'জুবিন দাই তেনেকৈ ক'ব বুলি ভবা নাছিলোঁ, মায়েও কান্দিছে, মইটো পুৰা কান্দিছোঁ...'

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ธ.ค. 2024

ความคิดเห็น • 1.3K

  • @erazmazid549
    @erazmazid549 ปีที่แล้ว +85

    মাধৱ তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগিল চেষ্টা কৰি থাকা এদিন তুমি সফল সবা 🙏🙏🙏

  • @rijuborah7044
    @rijuborah7044 ปีที่แล้ว +203

    ল'ৰাটো কথা খিনি শুনি দুখ লাগিলে তুমি সৰু ল'ৰা আৰু আগুৱাই যোৱা তাকেই কামনা কৰিলো

  • @rumidas4087
    @rumidas4087 ปีที่แล้ว +160

    তোমাৰ গান গাবলৈ মন আছে যদি তুমি আগৱাঢ়ি যোৱা ৷ তুমি এদিন সফল হ“ব পাৰিবাা

  • @InsanAli-oj3bn
    @InsanAli-oj3bn ปีที่แล้ว +17

    হয় ল'ৰাজন সৰু কিন্তু নিজৰ খৰচৰ লগতে ঘৰৰ খৰচ উলিয়াই লৈ আগবাঢ়ি গৈছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভাইটি আগবাঢ়ি যোৱা

  • @Drakomalfoi214
    @Drakomalfoi214 ปีที่แล้ว +151

    বয়স হিচাপে তুমি বহু উন্নত মানৰ কথা কৈছা। আগুৱাই যোৱা থমকি নৰবা।

  • @rinkigogoi7455
    @rinkigogoi7455 ปีที่แล้ว +66

    ভাল কৈ পঢ়া ভাইটি,ভাল কৈ পঢ়া শুনা কৰি আগুৱাই যোৱা,ডাঙৰ মানুহ হবলৈ বেলেগ ৰ আৰ্হি লব নালাগে,নিজে ভাল কৈ নিজক গঢ়া।বাকী তেওঁক ভালপোৱা টো তোমাৰ নিজস্ব।

  • @kalyansaikia8057
    @kalyansaikia8057 ปีที่แล้ว +117

    লৰাটোৱে কিন্তু অন্তৰত আঘাট পাইছে

  • @bibharanidas1593
    @bibharanidas1593 ปีที่แล้ว +17

    দুখ নকৰিবা ভাইটি , কি ঠিক ভগৱানৰ আশীৰ্বাদ 🙏🙏থাকিলে জুবিননত কৈও ডাঙৰ মানু্হ ভাল মানুহ হ'ব পাৰিবা।❤️❤️❤️❤️❤️

  • @pompydevi769
    @pompydevi769 ปีที่แล้ว +182

    মানুহে জুবিন গাৰ্গ বনাই চে তেওঁ জুবিন হব যোৱা নাছিল ।

  • @prakriteenisha6328
    @prakriteenisha6328 ปีที่แล้ว +8

    জুবিনে ভাল পায় তোমাক। তেখেতৰ কথাবোৰ তেনেকুৱাই।

  • @reemagogoi7865
    @reemagogoi7865 ปีที่แล้ว +77

    বহুত ভাল কথা কৈছা তুমি মাধৱ!

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs 10 หลายเดือนก่อน +4

    জুবিন দাৰ কথাত বেয়া নাপাবা জুবিন দাই ভাল পাই সকলোকে ভাইটি বুলি কলে জুবিনদাই কাকো খাতিৰ নকৰে কিন্ত৷জয়জুবিন দা৷তুমি আগুৱাই যোৱা৷

  • @bchazarika1967
    @bchazarika1967 ปีที่แล้ว +262

    জীৱনত কাকো নিজতকৈ বেছি ভাল
    নাপাবা । নিজৰ যি ভাল লাগে তাকে কৰি আগবাঢ়ি যোৱা। আমি তোমাক বহুত ভাল পাওঁ ।

  • @rakeshbordoloi1223
    @rakeshbordoloi1223 ปีที่แล้ว +32

    মাধৱ , চিন্তা নকৰিৱা ।জুবিন কি ,এদিন তোক পৃথিৱীৰ মানু‌হে চিনি পাব।

  • @kaustuvvlog3934
    @kaustuvvlog3934 ปีที่แล้ว +81

    ভাইটি তুমি নিজৰ নামেৰে আগুৱাই জাব পাৰিবা বুলি ভগৱানৰ উছৰত প্রাথণা জনালো 🙏🙏🙏

  • @paragsocial7156
    @paragsocial7156 ปีที่แล้ว +21

    ভাই বেয়া নাপাবা, মই তোমাক ভাল বুলিকৈছো। চেষ্টা কৰা তুমি এদিন জুবিন দাৰ নিছিনা হবা। ভাল দিন অহাৰ আগতে বেয়া দিন আহে। ভগৱানে তোমাক সহায় কৰিব।

  • @lipiborah8666
    @lipiborah8666 ปีที่แล้ว +99

    তুমি ভাল দৰে পঢ়া আৰু আগবাঢ়ি যোৱা , গান শিকিবলৈ ভালদৰে চেষ্টা কৰিবা, gd bless you brother ✨✨

