Thanks Dy365.. Apunaloke yetu kam agote koribo lagisile.. Kebol nagra nam dekhale nohoi,oja pali ase dhuliya ase,dhuliya bohut val lage teo lokok o chance dibo lage. Mini theater ase.. Oja r kotha yetu 21 fast century r lora suwaliye ki janibo.. Change sob te ahe .. But main bostu tu thake hodai.. Haitu miss kuneo nokore..
Ati xundar hoise, Jai Ojapali, satriya nirtya hoise xankari Sanskriti, Ojapali hal Sakta Santana xanskriti. Jai Sakta Dharma. Ei birodhita kraxakal hal xankari Jen pisu.
Bohut bohut val lagise..........plzzzzzz eibur jate assamor pora najai.......aji moi eibilak saie jiyai asu baideu plzzzz eibur uja pali houk nagara naam houk vauna houk biya git adi eibur plzzzz close koribo nibisaribo.....plzzźzz nohole moi ako beleg hoi jam..........
বৰ ভাল লাগিল। আজিহে ওজাপালি দেখিছোঁ। সংস্কৃতিৰ সাধনা আৰু চৰ্চা কৰক, আগপাছ নোচোৱাকৈ অকাৰণে বিতৰ্কৰ সৃষ্টি নকৰিব। প্ৰকৃতাৰ্থত এওঁলোকক গোৰ মাৰি গঙ্গাত হে পেলালে, তেওঁলোকে এখন মঞ্চ পালে, আৰু এটা পৰিচয়ও দিলে সংস্কৃতি ৰক্ষক হিচাপে।
সুন্দৰ মন্তব্য.....
অনাহকত কিছুমান মানুহে বিৰ্তকৰ সৃষ্টি কৰে.....
Bitorko jote tote kre...ozapalir haisyo rokh 1ta upadan e Hy...kmne bargeet bikrito kri Ase tat eko mat nmte
খুব ভাল লাগিল চাই । বহু দিনৰ পিছত চাবলৈ পালো । ইয়াত বিতৰ্ক কৰিব লগা একো নাই ।আমাৰ ককাইদেউহতে খুব সুন্দৰ কৈ পৰিবেশন কৰিছে ।জীবনে মৰণে মই অসমীয়া মোৰ সংস্কৃতি সকলোতকৈ চহকী । চিৰ চেনেহী মোৰ ভাষা জননী ।জয় আই অসম🙏🙏🙏
মই আগতে কৈছিলো ৰস লগোৱাৰ কাৰণে এই গীতটো সন্নিবিষ্ট কৰা হৈছে।এতিয়া বুজি পালেনে ।মই গোটেই খিনি দিবলৈ কৈছিলোঁ।আজি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ
Kk
সদায় দুখীয়া মানুহ খিনি ই সভ্যতা ৰখা কৰে।আমি সকলৱে আপনালক ৰ লগত আছো
ডি ৱাই ৩৬৫লৈ বিশেষ অনুৰোধ কৰিছোঁ
এখেত সকলৈ শিল্পী পেঞ্চনৰ বাবে ৰাজ্য
চৰকাৰৰ ওচৰত আবেদন কৰিব চোন
কাৰন এওঁলোকৰ ঘৰৰ পৰিবেশটো আপোনালোকে জানেই।
ধন্যবাদ ।
😅
Silpi. Sangathana. Aolokar. Oparat. Actin. Laba. Lage
সুন্দৰ ওজাপালি । তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ এওঁলোক প্ৰকৃত অসমীয়া ।
Dy365 ৰ লগতে মাননীয় বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকক মাতি আনি এখন মঞ্চ দিয়া বাবে। বাইদেউ পৰবৰ্তী সময়ত নাগাৰা নামৰ লগতে ওজাপালি আপোনালোকৰ ষ্টুডিঅ'ত সময়ে সময়ে পৰিবেশনৰ দিহা কৰিব নোৱাৰি নে। বাইদেউ এইসকলে আমাৰ নিজৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ।
ইমান বে বে কৰি লাভ নাই জন্মৰ পৰা ওজা পালি এনেকৈ দেখি আহিছো..এনে খুহুতীয়া কথা কৈ ওজা পালি পৰিৱেশন কৰি থকা বাবে এই সংস্কৃতি ৰক্ষা হৈ আছে........
