মই ষড়যন্ত্ৰৰ বলি হলো, গ্ৰেপ্তাৰৰ পূর্বে News Liveৰ সৈতে হোৱা সাক্ষাৎকাৰত সকলো ক'লে SI জোনমণি ৰাভাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • ⭕️ 'মই ষড়যন্ত্ৰৰ বলি হলো, মোৰ ভাবি স্বামী ৰাণা প'গাগক বিশ্বাস কৰিছিলো সেইটোৱেই মোৰ ভুল আছিল'
    ⭕️ 'মোক এতিয়া কোনেও বিশ্বাস নকৰে, মোৰ সব শেষ হৈ গ'ল'
    ⭕️ গ্ৰেপ্তাৰৰ পূর্বে News Liveৰ সৈতে হোৱা EXCLUSIVE সাক্ষাৎকাৰত সকলো বিৱৰি ক'লে বিতৰ্কিত SI জোনমণি ৰাভাই
    #BigBreaking #BREAKING #JunmoniRabha #NewsLive
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 1.4K

  • @umanadagogoi1033
    @umanadagogoi1033 2 ปีที่แล้ว +71

    তোমাৰ কথাখিনি সঢা‌ আৰু নিজৰ মানুহবোৰক বিশ্বাস নকৰিলে কাক বিশ্বাস কৰিব । তেওঁৰ নিদুখি বুলি মোৰ বিশ্বাস আছে।

    • @azaharaliakand4518
      @azaharaliakand4518 2 หลายเดือนก่อน

      ❤❤❤❤❤u❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @robinkuli4666
    @robinkuli4666 2 ปีที่แล้ว +164

    এখেতে মিছা কোৱা নিচিনা লগা নাই। সচাঁকৈয়ে তেখেতক বিশ্বাসেই বিশ্বাসঘাটক কৰা যেন লাগিছে। সৰলতাৰ সুযোগ ল'লে।

    • @AnimalsCasa
      @AnimalsCasa 2 ปีที่แล้ว +10

      Bhal lagise ne kahini tu..😆..enei SI nohoi tu..kahini kobo janibo lagibo no

    • @sitalsam6797
      @sitalsam6797 2 ปีที่แล้ว +1

      Misa

    • @sanjibsonowal450
      @sanjibsonowal450 2 ปีที่แล้ว +4

      @@AnimalsCasa 2oi horobjaan sob jano...

    • @AnimalsCasa
      @AnimalsCasa 2 ปีที่แล้ว

      @@sanjibsonowal450 o etiyaloi bank statement'ot hua lenden khini janu

    • @bikashgogoi9024
      @bikashgogoi9024 2 ปีที่แล้ว +1

      Right

  • @upenboro8825
    @upenboro8825 2 ปีที่แล้ว +54

    অচিন কাথৰ থোৰা ডাল লগাই ভূল কৰিলা। বদলা লৈ হে এৰিলে । বেকত মানুহ আছে, সত্যৰ সদায় জয়।

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 ปีที่แล้ว +164

    মোৰ ভাব তোমাৰ মনত একো পাপ নাই। কাৰণ আইনৰ তুমি সচা ৰক্ষক হিচাপে টিভি ৰ বাতৰি ত বিধায়ক ৰ ঘটনাটো দেখি প্ৰমাণ পাই থৈছোঁ। সকলো ষড়যন্ত্ৰ ৰ ৱাল ভাঙি তোমাৰ জয় নিশ্চিত।👏👏👍👍👍

    • @prandeepdeka4204
      @prandeepdeka4204 2 ปีที่แล้ว +2

      Hoi naki.. sau suun

    • @sd-ru3fg
      @sd-ru3fg 2 ปีที่แล้ว +1

      Kandilei sob thik hoi jai nki..?? Faltu eta toi

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +3

      Rreendiiii😂

    • @bikibaba7899
      @bikibaba7899 2 ปีที่แล้ว +3

      junmani 2mi bidhayokr lgt kotha kuwa recrding hunisu ,tate gom paisu 2mi knekwa

    • @mousumichoudhury7409
      @mousumichoudhury7409 2 ปีที่แล้ว +2

      মোৰ সন্মানীয় অসম তথা ভাৰতৰ নাগৰিকসকল আপোনালোকে যি কোনো মন্তব্য এটা সামাজিক মাধ্যমত প্ৰচাৰ কৰোঁতে ভাষা তথা শালীনতাবোধ শব্দ ৰ প্ৰয়োগ কৰে যেন। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্ম ক সু সংস্কাৰ দিয়া দায়িত্ব আমাৰ।