  • @dipalithakuria2961
    @dipalithakuria2961 ปีที่แล้ว +10

    তুমি বয়সতকৈ বহুত আগবঢ়া |ইমান সৰু ল'ৰা এটাক এনেকৈ ক'ব নাপায় |মাধৱ, তুমি মহাভাৰতৰ একলব্যৰ কাহিনীটো জানা নিশ্চয় |চিন্তা নকৰিবা, আগুৱাই যোৱা, ভগৱানে সহায় কৰিব |

  • @lakhirammunda8738
    @lakhirammunda8738 ปีที่แล้ว +238

    মাধৱ ভাইটি তুমি আগুৱাই যোৱা চেষ্টাৰ অসাধ্য একোই নাই ভগৱানে তোমাক মঙল কৰক❤❤❤❤❤❤❤❤

    • @himantakalita5865
      @himantakalita5865 ปีที่แล้ว

      😢😢😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

    • @Neonxmith
      @Neonxmith ปีที่แล้ว

      Pagole beh 😂😂

    • @trishnadoley521
      @trishnadoley521 10 หลายเดือนก่อน

      Ppl#sb c

  • @nituranjanchetia2510
    @nituranjanchetia2510 ปีที่แล้ว +78

    Much more matured than Zubin....God bless him

  • @MalaHazarika-ec2vy
    @MalaHazarika-ec2vy ปีที่แล้ว +117

    তোমাৰ মনতো আৰু কথাবতৰাবোৰ জুবিনতকৈ উন্নত

    • @Kabyasridevi284
      @Kabyasridevi284 ปีที่แล้ว +4

      Thik koisa ❤️👍

    • @ranjanborah6503
      @ranjanborah6503 ปีที่แล้ว +5

      Hoi thik koise Asomor raije jane gan galeu Zubine kotha kobo najane , moi Bhabu original Zubinehe kotha kenekoi amicable aru standard bhabe kobo lage heitu Junior Xubin baa Madhobor pora Shika dorkar, aru moi madhabok kou tumi mahabharator ekoloibiyor kahani to porhi sabasun

    • @SanjoySanjoymushahary-bd8no
      @SanjoySanjoymushahary-bd8no ปีที่แล้ว

      Akdom right koise. beya napabo zubeen anuragi hokol j zubeenr beboher akdom sera pagolr nisina

  • @chandanphukan8318
    @chandanphukan8318 ปีที่แล้ว +26

    তুমি সঠিক ঠাইতে থাকি গলা ৷একো নাই তোমাৰ নিচিনা কমবয়সীয়া অনুৰাগী এজনক এনেদৰে কৈ নিজৰ মানসিক দৈন্যতাকহে প্ৰকাশ কৰিলে ৷

    • @rupaliborthakur1930
      @rupaliborthakur1930 ปีที่แล้ว

      Zubeen kotha botorat fotua..gaan r quality u hekh hoise goi..so ohonkar kihor?

  • @PradipDas-td2eb
    @PradipDas-td2eb ปีที่แล้ว +215

    বাবা তুমি নিজৰ মতে থাকা ।তুমি অনন্য। তোমাৰ অসীম সাহস

    • @pranitagogoi7141
      @pranitagogoi7141 ปีที่แล้ว

      তুমি নিজৰ মতে থাকা😢

  • @phunudas9452
    @phunudas9452 ปีที่แล้ว +27

    আমি ভালে paisilu,,তুমি তোমাৰ দিশত আগুৱাই যোৱা।পঢ়া আৰু পাৰিলে গান ও গোৱা।❤️

  • @kamalarajbanshi6858
    @kamalarajbanshi6858 ปีที่แล้ว +115

    পাগল আপুনি নহয় ।যিয়ে আনৰ ভাল দেখিব নোৱাৰে সিয়েই পাগল । আপুনি আগলৈও আগুৱাই যাওকbeast of luck 👍👍👍🙏🏿🙏🏿🙏🏿

  • @pranjitaxom9418
    @pranjitaxom9418 ปีที่แล้ว +45

    তোমাৰ কথাকেইটা মন চুই গল ভাই😢😢😢😢। ভাঙি নপৰিবা তুমি 🥺🥺🥺

  • @sajidzamal3206
    @sajidzamal3206 ปีที่แล้ว +79

    জুবিন এটা মানুহ, মানুহে তেওঁক singer বনালে্। তুমিও নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰা দেখিবা তোমাক লৈ মানুহে গৌৰৱ কৰিছে

  • @dipakonwarlahkar6467
    @dipakonwarlahkar6467 ปีที่แล้ว +20

    তুমি আন শিল্পীৰ mimicry কৰি অসম বাসীক দেখাই দিয়া তুমি যে পাগল নহয় । তুমি হাৰ নামানিবা । আগুৱাই যোৱা । তোমালৈ আশীৰ্বাদ থাকিল ।

  • @Ashinikr.Bordoloi
    @Ashinikr.Bordoloi ปีที่แล้ว +58

    Very humble boy. You have a bright future.