চুটি চুটি সাজ পাৰ পিন্ধি যে নাইট ডেন্স কৰে তেতিয়া সমাজৰ এই মুধা ফুটা মানুহ বোৰ কত যায়...??? তেতিয়া সংস্কৃতি ধৰি ৰখা মহান মানুহ বোৰ কত যায়.....???????.
ojapalit dhemali nathakile ojapali habai noware . axamiya sangskritir aito swakiy rup . eyak dhari rakhibalai chesta karak . samalochana nakariba . jadi samalochana kare barat ulanga hai kara dencek karak , chuti kakor pindha borak karak .
Xosa koisa bro
ঠিক কথা কৈছা তুমি👍
Hoy de! Moi o aponr kothat akmot
ভাল লাগিল কথাখিনি.
ওজাপালি অনুষ্ঠান পৰিবেশনত এয়া মাথো এক ধেমেলীয়া সংযোজন। ৫/৬ ঘণ্টাৰ অনুষ্ঠান এটাৰ মাজত দৰ্শকক হাঁহিৰ খোৰাক যোগায় এনেকৈ। আমি সৰুৰে পৰাই দেখি আহিছো। নামনি অসমৰ ওজা পালিৰ এক সুকীয়া স্থান আৰু মান আছে। ঠাই ভেদে পৰিৱেশন শৈলী বেলেগ হব পাৰে কিন্ত মূল যি আখ্যান তাৰ সলনি নহয়। ওজাপালিৰ এনেকুৱা ধেমালি থাকেই। তাৰ আগতে এষাৰ কথা কব মন কৰিব। আচলতে এইটো এটা সম্পূৰ্ণ দাইনাপালিৰ ধেমালি। ইয়াক বিকৃতকৰণ বুলি কব নোৱাৰি। আমি ওজাপালি দেখিছোঁ সৰুৰে পৰা আৰু ইয়াক বিকৃত বুলি গ্ৰহণ কৰিব নোৱাৰো। কাৰণ, ওজাপালি এজন মূল ওজা, এজন দাইনাপালি আৰু কেইজন মান পালিৰ দ্বাৰাই গঠিত। কিন্তু বহু সময় একেলগে ওজা গালে এনেদৰে ভাগৰ লগাটো সকলোৰে স্বাভাৱিক। সেইবাবেই ওজা, দাইনাপালি বা পালি মাজে মাজে চাহ খাব বিচাৰে আৰু গৃহস্থই ও সেইখিনি খাবলৈ সুবিধা দিয়ে। সেই ভাইৰেল হোৱা ভিডিওটো চাই আপোনালোকে উপলব্ধি কৰিব পৰিছেনে নাই নাজানো। কাৰণ তাতে ওজাজন নাই। গতিকে সেই সময়খিনিত আখ্যান গোৱাটো অসম্ভৱ। আৰু মানুহ বিলাক যাতে বিৰক্ত অনুভৱ নকৰে তাৰ বাবে দাইনাপালি জনে পালি সকলৰ সৈতে এইবিলাক ৰসাল ধেমালি কৰে। যিবিলাক নিজৰ সৃষ্টি। ই আচলতে ওজাপালীৰ প্ৰকৃত আখ্যান গোৱাটো নুবুজাই। কপৌ পাহি তোৰে খোপাত বৰ্তমানৰ কেইজন শিল্পীয়ে গাই। একো বেয়া কৰা নাই ভাল কৰিছে তেওলোকে।