  • @rajapegu7723
    @rajapegu7723 2 ปีที่แล้ว +103

    ধৰ্য ধৰা বা
    জীৱন এনেকুৱা
    ধৰ্ম সদায়
    জয় হয়

  • @akhilakhil8863
    @akhilakhil8863 4 หลายเดือนก่อน +1

    সত্য বিচাৰক সৃষ্টিকৰ্তা হকুলোৰে বিচাৰৰ মালিক। সত্যৰ জয় এদিন হবৈ।

  • @bastobsonowal1025
    @bastobsonowal1025 2 ปีที่แล้ว +118

    মনত বহুত দুখ লাগিল বা জনীক দেখি । এতিয়া সেই দালালটোক শাস্তি দিব লাগে ।এইটো মোৰ ফালৰ পৰা অনুৰুধ

    • @adityagogoi2339
      @adityagogoi2339 2 ปีที่แล้ว +3

      @UC7G0BCa4E5C7kzQUY6_6Iew tur nisina manokhikotar manuhr babei kisumn manuhy jiai thakibole pahori goi blg poth basi loi 🙂

    • @adityagogoi2339
      @adityagogoi2339 2 ปีที่แล้ว +2

      Moiu haitue kou

  • @nilakantadoley6342
    @nilakantadoley6342 2 ปีที่แล้ว +96

    বেয়া লাগিল বেছেৰীজনীৰ কথা শুনি । সৰলতাৰ সুযোগ ল'লে । সত্যৰ সদায় জয় মাজনী সাহস কৰা।

  • @indian9028
    @indian9028 2 ปีที่แล้ว +46

    বাইদেউ আপুনি দুখ নকৰিব পৃথিৱীত নেদেখা জন আছে শেষত আপুনি জয় হব।।এই পৃথিবীত আটাইতকৈ কঠিন কামতো হৈছে মানুহ চিনি পোৱাটো।।

  • @rajeshgogoi619
    @rajeshgogoi619 ปีที่แล้ว +43

    আজি এই ছোৱালী জনী হেৰাই গল সকলোৰে মাজৰ পৰা । তোমাৰ আত্মাই শান্তি পাওক ।

  • @debakshichutia3781
    @debakshichutia3781 2 ปีที่แล้ว +50

    আশা কৰোঁ তোমাৰ জয় হওঁক বা 👍

  • @jackalive9725
    @jackalive9725 2 ปีที่แล้ว +2

    জোনমণি ৰাভা জিন্দাবাদ

  • @simuborah5025
    @simuborah5025 2 ปีที่แล้ว +204

    যদি আপুনি ভুল কৰা নাই, এদিন আপুনি জয়ী হ'ব। সত্য সদায় জয়। উক্ত কথাফাকি মনত ৰাখি আগুৱাই যাওঁক।

  • @saiyedhassan
    @saiyedhassan 2 ปีที่แล้ว +171

    আচল সত্য উদ্ঘাটন হওক৷ তুমি কোৱা কথা যদি সত্য হয় এদিন তুমি জয়ী হবা৷

  • @jupitara7619
    @jupitara7619 2 ปีที่แล้ว +43

    সত্যৰ জয় হব.... মাথোঁ ধৰ্য্যৰ প্ৰয়োজন ।God bless you Junmoni

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +1

      Jupi Tara rrendii😂

    • @nabadwiprabha5519
      @nabadwiprabha5519 2 ปีที่แล้ว +2

      Jake take toi kio rendhi koi ase মগুচ নোহোৱা মাথা খাৰাব হৈছে নেকি তোৰ

    • @AnimalsCasa
      @AnimalsCasa 2 ปีที่แล้ว

      @@nabadwiprabha5519 eta case holei..united lifeor IP address uliyai ghoror pora arrest kora hobo. Jaa taa gali likhi dise 🙄

  • @hemlotaray8262
    @hemlotaray8262 ปีที่แล้ว +10

    কথাবোৰ শুনিয়ে বহুত দুখ লাগিছে। তোমাৰ লগত মানুহবোৰে বহুত অন্যায় কৰিলে।😢😢

  • @pallobphukon3603
    @pallobphukon3603 2 ปีที่แล้ว +88

    সহজ সৰল মানুহ পুলিচৰ চাকৰিত কেতিয়াও তিস্তি থাকিব নোৱাৰে পুলিচ হবলৈ হলে দগাবাজ আনক তেলিয়াব পৰা সচাতোক মিছা কৰিব পৰা আৰু ঘোচ খাই ধনিক সুৰক্ষা দিব পৰা গুণ থাকিব লাগিব তেতিয়াহে পদোন্নতি হৈ গৈ থাকিব ৷ সৎ আৰু কত্যব্যপৰায়ণ মানুহ পুলিচ নোহোৱাই ভাল ৷

