ওজাপালিত যুগৰ পৰিবৰ্তনৰ গীত || OJAPALI || নামনি অসমৰ মনসা পূজাৰ ওজাপালি || Oojapali || ওজাপালি
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- ওজাঃ প্ৰমোদ দাস
গাওঃ শ্ৰীপুৰ-দেওঁৰ
জিলাঃ বাক্সা, অসম
ফোনঃ 8011840065
ডাইনাপালিঃ মনোৰঞ্জন ডেকা ।
#Ojapali is a traditional folk dance from the Assam region of India. Ojapali is believed to have evolved from Kathakata tradition and is performed in a group; it is believed to be one of the oldest art forms of Assam. Originally evolved in the Kamata state the western and northern part of river Brahmaputra later limited to Darang area under the patronisation of Darangi King Dharmanarayana. The repertoire of this performance consists of songs, dialogues, gesture, improvised acting and dramatisation etc. The group member consisted of an Oja, who lead the performance and four or five palies, who supplements the performance with continuous rhythm by playing cymbal. Among the Palies Daina pali who stand on the right-hand side of the Oja is the active one and he and Oja gets the performance forward. Many beliefs that Shankardeva also takes the inspiration from Ojapali to create his Ankiya Bhaona. More over he also create his own Sattriya Ojapali. Generally Darangi Suknanni Ojapali sings the lyrics written by Sukabi Narayanadeva in Padmapurana. Padma Purana covers the story of serpent goddess Manasha.
present day Ojapali is very limited to Darang, Mangaldoi,Shipajhar, some other parts of Tezpur and Udalguri district. Lalit chandra Nath and Kinaram Nath have been awarded Sangeet Natak Akademi Award for their contribution to this art form. Presently Lalit Chandra Nath Oja's family are working towards Ojapali's development in Shipajhar District.
Ojapali can be divided into three forms based on the occasion and style:
• Byah or bigoya ojapali
• Sukananni ojapali or maroi goa ojapali
• Ramayani ojapali
@Source: en.wikipedia.o...
Disclaimer:
"Shyam’s Studio is not associated with Mr. Pramod Das in any way. This Video is an honest and harmless attempt at creating an entertaining video using parts of Mr. Das' performance. We do not intend in any way to misuse Mr. Das’ works, this video is for entertainment purpose only. An attempt to popularize Assamese culture through TH-cam is the only motto for this upload."
অক্টোপাচে আলিংগন কৰা আজিৰ সংস্কৃতি,,,, লঠঙা গছজোপাৰ দৰে আমিবোৰ নিঃসহায় নিৰুপায়,,, আজিকালি এনেকুৱা সংস্কৃতিবোৰ বিলুপ্তিৰ পথত,,,
সুন্দৰ
সঁচাকৈয়ে বৰ সুন্দৰ মতামত। সংস্কৃতি জীয়াই ৰাখিবলৈ হাহাকাৰ কৰিব লগা হৈছে কিছু শিল্পীয়ে।।
আমাৰ এই যাত্ৰাৰ সহযোগী হবলৈ অনুৰোধ কৰিলো । আমি ৰক্ষা কৰিব লাগিব আমাৰ সংস্কৃতি।।
Very good
.vavc
I'm
Bahut dhuniya lagise Very-very Thenkyou Joi
Manoranj daaadaa
Vlkoi Manoranj dise
Bahut bahut dhanyabad dilu
ধন্যবাদ জনালো।
Aponalokar ghar kot bohut dhuniya hoisa 👍👍👍👍
ওজাপালিটোত সোমাই আছে নাম, ঠিকনা আৰু ফোন নম্বৰ। ভিডিওটো সম্পূৰ্ণ চাব।
Aagate dekha nashilu ujapali.Thanks for uploading..👍
ধন্যবাদ লীনা। আমাৰ এই যাত্ৰাৰ সহযোগী হবলৈ অনুৰোধ কৰিলো।।
Mojja lagil sai .
বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
👍
বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
Nice
বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
Nagara naamt adhunik diya to sun dorongre atiya ojapalit adhunik diyat lagile mane no 🤗
মতামতৰ বাবে ধন্যবাদ
Kamrup r ojapali darrangr nohoi
বহুত ভাল লাগিল
ধন্যবাদ জনালো।
Mozza hoise diya ranjan koka☺☺
ধন্যবাদ ।
বহুত সুন্দৰ হৈছে
ধন্যবাদ আপোনাক ।।
Bhut bhut val lagil
ধন্যবাদ জনালো।
Vl lagise sai 🔥🔥🔥
Thanks a lot
Dhuniya hoise shalpati
তেখেতৰ হৈ মইয়েই ধন্যবাদ জনালোঁ ।
Bhal lagil শুনি
Thank you......
🙏🙏🙏🙏🙏
ধন্যবাদ ।
Sundar
বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
Sakalowe atiranjit val napai dai.
বাৰু ।
মজা
Thanks a lot.
Danapali salpati you tubeat dekilude bhai ojapali saboloi napao nahay bhal lagise
ধন্যবাদ ।
Borhiya
ধন্যবাদ..
