ভাগৱত গীতাৰ ১১১টা অমৃত কথা | ৰাতিপুৱা শুনিলে জীৱনত চমৎকাৰ হ'ব | Bhagawat geeta | Motivational Video

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ส.ค. 2023
  • ভাগৱত গীতাৰ ১১১টা অমৃত কথা | ৰাতিপুৱা শুনিলে জীৱনত চমৎকাৰ হ'ব | Bhagawat geeta | Motivational Video
    Other Important Videos-
    আমাৰ চেনেলৰ এই গুৰুত্বপূৰ্ণ Video কেইটা বাৰু চালেনে? নাই চোৱা যদি এবাৰ চাই লওক...
    👇👇👇
    ধনী হ’ব বিচাৰে যদি এই ভিডিঅ’টো এবাৰ চাওক- • অযথা ভিডিঅ’ চাই বহুত ট...
    ব্যৱসায়ত সফল হ’ব বিচাৰে যদি এই ভিডিঅ’টো চাওক- • Video
    ঘৰত টকাৰ অভাৱ হ’লে তলৰ ভিডিঅ’টো চাওক। টকাৰ সংকট দূৰ হ’ব- • যেতিয়া ঘৰত টকাৰ বহুত ...
    চাণক্যৰ মতে ১০জন মানুহৰ ঘৰত একো খাব নালাগে, নহ’লে দৰিদ্ৰ হৈ যাব- • ১০জন মানুহৰ ঘৰত কেতিয়া...
    আপোনাক ভৰিত ধৰিলেও এজন মানুহক কেতিয়াও ক্ষমা নকৰিব- • ভৰিত ধৰিলেও জীৱনত ১ জন...
    #chitraranjannath
    #chitraranjannathmotivationalvideo
    #chitraranjannathvideo
    #motivationalvideo
    #geetamotivation
    #gita
    #assamesemotivation
  • บันเทิง

ความคิดเห็น • 1.6K

  • @chitraranjannath
    @chitraranjannath  11 หลายเดือนก่อน +121

    আপোনালোকৰ প্ৰতিটো Comment মোৰ বাবে আশীৰ্বাদ স্বৰূপ। যিদৰে আপোনালোকক মই অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰি আহিছোঁ, মোৰ অনুপ্ৰেৰণাৰ উৎসও আপোনালোকেই। আশাকৰোঁ এইদৰেই সদায় আপোনালোকৰ উপকাৰ হোৱা কথাবোৰ যাতে আগবঢ়াবলৈ মোক শক্তি দিয়ে, উৎসাহিত কৰে ।♥️🙏 এজন এজনকৈ সকলোৰে Comment বোৰ Reply দিব নোৱাৰাৰ বাবে দুঃখিত।

    • @gitanjalidevi3939
      @gitanjalidevi3939 11 หลายเดือนก่อน +4

      Mor. Gitar. Bani. Bahut. Val. Pao
      Moi. Agorakinari. Moi. Gita. Pathkariba. Parimne.

    • @DigantaHazarika-ud8dd
      @DigantaHazarika-ud8dd 9 หลายเดือนก่อน +1

      Bohut bohut val lagil, kun khini Kom hoklu khini eai val lagil, dhonoybad

    • @JayshreeKalita-cl3je
      @JayshreeKalita-cl3je 8 หลายเดือนก่อน +1

      জয় শ্ৰীকৃষ্ণ 🌹🌹🙏🙏🙏

    • @jyotisonowal6255
      @jyotisonowal6255 8 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ

    • @gaurangtaript01chaparralsa66
      @gaurangtaript01chaparralsa66 7 หลายเดือนก่อน

      Joy srikrishna moi gitar banito bohot val lagil aru moi soday suneboly sasta korim joy srikrishna

