কবি খেতি জৈৱিক পদ্ধতিত কেনেকৈ কৰে (How to Do Organic Farming of Cabbage, Brocolli etc)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 18

  • @nonআমিষveg5348
    @nonআমিষveg5348 8 หลายเดือนก่อน

    খুব সুন্দৰ হৈছে আপোনাৰ পাচলি বাৰিখন!

  • @deepabordoloi5476
    @deepabordoloi5476 8 หลายเดือนก่อน

    বৰ ভাল লাগিল আপোনাৰ পাচলি বাৰীখন চাই।খেতি ইমান ভাল হৈছে।

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @mridulkalita2940
    @mridulkalita2940 8 หลายเดือนก่อน

    Bahut Val lagil

  • @SD-ff1wc
    @SD-ff1wc 8 หลายเดือนก่อน

    দাদা আপুনি গুটী বোৰ গুৱাহাটীৰ কোন ঠাই আৰু দোকানৰ পৰা কিনে দোকান খনৰ ঠিকনাটো দিলে আমাৰ বহু খিনি সহায় হ’ল হয়৷
    খেতিবোৰৰ জাতটোৰ নাম কৈ দিবচোন৷
    মই আপুনি কোৱা মতে খেতিৰ বাবে প্ৰয়োজনী বস্তুবোৰ যোগাৰ কৰি আছো৷
    মোৰ ঘৰ মংগলদৈত এইবাৰ ইয়াত মোক কবিৰ পুলিৰ নামত বান্দৰ ঠগোৱা দিলে ফুল কবি গৈ লতাৰ ৰূপ ল’লে ৷😢
    খেতি বোৰ খোৱাটো পিছৰ কথা কিন্তু বস্তুবোৰ লহপহকৈ ঠন ধৰি উঠি আহিলে সেইবোৰ দেখিয়েই কিবা এটা মনটো ভাল লাগে৷
    আপোনাৰ ভিডিঅ’বোৰ চোৱাৰ আগতে মই একো জনা নাছিলো খেতিৰ বিষয়ে কিন্তু এতিয়া আপোনাৰ পৰামৰ্শবোৰ পালো আৰু মনত আকৌ এটা নতুন উচ্ছাহ পাইছো৷
    ধন্যবাদ🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      আপুনি আপোনাৰ অসুবিধাৰ কথা জনাই ভাল কৰিলে।কাৰণ কবি খেতিৰ জাতৰ কথাটো এক নম্বৰ।আমি Seed corporation ৰ ulubariত থকা নাৰ্চাৰীৰ পৰা পুলিবোৰ আনো। আগতীয়াকৈ আহিলে গুটিও পোৱা যায়।তথাপি পুলি নিলে লগে লগে ৰুব পৰা যায়। বৰা চাৰ্ভিচত fertico আৰু pestocon নামেৰে দুখন নাৰ্চাৰী দোকান আছে।তাতো hybrid গুটি পোৱা যায়। কিন্তু গুটিবোৰ ডাঙৰ packetত (প্ৰায় ১০০গ্ৰাম )মানত আহে।দাম অধিক হয়। অৱশ্যে কেইজন মানে লগ লাগি নিলে সুবিধা হয়। কিন্তু পুলি নিলে এইবোৰ হেজাৰ নাথাকে। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      শেষত হেজাৰ শব্দটোৰ ঠাইত ভেজাল শব্দটো হ'ব।

  • @ParthaPratim-xe6gy
    @ParthaPratim-xe6gy 8 หลายเดือนก่อน

    Kunubak খলিহৈ লাগিলে মোক contact koribo reply dibo

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      ধন্যবাদ।লাগিলে কম বাৰু। সদ্যহতে মোৰ আত্মীয় এজনে ঘৰত দি যায়।

    • @ParthaPratim-xe6gy
      @ParthaPratim-xe6gy 8 หลายเดือนก่อน

      @@borahskitchengarden2487 o

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 8 หลายเดือนก่อน

    দাদা মই ভোট জলকীয়া পুলি নবেম্বৰ মাহত ৰুইছিলো আৰু মাঘ মাহৰ পৰা ফুল কলি অহা আৰম্ভ হৈছিল কিন্তু ফুল পাহ ফুলা নাই আজি এমাহ হ'ল অনুগ্ৰহ কৰি জনাবচোন আৰু আপুনা মোবাইল নম্বৰ দিবছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      খলিহৈৰ পানী পাতলকৈ ৪/৫দিনৰ অন্তৰত দিলে লাগিব লাগে দেখোন। হয়তো অত্যধিক ঠাণ্ডাৰ কাৰণেও অসুবিধা হ'ব পাৰে।ফুলাৰ সময়ত পটাচ আৰু borax লাগে। সেই বাবে NPK0•50পটাচ5গ্ৰাম1লিটাৰ পানীৰ লগত আৰু আধা চামুচ borax মিহলাই গছত spray কৰি দিব। গুৰিত ছাই অলপ অলপ দিব পাৰে।মাজে পানী দিব লাগে। ফোন নম্বৰ ইয়াত দিয়াটো অসুবিধা।face book ত Benudhar Borah ত message কৰিব। তেতিয়া দিব পৰা যাব।miraculan বুলি এটা hormon আছে।1লিটাৰ পানীত 3 ml কৰি মিহলাই 15দিনৰ অন্তৰে অন্তৰে spray কৰিব পাৰে। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 8 หลายเดือนก่อน

      Dada Facebook moi masage korilu namba tudibo

    • @borahskitchengarden2487
      @borahskitchengarden2487  8 หลายเดือนก่อน

      মই এতিয়া dutyত আছো।পিছত দি আছো।