অমৃত বাণী ৯২ | গীতাৰ ১০০ টা মহান বাণী | BEST ASSAMESE MOTIVATIONAL VIDEOS | MOTIVATOR NIRANJAN |
ฝัง
- เผยแพร่เมื่อ 4 มิ.ย. 2023
- অমৃত বাণী ৯২ | গীতাৰ ১০০ টা মহান বাণী | BEST ASSAMESE MOTIVATIONAL VIDEOS | MOTIVATOR NIRANJAN |
About this video:
Explained Bhagavad-Gita Vani.
গীতাৰ মাহান বাণী সদায় শুনক
সদায় পঢ়ক আৰু যি জ্ঞান আয়ত্ব কৰিলে তাক বিলায় দিয়ক।
কাৰণ জ্ঞান বিলালেহে জ্ঞান বাঢ়ে
-------------------------------------------------------------
CONTACT OUR TEAM FOR: MOTIVATIONAL SPEECH, FREE COUNSELING
CONTENT WRITING, VOICE OVER
CONTACT NO: 8638312394
-------------------------------------------------------------
TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
অতি সুন্দৰ গীতাৰ অমৃত বাণী। শুনি বহুত ভাল লাগিল । জয় শ্রী কৃষ্ণ 🙏🙏🙏🙏
এই সুন্দৰ শুনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো 🙏🙏🙏
বহুত ভাল লাগিল ,,,শুনি থাকিবলৈকে মন যায়।
সুন্দৰ 🙏
আপোনাক ঈশ্বৰে কুশলে ৰাখক!
I love you this speech,my favorite speech
বৰ ভাল লাগিল 🙏
সুন্দৰ ।কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ কৃষ্ণ
আপোনাৰ ভিডিওবোৰ শুনি বহত ভাল লাগে
হৰ, হৰ মহাদেৱ,
আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ🙏এই মহৎবাণী বোৰ আমাৰ মাজত বিলাই দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ😊
সচাকৈবৰ সুন্দৰ বাখ্যা
oti xundar lagise huni .
Nice video
ৰাতিপুৱাতো আপোনি আগবঢ়াই দিয়া এই মহান কথাবিলাকৰ পৰাই আৰম্ভ কৰিবলৈ পয়াশ কৰিলো মহাশয়৷ যেন কিবা এটা শক্তি পাও নিজৰ কাম কৰিবলৈ৷ বহোত ভাল লাগিল৷🙏
Ashesh dhanyavaad thakil aponaloi... Aponloka ase babe moi sahos koribo paru....
আপোনাৰ মুখনিঃসৃত ভাগৱত গীতাৰ বানী শুনি নিজকে ধন্য মানিছো-----
হে মান্যবৰ আপোনালৈ শতকুতি প্ৰনাম জনালো--------
পৰেশ চন্দ্ৰ শৰ্মা
নলবাৰী
xundor Ankul 😊😊😊❤
Thank you for your support
Best speech,my favorite speech
Thank you for your support
কৃষ্ণ কৃষ্ণ 👏👏
বহুত ভাল লাগিল
Valo lagil
আপোনাৰ voice টো বহুত ভাল লাগে 😊🥰❤
অত্যন্ত সুখী হ'লো গীতাৰ বানী শুনি🙏আগলৈও যেন এনেদৰে সুন্দৰ বানী শুনায়। আপোনাক ধন্যবাদ ডাঙৰীয়া🙏
Thank you for your support
Jai shree krishna ❤
বহুত ভাল লাগিল দাদা।আপোনাৰ বাণীবিলাকৰ পৰা কিবা এটা energy পাওঁ।🙏
Val lagile🙏🙏🙏🙏
Thank you for your support
Joy. Sri. Krishna. Om. Basudewa. Nom
Hare Krishna
Jay sree Krishna ❤❤❤
অতি সুন্দৰ লাগিল
Thank you so much
সঁচা কথা
বহুত ভাল লাগিল। ধন্যবাদ ❤
Thank you for your support
Hey Krishna vogoban..
