মমতা বেনাৰ্জীয়ে নিটি আয়োগৰ বৈঠক ত্যাগ কৰাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ....

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ দি থাকোতে মাইক বন্ধ কৰি দিয়াৰ অভিযোগ। মোডী চৰকাৰে বিৰোধী শাসিত ৰাজ্যসমূহক বঞ্চিত কৰাৰ অভিযোগ তুলি আধাতে নিটি আয়োগৰ বৈঠক ত্যাগ মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে নিটি আয়োগৰ বৈঠক ত্যাগ কৰাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মমতা বেনাৰ্জীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অংশ নল’লে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
    #pratidintime #mamatabenarjee #nitiayog

ความคิดเห็น • 17