  • @ayushmaansaikia47
    @ayushmaansaikia47 ปีที่แล้ว +16

    Zubin Garg সফলতাৰ মূৰত ধৰিছে ।।।নাপাই কোনোবা এজন Legend এজনকহে সাধাৰণ মানুহে,,Mimicry বা অনুসৰন কৰে।

  • @sarmilaekka1181
    @sarmilaekka1181 ปีที่แล้ว +58

    ভাইটি মাধৱ তুমি মন ভাঙিব নালাগে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যোৱা ।জুবিন তথা সূৰ্য্যৰ দৰে নহ'বও পাৰা কিন্তু ৰাতিৰ আকাশৰ জোনৰ পোহৰৰ এটা সুকীয়া সমাদৰ আছে । মহাভাৰততো গুৰু দ্ৰোণাচাৰ্য্যৰ পৰা অপমানিত হৈ একলব্যই শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও ধৈৰ্য্য একাগ্ৰতাৰ বাবে শ্ৰেষ্ঠ ধনুধৰ হবলৈ সক্ষম হৈছিল ।

    • @ranjanborah6503
      @ranjanborah6503 ปีที่แล้ว

      Ekdom hosa kotha sabo adin gan galeu kotha bhalkoi kobo nuyara original Zubine madhobor pora kotha kuwa art tu hikibi lagibo

  • @munudevi3284
    @munudevi3284 ปีที่แล้ว +35

    আচলতে জুবিন দাই তোমাক বেয়া ভাবি কোৱা নাছিল বুলি মই ভাবো। জুবিন দাকোটো কিছুমান মানুহে পাগল বুলি কয়। সেইবাবে তুমি মন বেয়া নকৰিবা। সদায় কথাবোৰ ধনাত্মক দিশত লবা তেহে লক্ষ্য ত উপনীত হবপাৰিবা।

  • @Pbv440
    @Pbv440 ปีที่แล้ว +45

    এটা কথা মনত পেলাই দিও তোমাক জুবিনদাৰ দৰে হবলৈ ভগৱানে তোমাক সেই শক্তি দিছে বুলিহে পাৰিছা । চেষ্টা চাগে বহুতেই অব্যাহত ৰাখিছে কিন্তু পৰা নাই । সেইটো কথা জুবিন দাই বেয়া পাব নালাগিছিল বৰঞ্চ ভাল হে পাব লাগিছিল যে পৃথিৱীত তেওক ইমান যে ভালো পাব পাৰে কোনোবাই ।মোৰ মনৰ ভাব টো প্ৰকাশ কৰিলো

  • @majanikalita6025
    @majanikalita6025 ปีที่แล้ว +4

    মাধৱ তুমি ভাগি নপৰিবা । জুবিন দাৰ কথাখিনি তোমাৰ বাবে আশীৰ্বাদ হিচাপে লৈ আগুৱাই যোৱা।

  • @prohenjitdoley685
    @prohenjitdoley685 ปีที่แล้ว +37

    ময়ো ভবা নাচিলো জুবিন দাই এনেকৈ কব বুলি কিন্তু কিয় কলে?

  • @manalishadas2421
    @manalishadas2421 ปีที่แล้ว +17

    ভাইটিটোৱে মনত বহুত দুখ পাইছে😢 দুখ নকৰিবা ভাইটি তুমি সৎ পথত আগুৱাই যোৱা এদিন নিশ্চয় সফল হবা তুমি ❤ নিজৰ ওপৰত বিশ্বাস ৰাখা তুমি ☺নাকান্দিবা ভাইটি

  • @purabidas2186
    @purabidas2186 ปีที่แล้ว +48

    হব..মাধবক নিজৰ মতে ডাঙৰ হবলৈ দিয়ক...ইমান প্ৰশ্ন নকৰিব...

  • @monuranjangogoi6276
    @monuranjangogoi6276 ปีที่แล้ว +4

    ভাই তোক বহুত ভাল লাগে বে তই চেস্তা কৰ বহুত আগবাঢ়ি যাবি ভাগি নপৰিবি. তোই বহুত সৰু যদিও তোৰ জ্ঞান বহুত আছে. তই গান গাই দেখুৱাব লাগিব আমিৱ ছবেই তোক মৰম কৰো অসমৰ সকলোৱে তোক ভাল পায় তই আগবাঢ়ি যা 💐💐💐💐💐💐💐

  • @puspanjalisarma4418
    @puspanjalisarma4418 ปีที่แล้ว +38

    মাধৱৰ মাতো জুবিনৰ নিচিনা, এতিয়া কি মাতো সলাব পাৰিব নেকি বাৰু। জুবিনে কলেই বুলি তুমি মন বেয়া নকৰিবা। নিজৰ জীৱনৰ পথ নিজেই বাচি লোৱা কাৰোবাৰ কথা শুনি নিজৰ পথৰ পৰা আঁতৰি নাহিবা।

    • @rekhaozah1383
      @rekhaozah1383 ปีที่แล้ว

      হয় দেই মাধৱ তুমি আগুৱাই যাবৈ লাগিব। ভগৱানে দিয়া তোমাৰ সত্বাটোক তুমিপৃথিৱীৰ সকলোকে চিনাকি কৰি দিব লাগিব।

    • @jbbhumikasarma3908
      @jbbhumikasarma3908 ปีที่แล้ว

      Akdom right 👍

  • @air33-ias53
    @air33-ias53 ปีที่แล้ว +2

    জুবিনত কৈ মাধৱ বৰাৰ কথা কেইটাত বেছি গধুৰতা আছে। তুমি বহুত talented মাধৱ। ভাগি নপৰিবা। তুমাৰ যি talent আছে বহুতৰে নাই। তুমি আৰু আগুৱাই যোৱা। বেলেগে পঢ়ি শুনি চাকৰি এটা লৈ খাব।তোমাৰ যি আছে সেইটোৰ কাৰণে তুমি সকলোতকৈ পৃথক।কেৱল পঢ়া শুনাই একো দাল নহয়।তুমি যি টো ভাল পোৱা সেইটো ভাল কৈ কৰি যোৱা।তোমাৰ ভৱিষ্যত উজ্জ্বল হব। তোমাক তেনেকৈ কোৱাত আমিও আঘাত পাইছোঁ। এজন ভাল মানুহে এনেকুৱা কথা কেতিয়াও সহ্য কৰিব নোৱাৰে।লাগিলে জুনেই নকওক। ভগৱানে তোমাৰ মঙ্গল কৰিব।