আৰু আমিও সৰুতে সেই খুহুতীয়া খিনিৰ বাবেই ওজাপালি চাবলৈ গৈছিলোঁ। কাৰণ সৰুতে ধৰ্ম জ্ঞান আহৰণ কৰিব পৰাকৈ আমিবোৰ নগৈছিলো, মাত্ৰ খুহুতীয়া ৰসাল কথাবোৰ শুনিবলৈ হে গৈছিলোঁ। আৰু যদিহে তেওঁলোকে সেই মূল পদসমূহে গায় তেতিয়া হয়তো নতুন প্ৰজন্মৰ মাজত ওজাপালি অনুষ্ঠান চাবলৈ মানুহেই নহব।
সদৌ শেষত DY365লৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল। তেখেতসকলক আপোনালোকে মাতি আনি মনৰ কথাবোৰ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে।
ঠিক কথা কৈছে
ওজাপালি পৰিৱেশন কৰা দলটো লৈ ধন্যবাদ খুব ভাল লাগিল । ষ্টুডিঅলৈ মাতি আকৌ ওজাপালি পৰিৱেশন কৰিব দিব লাগে।
অসমীয়া কৃস্তি বজাই ৰখা এনেকুৱা ধৰনৰ ওজাপালিৰ অতুলনীয় প্ৰচেস্তা..........আমি গৌৰৱান্দিত...
Mojja lagsi de taranan taranan
Bohut dinor murot salu
✌✌✋✌✌
Khub val prosthta
বিতৰ্ক কৰিব লগা কাৰণ কোনটো...? সঁচাকে বহুত ধুনীয়া হৈছে ওজাপালিৰ অনুষ্ঠানটো।
কাম নথকা বোৰে সকলোতে বিতৰ্ক দেখে । এই সংস্কৃতিৰ ৰক্ষকসকলে বেলেগৰ দোষ বিচাৰি ফুৰে বন্ধু । অসমীয়া হিচাপে মই গৌৰৱ কৰো এওঁলোকৰ ওপৰত । জয় আই অসম 🙏🙏
@@simantakalita2575 বন্ধু ওজাপালি অনুষ্ঠান জতে হয় তাতে মই চাওঁ বহুত ভাল লাগে কিছুমান সুহুতিয়া কথাৰে মন মোহিত কৰে । যিবোৰ মানুহে বিতৰ্ক কৰে সেইবোৰ মানুহৰ অসমীয়া সংস্কৃতিৰ বিষয়ে অকনো জ্ঞান নাই আৰু অযথা বিতৰ্ক কৰে ।
আমি সৰুৰে পৰা এইদৰে খুহুতিয়া গীতেৰে ওজাপালিৰ অনুষ্ঠান পৰিৱেশন কৰা দেখি আহিছো, এইদৰে এওঁলোকে অন্ততঃ এই গীত বা ওজাপালি পৰিৱেশন কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে, কিন্তু চুটি কাপোৰ পিন্ধি নিৰ্ত্য কৰা সকলক কি কৰিব ?