❤🙏🙏🙏🙏🙏
Xundor ❤️❤️🙏🙏❤️❤️
Thank you so much
নমস্কাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏বঽত ভাল লাগিল 🙏🙏🙏
Jani bahut bhal lagil
Huni bohut val lagil❤🙏
বহুত বেছি গুৰুত্বপূৰ্ণ বাণী শুনি অভিভুত হৈছো আপোনালৈ শত কুটি ধন্যবাদ এনে বাণী আগবঢ়োৱাৰ বাবে 🙏🙏🙏🙏❤️
অশেষ ধন্যবাদ জনালো 🙏🙏🙏
কৃষ্ণ কৃষ্ণ আপোনাৰ অমূল্য বাণী শ্ৰৱণ কৰি আপ্লুত হৈছোঁ ৰাম ৰাম ৰাম
Ashes dhanyavaad thakil aponaloi
Bohut val lagil
Thank you so much
ভাল লাগিল দেই দাদা
🙏🙏
শুনি বহুত ভাল লাগিল
Joy shree Krishna
Thanks
Om Krishna.
Thank you for your support
Jai shree ram
Xuni bohut
Val lagil😊
Bahut Bahut Dhanaybad xuni bahut vala lagil❤
Thank you so much
Jai sri Krishna ❤😌
Huni bohut val lagil
বশুত ভাল লাগিল সোনি
Thank you so much
জয় শ্ৰী কৃষ্ণ 🙏❤️✨
জীৱনত বৰ্তমান সংগ্ৰাম কৰি থকা প্ৰত্যেকজন ব্যক্তিক পৰমাত্মাই আশীষ দিয়ক 🙏💙✨
Thank you so much for your support
P
অশেষ ধন্যবাদ জনালোঁ বহুত ভাল লাগিল । ❤❤❤
Apunar video xuni bohut vl laga mantu Santi laga
Joy sri krishna 🙏🙏🙏
Krishna 🙏🙏
Val lagil❤
Thank you so much
Good 👍 very good 👍
❤❤❤ऊं कृष्णय वासुदेवाय नमः
Joi Shree krishna
Krishan krishan
Jai shree krishna🙏🙏🙏🙏🙏
Jai shree krishna
Thank you bhal lagil
অশেষ ধন্যবাদ জনালো🙏🙏🙏
Xosai bohut vl lagil
Thank you for your support
Jai shree Krishna 🌹🌹🙏🙏🙏
Jai shree Krishna 🙏🙏🙏❤️♥️♥️
Huni bohot bhal Lagil
🙏🙏🙏🙏🙏
Joy agree krishno
Jài.shri.ram
Jay shree Krishna Radhe radhe radhe 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বি
Jai. Sri. Krishna. Krishna. Krishna🙏
ধন্যবাদ
Joy Shree Krishna 🙏.huni bohut vl lagil♥️
Monuranjon thanks❤
এই সুন্দৰ বাণী শুনোৱাৰ বাবে আপোনাক ধন্য বাদ জনালোঁ
Thank you so much
অন্তৰ শাত পৰি যায়
Thank you for your support
🙏 Krishna
Bhal lgile xuni.jai shree Krishna 🙏❤️
Thank you for your support
Dhaynnabad thakil 🙏🙏
Thank you so much
Krishna
Very very happy nice ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤
Jai:shriram❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊❤❤❤❤❤❤❤❤❤
Bhal lagil Jai shi kisna
Thank you so much for your support
🙏🏻🙏🏻🙏🏻🙏🏻
সুন্দৰ।
Thank you for your support
Nice
Thank you for your support
Very good thanks 🙏
Thank you for your support
Jai sri ram khrisn
😊😊
Har Had Her Mahadev
দাদা আপোনাক ভগৱানে সকলো ফালৰ পৰা ভালে ৰাখক এইয়া মই ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ, আৰু গীতা মহৎ বানি,বিলাই দিব,
Thank you so much
Apunar video bur huni monot bohut hanti pau
Very good
Video to suni bhal lagile
আপোনাৰ মাতটো বৰ ভাল শুনি ভাল লাগিল🙏🙏🙏
অশেষ ধন্যবাদ🙏🙏🙏
Imanei kathabur huni hanti lage hosakoi
Jai Shree Krishna Radhe Radhe 🙏🙏
Thank you for your support
Sir bohut vl lge apunar video Sai
Thank you so much for your support
Nice.❤❤