  • @ajborah2265
    @ajborah2265 ปีที่แล้ว +34

    তুমি আগুৱাই যোৱা মাধৱ

  • @jayhind2185
    @jayhind2185 9 หลายเดือนก่อน +1

    Tomar bhalor babe jubin dai eneke koise bhaiti,tumi beya pabo nalage,tomar talent aase aami jano 🥰👌

  • @priyankasaikia5302
    @priyankasaikia5302 ปีที่แล้ว +129

    ধেই,,,, একো নাই তুমি তোমাৰ কাম কৰি যোৱা,,,,, এটা কথা কি জানা???সৰুতে Roll no 1 হবলৈ যুজি মৰিছিলো,,,, গতিকে এটা কথা তুমি লক্ষ্য কৰিছা নে নাই নাজানো,,, তুমি কোনোবা খিনিত সফল হৈছিলা,,,, নহ'লে তেওঁ জ্বলিছে,,, তেওঁতকৈ কৰোবাত যদি ওপৰত গুছি যোৱা,,,হয়টো যাব নোৱাৰিলেও বেছি জনপ্ৰিয় হোৱা বুলি তেওঁ চাগে ভয় খালে,,,সছাক সছা বুলিয়ে কম,,লাগিলে সেয়া ভগৱানেই হওঁক,,,,,, বাকী গায়ক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ কিন্তু কিছুমান কথা সহ্য নহয়,,, কেতিয়াবা কেতিয়াবা অহংকাৰী তেওঁ,,,, কেতিয়াবা ভাল,,,😊

  • @krishnakhidutta5874
    @krishnakhidutta5874 ปีที่แล้ว +3

    Jubint ke madhob r thinking bohut uport👍
    Carry on 🎉

  • @prarinitasaikia4380
    @prarinitasaikia4380 ปีที่แล้ว +159

    পাগল বুলি কলেই পাগল নহয় মনত নলবা। এটা কথা মনত ৰাখিবা সৰু পৰাহে ডাঙৰ হয় এদিন কি জানি জুবিনত কৈও ভাল মানুহ হোৱা কোনে জানে কাৰ ভাগ্যাত কি লিখা আছে তুমিতো এতিয়াও সৰু হৈ আছা ইমান সৰুতেই বহুতে আগুৱাই গৈছা ।

    • @ranjanborah6503
      @ranjanborah6503 ปีที่แล้ว +8

      Hoi edin teu Zubinot koyu oporot jabo, Zubine gan gabo pare kintu kotha kenekoi amicably and standard bhabe kobo lage original Zubinehe junior Zubinor pora shika dorkar

    • @air33-ias53
      @air33-ias53 ปีที่แล้ว +4

      থিক কথা কৈছে ।

    • @shontustaye1860
      @shontustaye1860 ปีที่แล้ว +1

      Zubin Val singer hoi Val manuh nohoi

  • @clipsmania8266
    @clipsmania8266 ปีที่แล้ว

    এগৰাকী মাতৃ হিচাপে বৰ দুখ লাগিল তোমাৰ কথাখিনি শুনি । কাৰোবাৰ অৱস্থাৰ বুজ নোলোৱাকৈ হাৰ্টথ্ৰব বুলি পৰিচিত জুবিনে যিকোনো মন্তব্য কৰিব নালাগিছিল । যি কি নহওক এইটো তোমাৰ জীৱনৰ মাথোঁ এটা turning point বুলি ধৰি ল'বা । ভালেই হ'ল দিয়া জুবিনেই অজানিতে চিনাকি কৰাই দিলে অসমৰ ৰাইজক এজন সৎ, সাহসি উদিয়মান ল'ৰা মাধৱ বৰাক । আগুৱাই যোৱা নিজৰ ধৰণে, জীৱনটো তোমাৰ হে । আশীৰ্বাদ কৰিলো

  • @Prasantaborah1
    @Prasantaborah1 ปีที่แล้ว +9

    এজন শিল্পীৰ কাৰনে তেওঁৰ অনুৰাগীবোৰ ভগৱান।
    অনুৰাগীক কেতিয়াও নিৰাস কৰিব নালাগে। জুবিন দাই তেনেকে কব নালাগিছিল।

  • @mattudad8963
    @mattudad8963 11 หลายเดือนก่อน +2

    Thik kotha koise aamar Zubeen dai Zubeen Daar nisina okl voice dib janilei nohobo but Zubeen Daar nisina gaan gab parib lagib ....moi Zubeen daar fale asu ....❤️❤️❤️❤️👌👌👌👌💖💖💖

  • @jayantahazarika6024
    @jayantahazarika6024 ปีที่แล้ว +11

    বেছিকৈ ভাল পালে তেনেকুৱা হয় তুমি আগুৱাই যোৱা জীৱনত কাকো নিজতকৈ বেছি ভাল নাপাবা

  • @mhoque8846
    @mhoque8846 ปีที่แล้ว +4

    Go ahead brother কাকো ফলো কৰিব নালাগে নিজৰ কাম কৰি যোৱা তোমাক জুবিন দাই এদিন নিজে লগ কৰিব যাব