Xundar 👌
আন্তৰিক ধন্যবাদ জনালো।
Dada apuni Amar gharat oja gai ahise moi Borimakha supar Guwahati pora sai asu
আৰু ভিডিও আছে ওজাপালিৰ। চাবচোন।
Ojapali,,is,good
Thank you
বহুত ভাল লাগিল আপোনালোকৰ ভিদিও আৰু আছে জদী আপলোত দিব ছোন।
দিম। ইতিমধ্যেই বহুতো ওজাপালি ভিদিও দি থোৱা আছে। চাব পাৰে।
@@ShyamsStudio y
সম্পূৰ্ণ addresh তো দিব ছোন।বৰ ভাল লাগিল।ধন্যবাদ জনালোঁ ইমান ধুনীয়া ওজাপালী দেখোৱা বাবে।
বাক্সা জিলাৰ মনসা চক। নিকাচি মুছলপুৰৰ ৰাস্তাত পাব চকটো। বাকী বিৱৰণ ভিডিওটোত দিয়াই আছে। ধন্যবাদ আপোনাক।
@@ShyamsStudio ততততততততততৃঋঋঋতৃতৃততততত
ভাল লাগিছে।মই এইবোৰৰ লগতে জৰিত হৈ থাকো।যেনে নাগাৰা নাম,ধুলীয়া,ওজাপালী,পুতলানাছ,বেণ্ডপাৰ্টী।এইবোৰ মোৰ বৰ প্ৰিয়।
গোটেই প্ৰিয় বিষয় এই চেনেলতে পাব। আপোনাৰ মতামতে সুখী কৰিলে ।ধন্যবাদ ।
Ojhapajil ai bor git val nalage
বাৰু।
Kio nalage
Aapunaluk ar ghar
Moi
Gm Paisu barapeta t
Buli Karan bhaxa tut
বাক্সা জিলাৰ হয় ।
মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
আৰু ভিদিও আছে যদি আপলোড দিব চোন । ভাল লাগিল এখেত সকলৰ ওজাপালি দলটি।
দিবলৈ চেষ্টা কৰিম। আপোনাৰ মতামতে সুখী কৰিলে। ধন্যবাদ।
@@ShyamsStudio no? 1¾92
BOGI DAINAPALI, SAKRA OJA, RATAN DAINA PALI, PADARSAN SARUTE BOHUTO SAISO, SARUTE,,
আমাৰ আপুৰুগীয়া সম্পদ।
ধন্যবাদ
ধন্যবাদ ।
কোন ঠাইত এ ভাই.. মই অ Baksa ৰ এ
এয়া মনসাৰ।
Rait
ওজাপালি কি ,কেনেকুৱা জানিব দৰং ত আহিব । দুখঃ লাগিছে ওজাপালিত আধুনিক সংগীতৰ সুৰ । ধেই
দৰঙতহে ওজাপালিৰ বিষয়ে সকলো জানিব পাৰি বুলি ভবাটো আপোনাৰ মূৰ্খামি হৈছে ডাঙৰীয়া । ওজাপালিৰ মাজে মাজে খুহুতীয়া গীত, পদ, বচন ঠাই ভেদে ভিন্ন হলেও 'ধেই' বুলি আপুনি কোৱাটো কিমান ভাল হৈছে নিজেই বিবেচনা কৰিব ।
কেতিয়াবা গৌৰীপুৰ বা বকোৰ ফালৰ ওজাপালি চাবচোন । লোক সংগীত ঠাইভেদে ভিন্ন হোৱাটো একো অস্বাভাৱিক নহয় ।
শেষত আপোনাৰ মতামতৰ বাবে শলাগ লৈছো ।
( সংযোজনঃ ওজাপালি দৰঙলৈ ভাটীৰ দেশৰ পৰাই গৈছিল হেনো ।)
সকলোধৰণৰ লোকসংগীতেই ক্ষেত্ৰভিত্তিক। ইয়াত ঘৰাণা নাথাকে, থাকে আঞ্চলিকানা। গতিকে দৰঙত যিটো চলে কামৰূপত সেইটো নচলিবও পাৰে। সেইবুলি কামৰূপীয়া কৃষ্টি দৰঙৰ কৃষ্টিতকৈ নিম্নখাপৰ হ'ব কেনেকৈ? আপুনি মোক আগতে' ঘৰাণা' আৰু ' আঞ্চলিকানাৰ' প্ৰভেদটো বুজাই দিয়কচোন। তাৰ পিছত ওজাপালিৰ ওপৰত আলোচনা কৰিম।
দৰঙৰ ওজা নাম কৰিশ্মা সুভাষ সব ফালটো
Ko
Phone number dibo ne
বিবৰণত ফোন নম্বৰ দিয়া আছে।
Bohut vaal lagil
বহুত বহুত ধন্যবাদ জনালোঁ । আগলৈও সঁহাৰি পাম বুলি আশা থাকিল ।
Nice
ধন্যবাদ ।