  • @tiluttamatilu8109
    @tiluttamatilu8109 11 หลายเดือนก่อน +22

    আটাইকেইটাৰে মন চুই গৈছে সকলো কেইটা মন ৰাখিবলৈ চেষ্টা কৰিছো কৃষ্ণ 🙏

  • @BishnuChetri-nx2xb
    @BishnuChetri-nx2xb 7 หลายเดือนก่อน +10

    আমাৰ দৰে অল্পমতিৰ বাবে ভাগৱত গীতাৰ প্ৰতিটো শব্দই মনক চুই যায়।গোটেই বিশ্বপ্ৰকৃতি আপোন আপোন লাগে,কাৰণ এই সৃষ্টি স্বয়ং শ্ৰীকৃষ্ণৰ দ্বাৰা হৈছে ,যি কৃষ্ণক আমি প্ৰাণভৰি ভাল পাওঁ,হিয়াখনত যাৰ স্বৰূপ উমাল কৰি ৰাখিছো সযতনে সেই কৃষ্ণৰ প্ৰতিটো বাণীয়েই মোৰ জীৱনৰ অমৃত পাথেয়।ৰাধা ৰাধা ৰাধা.........

  • @bijubharali8484
    @bijubharali8484 6 หลายเดือนก่อน +5

    তোমাৰ বাবে যি হৈছে ভালেই হৈছে যি হৈ আছে ভালেই হৈছে আৰু যি হব ভালেই হব। ভগৱানৰ দান ভাল বুলিয়েই গ্ৰহণ কৰিব লাগে। তেতিয়া মনত শান্তুি পোৱা যায়। তথাপি আটাইকেইটা বাণীয়েই মন চুই গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @pallabbora4422
    @pallabbora4422 หลายเดือนก่อน +5

    জয় শ্ৰী কৃষ্ণ 💕💕💕

  • @jollydutta1250
    @jollydutta1250 8 หลายเดือนก่อน +9

    জয় শ্ৰী কৃষ্ণায় নমহঃ 🪔🙏।
    অমৃতভূষণ যি হৈ আছে ভালেই হৈছে ,যি হব ভালেই হ'ব, আগলৈ যি হ'ব ভালেই হ'ব। ❤❤❤❤🎉🎉🎉

  • @aparajitabegum7760
    @aparajitabegum7760 8 หลายเดือนก่อน +11

    সময় আৰু জীৱন কাৰোবাবে ৰৈ নাথাকে, একেবাৰে সঁচা কথা জয় শ্ৰী কৃষ্ণ

  • @dimpigogoi6311
    @dimpigogoi6311 20 วันที่ผ่านมา +1

    জয় শ্ৰী কৃষ্ণ 🙏🙏বহুত ভাল লাগিল আপোনাক অশেষ ধন্যবাদ জনালোঁ ।

  • @GargiGogoi-bj6ug
    @GargiGogoi-bj6ug 22 วันที่ผ่านมา +3

    জয় শ্ৰী কৃষ্ণ❤🙏🙏🙏🙏🙏🙏♥️

  • @promadbasumatary5819
    @promadbasumatary5819 7 หลายเดือนก่อน +3

    Bhal gyane manuhok jiyay thokat prerona jogay. Very very thank u

  • @anusmitaborah8019
    @anusmitaborah8019 หลายเดือนก่อน +2

    ভিডিঅ'টো শুনি বহুত শান্তি অনুভব কৰিছো, আপোনাক বহুত বহুত ধন্যবাদ জনাইছো।

  • @user-cm7nv3ul6g
    @user-cm7nv3ul6g 3 หลายเดือนก่อน +2

    Jai shree krishna,,.... radhe radhe krishna krishna ❤❤❤

  • @TileswarKolita
    @TileswarKolita 2 หลายเดือนก่อน +3

    ভাগৰুৱা জীৱনৰ কঠিন সময়খিনিত পুনৰ এক নতুন সাহসেৰে, নতুন আশাৰে আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰে আপোনাৰ এনে video বোৰে। আপোনাৰ এনেকুৱা video বোৰ আগলৈও এনেকৈয়ে পায় যাম বুলি আশা ৰাখিলোঁ 🙏।