  • @rumisaikiadeka5867
    @rumisaikiadeka5867 ปีที่แล้ว +11

    দুখ নকৰিবা। হতাশ নহবা। নিজৰ কামত আগুৱাই যোৱা। ❤ মা দেউতা পৃথিবীৰ সকলোতকৈ আপোন।

  • @sanjibkalita5615
    @sanjibkalita5615 ปีที่แล้ว +9

    সঁচাকৈ জুবিন দাই তাক চমৎকাৰ কৰিব আৰি সকলোৰে আগত বলৎকাৰ কৰি দিলে।
    বেয়া লাগিছে তেনে কৰিব নেলাগিছল ।

  • @rabindasdas2002
    @rabindasdas2002 ปีที่แล้ว +7

    গান গাবলৈ শিকা ৰাইজে তোমাক আঁকোৱালি লব। আৰু এদিন তোমি ৰাইজৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিবা।

  • @ashiqahmed4531
    @ashiqahmed4531 ปีที่แล้ว +24

    জুবিন দাৰ তেনেকৈ কথা কোৱা উচিত হোৱা নাই, তোমাৰ নিচিনা যদি কোনোবাই হব বিচাৰে তোমাৰেই সু নাম , গৌৰবৰ কথা😊

    • @khaninvlogs895
      @khaninvlogs895 ปีที่แล้ว +1

      হয় ভাল কথা কৈছে আপুনি

  • @lipikadas884
    @lipikadas884 ปีที่แล้ว +4

    তোমাৰ মাতত কিবা এটা যদি আছে বাবা , তেওঁ তেনেকৈ কলেও ভুল নুবুজিবা । তুমি তোমাৰ নিজৰ সৃষ্টিৰে আগবাঢ়ি যোৱা । ইমান কষ্ট কৰি জীৱন আগবঢ়াই নিছা এদিন সফল হবাই তুমি । বহুতো শুভেচ্ছা থাকিল তোমালৈ ❤

  • @nipengaming8279
    @nipengaming8279 ปีที่แล้ว +2

    Zubeen da vl kotha kole beya pai🤣joi zuben da ❤🎉

  • @sofikulislam7533
    @sofikulislam7533 ปีที่แล้ว +28

    জুবিন দাৰ সুৰ,মাত ,বা কথা কোৱাৰ ধৰন ভাইটি তোমাৰো একেই,গতিকে চেষ্টা কৰি গান গাৱলৈ শিকা,পিচে ডাঙৰ মানুহ হব পাৰিবা, জুবিনৰ কথা ই তোমাক গান গোৱাৰ শক্তি যোগাৱ।দোষ নকৰিবা।কথাৰ ধৰন বহু ভালো আছে তোমাৰ । thank you, from boko

  • @mrinmoy13
    @mrinmoy13 ปีที่แล้ว +4

    জীৱনত মা দেউতা, শিক্ষাগুৰু, ভাল কবি, সাহিত্যিক এনে লোকক অনুকৰণ কৰিবা। লাভ হৱ তোমাৰ।

  • @lijipsonbeyofficial23
    @lijipsonbeyofficial23 ปีที่แล้ว +96

    He speaks more maturely than the Star Zubeen da. This boy needs more encouragement from the well reknown person.

    • @ranjanborah6503
      @ranjanborah6503 ปีที่แล้ว +7

      Yes lora jon jadiu class nine ot porha kintu kotha kini bahut matured type ot koise kone jane edin yeu kintu Dr. Bhupen Bhupen hazarikar dore manuhe
      Respect tei nohoi Bhaktiu koribo

    • @himanjeetsarma5555
      @himanjeetsarma5555 ปีที่แล้ว +1

      Xei2 ktha baaru mani lolu, but ei lora Jone mimicry kora nai, ulta teuk imitate korise, intrude korise Zubeen daak... Lorajon a Zubeen daar dore behave kribo dhorise... So it's a kind of danger sign for him only

    • @lijipsonbeyofficial23
      @lijipsonbeyofficial23 ปีที่แล้ว +1

      @@himanjeetsarma5555 Lora tu genuinely Zubeen dar fan hoi no. Aro hi Zubeen daik atatkoi bohut mane. Aro lora tu class 9 ot pora hoi...boyok kom. Hetukarne Zubeen da ejon boyokhiya manu n very reknown person hoi ..hetu hisabe hii lora karne bhal dore olop soft hoi bujai dibo parile hoi. Jate lora tu besi beya feel nokore aro demoralized hoi nejai. Celebrity manu ejon public figure ..tak sobe kibana kiba karon ot follow koribo eh. Hetukarne celebritir buror o society uporot nijor social responsibility buli bostu tu buji pabo lage.

    • @LooserPran
      @LooserPran ปีที่แล้ว

      Tetia toi Zubeen r gaan baad de tar gaan hunibi , kin2 Zubeen r gaan nhi blg singer r gaan gai hunabole kobi. Mokkel korbat , Zubeen Assam't ajon e ase. Zubeen da nisina kunu hbo nuware.

    • @LooserPran
      @LooserPran ปีที่แล้ว

      ​@@lijipsonbeyofficial23 it's a sign of mental problem. That's why Zubeen alert him and his parents to don't do this types of insane things.

