ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
উফ হৃদয় চুই গৈছে আকৌ এবাৰ শুনি ❤❤কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ...💯 মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানবোৰ শুনিলে❤❤ সেই সময়ত Super Dupar Hit আছিল🔥🔥ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
Bohut bohut dhonyobad culture of Assam Hazarika dar gaan bur je hunibole paisu!
Priyar batori .......Ajiu bukit baji thake ..ai ganbur ..dadai horuta tapt bojaisila...love it..Thanks to youtub up dater....
অতি সুন্দৰ গীত দাদা আপোনাৰ গীত বোৰ শুনি কিমান ভাল লাগে ভাষাৰে বুজাই নোৱাৰি! ❤❤
২০০৯ আৰু২০১০ অৰুণাচলত আছিলো, তাত আপোনাৰ গান বহুত জেগাত বজোৱা শুনা পাইছিলো। মই তো বহুত ভাল আপোনাৰ গান।
দাদা গীত বোৰ চিৰযুগমীয়া হৈ ৰওক তাৰ কামনা কৰিলো....
God bless you..... Very nice song
মোৰ জীৱনৰ আটাইতকৈ ভাল লগা শিল্পী ৷
সুন্দৰ গান আশা কৰু এনে গান সুনি যাতে অসমীয়া জাতি সুঁই থকা চেতনা সাৰ পাই
বহুত ভাল লাগে।
একপ্ৰকাৰ অপাৰ্থিৱ লাগিছে .
গাৱে ভূৱে বাজি থকা সেই দিনবোৰলৈ মনত পৰি যাই।
Hosakoi borah da
Hosa koi
সচাঁকৈ ভাল লাগিছে
Bohut bhal gaan
এইবোৰ,হে,মোৰ,হৃদয়,চুই,joya,গান,kesamatir,গান,মহেন্দ্ৰ,hajorikaloy,আহেহ,সমবেদনা❤❤❤
Kiman je Eta Mitha xhuwad loga Gaan mur koboloi eko baxhsa nai Mohendra Da, God Bless you
মোৰ অতিকৈ প্ৰিয় গীত
mahandra da aaponar ganor ji horar maya aasay nohonakoi thaki ba noyari.aaponar dirghajibi kamona karilo.
Val lagiche
Bohut bhal lage Dada
Old is gold
Last singer of Assam
RIGHT...LAST SINGER OF ASSAM
তুমি চোন নুবুজা সোণ, তুলি মোৰ কিমান আপোন, তুমি মোৰ জীৱন দাপোন,অ অ-----ৰূ--++++তুমি মোৰ হৃদয়ৰ---
Mur oti priyo gan dada
Nubujilay wooo tai 😃😃😃
❤❤❤
Evergreen songs of" mahendra da"
I love this song.😭😭❤❤❤🙏🙏🙏
000000p
Nice song
So nice
গানতু বৰ ভাল পাওঁ
Sweet hurt song supp
এবুকু মৰমবিছাৰি পালেনে
So nice song.
I love this song.😭😭❤❤❤
I love every song of Mahendra Hazarika
ভাল লাগে আপোনা গান
মন চুই জোৰা গান
শব্দ সুৰৰ কি আকুল মহামিলনৰ হ্দয়ৰ গীত মহেন্দ্ৰ দা
Ranjit saha
Emn koi bujalu
Baxhsa nai koboloi mahendrada god bless you
Gaor prem anekuai durlav
Thanks
ধুনীয়া
P😊
উফ হৃদয় চুই গৈছে আকৌ এবাৰ শুনি ❤❤কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ...💯 মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানবোৰ শুনিলে❤❤ সেই সময়ত Super Dupar Hit আছিল🔥🔥
ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
Bohut bohut dhonyobad culture of Assam Hazarika dar gaan bur je hunibole paisu!
Priyar batori .......
Ajiu bukit baji thake ..ai ganbur ..dadai horuta tapt bojaisila...love it..
Thanks to youtub up dater....