ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুদিনৰ পাছত ভূপেন দাৰ দৰে প্ৰায় একে কন্ঠ এটি শুনি আপ্লুত হলো।
পৰ্দাৰ আৰৰ ভূপেন দা। তেখেতৰ এই চৰ্চাই বৃস্তিতি লাভ কৰক। তেওঁলৈ বহুত বহুত ধন্যবাদ জনালো। 👏👏👏।
সঁচাই.... ভূপেন হাজৰিকা দেৱৰ দৰে লাগিল দেখোন ! এতিয়াও আমাৰ মাজত ভূপেন হাজৰিকা থকা যেন লাগিছে
অতি সুন্দৰ , নিখুঁত শব্দ উচ্চাৰণ আৰু ভূপেন দাৰ অৱিকল 🙏🙏🙏🙏 । আজি লৈকে যিমান শুনিছোঁ ভূপেন দাৰ সুৰত গান গোৱা , এওঁ শ্ৰেষ্ঠ 👌👌👌 ।
কি ক'ম ভাষা নাই।কোনো বহী বা কিতাপ নোছোৱাকৈ সম্পূৰ্ণ শুদ্ধকৈ গোৱা এয়া ভূপেন হাজৰীকা দেৱ পুনৰ জন্ম।মহান শিল্পি জনালৈ শ্ৰদ্ধা নিবেদিছোঁ।
অতি সুন্দৰ কন্ঠ, উন্নতি হওঁক তেওঁৰ
বৰ সুন্দৰকৈ গান বোৰ গাইছছেঁ চকু মুদি শুনিলে ভূপেন মামা দৰে একে লাগিছেঁ
শুনি থাকিবলৈ মন গৈ থাকিল। ধুনীয়া এক সমুহৰ অনুদিত ৰূপ আজি পৰ্যন্ত আপুনি সৃষ্টি কৰিলে । শুনি বহুত ভাল লাগিল ধন্যবাদ।
কি কম এনে সুন্দৰ কন্ঠৰ গৰাকী, তাৰ মানে বুজিব পাৰি প্ৰয়াত ভূপেন হাজৰিকাৰ কণ্ঠ এই সুন্দৰ ভাৰতত এতিয়াও জীৱিত আছে । এখেতক বহুত বহুত ধন্যবাদ জনালো ।
আচৰিত, কি expression. বহুত ভাল লাগিল ।।
দ্বিতীয় ভূপেন হাজৰিকা |👍👍🙏🙏
বহুত ভাল লাগিল। তেখেতক লৈ দীঘলীয়া অনুষ্ঠান কৰিব লাগে । পাৰিলে এটা সন্মান দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
Right
অতি উচিত প্ৰস্তাব!
সুধাকনঠৰ মৃত্যু হোৱা নাই😊🚌 তেওঁ অমৰ 🍊তেওঁ আকৌ🌨🌨 আহিছে আহিয়ে থাকিব 🍎🍎🍎🍎🍏🍏🍏🍏🍏🍏🍏
অতি আচৰিত ধৰণে ভূপেন দাৰ দৰেই কণ্ঠ পাইছে তেখেতে । বৰ ভাল লাগিল ।
ভুপেনদাৰ এইবোৰ গান শুনিলে লগে লগে মোৰ দুচুকুৰ পানী নিজে কব নোাৰাকৈ হৰ হৰাই ওলাই আহে আৰু বেছিি সময়লৈকে চাব আৰু শুনিব নোৱাৰো । ক্ষমা কৰিব দেই । আমাৰ বিশ্বাস আছে আমাৰ ভুপেনদা এই পৃথীৱীত চিৰ কালৰ বাবে অমৰ হৈ আছে । নমস্কাৰ ।
এই প্ৰতিভাৰ গৰাকী হে শিল্পী যেন অনুমান হয়।
অতি সুন্দৰ কণ্ঠস্বৰ। ভূপেনদাই গোৱা যেন লাগিল। তেখেতৰ উন্নতি কামনা কৰিলোঁ।
চকু মুদি শুনিলে ভূপেন দাৰ নিচিনা লাগিছে শুনিবলে...বৰ সুন্দৰ
ভাল লাগিল।আপুনি আৰু আগুৱাই যাওক।
ভূপেন দালৈ মনত পৰি গ'ল....
ভূপেন দাৰ আজি জন্মদিনৰ দিনা শুনি ভাল লাগিল🙏🙏🙏আৰু কাৰ কাৰ ভাল লাগিল👍👍কৰা
সচাকৈ বহুত ।ভাল লাগিল। ।
বহুত ভাল লাগিল !Long live him. Salute.
Same voice!