    • @khirodhazarika4575
      @khirodhazarika4575 2 ปีที่แล้ว +2

      👍

    • @bishal9125
      @bishal9125 2 ปีที่แล้ว +1

      🙏

    • @himangshreeboruah2654
      @himangshreeboruah2654 2 ปีที่แล้ว +1

      right

    • @bipultips1337
      @bipultips1337 2 ปีที่แล้ว +1

      @@himangshreeboruah2654 right

    • @kakalidas8367
      @kakalidas8367 2 ปีที่แล้ว +4

      আৰু ৰাজনীতি কৰা মানুহবিলাকে বেয়া কাম কৰিলেও তেওঁলোকৰ বিৰুদ্ধে কব নোৱাৰিব| নহ'লে বিপদ নিশ্চিত |

  • @Manisha-dm2hu
    @Manisha-dm2hu 2 ปีที่แล้ว +94

    জোন বা তুমি হতাশ নহবা👍 যদি তুমি শুদ্ধ তেন্তে তুমি জয়ী হ'বা👍

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +3

      Rrendi Manisha

  • @bikashmusiccreation1449
    @bikashmusiccreation1449 ปีที่แล้ว +10

    Such a brave soul, justice must be given to her, my her soul rest in etarnal peace 😢

  • @mriduladeka6041
    @mriduladeka6041 2 ปีที่แล้ว +7

    ভগবানে পৰীক্ষা লৈছে ,সত্যৰ সদায় জয় । দুখীয়া হৈ জীবন ধৰাতো কিজানিবা আমাৰ অপৰাধ। মানুহ চিনা ইমান সহজ নহয়।

  • @nirmalmili2016
    @nirmalmili2016 2 ปีที่แล้ว +24

    জোনমনি "বা" সময়ত সকলো ভাল হব । আপুনি দুখ নকৰিব ন্যায়ালয় আপোনাক ন্যায় দিব কাৰণ আপোনাৰ দুখ নাছিলে । সঁচাকে বহুত দুখ লাগিছে মোৰো, আপোনাৰ ঘৰৰ অৱস্থা শুনি ।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 ปีที่แล้ว +31

    আনৰ কেছ Enquiry কৰোতে কৰোতে নিজৰেই Enquiry হব এতিয়া।
    ঘটনাটো দুৰ্ভাগ্যজনক,, যিহেতু পুলিচৰ ওপৰত Enquiry,,,😐
    ৰাভা Madam নিদোষী যেন অনুভৱ হয়।
    সত্য সদায় জয়🙏

  • @MidulDutta8174Dutta-to5oc
    @MidulDutta8174Dutta-to5oc ปีที่แล้ว +27

    আই জনি ঔঔঔ তুমি তুমাৰ পৃথিৱীত সূখী হোৱা,,,
    তাৰে কামনা কৰিছো 🙏🙏🙏 ভগৱানৰ ওচৰত ,

  • @rubulvision5475
    @rubulvision5475 2 ปีที่แล้ว +97

    ভাল মানুহৰ প্ৰথমে কষ্ট হয় । সত্য সদাই জয় হয় ।

  • @himajyotimazumdar1408
    @himajyotimazumdar1408 2 ปีที่แล้ว +4

    এনেকুৱা বিশ্বাসঘাতকক ভগৱানে অচিৰেই উপযুক্ত শাস্তি দিয়ক তাকেই কামনা কৰিলোঁ 🙏🙏

  • @Monojdas762
    @Monojdas762 2 ปีที่แล้ว +79

    সত্য সদায় জয় 🙏

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +1

      Bandita Das rrendii

  • @munu8619
    @munu8619 2 ปีที่แล้ว +49

    যদি তুমি সচাকৈ সত্য পথত আছা চিন্তা নকৰিবা বা তোমাক ভগৱানে নিশ্চয় সহায় কৰিব। সি আচলতে সম্পূৰ্ণ মিছাৰে তোমাৰ কাষ চাপিল কাৰণ যিজন মানুহে নিজৰ পৰিচয় যেতিয়া ভুলকৈ দিব পাৰে তেওঁৰ বাবে এইবোৰ একেবাৰে সহজ কথা।

  • @Pokem223
    @Pokem223 2 ปีที่แล้ว +33

    জোনমনিৰ কথাবিলাক পোহৰলৈ আহক। জয় সত্যৰেই হ'ব। মানুহক সহজতে বিশ্বাসত লোৱাটো ঠিক নহয়। জোনমনিয়ে ন্যায় পাওক তাকে আশা কৰিছো🙏🙏🙏

    • @aditiboruah5632
      @aditiboruah5632 ปีที่แล้ว

      সি বেছি দিন জীয়াই নাথাকে ‌

  • @ABCreations22
    @ABCreations22 2 ปีที่แล้ว +105

    এটা চাকৰি পোৱাৰ বাবে কিমান কষ্ট আপুনি আকৌ পায়ও এনেকুৱা ||
    লোভেই পাপ পাপেই কাটা বিস্কুট

