagisa 😊😇😍😘🙏🙏🙏🌾🌿
ধন্যবাদ ধন্যবাদ
Bhal lagil ooo
ধন্যবাদ
lirics and all the script that composed is very awesome....
ধন্যবাদ
অতি সুন্দৰ,গা উঠাই দিছে দেই।
দলটিৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছো।
ধন্যবাদ ধন্যবাদ
বহুত ভাল লাগিল চাই আগলৈও এনেকৈয়ে আশা কৰিলো
ধন্যবাদ
হুচৰিটো শুনি যথেষ্ট ভাল পালো ।বিহুৰ সময়ত এওলোকৰ নিচিনা অনুস্থানে সকলোৰে মন মুগ্ধ কৰিব ।
ধন্যবাদ
সচাকৈ হুচৰি গীতটি বৰ ভাল লাগিছে। বৰ্তমান এই হুচৰি গীত নোহোৱাই হৈছে বিশেষকৈ আমাৰ নামনি অসমৰ ফালে নাই বুলিবই পাৰি। বহুত দিনৰ মূৰত এটি হুচৰি গীত শুনিবলৈ পাই বৰ ভাল লাগিছে।
ধন্যবাদ ধন্যবাদ
Bihu Bihu lgise ..bhut vl lgise
ধন্যবাদ
Dhul r sapor kinto manibo lagibo👌👌👌👌. Dhunia husori👍👍👍👍👍.
ধন্যবাদ ধন্যবাদ
সুন্দৰ হৈছে। এইয়াহে অসমীয়া প্রকৃত গান।
ধন্যবাদ
Osakoi hei bur usori nai kiya hoise ge aaru...
So video Tu sai bohut vl lagil... Next video wait brooo
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
সচাকৈয়ে খুব সুন্দৰ লাগিল, , পংকজ দাৰ বিহু শুনি এনেও ভাল পাওঁ , হলেও এই টো ভিডিঅ আৰু ভাল লাগিল 👌দৃশ্যসজ্জা অতি সুন্দৰ😊👍👍💓💓💓❤❤❤, , , কিন্তু এই দিছ লাইক মৰা কেইটা কোন বাৰু ? অসমীয়া নহয় আচলতে ইহত 😞
ধন্যবাদ
এইবোৰ হে আচল বিহু । কবলৈ ভাষা নাই । Really mind blowing....Superb..
ধন্যবাদ
ৰাজনীতি, ধৰ্মনীতি, কৰ'ণা, সকলোৰে ওপৰত আমাৰ সংস্কৃতি। আমাৰ বিহু। কাহানিও এৰিব নোৱাৰা এক অমূল্য সম্পদ। Love & appreciate from Arunachal, West Bengal & Bihar.
ধন্যবাদ
এটা খাটি বিহুৰ পিয়াহত থকা মোৰ দৰে অসমীয়াৰ কাৰণে এই বিহুটো অমৃতৰ দৰে হৈছে। বহুত ধন্যবাদ থাকিল
ধন্যবাদজনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
অসমীয়ৰ প্ৰাণ চেনেহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤🙏
Ekdm ga xiori uthi goise...💝💝💝
Bohag bihu puahie nisina lagise
🙏🙏🙏