  • @kunjachoudhury3155
    @kunjachoudhury3155 11 หลายเดือนก่อน +7

    Joi sries krishna val lagile 🙏🙏🙏

    • @Bishal73358
      @Bishal73358 11 หลายเดือนก่อน +1

      ,,Joi,, series,, Krishna🙏🙏🙏🌺☀🌹

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t หลายเดือนก่อน +1

    য়দা য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত । অভ্যুত্থানম ধৰ্মস্য তদাত্মানঙ সূজাম্য হম। পৰিতানায় সাধু নাঙ বিনাশয় চ দুস্কূতাম। ধৰ্ম সঙস্থাপনাথায় সম্ভৱামি য়ুগে য়ুগে। যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু অধমৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় তেতিয়া মই অৱতাৰ হৈ নিজকে প্ৰকাশ কৰোঁ। সাধু সকলক পৰিতানৰ বাবে দুস্কূতিপৰায়ন সকলক বিনাশৰ হকে আৰু ধৰ্মৰ পূৰ্ণ সঙস্থাপনৰ বাবে ম ই যুগে যুগে দেখা দিও। এতিয়া গীতাৰ শ্লোক দুটাৰ প্ৰথম টোত কৈছে যে যেতিয়া ধৰ্মৰ গ্লানি হয় অধমৰ পৰা প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় তেতিয়া মই অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰোঁ। দ্বিতীয় টো শ্লোকত কৈছে যে সাধু সকলক পৰিতানৰ বাবে দুস্কূতিপৰায়ন সকলক বিনাশৰ হকে আৰু ধৰ্মৰ পূৰ্ণৰ সঙস্থাপনৰ বাবে ম ই য়োগে য়োগে দেখা দিও। ইয়াত বিশেষকৈ কূষ্ণ বা আত্মা বা ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মৰেই প্ৰতিবিম্ব প্ৰক্ষেপিত সমষ্ট চেতনা বা আত্মা। আত্মা বা ব্ৰহ্মৰ স্বৰূপ হ'ল সত্য কিন্তু অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় অচল অজনমা অমৰন অভগন অসীম সবব্যাপী নিগূন চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত নিৰাকাৰ নিবিকাৰ অদাহ্য অদ্ৰৱনীয় অসীম অভেদ্য ইত্যাদি। গতিকে মহা ভাৰতমহাকাব্য খনৰ ৰচক আছিল মহিষী পৰাশৰ নন্দন বেদব্যাস ৰচক সত্য কিন্তু কাহিনী ৰূপক দি জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে সবজনিন ভাৱে চাৰি ও যুগৰ সকলো বয়সৰ সকলো শ্ৰেণীৰ ব্যক্তি বিশেষৰ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ ৰাখিব সেই সময়ত সমাজ সংস্কাৰ সংস্কৃতি সেই সময়ৰ দেশ স্থান কাল পাএ ৰজা মহাৰজা পৰিবেশ পৰিস্থিতি ৰীতি নীতি খাদ্য প্ৰণালী ইত্যাদি চাইচিতি বাজ্যিক আধ্যাত্মিক দুইটা দিশতে তত্ব ৰহস্য থকা কালজয়ী সাৰ মম্ম থকা কবিতা ৰে লিখা হয় মহাকাব্য। গতিকে মানুহৰ কম্মৰ ফলেই হ'ল অৱতাৰ। ব্ৰহ্মৰ স্বৰূপ ইতিমধ্যে কোৱা হৈছে। ব্ৰহ্মৰ ওপৰত কোনো নাই ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্মাণ্ড সকলো ঠিক আছে। জীৱ বা চেতনা বা আত্মা ই নিজৰ গুন কৰ্ম ফলত আত্মাৰ বন্ধন হৈ থাকে। পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনাক আত্মা বোলে। গতিকে মহা ভাৰত মহাকাব্য ইতিহাস নহয় ই এখন কাল্পনিক কাহিনী যত মানৱ জীৱনৰ সাৰ্থকতা লাভ কৰিব পাৰি। জগতৰ জীৱ শ্ৰেষ্ঠ মানৱৰ ভাল বেয়া দুখ সুখ শান্তি অশান্তী নিজৰ গুন কৰ্ম অনুযায়ী পায়। সেই হে সৎ আৰু সদাচাৰী জীৱনৰ পাতনি মেলিব লৈ এই গীতাৰ জ্ঞান অতি প্ৰয়োজনীয়। অৱতাৰ মানেৰি কম্মৰ ফল। ইও বিধিৰ বিধান। হিৰণ্যকশিপু বধৰ বাবে কোনো অৱতাৰী পুৰুষ নাই। তাৰ জঘণ্য চৰিত্ৰৰ বাবে ই অদ্ভূত ধৰণৰ যান্তনা খাই মৰিব লগা হৈছিল। বাস্তৱিক জীৱনৰ বাস্তৱ সত্য ঘটনাৰ নিজৰ ভাগে ভাগে 😮 কম্ম ফল ইঅৱতাৰ। ইয়েই মহা সত্য আৰু বাস্তৱিক জীৱন। ধন্যবাদ প্ৰদীপ গগৈ গুৱাহাটী।