ওজাপালি আমাৰ নিজৰ অনুষ্ঠান।আমাৰ সাতমপুৰুষীয়া সংস্কৃতি।শিল্পীসকলক প্ৰণাম।
আমাৰ বজালী আৰু নলবাৰীৰ ওজাপালিৰ ভাষা নাই,অতি সুন্দৰ।।দৰংৰ কৃষ্টিৰ লগত আমাৰ কৃষ্টিক তুলনা নকৰিব কাৰণ আমি কামৰূপীয়া আৰু আমাৰ ইতিহাস বহুত আছে।।
বাইদেউ আপুনি এওঁলোকক এখন মঞ্চ দিয়ক।আমাৰ সাতামপুৰুষীয়া সংস্কৃতিটো ৰক্ষাৰ স্বাৰ্থত।আজে বাজে গানবোৰ বজাই থকাতকৈ এইবোৰ বজাওক,,আমি শুনিম।কাৰণ আমি নিজৰ বস্তুবোৰক সদায় সন্মান কৰো।
সুন্দৰ পদক্ষেপ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ
খুবেই ভাল কাম কৰিলে তেখেত সকলক মাতি আনি ।বেছিকৈ শুনিবৰ মন গৈছিল ওজাপালিৰ নাম।
সকলো চাই চিন্তিহে বিতৰ্ক কৰিব লাগে।।।।এইবোৰ ওজাপালি ৰ পাৰ্ট।।।।গতিকে এনেকুৱা ভুল যাতে আপোনালোকে দ্বিতীয় বাৰ নকৰে।।।।এনেকৈ আমাৰ সংস্কৃতি তো জীয়াই ৰাখি আছে এওঁলোকে।।।।
বিতৰ্ক কৰাসকলক কৈছো, সৰুৰেপৰা ওজাপালি দেখি আহিছো ইয়াত দৰ্শকক আমোদ দিয়াৰ বাবে কিছুমান খুহুটীয়া, ৰসাল বিষয়ৰ সংযোজন কৰা হয় আৰু সেইবাবে আমিও চাই ভাল পাওঁ! যদি ইমানেই ধৰ্ম-লোকসংস্কৃতিৰ প্ৰতি দায়বদ্ধতা আছে তেতিয়াহ'লে হেজাৰবছৰীয়া এই সংস্কৃতিক জীয়াই ৰখাৰ কিবা ব্যৱস্থা আজিলৈ গ্ৰহণ কৰিছে নেকি?
Right
Right
Right
ৌৌৌৌৌৌোৌ\ৌ১ৌৌ4ঔ\4\১১োোোো
আধুনিকতাৰ ধামখুমিয়াত অতিপ্ৰাচীন প্ৰাকশংকৰী ওজাপালী( ওঝাপালী) ধৰিৰখা কৃষ্টিৰ সৈনিক সকললৈ অভিনন্দন ] এনে আলোচণাই সংস্কৃতিৰ উপকাৰ সাধিব ] dy 365 লৈ ধন্যবাদ
বিতৰ্ক যিমান হব সিমানেই জনপ্ৰিয়তা বাঢ়িব আপোনালোকৰ থমকি নৰৈ আগবাঢ়ি গৈ থাকক
ওজাপালি দল টোক ধন্যবাদ জনালোঁ
Excellent Ojapali .I am glad . May God bless you. See more...
Bahut val lagil ....aagoty ane progame dekha nacilo ...jiheto aamar faly nohoi so bahut sai val Palo...thanks to DY 365
emandin a aami kuno channel ot ojapali deka nasilu....aji kopou paahi guwa babe sobei ojapali dekhilu....that's all... u all r good
মুখেৰে সকলোকে সমালোচনা কৰিব পাৰি…। কিন্তু সেইখিনি কাম কৰি দেখাই সমালোচনা কৰিলে বেছি ভাল হয়…। সমালোচনা কৰা সকলে জানো ওজাপালিৰ তাল জোৰ বজাব পাৰিব এখন হাতেৰে , সুৰ তুলিব পাৰিব জানো…।
সুন্দৰ বিস্ৱে দা, সুন্দৰ পৰিবেশন আৰু কথোপ কথন।এনেকৈ দেখিলে ভাল লাগে
বহুত বহুত ভাল লাগিল ধন্যবাদ 👍 🙏
Bahut val lagil. Aji he ojapali dekhisu dhanyabad
ওজাপালিৰ বিতৰ্কৰ ওপৰত লিখিলোঁ ।
যিকোনো পুজাৰ সময়ত আন অলাগতীয়াল সংলাপ ব্যৱহাৰ নকৰে ।
পুজা শেষ হোৱাৰ পিছত ৰাইজৰ অনুৰোধত কিছুমান খুহুতীয়া সংলাপ ব্যৱহাৰ কৰে । তেওঁ লোকৰ ভুল হোৱা নাই।
সংস্কৃতি এই সকলৰ পৰাই বাছি আছে ।
Goid
Good
ভাল লাগিল বাৰুকৈয়ে
বিতৰ্ক্ কৰা বিলাকক এবাৰ ওজাপালি গাব দিয়কচোন.নোৱাৰা কামত বিতৰ্ক্ কৰি লাভ নাই
সৰু থাকোঁতেই শুনিছিলো ৰেডিঅত এতিয়া কিন্তু টিভি চেনেলত দেখা পোৱা নাযায় আজি টিভি চেনেলত দেখি ভাল লাগিল ৷ আৰু ভবিষ্যতে দেখা পাম বুলি আশা কৰিলো
একো ভুল কৰা নাই। কিছুমানে নিজকে বেছি পণ্ডিত দেখুৱাব খোজে। আচলতে এইবোৰ মানুহে সমাজৰ হানি কৰে। ওজাপালি দলটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
ভূল বুজিছিলু ওজাপালিক৷
ধন্যবাদ Dy 365.