  • @borungogoi2206
    @borungogoi2206 ปีที่แล้ว +7

    বাপ , জুবিন দাই তোমাক পাগল বুলি কোৱা নাই নহয় হৈ যাব পাৰা বুলিহে কৈছে , যিকোনো মানুহে সদায় একেটা কথাই ভাবি থাকিলে পাগল ধৰণৰ হোৱা নজিৰ আছে গতিকে হে কৈছে। জুবিন গাৰ্গ দাৰ তোমাৰ ওপৰত একো বেয়া intension নাই। জুবিন দা জুবিনেই বিশ্ব মানসৰ ,কোনেও তেওঁৰ স্থান দখল কৰিব নোৱাৰে। তেওঁৰ গান আশাভৰা,প্ৰাণভৰা,স্বপ্নভৰা মধুৰ নিদ্ৰাভৰা,চকুলোভৰা আৰু প্ৰেৰণাভৰা ইত্যাদি -- ইত্যাদি। জুবিন গাৰ্গ দাৰ এই কথাষাৰ তোমাৰ প্ৰতি অসীম প্ৰেৰণা হে আছে ইয়াকে আশীৰ্বাদ অথবা chalenge হিচাপে লৈ আগবাঢ়ি যাবলৈ এটা পথহে দেখাই দিছে । তেওঁও জীৱন বাটত বহু ঘাত- প্ৰতিঘাত পাই আজি ইমানখিনি পাইছে হি । গতিকে.......!

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia6748 ปีที่แล้ว +26

    Establish yourself on your own NAME. God bless you.

  • @abhijitbarman7953
    @abhijitbarman7953 ปีที่แล้ว +15

    পাগল বুলি নাই কোৱা।।হবা বুলি হে কৈছে, তেনেকে থাকিলে।। একো নাই ভাই দুখ নকৰিবা❤️

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 ปีที่แล้ว +17

    ভালকৈ পঢ়া। নিজৰ ভৰিত থিয় হোৱা। কষ্ট কৰা। তুমি সাফল্য আনিব পাৰিবা।

  • @sadnandabora3844
    @sadnandabora3844 ปีที่แล้ว +4

    জুবিনৰ কথাৰে বা ভাৱ ধাৰাৰে নকৰি তোমাৰ ইচ্ছাৰে গান শিকি ৰাইজৰ মাজলে ওলোৱা । জুবিন বুলি নহয় মাধৱ বৰা হৈ পৰিচয় লোৱা । দৰ্শকে তোমাক আদৰি লব । জুবিনৰ এটাও ভাষ্য অনুকৰণ নকৰাকৈ থলুৱা সূৰ থলুৱা বাদ্য যন্ত্ৰীৰে তুমি থলুৱা গীত- মাতেৰে এটি টিম প্ৰস্তুত কৰি দৰ্শকৰ মাজলে ওলাই যৱা ।মঞ্চ কৰা । জুবিন হৈ নকৰিবা । মাধৱ হৈ কৰি যোৱা ।দৰ্শকে অনুৰুধ কৰিলে তেতিয়া জুবিনৰ অভিনয় কৰি দেখুৱাবা । তুমি ছচি য়েল মিডীয়াক তোমাক জুবিনৰ সৈত্যে পূনৰ তুলনা কৰিবলে বাধা কৰিবা । কাৰণ বোৰ তুমি সৰু হৈ আছা বাবে নুবুজিবা ।তুমি মাধৱ হৈ জুবিনৰ গান বা কথা কোৱাত আপৰ্তিৰ ঠল নাই ।আৰ্পতি এইটোতহে তুমি জূবিনৰ সাজ সৰ্জাৰ পৰা আতঁৰি নথকাটো ।

  • @assamesecartoon8501
    @assamesecartoon8501 ปีที่แล้ว +9

    মন চুই গল😊

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr ปีที่แล้ว +6

    জুবিন দাই তোমাৰ ভবিষ্যতৰ কথা ভাবি তেনেকৈ কৈছিল। চেষ্টা কৰাচোন এদিন সফল হবা।

  • @PD-gj7ot
    @PD-gj7ot ปีที่แล้ว +11

    তুমি ভূল বুজিছা .. তোমাৰ ভালৰ কাৰণে কৈছে |
    ময়ো চাইছো | তোমাক পাগল বুলি কোৱা নাছিল পাগল হবা বুলি হে কৈছিল |
    তুমি পাৰিবা সফল হবলৈ |
    তোমাৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিল |

  • @manikasom3552
    @manikasom3552 ปีที่แล้ว +4

    মাধৱ তুমি আশীৰ্বাদ হিচাপে ল'বা।জীৱনৰ আন এক নাম সংগ্ৰাম।সংগ্ৰাম কৰি যোৱা।এদিন দেখিবা তুমি বহু আগুৱাই যাবা...