  • @user-mb3nj2fs7o
    @user-mb3nj2fs7o 3 หลายเดือนก่อน +2

    জয় শ্ৰী কৃষ্ণ জয় মোৰ দুখ বোৰ আতৰাই সুখৰ দিন দেখোৱাউক কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু তোমাৰ শ্ৰী চৰনত থাই দিয়া কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সুখ সানতী দীয়া ❤❤❤❤❤❤❤ আমাক কৃপা কৰা প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @daniyalhazarika4510
    @daniyalhazarika4510 3 หลายเดือนก่อน +3

    Joi shree krishna nomoh 🚩💐🙏❤️

  • @AbhijitRider56
    @AbhijitRider56 6 หลายเดือนก่อน +3

    Jai shri Krishna Radha radha Har Har Mahadev ♥️ 💙 ✨️ 💖 💖♥️💖♥️🍏🥀💕🌸💕🕉💕🍇💕💐🙏🙏🙏🍒❤️🍎💝🌼💘💘🌻🌻🌷🌷🌷🥥🍒❤️💕🥀💕🕉💖🍇💖♥️🏵🌾🪷🙏🙏🙏🙏🙏🙏🙏🙏

  • @Shua_098
    @Shua_098 6 หลายเดือนก่อน +2

    Bani bilak khubai bhal, eyak mani chalatuai akmatra upai, Jay shri Sri krishna.jay shri ram

  • @ajantaphukan3964
    @ajantaphukan3964 หลายเดือนก่อน +1

    জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম

  • @debapriyomusical.7417
    @debapriyomusical.7417 11 หลายเดือนก่อน +5

    জয় শ্ৰী কৃষ্ণ❤😊

  • @TanmoyKonwar-cm5or
    @TanmoyKonwar-cm5or 9 หลายเดือนก่อน +6

    Jai shri krishna ❤️❤️❤️❤️🙏

  • @simanta12-
    @simanta12- 5 หลายเดือนก่อน +2

    Jaii Sri krishna

  • @rimaswargiary4159
    @rimaswargiary4159 2 หลายเดือนก่อน +1

    Krishno krishno krishno

  • @pankajabaruah9932
    @pankajabaruah9932 9 หลายเดือนก่อน +5

    ,"কাম কৰি যোৱা,ফলা ফলৰ বাবে আশা নকৰিবা" কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @b.b2543
    @b.b2543 6 หลายเดือนก่อน +4