নতুনত্ব জন্ম নিদিলে কিহৰ শিল্পী । এওঁলোকে ঠিকেই কৰিছে
মজা আৰু আগবাঢ়ি যাওক। এইবাৰ বেলেগ গানত বনাব
Moja Dy365 bohut bouht dhonabad vl lagil maje maje ani thakibo ujapali
দলটোলৈ অভিনন্দন জনালোঁ । দলটোক থিয় কৰাই ৰাখি স্নিগ্ধাশিখাই ভাল সন্মান কৰিলে । হেৰৌ মানুহক মাতি আনি সন্মুখতে বুঢ়া চুৰা কব নাপায় নহয় !
হয় ককা বুলি সম্বোধন কৰিলে ভাল লাগিল হয় । বুঢ়া বুলি কোৱাত ভাল নালাগিল ।
Dy365 r aiye baidew gorakik bohut dinor pasot dekhisu vlne Apuner.
এয়াটো সুন্দৰ সংযোজন,অতি মাৰ্জিত।আগতে ছছিয়াল মিডিয়াত কেইজনমান বিদেশৰ ব্যাক্তিৰ দ্বাৰাই এই গীতটি ওজাপালি নৃত্য কৰা দেখিছিলো। ভাল লাগিছিল।এটা গীতৰ এয়া জনপ্ৰিয়তাৰ শক্তি।ইয়াক সহজ ভাৱে ল"ৱ লাগে।
একো ভূল কৰা নাই এইসকল শিল্পীয়ে,কিছুমান ফটুৱা মিদিয়াই TRP ৰ কাৰনে কৰা বাতৰি ।
এইটো একো বেয়া কৰা নাই,,,,,,,, কাৰণ যিজনে গাইছে তেখেতক আমাৰ ফালে দাইনাপালি বুলি কয়,,,,,,,আৰু দাইনাপালি জনে এনেধৰণৰ বস্তু গাই এ
অতি সুন্দৰ ওজাপালি
বহুত ভাল লাগিল চাই
হলা গছ দেখি বাগী কুঠাৰ আপোনালোকেও মাৰিলে কিন্তু, সেই মানুহকেইজনৰ প্ৰতি সামান্য শিষ্টাচাৰ প্ৰদৰ্শন নকৰিলে তেখেতসকলক থিয় কৰাই প্ৰশ্ন কৰি থাকিল, জুবিন বা পাপনৰ তেনেকৈ প্ৰশ্ন কৰিব সাহস হবনে আপোনালোকৰ?
মই কিন্তু মন্তব্য বোৰহে পঢ়িম !
(নিজৰ মাতৃভাষাত লিখিব নজনা সকলৰ ঠেলা-হেচা বেছি ।)
সুন্দৰ বিষয় !