  • @Mr.P.Basu.Gaming
    @Mr.P.Basu.Gaming ปีที่แล้ว +1

    ভগৱানে তোমাক মংগল কৰক, সত্য সদায় জয়

  • @abdulmafij734
    @abdulmafij734 2 ปีที่แล้ว +23

    জোন মনি ভনী তুমাক বহুত ডাঙৰ ধুকা দিছে তোমাৰ দিন বহুত ভাল যাব আল্লাহ ৰ ওচৰত দোআ খোজিছো

  • @dd_coaching_center6100
    @dd_coaching_center6100 2 ปีที่แล้ว +1

    God bless you junmoni rabha

  • @tattifpsgamingyt3758
    @tattifpsgamingyt3758 2 ปีที่แล้ว +92

    দুখ নকৰিবা সত্যৰ জয় হ'ব ই । ভগৱানে মঙ্গল কৰক যেন।

    • @dipanjoli6560
      @dipanjoli6560 2 ปีที่แล้ว +1

      Kun hoito Tumi Jana ni

    • @digantadeka7201
      @digantadeka7201 2 ปีที่แล้ว +2

      🤣🤣🤣😝

    • @villegerockstar9066
      @villegerockstar9066 2 ปีที่แล้ว +3

      Eku nay baru,, matro encounter Kori diley hol ayjonik,,, nee ki koy Akhom bakhi Raijj 🙏🙏

    • @jasnaswargiary3601
      @jasnaswargiary3601 2 ปีที่แล้ว

      Hoito hoidai jay hoi jude apuni hoito apuni jay hoboi bha

    • @sitalsam6797
      @sitalsam6797 2 ปีที่แล้ว

      Misa sob

  • @dipaliborahsingha9039
    @dipaliborahsingha9039 ปีที่แล้ว +1

    ইমান কষ্ট তোমাৰ জীৱন টো আছিল, হৃদয় কপি উঠে

  • @lilimonikutum7251
    @lilimonikutum7251 2 ปีที่แล้ว +75

    সত্যৰ সদায় জয়।

    • @nirmalarabha9882
      @nirmalarabha9882 2 ปีที่แล้ว

      I wish you success in your work.

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      Lilimoni kutum rrendii

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      @@nirmalarabha9882 Nirmalla raabha rrendii

  • @cisfnath3689
    @cisfnath3689 2 ปีที่แล้ว +10

    পত্যক্ষ্যভাবে দুখীয়ে শাস্তি পাওক তাৰে কামনা কৰিলোঁ😊

  • @sujitnath1113
    @sujitnath1113 2 ปีที่แล้ว +17

    I feel like she is an innocent lady. She has been used , her trust has been misused by that culprit. Don't worry Junmoni you will be proofed innocent. Don't giveup 👍👍

  • @hasiburrahman4441
    @hasiburrahman4441 2 ปีที่แล้ว +1

    বাইদেউৰ কথা শুনি বহুত বহুত দুখ লাগিল.

  • @milankalita3080
    @milankalita3080 2 ปีที่แล้ว +79

    ৰাণা পগাগ নহয়।সি ফেঁটীসাপ হয়। বেজে ফেঁটীসাপ নছুৱাই। আৰু এদিন সেই ফেঁটীসাপ ৰ দংশনত বেজৰো মৰণ হয়।

  • @manmohanmech4036
    @manmohanmech4036 2 ปีที่แล้ว +28

    আপোনি সত্য মোৰ মনে কয়।ৰানা দৰে মানুহক আপোনি বিশ্বাস কৰি ভুল কৰিলে।ভগবানে আপোনাক যাতে সহায় কৰক আপোনি যে নিৰ্দুখি তাক প্ৰমান কৰিবলৈ

  • @bhaktavlogs9129
    @bhaktavlogs9129 2 ปีที่แล้ว +15

    Don't worry Junmoni. Never give up 👆. One day you won. Keep the truth of speak. We support you.

  • @rituparnarabha3536
    @rituparnarabha3536 2 ปีที่แล้ว +2

    গডৰেজৰ লকাৰ কোনেও ভঙা নাই ৰানাই ভাঙিছে। মূল ষড়যন্ত্ৰকাৰী তেওঁৱে হয়।

  • @puronpayeng7151
    @puronpayeng7151 2 ปีที่แล้ว +59

    আৰক্ষী বিভাগত চাকৰি কৰিলে এটা ভৰি জেলত আৰু এটা ভৰি চাকৰিত ; গতিকে এখোজ আগবাঢ়ি যাবলৈ বহুত ভাবিব লগা হয় , তাৰ পৰিণতি কি হব । জীৱনত ঘাট প্ৰতি ঘাট আহিবই , সংগ্ৰাম কৰিবলৈ শিকিব লাগিব । যদি সত্যত আছা , এদিন নিশ্চয় জয় হব ।