  • @ajfilms9491
    @ajfilms9491 ปีที่แล้ว +19

    Zubeen da positive vibes aa dise bhai.... Keep jamming 💪 bro

    • @sagarhussain2251
      @sagarhussain2251 ปีที่แล้ว

      o bhai eneke +ve vibe nalage o,,ulta tar depression he hobo,tak etia sobe hahibo ki mukh loi ulabo je muk zubben e pagol koise

  • @zuro1111
    @zuro1111 ปีที่แล้ว +2

    Jubin da apuni Alp ahankari.pried is the feel

  • @anjugogoi3004
    @anjugogoi3004 ปีที่แล้ว +7

    ভাইটি তুমি মাধৱ হৈয়ে থাকা, নিজৰ অস্তিত্ব জীয়াই ৰাখা, আনক অনুসৰন কৰি নিজৰ অস্তিত্ব ক পাহৰি নাযাবা,অ,,,অনুৰাগী হোৱা, কোনো কথা নাই , সেইবুলি আনৰ ওচৰত ইমানো বিলিন হৈ নাযাবা, যত তুমি নিজে আঘাট পাব লগা হয় ,ভগবানে সকলোকে সৃষ্টি কৰিছে, এটা এটা উদেশ্যে সাৰুগত কৰি, নিজৰ লক্ষত উপনীত হোৱা, আগবাঢ়ি যোৱা।

  • @rubiborah3436
    @rubiborah3436 ปีที่แล้ว +1

    তুমি আগ বাঢ়ি যোৱা মাধৱ।গান গোৱা ত বা সুৰ দিয়াত কোনো কথা নাই।তুমি গানৰ সুৰ ভূপেন হাজৰিকা,পাপন,জুবিন,সকলোৰে গানৰ সুৰ কৰিব পাৰা।তোমাক পাগল বুলি কলে বুলি তুমি পাগল হৈ নোযোৱা তুমি যেতিয়া জুবিন দাদাক বহুত ভাল পোৱা,দাদাই হে কৈছে বুলি ধৰি লবা।তোমাৰ ইচ্ছা পূৰণ কৰা, আগুৱাই যোৱা লগতে পঢ়িও থাকা।মন বেয়া nokoriba, ভগৱানে তোমাক সহায় কৰিব।❤❤❤❤❤

  • @gargidevi3119
    @gargidevi3119 ปีที่แล้ว +3

    বাবু তুমি দুখ নকৰিবা নিজৰ সাহখত আগুৱাই যোৱা ❤❤❤

  • @xeujmon2035
    @xeujmon2035 ปีที่แล้ว +1

    মাধৱ সঁচাকৈ তুমি Mature hoisa, ভালকৈ আমি বুজি পালোঁ। তুমি আগুৱাই যোৱা।

  • @momigogoi8585
    @momigogoi8585 ปีที่แล้ว +7

    He is very humble.. Wish u good luck 🤞keep it up..

  • @PronotiMohon
    @PronotiMohon 9 หลายเดือนก่อน +1

    হতাশ নহবা ।পাগল বুলি কলে বুলিয়েই তুমি পাগল হৈ যোৱা নাই । আগবাঢ়ি যোৱা ।

  • @nabaduarah7507
    @nabaduarah7507 ปีที่แล้ว +4

    চিন্তা নাই,তুমি আগবাঢ়ি যোবা ,ভবিয্যতে উন্নতি করিব পারিবা ।কোনোবাই কিবা কলেই বুলিয়ে পাগল নহয় ।

  • @sanjibrajkonwar1777
    @sanjibrajkonwar1777 ปีที่แล้ว +1

    মাধৱ এদিন জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিব।

  • @amarbaishya3679
    @amarbaishya3679 ปีที่แล้ว +3

    News চেনেল বিলাকে আৰু কাম নাই অসম খন শেষ কৰি পেলালে এইটো এটা politics হয় জুবিন গাৰ্গ বিৰুদ্ধে চলোৱা খৰজন্ত নিউজ লাইভ চেনেলৰ , অসমৰ মানুহ বুৰ্বক চেনেল বিলাকে মানুহে চব গম পায় , জনমণি ৰাভাৰ কেছ টো কি হল

  • @mainamaina2808
    @mainamaina2808 ปีที่แล้ว +1

    সৰু পৰা ডাঙৰ হয়
    জুবিনে কথা খাৰ মনত ৰখা ভাল ,,,
    তুমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো

  • @IsmitaAndPapaFuns
    @IsmitaAndPapaFuns ปีที่แล้ว +52

    he has more standard than zubeen daa while talking 😊

    • @rajibphukan7746
      @rajibphukan7746 ปีที่แล้ว +4

      Ata 9 t poha lora emn maturity manibo lgibo kintu...

    • @joiaaiaxom2023
      @joiaaiaxom2023 ปีที่แล้ว +1

      Apuni advut pyani dekhun😂

    • @himanjeetsarma5555
      @himanjeetsarma5555 ปีที่แล้ว

      @@joiaaiaxom2023 Oo ekdm thik 😂

    • @ashiqahmed9398
      @ashiqahmed9398 ปีที่แล้ว

      Ki kotha koi ha apuni😂😂😂

  • @susantaphukan9990
    @susantaphukan9990 ปีที่แล้ว +1

    তুমি আগবাঢ়ি যোৱা। ভগৱান তোমাৰ সহায় হ'ব।

  • @ankurkalita9451
    @ankurkalita9451 ปีที่แล้ว +14

    গান গালে মজা হ'ব ❤❤

  • @Rekhasvlog1515
    @Rekhasvlog1515 ปีที่แล้ว +3

    তোমি আৰু কাৰু কথা কাণ নিদিবা।😮 তোমি তোমাৰ মতে কৰি থাকা ।😮তোমি এজন মানুহৰে voice উলিয়াই নাথাকিবা।😊তোমি আনৰ voice আৰু acting কৰি দেখোৱা ই দিয়া তোমাৰ সেই talented আছে । 🥰 যদি তোমাৰ কৰিবলৈ মন নাই😊 তেনেহলে তোমি তোমাৰ মতে আগুৱাই যোৱা । তোমাৰ ভবিষ্যত উজ্জ্বল হয় যেন তাৰে কামনা কৰিছো ।🎉❤ God bless you 🙏🙏🙏