বিতৰ্ক কৰিব লগীয়া একো নাই ।ওজাপালি বিষয়ে বহুতে একো নেজানে আৰু বুজিও নাপায় ।ভাল লাগিল চাই
Bahut Val lagil
We are very very Happy...🙏🙏🙏
Bhut bhut dhanyabad dy365
যদি সংস্কৃতিৰ নামত অলপ ইফাল-সিফাল হৈছে হওঁক।আমাক এনেকুৱা ওজাপালিয়ে লাগে।
Very nice ojapali aaponalok aaguwai jaok
Bahut val lagil say
ভাল লাগিল
ওজাপালিত আৰু নতুন সংযোজন কৰক যাতে নৱপ্ৰজন্মইও ইয়াৰ প্ৰতি আগ্ৰহ কৰে
Dy 365 xodai jonotar babe.....ujapali dekhuar babe thanks
সুন্দৰ
অতিথি কেই জনক নিমন্ত্রণ কৰি আনি, এইদৰে থিয় কৰাই ৰখাটো ভাল হোৱা নাই নেকি? আলোচনা বহি ও কৰিব পাৰে!
Actually thio krai discuss krise beya hyse ai2
Alp apman kara jen anuman hoise
সুন্দৰ পৰিবেশন
মোৰ হিচাপত ইযাত হৈ ছৈ লগাব । লগা একো নাই এই টো এটা ওজা পালিৰ ৰস ৷
লাখ লাখ টকা খৰচ কৰি বিহুৰ নামত যি অনুষ্ঠান পাতে সেইয়া সকলোৰে জ্ঞাত। নামনি অসমৰ এই মহান অনুষ্ঠান টি ত খন্তেক সময়ৰ কাৰণে মূল অনুষ্ঠানৰ যতি নেপেলোকে হাঁহিৰ খোৰাক দিয়াটোত ইমান বিতৰ্কৰ প্ৰয়োজন নাই। সেই দুখীয়া কৃষ্টিৰ ধাৰা বোৱাই ৰখা শিল্পী সকলক সন্মান দিয়ক ,জীয়াই থকাৰ সম্বল দিয়ক, বাট দেখুৱাওক ,নিশ্চয় কৃষ্টি হেৰাই নাযায়।
নাগাৰা নামত চলগৰী নাযাবা নাযাবা আৰু অন্যান্য সুৰ লগাই তেতিয়া আমি সকলোৱে আদৰি লও । ওজাপালিক লৈ কিহৰ ভিত্তিত সমলোচনা কৰিব লাগে।
বাকি বাদ, এই আদহীয়া ব্যক্তিকেইজনক ঠিয় কৰাই থোৱাত দুখ পাইছো লগতে ক্ষোভিত হৈছোঁ । বাৰে ভুচহু গীত গাই so called জনপ্ৰিয় হোৱা ফকতীয়া গায়ককেইজনকটো এনেকৈ ঠিয় কৰাই থোৱা নেদেখোঁ??? ইয়াৰ আগতে ওজাপালি জীয়াই ৰাখিবলৈ আপোনালোকে এনেকুৱাকৈ show কৰিছিলনে?? আছলতে আপোনালোকহে 3rd class 🖕🖕🖕🖕🖕🖕🖕
বিতৰ্ক কৰি লাভ নাই ভাল এ লাগিছে
Very nice 👍👍👍
Khubei xundar
Thanks Dy365.. Apunaloke yetu kam agote koribo lagisile.. Kebol nagra nam dekhale nohoi,oja pali ase dhuliya ase,dhuliya bohut val lage teo lokok o chance dibo lage. Mini theater ase.. Oja r kotha yetu 21 fast century r lora suwaliye ki janibo.. Change sob te ahe .. But main bostu tu thake hodai.. Haitu miss kuneo nokore..