    • @protimadutta2890
      @protimadutta2890 2 ปีที่แล้ว +6

      আৰক্ষীত চাকৰি কৰি সেই শগুণ মুৰীয়া টোৰ বিষয়ে একো নজনাকৈ আঙঠি পিন্ধিব নালাগিছিল নহয়---ভালকে খা-খবৰ কৰি ল'ব লাগিছিল ।

    • @rajdeepdoley7644
      @rajdeepdoley7644 2 ปีที่แล้ว

      Hogun muriya tu

  • @smartstech3657
    @smartstech3657 2 ปีที่แล้ว

    Jonmani mam apunar kathakhini 100%currect..adin hleo apuni succes hba.god bless u..

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 2 ปีที่แล้ว +4

    নিজৰ অস্তিত্বক কেতিয়াওঁ কাৰো বাবে নোহোৱা কৰি পেলাব নালাগে,, সত্যৰ জয় হওঁক তাৰেই কামনা কৰিলো🙏🙏

  • @arunv8061
    @arunv8061 ปีที่แล้ว

    কখাখিনি শুনি বৰ দুখ লাগিল । তেৰেতে মিছা কথা কোৱা নাই। বৰ সহজ-সৰল আছিল বাবে এনেকুৱা হ'ল যেন লাগিল ।এতিয়া তেখেত এই পৃথিৱীত নাই । হ'লেও তেখেতৰ মৃত্যুৰ উচিত তদন্ত হওঁক তাৰেই কামনা কৰিলোঁ । ভাল মানুহৰ স্হান আজি যেন পৃথিৱীত নাই তেনে লাগিল 😢😢😢🙏🙏🙏

  • @jayantaboruah5077
    @jayantaboruah5077 2 ปีที่แล้ว +8

    সত্য ৰ জয় হ'ব --আপোনাৰ কথাৰ বিশ্বাস যোগ্যতা আছে বোলি ভাবিছো

  • @kuhicreationchannel1213
    @kuhicreationchannel1213 2 ปีที่แล้ว +2

    আপোনাৰ কথা খিনি শুনি সঁচাই বহুত দুখ লাগিছে, কথা খিনি সঁচা যেন লাগিছে আপোনাৰ,

  • @lishagogoi4325
    @lishagogoi4325 2 ปีที่แล้ว +128

    সত্যৰ জয় হওঁক 🙏 🧭

    • @digantarajpegu826
      @digantarajpegu826 2 ปีที่แล้ว +3

      কত সত্য, উচিৎ শাস্তি পাব লাগে

    • @lishagogoi4325
      @lishagogoi4325 2 ปีที่แล้ว +6

      @@digantarajpegu826 সত্যৰ জয় হওঁক মানে যিটো সঁচা সেইটো । ইয়াত কাৰো পক্ষ লৈ কোৱা নাই মই

    • @Mps264
      @Mps264 2 ปีที่แล้ว +2

      চাকৰি য়ে কাতি দিব লাগে ইয়াৰ

    • @digantarajpegu826
      @digantarajpegu826 2 ปีที่แล้ว

      তুমি তাইক লৈহে কথাতো কৈছা, কিছু দিন আগতে নিজকে বহুত ওপৰৰ মাল বুলি ভাবি মিছাতে নায়িকা হৈছিল নহয়, এতিয়া কল নায়িকা........

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      Lisha Gogoi rrrendii

  • @MINE_Craze_81
    @MINE_Craze_81 2 หลายเดือนก่อน

    Bohut dukh lage junmoniloi. Hosakoi Taik bohut thogile. Tomar attmai hanti pouk. ❤

  • @Jahnu734
    @Jahnu734 2 ปีที่แล้ว +18

    God bless you Jun...😥🙏🙏🙏🙏

  • @tarulatakutumofficial7369
    @tarulatakutumofficial7369 2 ปีที่แล้ว

    Durbol nohobo you are. a powerful soul. Iswor apunar lgt ase Thakibo. Atiya dhorjyare xomoshabur xomadhan Korar xomoy kukur xoday..sua. khai..oinya kora nanuhor santi nai aru besi dinloi ayukh .nathake sai thakibo. Ami suali amak byboharor bostu buli bobha ai purukh xokolok koisu... junmoni Rabha iman beya holeheten Ranjan pogagok. Agote sini paleheten....Tai nirduki so Apunak iswore nishoy bosabo. . sinta nokoribo

  • @nayankakati4143
    @nayankakati4143 2 ปีที่แล้ว +12

    si হ'লেও তাই এজন ছোৱালী,আৰু চাকৰি পোৱা 3 বছৰ মান হৈছিল হে,, প্ৰেমত পৰা মানুহ অন্ধ ও,, ই সকলো লুটি পুটি ঠগ বাছ কৰিলে হাৰামী ,,তাইৰ ভুল এইতো আছিল তাই এজন পুলিচ, পুলিছৰ চাকৰিত বহু পাবা এনেকুৱা চুৰ দকাইত বোৰ বেছি ওচৰত আহে