  • @Pbv440
    @Pbv440 ปีที่แล้ว +12

    তুমি আগুৱাই যোৱা জুনিয়ৰ জুবিন ৰাইজে নাম দিছে । তোমাৰ চেষ্টা অব্যাহত ৰাখা। তুমি তোমাৰ নামেৰে উজ্জ্বলাৱা বুলি আশা থাকিল

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 8 หลายเดือนก่อน

    তুমি আগবাঢ়ি যোৱা, জুবিনে কলেই তূমি পাগল নহয়,এতিয়া গান পেকতিছ কৰি থকা, God bless you,

  • @rimjimnath558
    @rimjimnath558 ปีที่แล้ว +3

    তুমি আগবাঢ়ি যোৱা ভাইটি।কোনোবাই কিবা কলে আশীৰ্বাদ বুলি ভাবি লবা।নহলে তুমি আগবাঢ়ি যোৱাত বাধা হব পাৰে।কোৱা তোক গুৰুত্ব নিদিবা।তুমি পাৰিলে আশীৰ্বাদ বিচৰা।

    • @rinabordoloineog1618
      @rinabordoloineog1618 ปีที่แล้ว

      মাধৱ তুমি আগবাঢ়ি যোৱা ,থমকি নৰবা ভগৱানে তোমাক সহায় কৰিব

  • @budhrambaghwar6848
    @budhrambaghwar6848 ปีที่แล้ว +1

    জুবিন গাৰ্গে সেই সৰু লৰাজনক পাগল কোৱাৰ সলনি ভাল হে পাব লাগিছিল । কাৰণ জুবিন এজন অসমৰ ভাল শিল্পী , আৰু তেওঁক অনুকৰণ কৰিছিল সেই লৰা জনে , তেওঁ ক অনুকৰণ কৰাৰ কাৰণে গৌৰৱ অনুভৱ কৰিব লাগিছিল।।।।লৰাজনক তেনেকৈ কোৱাত আমিও দুখ পাইছো জুবিন দা। আপোনাৰ দৰে গান গাব পাৰিলে ও আপোনাৰ জেগা দখল নকৰে।

  • @bontiborah7476
    @bontiborah7476 ปีที่แล้ว +13

    ভাইটী তোমাৰ কথা শুনি বৰ দুঃখ লাগিল।তোমাৰ মাত সুৰ জুবিন দাৰ কথা কোৱাৰ ধৰণ একেই গতিকে চেষ্টা কৰা এদিন ডাঙৰ মানুহ হবাই।❤

  • @rupaliborthakur1930
    @rupaliborthakur1930 ปีที่แล้ว +1

    Tumi zubeen hobo nalage..tumar dore mimicry zubeen eu koribo nuware..ei khetrot zubeen u tumar dore hobo nuware..tumi talented hoi..nijor gun khini loi aguai jua..

  • @nilimadasdas9694
    @nilimadasdas9694 ปีที่แล้ว +5

    ইমানকৈ দুখ দিব নালাগিছিল ৷ আমি তোমাক বেয়া নাপাওঁ দেই

  • @bikashsoniwal2553
    @bikashsoniwal2553 ปีที่แล้ว

    Madhab, Zubeen ata Bhagoban nohoi, Tumi Hatpothe Aguai juwa,.. 👍👍👍 👌

  • @rajcreation_2m..
    @rajcreation_2m.. ปีที่แล้ว +7

    God bless you brother 🥰 love from majuli

  • @BappaMusic7581
    @BappaMusic7581 8 หลายเดือนก่อน

    তুমি অকল জুবিনকে নহয় সকলো মানুহকে ভাল পাবলৈ শিকা । তুমি ভাল গীত গোৱা, মাধব বৰা হৈ।

  • @rickybasu9446
    @rickybasu9446 ปีที่แล้ว +5

    God bless u bro..never look back n never get discouraged,just go ahead n fullfill ur dreams.

  • @bidishamech1736
    @bidishamech1736 ปีที่แล้ว +1

    Tumi mon beya nokoriba Bhaiti. zubeen daak ami akom bhakiye bohut bohut val paw. To dadaye teneke kobo nalagisi.sobore protibha ase .khi sesta korisile val pai karone..zubeen da teneke kobo nalagisil

  • @LOCAL_fanda
    @LOCAL_fanda ปีที่แล้ว +4

    Jubeen r lvl hoisey 😂 eman horu loratuk anekoi kbo nelagisil , lukr talent r uprt anekoi kbo napai dey ,

  • @sofiurrahman4547
    @sofiurrahman4547 ปีที่แล้ว +1

    মাধৱ তুমি আগুৱাই যোৱা!

  • @moibubu7630
    @moibubu7630 ปีที่แล้ว +3

    Papon is good because he do not insult people like this this kid is so talented i love him who support this like my comment

    • @sangeetadas7727
      @sangeetadas7727 ปีที่แล้ว +1

      I agree he knows to speak well where to say what to say... he encourages youth.... He's much matured

  • @kalyanbora2859
    @kalyanbora2859 ปีที่แล้ว

    জুবিন দা ই বৰ গাত লগা কৈ কৈছে কিন্তু অপ্ৰিয় সত্য কৈছে । সৰু লৰা সস্তীয়া জনপ্ৰিয়তা ৰ পাছত দৌৰা ত কৈ নিজে কষ্ট কৰি আগবাহি যোৱা।