প্ৰভাতে শ্যামকানো ধেনুলৈ বজায় বেণু//দিহা নাম//কণ্ঠদান//আজন্তা বৰদলৈ//

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • এই video তোৰ দ্বাৰা আজন্তা বৰদলৈ কণ্ঠত এটি সুন্দৰ দিহা নাম পৰিবেশন কৰিছে।আৰু শুব সুন্দৰকৈ উপছৰসপোন কৰিছে ।আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব।আৰু যেনেকৈ মোৰ আগৰ যিমান বোৰ video দিয়া আছিল ।তাত আপোনালোকে যিমান মৰম আৰু আশীৰ্বাদ দিছিল ।ঠিক তেনেদৰে মোৰ এই নতুনকৈ দিয়া video বোৰতো যাতে মৰম আৰু আশীৰ্বাদ দিয়ে যেন তাৰে কামনা কৰিলোঁ।মোৰ video বোৰ চাই ভাল পালে মোৰ এই channel তো like,share,comments,আৰু মোৰ এই channel তো subscribed কৰি মোৰ channel তো আগুৱাই লৈ যোৱাত সহায় কৰে যেন তাৰে কামনা কৰিলোঁ।ধন্যবাদ।

ความคิดเห็น •