  • @basisthathakur4568
    @basisthathakur4568 ปีที่แล้ว +1

    Justice for Junmoni rabha mam

  • @prasantaborah4414
    @prasantaborah4414 2 ปีที่แล้ว +20

    ল'ৰা জন অলপ ধুনীয়া দেখি ভাল বেয়া নুগুনি প্ৰেমত পৰা ছোৱালী বুৰৰ এনে দশাই হব।

    • @dhirajrabha1491
      @dhirajrabha1491 2 ปีที่แล้ว +3

      Right, ৰাভা ছোৱালী হৈ ও বিয়াৰ কাৰণে বেলেগ ল'ৰা চায় না, এনেকুৱাই লাগে ৰাভাৰ বাহিৰে বেলেগ ল'ৰা চায় না

    • @amarjyoti823
      @amarjyoti823 2 ปีที่แล้ว

      @@dhirajrabha1491 Rabha boro ki ktha ase he dangoriya.... ..

  • @jyotihazarika1303
    @jyotihazarika1303 ปีที่แล้ว +1

    এই ভিডিঅ' টো চোৱাৰ পৰা একদম শান্তিৰে থাকিব পৰা নাই। বহুত অন্যায় হ'ল জোনমনি ৰাভা লগত। ভগৱান ইয়াৰ সু বিচাৰ কৰা 🙏 জোনমনি ৰ আত্মাই শান্তি পাওক।

    • @mintuborah1478
      @mintuborah1478 ปีที่แล้ว

      Jetia tai koisil jamin r babe ukil dharise nki tetia tai koisil mur hatot poisa nai so moi jailote thakim.. Mur sokupani ulai gol, 😰😰 moi janu rabha sualibur bahut sidha sadha manuh taik sabei bahut kosto dile ..

    • @dipanjalimohanta4800
      @dipanjalimohanta4800 20 วันที่ผ่านมา

      সহজ সৰল ছোৱালীজনীক বিশ্বাস ঘাট কৰি সেইকেইটাই সুখৰ ভাত খাবলৈ নাপায়।তোমাৰ অতৃপ্ত আত্মাই ওপৰৰ পৰাই ভগৱানক কাকূতি কৰা যাতে তোমাৰ অনিষ্ট কৰা আৰু তোমাক মৃত্যুৰ পথলৈ থেলি দিয়া পাপী কেইটাক শাস্তি দিয়ক।

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 ปีที่แล้ว +4

    সকলো ছোৱালী য়ে এই ঘটনাটো ৰ পৰা শিক্ষা লোৱা উচিত।

  • @ranjumabegum1218
    @ranjumabegum1218 2 ปีที่แล้ว +1

    কথা খিনি শুনি বৰ দুখ লাগিল, মেদাম ..ধৰ্য্য ধৰক সত্যৰ জয় হবই।আপোনাক বৰ বেয়াকৈ ফচাই দিলে,দুখ লাগিল

  • @pabitragogoi8654
    @pabitragogoi8654 2 ปีที่แล้ว +53

    Never judge a Book by it's cover... কথাষাৰ মনত ৰখা উচিত!

  • @Brahmaputra23
    @Brahmaputra23 2 ปีที่แล้ว

    Dhoinobad .....
    News Live

  • @abhilashasaikia5242
    @abhilashasaikia5242 2 ปีที่แล้ว +16

    Joonmoni jodi hosai nirdurkhi .. tumi joyi hobai .. bhogowane tumak hlp korak. Ami janu tumi nirdukhi hoi ... God blessed u...

  • @anjushreedas7406
    @anjushreedas7406 2 ปีที่แล้ว +1

    বৰ বেয়া লাগিল জোনমণিৰ কথাখিনি শুনি | পৃথিৱী খন ঠগ-প্ৰৱঞ্চকৰে ভৰি পৰিছে |

  • @tulsicreations862
    @tulsicreations862 2 ปีที่แล้ว +5

    সত্য ৰ জয় হব‌ই , ধৰি লোৱা এই য়া তোমাৰ সত্য ৰ পৰীক্ষা ৰ সময়,,,,, ধৈৰ্য ৰ প্ৰয়োজন , সাহস নেহেৰুৱাবা ,,,,,

  • @pikuofficelaxom3378
    @pikuofficelaxom3378 2 ปีที่แล้ว

    আপুনি চিন্তা নকৰিব বাইদেউ আপুনি জয়ী হ'ব

  • @putulkalita3115
    @putulkalita3115 ปีที่แล้ว +17

    আচলতে সৎ চিন্তা কৰা মানুহে বেয়া মানুহ ৰ মন তৎক্ষণাৎ বুজি নাপায় । সেয়ে প্ৰায় বিপদত পৰে ।

