অসমীয়া চুটি ছবি II নীল গংগা II NEEL GANGA II Assamese short film

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • নবযানী শইকীয়া বৰুৱাৰ গল্প " অসবৰ্ণ " ৰ আধাৰত আৰু শ্ৰী প্ৰশান্ত কুমাৰ বৰাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে, নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "নীল গংগা” আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
    Our other channel link
    / @iidrishtiarudarshan

ความคิดเห็น • 33

  • @anupaxomiya1258
    @anupaxomiya1258 2 ปีที่แล้ว +1

    বলিষ্ঠ উপস্থাপন। সুন্দৰ শিল্পীগণ। ভাল লাগিল।

  • @KangkanBabu
    @KangkanBabu 2 ปีที่แล้ว +1

    Dhunia hoise

  • @krishnakshinath5359
    @krishnakshinath5359 2 ปีที่แล้ว +1

    Khub bhal lagisa mama sai

  • @ascentschoolnursing5091
    @ascentschoolnursing5091 2 ปีที่แล้ว +2

    সুন্দৰ গঠন মূলত এটা সামাজিক সমস্যা দাঙি ধৰিবলৈ সক্ষম হৈছে। অভিনয় ও বেছি ভাগৰে অতি সুন্দৰ হৈছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 2 ปีที่แล้ว +1

    বহুত সুন্দৰ হৈছে

  • @lochanbora9431
    @lochanbora9431 2 ปีที่แล้ว +1

    সকলোৰে অভিনয় সুন্দৰ গৈছে

  • @shravastidas4744
    @shravastidas4744 2 ปีที่แล้ว +2

    Great work 👍 bohut val lagil😊

  • @AxomiaPakghor
    @AxomiaPakghor 2 ปีที่แล้ว

    সুন্দৰ অভিনয় ভাল লাগিল চাই ❤️❤️❤️👌

  • @sangitadevi9005
    @sangitadevi9005 ปีที่แล้ว +1

    Bhal hoise bikash da

  • @jimichetia6097
    @jimichetia6097 2 ปีที่แล้ว +1

    সুন্দৰ কাহিনী,

  • @himangshusarmah8473
    @himangshusarmah8473 2 ปีที่แล้ว +1

    Awesome 👍

  • @panchamiborahpanchamiborah7653
    @panchamiborahpanchamiborah7653 2 ปีที่แล้ว +1

    Moja rani♥️♥️♥️

  • @ashimbaruah3697
    @ashimbaruah3697 2 ปีที่แล้ว +1

    Xundor

  • @jatijibanbora2495
    @jatijibanbora2495 2 ปีที่แล้ว

    সুন্দৰ প্ৰয়াস 🙏

  • @debajitborah2323
    @debajitborah2323 2 ปีที่แล้ว +1

    সুন্দৰ।

  • @xunoraxomvlogs
    @xunoraxomvlogs 2 ปีที่แล้ว

    সুন্দৰ অভিনয় বিকাশ দা

  • @dibyajyotidas1422
    @dibyajyotidas1422 2 ปีที่แล้ว

    Too nice acting.going on

  • @kalyanborah5215
    @kalyanborah5215 2 ปีที่แล้ว

    Dhunia hoise👍

  • @vedicastrologyassam
    @vedicastrologyassam 2 ปีที่แล้ว

    🙏

  • @mintunarayandas3038
    @mintunarayandas3038 2 ปีที่แล้ว +2

    ছবি খন বহুত ভাল লাগিছে

  • @amritkumardasagm5020
    @amritkumardasagm5020 2 ปีที่แล้ว +3

    Very nice...

  • @Urmee111
    @Urmee111 2 ปีที่แล้ว +1

    💞❤️

  • @alishasaikia1523
    @alishasaikia1523 2 ปีที่แล้ว +2

    Proud to be a part of this family ❤️🙏lot's of love to all❤️.....

  • @shyamolidas9657
    @shyamolidas9657 2 ปีที่แล้ว +2

    Nice story. Good performance played by each and every artists

  • @sumonhazarika6646
    @sumonhazarika6646 2 ปีที่แล้ว +1

    Xundur

    • @mukulgoswami5119
      @mukulgoswami5119 2 ปีที่แล้ว

      বৰ ভাল লাগিল। এইটো এটা এনে কাহিনীৰ চিত্ৰায়িত ৰূপ, যিটোত বহু অতৃপ্ত আত্মাই নিজকে দেখিব।
      বৰ সুন্দৰ ফটোগ্ৰাফি!

  • @s.k.treelosonbongshor8749
    @s.k.treelosonbongshor8749 2 ปีที่แล้ว +2

    সুন্দৰ

  • @chafikulislam6892
    @chafikulislam6892 2 ปีที่แล้ว +1

    so nice

  • @kabirborah2721
    @kabirborah2721 2 ปีที่แล้ว +2

    flute music is emotion on flim so great this flim👌👍nice view camera man dada aponar shoot bur bhut great picture nice flim👌👀💯❤️

  • @nobajanibaruah345
    @nobajanibaruah345 2 ปีที่แล้ว +1

    কাহিনীভাগৰ জীৱন্ত ৰূপত চাই ভাষাহীন হৈ পৰিলোঁ। এখন আবেগিক ছবি। অভিনয় নিখুঁত। সাজ সজ্জা সুন্দৰ। পৰিচালনা উত্তম। আন্তৰাষ্ট্ৰীয় স্তৰত ফেৰ মাৰিব পৰা এখন ছবি হৈ উঠিছে। প্ৰশান্ত কুমাৰ বৰা দেৱলৈ অভিনন্দন।

    • @ntacinema
      @ntacinema  2 ปีที่แล้ว

      অশেষ ধন্যবাদ বাইদেউ! উৎসাহ যোগালে৷ নিউজট্ৰেক অসমক এইদৰে মৰমৰ দিব বুলি আশা কৰিলোঁ!
      কাইলৈ আমাৰ মৰমৰ নিউজট্ৰেকৰ ১বছৰীয়া জন্মদিন৷ আশীৰ্বাদ কৰিব!

  • @iluborah9162
    @iluborah9162 2 ปีที่แล้ว +1

    Dhuniya hoise