ৰাস্তাত নাওঁ চলি আছে 😱😱 সৰ্থেবাৰী নগৰ 😢😢

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • সৰ্থেবাৰী নগৰৰ ভিতৰত প্ৰায় ৰাস্তা বোৰে এতিয়া পানীৰ তলত।। কলৰ ভূৰ , নাওঁ আদি লৈ মানুহ অহা যোৱা কৰিব লগা হৈছে।।
    #assamesevideo #floodinassam #flood_in_assam #sarthebari

ความคิดเห็น • 11