  • @kakumonisaikiagogoi5898
    @kakumonisaikiagogoi5898 2 ปีที่แล้ว +1

    সত্যৰ সদায় জয়, তুমি যদি সঁচা,ভগবান আছে তোমাৰ লগত

  • @urbanmix9425
    @urbanmix9425 2 ปีที่แล้ว +52

    Ji hol hol aru next innings acting r pora start korok, khub dhuniya hoise acting tu👌

  • @bonjitgogoi9809
    @bonjitgogoi9809 2 ปีที่แล้ว +1

    নিশ্চয়কৈ সত্যৰ সদায় জয় হয় । ধ্যৰ্যৰ ফল মিঠা । Wait nd watch.... Be patient..👍👍

  • @azizulhoque3872
    @azizulhoque3872 2 ปีที่แล้ว +3

    সঁচা প্ৰতিকৃতি মানুহৰ বিপদ বেছি আপুনি জয়ী হব নিশ্চিত

  • @ranujpanging9243
    @ranujpanging9243 2 ปีที่แล้ว

    তোমাক ভগৱানে সহায় কৰিব।

  • @nibeditasharma8547
    @nibeditasharma8547 2 ปีที่แล้ว +8

    I trust her..she is innocent and she should get justice..my tears come out seeing her crying 😢

    • @rekhagogoi9175
      @rekhagogoi9175 2 ปีที่แล้ว +1

      Same here..😥

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      Nibedita rrenddii

    • @nibeditasharma8547
      @nibeditasharma8547 2 ปีที่แล้ว

      @@bigogio4985 who the hell r u man? Who gave the right to abuse me?

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      @@nibeditasharma8547 Nibedita Sharma you are rrendi, your mom rrendii, 🤣

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว

      @@nibeditasharma8547 your Sister will be rrendii👌

  • @ritumoninath1046
    @ritumoninath1046 ปีที่แล้ว

    বহুত মানুহ আছে সৰলতাৰ সুযোগ লৈ সহজ সৰল মানুহৰ বহুত ক্ষতি কৰে বৰ দুখ লাগিল ছোৱালী জনীক একাংশ নিকৃষ্ট মানৰ মানুহে বলীৰ পথা সজাই পৃথিৱীৰ পৰা আতৰাই পেলালে 🥲🥲

  • @lakhyadhar7637
    @lakhyadhar7637 2 ปีที่แล้ว +4

    Tumhara time ayega junmoni ba himmat rakho🇮🇳👍❤️

  • @joydeepgogoi5030
    @joydeepgogoi5030 2 ปีที่แล้ว +17

    ফাতি গ'লে দুখন হিয়া কোনে জোৰা দিব
    ভাঙি গ'লে দুখন হিয়া জোনমনীক কোনে জোৰা দিব?
    ♥️ Assam police

  • @jogenkutum2786
    @jogenkutum2786 2 ปีที่แล้ว +18

    সত্যৰ সদায় জয় হব হতাস নহবা !

  • @jagannathdaimari1568
    @jagannathdaimari1568 2 ปีที่แล้ว

    Dr sister God bless you be maintally strong

  • @Worryless683
    @Worryless683 2 ปีที่แล้ว +3

    বা আপোনাৰ কথাবোৰ শুনি সঁচা যেন লাগিছে। সত্যত থাকিলে এদিন নহয় এদিন জয় hoba .

  • @miss_polakhi6851
    @miss_polakhi6851 2 ปีที่แล้ว

    Jun ba Tumi sinta nokoriba 🥺tumar gat dukh nai , Tumi ajoni hohoj horol swli hoi💞

  • @Bibekaxom7972
    @Bibekaxom7972 2 ปีที่แล้ว +6

    আপোনাৰ বাবে বিশ্বাসেই কাল হ'ল।

  • @drstdhruba1837
    @drstdhruba1837 2 ปีที่แล้ว +1

    সৰলতাৰ সুযোগ ললে আপোনাৰ,,, সত্যৰ সদায় জয়

  • @paniramyein3705
    @paniramyein3705 2 ปีที่แล้ว +3

    সত্য সদায় পিছে পিছে আহে ভন্টি ।তুমি অকণো চিন্তা নকৰিবা । তুমি ৰানাক বিশ্বাসত লুৱাটোহে ভুল হল । এয়া তোমাৰ বাবে জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা । শেষত সত্যৰ সদায় জয় ।