Dy 365 ত আসনৰ অভাৱ😂😂😂😂😂😂
Bahut sundar hoise
Bahut bahut val lagil sai. Apunalokok vogobane xohai koribo
পৰিবেশ্য কলা (peforming art) ওজাপালি পৰিৱেশন কেনেদৰে কৰা হয় সেই বিষয়ে জানি-বুজিলৈহে সমালোচনা কৰা উচিত।
আমন্ত্ৰিত অতিথিসকলক বহিবলৈ আসনৰ ব্যৱস্থা কৰাৰ দৰকাৰ আছিল।
আপোনাৰ মনোৰঞ্জন গীত পৰিবেশনৰ বাবে শুভেচ্ছা থাকিল।কৃষ্ণ
Nice vidio bohut bhal lagil
Xundor, mordan ujapali. Val lagil
Ati sundar
বিতৰ্ক কৰোতাই ওজাপালি ইয়াৰ আগতে শুনাই নাই ছাগে।
Nic vll lagil moja ojapali
Bahut val hose ❤
Very nice performance proud to all team who perform the Lok kristi and Sanskriti
Good team performance .
২০২১ ত কোনে কোনে এইটো progame চাই আছা 🙏like এণ্ড comment কৰি যোৱা🙏
Frm : মঙ্গলদৈ❤️❤️❤️
মজ্জা লাগিল🔥🔥💥💥💥💥🙏
ভকত মাতি ককৰ্থনা কৰা যেন লাগিল।
।। সাংস্কৃতি পৰিৱৰ্তনশীল ।।
Moja hoise
Mem apunar kothakhini mor bohut bhal lagise.
Aru aguai jowa
Ati xundar hoise, Jai Ojapali, satriya nirtya hoise xankari Sanskriti, Ojapali hal Sakta Santana xanskriti. Jai Sakta Dharma. Ei birodhita kraxakal hal xankari Jen pisu.
Oti sundor.
Moza lagise.
এওঁলোকৰ গানটোক লৈ বিতৰ্ক কৰা কিছুমানে ওজাপালি দেখিছেনে সন্দেহ ৷!
মই জনাবুজা হোৱাৰ পৰা দেখিছো ওজাপালিত গীত বা জননী কথাবোৰ মই ভাবো বিৰ্তক কৰি লাভ নাই
একো একোতা জাতিৰ একো একোটা প্ৰতিভা সমূহেই হৈছে সংস্কৃতি। সেই পৰম্পৰা সকলো জাতিয়ে কিছু পৰম্পৰাক এককষৰিয়া কৰি মূল বৈশিষ্ট আগত ৰাখি,আমোদ দিয়াৰ উদ্দেশ্যে কিছুমান ৰসাল বিষয় বস্তু অন্নিবিষ্ট কৰা পৰিলক্ষীত হয়। কিন্তু এটা বা দুটাতকৈ অধিক হব নালাগে। পৰম্পৰাৰ গুৰুত্বতা, অস্তিত্ব, ৰক্ষা কৰি পৰিবেশন কৰিলেহে সংস্কৃতিৰ সুন্দৰতা সজীৱ হৈ থাকিব।
--ইতি
শিঃ-দিচাংমুখ।🙏🙏🙏।
Bohut bohut val lagise..........plzzzzzz eibur jate assamor pora najai.......aji moi eibilak saie jiyai asu baideu plzzzz eibur uja pali houk nagara naam houk vauna houk biya git adi eibur plzzzz close koribo nibisaribo.....plzzźzz nohole moi ako beleg hoi jam..........
U r fearless u r awesome. This is our culture, proud of you guys
ধন্যবাদ dy
Val lgil sai
Hasai ojapali sai bahut bahut bahut bhal lagil .
সুন্দৰ ওজাপালি
এই দুখীয়া কেইজনৰ কাৰণে হেজাৰ বছৰ পুৰণি সংস্কৃতি এটা জীয়াই আছে। ষ্টুডিঅ ত বহি এওঁলোকক নিশিকাব।