    জয় শ্ৰীকৃষ্ণ ❤🙏

  • @dipshikhaduwarah9865
    @dipshikhaduwarah9865 หลายเดือนก่อน +2

    ❤❤Jai shri Krishna❤❤

  • @bashantadas1542
    @bashantadas1542 3 หลายเดือนก่อน +1

    Krishna krishna jai jai shree krishna bhagaban tomar saranat coti coti pranam

  • @basantakumardas1866
    @basantakumardas1866 11 หลายเดือนก่อน +5

    JAI SRI KRISHNA.. 🙏🙏🙏

  • @rekhaborah6416
    @rekhaborah6416 11 หลายเดือนก่อน +7

    জয় শ্ৰী কৃষ্ণ ❤

  • @user-wk4ww8bb2j
    @user-wk4ww8bb2j หลายเดือนก่อน +2

    Jai shree krishna 🌹🌷🌻

  • @Manishasarmah221
    @Manishasarmah221 7 หลายเดือนก่อน +1

    Tq.sir..bout nojana kotha khikisu apuner pora god bless you 🙏

  • @sebikahazarika7239
    @sebikahazarika7239 11 หลายเดือนก่อน +7

    গোটেই বোৰেই মন চুই গল ❤❤

    • @sadhanidas4195
      @sadhanidas4195 11 หลายเดือนก่อน

      ভিদিঅ টোৰ প্ৰতিটো উপদেশেই কম বেছি পৰিমাণে অলপ হলেও অন্তৰ চুই গৈছে, কিন্তু তাৰ ভিতৰতো দুটামান উপদেশ বেছি ভাল লাগিল শুনি যি কেইটাই অলপ বেছি হৃদইত লাগি গৈছে,, ১মৌনতাতকৈ ডাঙৰ কোনো উত্তৰ নাই আৰু ক্ষমা কৰি দিয়াত কৈ ডাঙৰ কোনো শাস্তি নাই, ২বহুত বেছি সুখত আৰু বহুত বেছি দুখত কেতিয়াও কোনো সিদ্ধান্ত লব নালাগে কিয়নো এই দুয়োটা পৰিস্থিতিয়ে মানুহক কেতিয়াও সঠিক সিদ্ধান্ত লবলৈ নিদিয়ে,৩. আমাৰ আশে পাশে কিমান বেয়া মানুহ আছে সেইটো ডাঙৰ কথা নহয় সেই বেয়া খিনি আমাৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়া টো হে ডাঙৰ কথা,৪. কোনে কি কৰি আছে কেনেকৈ কৰি আছে আৰু কিয় কৰি আছে? এই কথাবোৰৰ পৰা আমি যিমানে দূৰ হব পাৰিম সিমানে আমি সুখী হব পাৰিম,৫. সমালোচনা লৈ ভয় কৰি নিজৰ লক্ষ ত্যাগ কৰিব নালাগে,৬. যিমান পাৰোঁ সিমানে মনে মনে থকাই ভাল। কাৰণ জিভা খনৰ কাৰণেই আমাৰ মানুহে সকলোতকৈ বেছি অপৰাধ কৰি পাওঁ, সঁচাকৈ video টোৰ পৰা বহুত উপকৃত হোৱা যেন অনুভৱ কৰিছো, গোটেই video টোৱে শুনি মনটো ভাল লাগিল , শেষত আপোনালৈ অশেষ ধৈন্য বাদ থাকিল, সদায় ভগৱানে ভালে ৰাখক কুশলে ৰাখক ল

    • @mtf5games658
      @mtf5games658 11 หลายเดือนก่อน

      অতি সুন্দৰ

    • @user-jh3zs3ig7j
      @user-jh3zs3ig7j 11 หลายเดือนก่อน

      গোটেই কথা গিটা মন ৰাখিব লগিযা কথা সচা V চাই ভাল লাগিল !

  • @rakhibordoloi
    @rakhibordoloi 7 หลายเดือนก่อน +2

    Jai shree krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @ishamonidas1846
    @ishamonidas1846 11 หลายเดือนก่อน +5