  • @nityagogoi478
    @nityagogoi478 ปีที่แล้ว

    অতি দুখঃ জনক , উঠি অহা ছুৱালীবোৰক সেই কাৰণেই কওঁ , “ তোমালোকে চাকৰি কৰাই বানকৰা ৩৪ /৩৫ বছৰ মা দেউতাৰ ঘৰত মুকলি মুৰিয়াকৈ শান্তিৰে থাকি পৃথিৱীখন উপভোগ কৰা আৰু বুজিবলৈ চেষ্টা কৰা “

  • @bidyasdreamyworld8000
    @bidyasdreamyworld8000 2 ปีที่แล้ว +6

    সত্যৰ জয় হওঁক 🙏

  • @amigaoliyadarrangarpora582
    @amigaoliyadarrangarpora582 2 ปีที่แล้ว

    বহুত দুখ লাগিল ।। উচিত তদন্ত হওক plz

  • @jaantuneogpresents4672
    @jaantuneogpresents4672 2 ปีที่แล้ว +32

    সত্য সদায় জয় 💪✊💪

  • @deepasharma5991
    @deepasharma5991 2 ปีที่แล้ว +1

    Junmoni ba... Tumi jodi vul nae kora tumi jai hobae...

  • @mondeepbharali9991
    @mondeepbharali9991 2 ปีที่แล้ว +14

    Maam apunar kotha oplabdhi korib parisu.Aapunar premor prati thaka biswash.val puwa janok xodai biswash kora hoi.

  • @Krp60
    @Krp60 2 ปีที่แล้ว

    সত্যৰ সদায় জয় হবই ৷ আপুনি নিচিন্ত থাকক ৷

  • @monjulaborah8567
    @monjulaborah8567 2 ปีที่แล้ว +7

    সত্য সদায় জয় , এজন মানুহক বিশ্বাস কৰাটো ভুলনেকি ?

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +1

      Monjula borah rrendii

  • @siyad530
    @siyad530 2 ปีที่แล้ว

    জোন বা কথাতো শুনি বহুত দুখ লাগিল ,মোৰ

  • @NirmolRay1996
    @NirmolRay1996 2 ปีที่แล้ว +3

    সত্যৰ সদায় জয়।।।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 2 ปีที่แล้ว

    বৰ দুখৰ কথা! আজিহে গম পালো।

  • @lionel7056
    @lionel7056 2 ปีที่แล้ว +18

    Rajnitir merpak,
    Politician or logot panga loisila babe
    Tumak enekuwa korile........
    Dhoiyjo dhora, homoye hokolu thik kori dibo sister

  • @jinurabha895
    @jinurabha895 2 ปีที่แล้ว

    Tumar kotha right jen lagise.

  • @sagarikakalita839
    @sagarikakalita839 2 ปีที่แล้ว +24

    এজনী পুলিচ অফিচাৰক এনেকৈ ফচালে বাকী সাধাৰণ মানুহবোৰৰ কি হব হে..?

    • @devadev3037
      @devadev3037 2 ปีที่แล้ว

      Karon tumaloke sarkari sakori thoka lora bisora seikarone bahute bhua koi sakori thoka buli koi thoge😂

    • @jitumaniofficialvolgs9695
      @jitumaniofficialvolgs9695 2 ปีที่แล้ว +1

      Hoi diya baki bur manuhor ki hobo 🤔

    • @brdofficiallakhimpur7739
      @brdofficiallakhimpur7739 2 ปีที่แล้ว +1

      eijonik kuneu fosuwa nai n Tai nije fosise

    • @sagarikakalita839
      @sagarikakalita839 2 ปีที่แล้ว

      @@devadev3037 🙄🙄 সকলোৱে নিবিচাৰে😜

  • @pratimdutta5964
    @pratimdutta5964 2 ปีที่แล้ว +1

    তুমি দয়ালু, তুমি সত্য তুমি জয় হবা

  • @monalisagogoi3063
    @monalisagogoi3063 2 ปีที่แล้ว +20

    আপুনি যদি সঁচা আপুনাৰ জয় হ'ব

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +1

      Moonalisha gogoi rrendii

  • @niranjangogoi5330
    @niranjangogoi5330 2 ปีที่แล้ว

    জয় তোমাৰেই হ'ব। তোমাৰ আগৰ কথা বোৰৰ পৰাই গম পোৱা যায় তুমি সত্যত আছা।

  • @anjanasuklabaidy1524
    @anjanasuklabaidy1524 2 ปีที่แล้ว +9

    Truth always truth...Never give up👍

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +1

      Anjana Suklabidya Rrendii

  • @dipentawd2801
    @dipentawd2801 2 ปีที่แล้ว

    সচাকে বৰ দুখ লগা কথা।এছ আই ৰাভা বাইদেউৰ সকলো কথাই সচা যেন অনুভৱ হয় ।সহজ সৰল মানুহজনী ন্যায় পাব লাগে। বাইদেউ আপুনি ন্যয় পাহি।