বহুতকে ভূপেন হাজৰিকা দেৱৰ গীত গোৱা শুনিছোঁ। বেছি ভাগেই কন্ঠস্বৰ একে কৰাৰ চেষ্টা কৰে। আপোনাৰ গীতত সচাকৈ ভূপেনদাৰ আবেগ নিগৰি পৰিছে। 🙏🙏🙏💐💐💐
Iman Sundar kantha kaboloi bhakha nai Jen bhupen dai gaise
Bohut dhunia lagil. Pure resemblence ❤️❤️
Hilak bhupen daar nisina 🥰.. thumbnail dekhie video tu entry mari dilu🤗😍
শিল্পী তুমি অনন্য
Wow! Lovely resemble. God gifted.
অতিকৈ ভাল লাগিলে আপুনাৰ কন্ঠত ভূপেনদাৰ গানশুনি।
হুবহু ড° ভূপেন হাজৰিকাদেৱৰ কণ্ঠ ।
সুন্দৰ কণ্ঠ সুন্দৰ ব'ডি লেংগুৱেজ । পিচে কেইটা মান শব্দ উচ্চাৰণত কৰাত বিকৃত হৈছে ।
শব্দ কেইটা কৈ দিলে তেওঁ শুধৰাই লব পাৰিব, বেয়া নাপাব
@@durgamohanbaishya4534 ধ্যানটো-ধেন বৈশিষ্টটো-বৈচিষ্ট জাগকটো-জাগুগ মহাপ্ৰাণটো- মাহাপ্ৰাণ অনন্যটো- আগন্য গাইছে ।
😅
Really....what a resemblance....salute to you Sir....especially when he touches the notes of Ganga amar Maa...uff
সুন্দৰ হৈছে।
Mithun da mon xanti kori dila ..🙏🙏 Dhanyabad ❤❤
A real legend as bhupen da.
অনেক সুন্দর লাগিল
Awesome dada🙏
Bohut dhuniya hoise 🙏🙏
Same to same keep it up 🥰👍👍👍
What a voice ,same bhupen hazarika mama
same to same to voice .. unbeliveable
সুন্দৰ কন্ঠ
Love form nagaon ❤️
আপোনাৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিলোঁ
I love bhupen dar song
Dhunia
NICE.same to same Bhupen mama voice
😲😲wwwow sem2 sem gaise
Wow wow wow ...Made my Day ... 😍
uffff heart become stop 😭❤️
বঢ়িয়া। ভূপেন দাই গাই থকা যেন লাগে চকু মুদি শুনিলে
Sosakoi apunar gaane aplut korise❤️❤️🙏🙏🙏...apuna sohosro pronam dangoriya❤️🙏🙏🙏
আচৰিত দেই ❤️❤️
গান শুনি খুব ভাল লাগিল
সঁচাই ভগৱানে এওঁক ভূপেন দা ৰূপত পঠাই দিলে চাগে 🙏🙏🙏🙏
Bhupen Hazarika Dev'oloi Monot pori Gol. What a resemblance of his voice.
অতি সুন্দৰ 👌👌
সচাঁকৈ কি সুন্দৰ কন্ঠ সাইলাখ ভূপেন দাৰ নিচিনা ।
অতি সুন্দৰ।
Beautiful voice Dada
Nice voice ...
Same Bhupen Da, best voice that
Nice voice. God bless you
বৰ সুন্দৰ কণ্ঠ ।বা বা🙏🙏🙏
Amazing ❣️
আকৌ সুধাকন্ঠ ভূপেনদাই যে গাইছে।
অতি সুন্দৰ
একেটা গানকে সদায় পৰিবেশন কৰি থাকে😊😊😊😊 কোনে শুনিব 🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤
Val lagil
His Voice is really like Bhupen Da's Voice
Rly mind blowing
❤️waw ! how is it possible?❤️🥰
😍😍😍Joy Bhupendra Sangeet
Love you from Mumbai
Kobole bhakha nai bahut dhuniya gaise
আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ❤❤ এনেকৈয়ে আমাৰ মাজত ভূপেন ছাৰৰ অনূৰুপ হৈ তেখেতৰ কালজয়ী গীত বোৰ শুণাই থাকক ❤❤
Wonderful....
I sell not forget you Singer
❤️ Bhupen Hazarika Zindabaad 🤘
Classic one.
Omg.. Replica of Dr Bhupen Hazarika voice
No word🎙️🙏🙏🙏💖💖💖💖💖💖
His voice 😱😱😱😱😱👌👌👌
অসাধারন দাদা
Oof the turn! Ganga amar/ mur maa! Great! Same; bhupenda!
বৰ ভাল লাগিল
এই অনুষ্ঠান আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিলে ভাল হয় ।
ডাঙৰীয়া আপোনাৰ গানে আপ্লুত কৰিলে..... |
Very nice 👍 thank you 💗💗💗💗
What a sweet song dhar da
Excellent 👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
Great 🙏🙏🙏
Oww অতি সুন্দৰ🙏
Wah...same same confuse 🙉🥰🥰
Xsai bhut Val lgil dai.full episode to diba sun
Verry good dada
Dhuniaa
Imn duniya voice
সুন্দৰ
Omg great