    जय श्री कृष्ण 🙏❤️

    • @LilaHandique
      @LilaHandique 11 หลายเดือนก่อน

      Lila,,handiqe❤ 7:28

  • @theunendingjourneys817
    @theunendingjourneys817 8 วันที่ผ่านมา

    জয় শ্ৰী কৃষ্ণ। ঔম নমো ভগৱতে বাসুদেৱাই নমঃ

  • @m.j.d.1718
    @m.j.d.1718 27 วันที่ผ่านมา +1

    Jai krishna

  • @user-fh6gn3im7o
    @user-fh6gn3im7o 3 หลายเดือนก่อน +1

    Jai sri krishno🌺🌺🌺❤❤❤🙏🙏🙏

  • @sumiborayt6390
    @sumiborayt6390 5 หลายเดือนก่อน +1

    Jai shree krisha

  • @rahimkunch1234
    @rahimkunch1234 2 หลายเดือนก่อน +1

    Jay shree krishno

  • @yubrajsingh3183
    @yubrajsingh3183 3 หลายเดือนก่อน +1

    Jai shree krishno

  • @user-nt9ix9ln7s
    @user-nt9ix9ln7s 6 หลายเดือนก่อน +1

    Jai shree krishna❤

  • @Extraincome977
    @Extraincome977 3 หลายเดือนก่อน +1

    Krishno krishno

  • @user-fh6gn3im7o
    @user-fh6gn3im7o 3 หลายเดือนก่อน +1

    🙏🙏🙏❤❤❤🌺🌺🌺 jai sri krishno

  • @swapnaborah5005
    @swapnaborah5005 หลายเดือนก่อน +1

    Jai shiri krishna 🙏

  • @bikromdeka1851
    @bikromdeka1851 6 หลายเดือนก่อน +1

    Joi guru sankar

  • @DharitriAmchi
    @DharitriAmchi หลายเดือนก่อน +1

    Jaii Shree Krishna 🙏🙏🙏

  • @runudeka9570
    @runudeka9570 4 หลายเดือนก่อน +1

    Krishna Krishna mor ataikeita Amrit bani khuni bohut Val lagil

  • @kiranchnagmai5127
    @kiranchnagmai5127 6 หลายเดือนก่อน +1

    Joy shre krishno

  • @PratulSarma-vg1sh
    @PratulSarma-vg1sh หลายเดือนก่อน +2

    Jai shree Krishna

  • @user-mb8kt5nu8w
    @user-mb8kt5nu8w หลายเดือนก่อน +1

    Joi shri krishna🙏🙏🙏

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 6 หลายเดือนก่อน +1

    Bhout bohut dhanyabad jonalu 🙏🙏👍

  • @user-cf4kv1ew9l
    @user-cf4kv1ew9l หลายเดือนก่อน +1

    Jai sri krishna🙏🙏

  • @user-zd5hy6uw8h
    @user-zd5hy6uw8h หลายเดือนก่อน +1

    Jay sri krishna 🙏🙏🙏

  • @RahulNath-nc3mz
    @RahulNath-nc3mz หลายเดือนก่อน +1

    Joi shri krishna 🙏🙏🙏🙏🙏

  • @user-ld9pn1zk4x
    @user-ld9pn1zk4x หลายเดือนก่อน +1

    Jai sri Krishna❤❤

  • @bornalihazarika2452
    @bornalihazarika2452 7 หลายเดือนก่อน +1

    jai shrr krishna

  • @lambodarnath7923
    @lambodarnath7923 8 วันที่ผ่านมา

    Jay krishna guru❤.bht val lagil

  • @mridulsharma5167
    @mridulsharma5167 3 หลายเดือนก่อน +1

    Jai sri krishna ❤

  • @priyadoleypegu597
    @priyadoleypegu597 22 วันที่ผ่านมา +1

    Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @PinkeBoraDas
    @PinkeBoraDas 3 หลายเดือนก่อน +1

    Jai Jai sree krisna ❤❤❤❤

  • @karwnff2.O
    @karwnff2.O 4 หลายเดือนก่อน +1

    Jai sri krishNo

  • @prabhatbezbaruah2941
    @prabhatbezbaruah2941 7 หลายเดือนก่อน +1

    Jai sri krishna...........🙏🙏🙏

  • @user-xh5wm9qx5w
    @user-xh5wm9qx5w 2 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম 🚩🙏🌾🌻

  • @TuniramGohain287
    @TuniramGohain287 22 วันที่ผ่านมา +1

    Jai shree.krishna❤❤❤

  • @mineswargogoi911
    @mineswargogoi911 13 วันที่ผ่านมา

    তেওঁ স্বয়ং পৰম ব্ৰক্ষং অৰুপ ব্ৰক্ষ্ম স্বৰুপ সশিন্দা পৰুষ ৷

  • @user-lx9hd2ob9m
    @user-lx9hd2ob9m 6 หลายเดือนก่อน +1

    Jai sri krishna ❤❤❤❤

  • @julumoniboruah9522
    @julumoniboruah9522 6 หลายเดือนก่อน +1

    Jai shree Krishana

  • @nitumanikalita8480
    @nitumanikalita8480 3 หลายเดือนก่อน +1

    জয় শ্ৰী কৃষ্ণ

  • @paniramboropaniram9405
    @paniramboropaniram9405 2 หลายเดือนก่อน +1

    Jai shree ram Jai shree krishna 🙏🚩🚩🙏🥰🙏🥰🙏🥰🙏

  • @satyajeetdas433
    @satyajeetdas433 6 หลายเดือนก่อน +1

    jai shri krishna .

  • @ajanadeka9720
    @ajanadeka9720 7 หลายเดือนก่อน +1

    Jai sri krishna

  • @prativabaruah393
    @prativabaruah393 7 หลายเดือนก่อน +1

    Jai shri krishna 🙏🙏🙏

  • @user-zk6is9sx9q
    @user-zk6is9sx9q 3 หลายเดือนก่อน +1

    Joi shree krishna 🙏🙏🙏🙏

  • @lakhisaikia8525
    @lakhisaikia8525 2 หลายเดือนก่อน +1

    ভগৱান কৃষ্ণৰ 🙏🙏 ধ্যান কৰিছো

  • @madhabdas5311
    @madhabdas5311 4 หลายเดือนก่อน +1

    Jai shree krishna 🌷🙏🙏🙏🙏🙏

  • @KhemrajRijal-ww2qr
    @KhemrajRijal-ww2qr 6 หลายเดือนก่อน +1

    Jai Shree krisna❤

  • @tapanroytapanroy9014
    @tapanroytapanroy9014 7 หลายเดือนก่อน +1

    Jay sri krishna 🙏🙏🙏🙏🙏🙏🙏💝

  • @jintusarma256
    @jintusarma256 4 หลายเดือนก่อน +1

    Jai shree krishna 🙏🙏🙏🙏

  • @sangitasaikia51
    @sangitasaikia51 3 หลายเดือนก่อน +1

    Jai Sri Krishna 🙏

  • @ArunaDas-yn7xm
    @ArunaDas-yn7xm หลายเดือนก่อน +1

    Jai Shree Krishna❤🙏🙏

  • @hemangasaharia7221
    @hemangasaharia7221 หลายเดือนก่อน

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏

  • @epicplayz2644
    @epicplayz2644 3 หลายเดือนก่อน +1

    Jay shree Krishana ❤

  • @soontiborah6911
    @soontiborah6911 3 หลายเดือนก่อน +1

    🙏 jai Sri Krishna🙏

  • @popigogoi2137
    @popigogoi2137 หลายเดือนก่อน

    কৃষ্ণ 🙏 যি জনে শুদ্ধ স্পষ্ট আৰু চিধা কথা কৈ তেওঁৰ কথা কঠোৰ নিশ্চয় হব পাৰে ।কিন্তু তেওঁ কেতিয়া ও কাকো নথগে। সত্য কথা। 🙏 জয় শ্ৰী কৃষ্ণ 🙏

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 7 หลายเดือนก่อน +1

    জয় শ্ৰী কৃষ্ণ🙏🙏🙏🙏🙏🙏

  • @user-yx1xg4ob4x
    @user-yx1xg4ob4x 26 วันที่ผ่านมา

    সুন্দৰ

  • @papulichetia9841
    @papulichetia9841 2 หลายเดือนก่อน +1

    Jai Shree Krishna ❤

  • @HimaPuja-ms6mf
    @HimaPuja-ms6mf 3 หลายเดือนก่อน +1

    Jai Shree Radhe krishna❤❤❤

  • @neetaborah6648
    @neetaborah6648 3 หลายเดือนก่อน +1

    Jai Shree Krishna. 🙏🙏🙏

  • @bhanitadeka4165
    @bhanitadeka4165 3 หลายเดือนก่อน +1

    Jai Shree Krishna.

  • @bikramrabha3798
    @bikramrabha3798 7 หลายเดือนก่อน +1

    🙏🙏Jai Sri Krishna🙏🙏

  • @rimpibordoloi3888
    @rimpibordoloi3888 6 หลายเดือนก่อน +1

    Joy shree krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna

  • @user-zq7gt3ki1m
    @user-zq7gt3ki1m 6 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু সেৱা জনাইছো

  • @manishasaikia9085
    @manishasaikia9085 7 หลายเดือนก่อน +1

    Jai shree krishna 🙏

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n 7 หลายเดือนก่อน +1

    Jai shree krishna.

  • @pinkyboruah6409
    @pinkyboruah6409 3 หลายเดือนก่อน +1

    Jai Shree Krishna❤🙏

  • @kaberideka757
    @kaberideka757 5 หลายเดือนก่อน +1

    Jai shree Krishna 🙏❤️

  • @nipanjalisaikia9083
    @nipanjalisaikia9083 7 หลายเดือนก่อน +1

    জয় শ্ৰী কৃষ্ণ🙏🙏

  • @user-gw2to9zv7n
    @user-gw2to9zv7n หลายเดือนก่อน

    জয় শ্ৰী কৃষ্ণ ৰাম কৃষ্ণ হৰি